১/ মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল?
a) ৰাকেশ শৰ্মা
b) কল্পনা চাওলা
c) সুনীতা উইলিয়ামছ
d) বিক্ৰম সাৰাভাই
উত্তৰ:- a) ৰাকেশ শৰ্মা
২/ ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত?
a) ফুটবল
b) ক্ৰিকেট
c) বেডমিন্টন
d) হকী
উত্তৰ:- b) ক্ৰিকেট
৩/ ১৪৯২ চনত কোনে আমেৰিকা আৱিস্কাৰ কৰিছিল?
a) ভাস্কো ডা গামা
b) খ্ৰিষ্টোফাৰ কলম্বাচ
c) মাৰ্কো পোলো
d) এমাণ্ডচেন
উত্তৰ:- b) খ্ৰিষ্টোফাৰ কলম্বাচ
৪/ কোন ৰোগৰ প্ৰতিষেধকৰূপে BCG ভেক্সিন দিয়া হয়?
a) সৰুআই
b) টাইফয়ড
c) ডিফথেৰিয়া
d) যক্ষ্মা
উত্তৰ:- d) যক্ষ্মা
৫/ ভিটামিন A ৰ অভাৱত হোৱা ৰোগ হ'ল?
a) বেৰিবেৰি
b) গ্ৰেভ্চ ডিজিজ
c) কুকুৰীকণা
d) স্কাৰ্ভি
উত্তৰ:- c) কুকুৰীকণা
৬/ 'ৰামায়ণ' কোনে লিখিছিল?
a) বেদব্যাস
b) বাল্মীকি
c) কালিদাস
d) বাণভট্ট
উত্তৰ:- b) বাল্মীকি
৭/ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো?
a) গঁড়
b) বাঘ
c) সিংহ
d) নীলগাই
উত্তৰ:- b) বাঘ
৮/ তলত দিয়া কোনটোৱে COVID-19 সৃষ্টি কৰে?
a) SARS-CoV-1
b) SARS-CoV-2
c) SARS-CoV-3
d) SARS-CoV-4
উত্তৰ:- b) SARS-CoV-2
৯/ ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত?
a) উত্তৰ প্ৰদেশ
b) মধ্য প্ৰদেশ
c) অন্ধ্ৰপ্ৰদেশ
d) হিমাচল প্ৰদেশ
উত্তৰ:- a) উত্তৰ প্ৰদেশ
১০/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন?
a) ভাৰত মহাসাগৰ
b) প্ৰশান্ত মহাসাগৰ
c) আটলান্টিক মহাসাগৰ
d) আৰ্কটিক মহাসাগৰ
উত্তৰ:- b) প্ৰশান্ত মহাসাগৰ
১১/ কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে?
a) ১ জানুৱাৰী
b) ২৬ জানুৱাৰী
c) ১৫ আগষ্ট
d) ২ অক্টোবৰ
উত্তৰ:- c) ১৫ আগষ্ট
১২/ আপাটানিসকল কোন ৰাজ্যৰ জনজাতি?
a) মণিপুৰ
b) চিক্কিম
c) অৰুণাচল প্ৰদেশ
d) মিজোৰাম
উত্তৰ:- c) অৰুণাচল প্ৰদেশ
১৩/ মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল-
a) খাদ্যদ্ৰব্য
b) অক্সিজেন
c) প্ৰ'টিন
d) হৰম'ন
উত্তৰ:- b) অক্সিজেন
১৪/ 'ভাৰতৰ নেপোলিয়ন' নামেৰে কাক জনা যায়?
a) সম্ৰাট অশোক
b) আকবৰ
c) সমুদ্ৰগুপ্ত
d) বিক্ৰমাদিত্য
উত্তৰ:- c) সমুদ্ৰগুপ্ত
১৫/ মানুহৰ হৃদপিণ্ডত কেইটা নিলয়(Ventricle) থাকে?
a) এটা
b) দুটা
c) তিনিটা
d) চাৰিটা
উত্তৰ:- b) দুটা
১৬/ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো?
a) ময়ূৰ দ্বীপ
b) ভৱানী দ্বীপ
c) মান্ধাতা মুনৰ' দ্বীপ
d) মাজুলী
উত্তৰ:- d) মাজুলী
১৭/ কেটেৰেক্ট কোন অংগৰ ৰোগ?
a) যকৃত
b) দাঁত
c) চকু
d) মগজু
উত্তৰ:- c) চকু
১৮/ কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে?
a) চুৱেজ খাল
b) ক'ৰিন্থ খাল
c) কিয়েল খাল
d) পানামা খাল
উত্তৰ:- d) পানামা খাল
১৯/ তলত দিয়া কোনটোত পাচক ৰস নাথাকে?
a) পাকস্থলীৰ ৰস
b) থুই
c) অগ্ন্যাশয়ৰ ৰস
d) পিত্ত
উত্তৰ:- d) পিত্ত
২০/ ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল?
a) ছাহজাহান
b) আকবৰ
c) জাহাংগীৰ
d) বাবৰ
উত্তৰ:- d) বাবৰ
২১/ তলত দিয়া কোনটো ৰোগ মহে বিয়পায়?
a) সৰুআই
b) চিফিলিছ
c) যক্ষ্মা
d) ডেংগী
উত্তৰ:- d) ডেংগী
২২/ বিহাৰৰ ৰাজধানীৰ নাম কি?
a) পাটনা
b) বাৰাউনি
c) ৰায়পুৰ
d) উজ্জয়ন
উত্তৰ:- a) পাটনা
২৩/ বিখ্যাত চিত্ৰ 'মনালিছা' কোনে অংকন কৰি উলিয়াইছিল?
a) পাবলো পিকাছো
b) মাইকেল এঞ্জেলো
c) চেঞ্জিয়ো ৰাফেল
d) লিওনাৰ্ডো ডা ভিঞ্চি
উত্তৰ:- d) লিওনাৰ্ডো ডা ভিঞ্চি
২৪/ সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তত কৰে?
a) কাৰ্ব'হাইড্ৰেট
b) প্ৰ'টিন
c) চৰ্বি
d) ভিটামিন
উত্তৰ:- a) কাৰ্ব'হাইড্ৰেট
২৫/ তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়?
a) যমুনা
b) কৃষ্ণা
c) ৰবি
d) কোশী
উত্তৰ:- b) কৃষ্ণা
২৬/ এচীয় সিংহ (Asiatic Lion) ক'ত পোৱা যায়?
a) গিৰ ৰাষ্ট্ৰীয় উদ্যান
b) কৰবেট ৰাষ্ট্ৰীয় উদ্যান
c) কানহা ৰাষ্ট্ৰীয় উদ্যান
d) ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান
উত্তৰ:- a) গিৰ ৰাষ্ট্ৰীয় উদ্যান
২৭/ আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো?
a) নেপচুন
b) বুধ
c) শুক্ৰ
d) প্লুটো
উত্তৰ:- b) বুধ
২৮/ তলত দিয়া কোনটো হৰম'নে তেজত গ্লুকোজৰ মাত্ৰা কমায়?
a) ইনচুলিন
b) গ্লুকা'গন
c) থায়ৰক্সিন
d) এড্ৰেনেলিন
উত্তৰ:- a) ইনচুলিন
২৯/ তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰালা?
a) ভাৰতনাট্যম
b) কথাকলি
c) কুচিপুডি
d) ছাও
উত্তৰ:- b) কথাকলি
৩০/ তলত দিয়া কোনখন দেশ 'Land of the Rising Sun' নামেৰেও জনাজাত?
a) নৰৱে
b) জাপান
c) তাইৱান
d) পশ্চিম-ভাৰতীয় দ্বীপপুঞ্জ
উত্তৰ:- b) জাপান
৩১/ If B is the only child of C's grandfather's only daughter, then how is C's father related to B?
a) Maternal uncle
b) Father
c) Paternal uncle
d) Brother
Ans:- b) Father.
৩২/ Ekanta is son of Atul. Devang is son of Brijesh. Ekanta is married to Chitra. Chitra is Brijesh's daughter. How is Devang related to Ekanta?
a) Brother
b) Uncle
c) Cousin
d) Brother-in-law
Ans:- d) Brother-in-law.
৩৩/ Which of the following are the five pillars of the Atmanirbhar Bharat Abhiyan?
a) Economy, Infrastructure, System, Culture, Demography
b) Economy, Infrastructure, History, Culture, Demand
c) Economy, Infrastructure, System, Demography, Supply
d) Economy, Infrastructure, System, Demography, Demand
Ans:- d) Economy, Infrastructure, System, Demography, Demand.
৩৪/ How many agroclimatic zones are there in Assam?
a) 4
b) 5
c) 6
d) 7
Ans:- d) 7.
৩৫/ Which of the following Articles gives the idea of a Uniform Civil Code?
a) Article 44
b) Article 45
c) Article 46
d) Article 47
Ans:- a) Article 44.
৩৬/ 'Medicine from the Sky' a pilot project of using drones in healthcare, agriculture & disaster management recently launched by -
a) Arunachal Pradesh
b) Mizoram
c) Assam
d) Meghalaya
Ans:- a) Arunachal Pradesh.
৩৭/ Who is known as Warren Buffett of India?
a) Harshad Mehta
b) Rakesh Jhunjhunwala
c) Gautam Adani
d) Mukesh Ambani
Ans:- b) Rakesh Jhunjhunwala.
৩৮/ জুডিমা কি হয়?
a) কাৰ্বিসকলৰ এবিধ থলুৱা পানীয়
b) বড়োসকলৰ থলুৱা পানীয়
c) ডিমাছাসকলৰ থলুৱা পানীয়
d) ৰাভাসকলৰ সকলৰ থলুৱা পানীয়
Ans:- c) ডিমাছাসকলৰ থলুৱা পানীয়
৩৯/ তলৰ কোনটো বেংকে অসম জৈৱ শোধনাগাৰৰ সৈতে জৈৱ ইথানল উৎপাদনৰ বাবে চুক্তি কৰিছে?
a) SBI
b) HDFC
c) PNB
d) ICICI
Ans:- c) PNB (Punjab National Bank)
৪০/ মধুপুৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
a) জয়ধ্বজ সিংহ
b) নৰনাৰায়ণ
c) গদাধৰ সিংহ
d) চিলাৰায়
Ans:- b) নৰনাৰায়ণ
৪১/ বাৰেচহৰীয়া ভাওনা কত অনুষ্ঠিত হয়?
a) তেজপুৰ
b) চামগুৰি
c) নগাঁও
d) জামুগুৰি
Ans:- d) জামুগুৰি (বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ।) বাৰেচহৰীয়া ভাওনাৰ বিষয়ে অধিক চাবলৈ ইয়াত ক্লিক কৰক
৪২/ সুঁৱৰি উৎসৱ ক'ত পালন কৰা হয়?
a) বকো
b) ৰঙিয়া
c) দক্ষিণ কামৰূপ
d) হাজো
Ans:- c) দক্ষিণ কামৰূপ (সুঁৱৰি বা স'ৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্ত উৎসৱ) সুঁৱৰি উৎসৱৰ বিষয়ে অধিক চাবলৈ ইয়াত ক্লিক কৰক
৪৩/ Which among the following is the antisterility vitamin?
a) B
b) C
c) D
d) E
Ans:- d) E (Vitamin E)
৪৪/ The strength of the council of minister is fixed by the -
a) Governor
b) Chief Minister
c) Parliament
d) Constitution
Ans:- d) Constitution.
৪৫/ 'Palaeontology' is the study of -
a) Fossils
b) Bones
c) Animals
d) Birds
Ans:- a) Fossils.
৪৬/ জগদীপ ধনখেৰ ভাৰতৰ কিমানতম উপৰাষ্ট্ৰপতি?
a) ১২ তম
b) ১৩ তম
c) ১৪ তম
d) ১৫ তম
Ans:- c) ১৪ তম
৪৭/ Which Article of the Indian Constitution emphasizes upon 'abolition of untouchability'?
a) Article 15
b) Article 16
c) Article 18
d) Article 17
Ans:- d) Article 17
৪৮/ তলৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ?
a) 5/8
b) 9/12
c) 7/10
d) 3/6
Ans:- b) 9/12
৪৯/ যদি বৰ্তমান সময় 1:17 pm তেন্তে 8 ঘণ্টা 15 মি পাছত কিমান সময় হব?
a) 8:20
b) 9.32
c) 9:45
d) 8:56
Ans:- b) 9.32
৫০/ যদি ১ অক্টোবৰ তাৰিখে সোমবাৰ হয় তেন্তে ১ নৱেম্বৰ তাৰিখে কি বাৰ হব?
a) মঙ্গলবাৰ
b) বুধবাৰ
c) বৃহস্পতিবাৰ
d) শুক্ৰবাৰ
Ans:- c) বৃহস্পতিবাৰ
৫১/ তলৰ কোনটো ইণ্টাৰনেট কোম্পানীয়ে নিজৰ নামটো সলনি কৰি মেটা(meta) কৰিছে?
a) ফেচবুক
b) ইয়াহু
c) মাইক্ৰ'চফ্ট
d) গুগল
Ans:- a) ফেচবুক
৫২/ যদি আজি দেওবাৰ তেন্তে কাইলৈৰ পৰা তিনিদিন পিছত কি বাৰ হ'ব?
a) শুক্ৰবাৰ
b) বৃহস্পতিবাৰ
c) বুধবাৰ
d) মঙ্গলবাৰ
Ans:- b) বৃহস্পতিবাৰ
৫৩/ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ভাৰত ভূটান সীমান্তত আছে?
a) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
b) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
c) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
d) মানস ৰাষ্ট্ৰীয় উদ্যান
Ans:- d) মানস ৰাষ্ট্ৰীয় উদ্যান
৫৪/ ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ বাবে নূন্যতম বয়স কিমান?
a) 30 বছৰ
b) 33 বছৰ
c) 35 বছৰ
d) 37 বছৰ
Ans:- c) 35 বছৰ
৫৫/ জয়সাগৰ পুখুৰী কোনজন ৰজাৰ দিনত খন্দোৱা হৈছিল?
a) ছ্যুতুফা
b) ছ্যুনেনফা
c) ছ্যুখ্ৰাংফা
d) ছ্যুকলিংফা
Ans:- c) ছ্যুখ্ৰাংফা (স্বৰ্গদেউ ৰূদ্ৰসিংহ)
৫৬/ In LPG model of Development the letter L connotes -
a) Liberty
b) Liberation
c) Liability
d) Liberalization
Ans:- d) Liberalization
৫৭/ Which of the following Nations had faced severe economic crisis in 2021 resulting it had declared a nationwide Financial Emergency -
a) Greece
b) Sri Lanka
c) Taiwan
d) Myanmar
Ans:- b) Sri Lanka
৫৮/ Which of the following is NOT a member of Eurasian Economic Union -
a) Russia
b) Belarus
c) Armenia
d) Uzbekistan
Ans:- d) Uzbekistan
৫৯/ The PURA model of Development was mooted by -
a) Former Finance Minister Dr Manmohan Singh
b) Former President Dr. A.P.J. Abdul Kalam
c) Former Finance Minister Arun Jetly
d) Former President Pranab Mukharji
Ans:- b) Former President Dr. A.P.J. Abdul Kalam
৬০/ তলৰ কোনগৰাকী অসম সৌৰভ বঁটা প্ৰাপক নহয়?
a) নীলপৱন বৰুৱা
b) লাভলিনা বৰগোহাঁই
c) হেমপ্ৰভা চুতীয়া
d) দীপক চান্দ জৈন
Ans:- c) হেমপ্ৰভা চুতীয়া (হেমপ্ৰভা চুতীয়া এগৰাকী অসমীয়া শিপিনী। তেওঁ প্ৰধানকৈ ধৰ্মগ্ৰন্থৰ পদ আদিৰ চানেকি তাঁতৰ কাপোৰত বৈ উলিওৱাৰ বাবে জনাজাত। ২০১৩ চনৰ পৰা তেওঁ এই কামত মনোনিবেশ কৰে। তেখেতৰ এনে সৃষ্টিশীল কামৰ বাবে অসম চৰকাৰে তেওঁক ২০২১ চনৰ ৰাজ্যিক অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে। অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক)
৬১) অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি ?
উত্তৰ:- বিষ্ণুৰাম মেধি
( অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল - গোপীনাথ বৰদলৈ )
৬২) আহোমৰ শেষৰ ৰজাজনৰ নাম কি?
উত্তৰ:- পুৰন্দৰ সিংহ
৬৩) টাকা কোন দেশত প্ৰচলন হয়?
উত্তৰ:- বাংলাদেশ
৬৪) U A E (United Arab Emirates) ত মুদ্ৰাক কি বোলে?
উত্তৰ:- ডিৰহাম (Dirham)
৬৫) MPLADS ৰ সম্পূৰ্ণ ৰূপ ?
উত্তৰ:- Member of Parliament Local Area Development Scheme
৬৬) ভিক্টোৰিয়া মেমৰীয়েল (Victoria Memorial) কোন ঠাইত অৱস্থিত ?
উত্তৰ:- কলকাতা (Kolkata, West Bengal)
৬৭) ২০২১ চনৰ অসম বৈভৱ বঁটা কোনজন ব্যক্তিয়ে লাভ কৰিছিল?
উত্তৰ:- ৰতন টাটা
৬৮) Zimbabwe ৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- Harare
৬৯) "অ' মোৰ আপোনাৰ দেশ" কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?
উত্তৰ:- বাঁহী (লক্ষ্মীনাথ বেজবৰুৱা)
৭০) Durand Line ক'ত অৱস্থিত?
উত্তৰ:- আফগানিস্তান আৰু পাকিস্তান সীমান্তত অৱস্থিত (The Durand Line forms the Afghanistan–Pakistan border)
৭১) MLA-LAD ৰ সম্পূৰ্ণ ৰূপ ?
উত্তৰ:- Members of Legislative Assembly Local Area Development
৭২) বেংকক কোন দেশৰ ৰাজধানী?
উত্তৰ:- থাইলেণ্ড
৭৩) Colour Tv ভাৰত বৰ্ষত কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:- ২৫ এপ্ৰিল, ১৯৮২
৭৪) হিমা দাস কোন খেলৰ লগত জড়িত?
উত্তৰ:- দৌৰ
৭৫) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত?
উত্তৰ:- আহমেদাবাদ, গুজৰাট (Ahmedabad, Gujarat)
৭৬) অসম ৰাজ্যিক সংগ্ৰাহালয় ক’ত অৱস্থিত?
উত্তৰ:- অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলীপুখুৰীৰ দক্ষিণত অৱস্থিত।
৭৭) ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
উত্তৰ:- দিল্লীৰ চুলতান মহম্মদ বিন টোঘলকৰ ৰাজত্ব কালত ভাৰতলৈ আহিছিল (Mohammad Bin Tughlaq)
৭৮) কি আন্দোলনত কনকলতা শ্বহীদ হৈছিল?
উত্তৰ:- ভাৰত ত্যাগ
৭৯) ধঁপাত দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: 31 May
৮০) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল?
উত্তৰ: আৰ্যভট্ট
৮১) অসমৰ লৌহ মানৱ (Iron Man of Assam) বুলি কাক জনা যায়?
উত্তৰ: বিষ্ণুৰাম মেধি
৮২) অসম মেডিকেল কলেজ কোনখন জিলাত অৱস্থিত?
উত্তৰ: ডিব্ৰুগড়
৮৩) নৰনাৰায়ণ সেতু সংযোগী দুখন জিলা?
উত্তৰ: গোৱালপাৰা আৰু বঙাইগাও
৮৪) অজগৰ বুৰঞ্জীৰ লিখকৰ নাম কি আছিল?
উত্তৰ:- নগেন হাজৰিকা
৮৫/ "ভাৰতৰ মেকিয়াভেলি" বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ:- চাণক্য
৮৬/ 20 workers can fish a work in 30 days. After how many days 5 workers can be removed and still get the work completed in total 35 days?
a) 20 days
b) 15 days
c) 10 days
d) 5 days
Ans:- b) 15 days
৮৭/ Red cross day is celebrated in -
a) 8 May
b) 8Jun
c) 8 July
d) 8 August
Ans:- a) 8 May
৮৮/ Which of following state has topped in SDG index 2021?
a) Tamilnadu
b) Andhra Pradesh
c) Kerala
d) Goa
Ans:- c) Kerala
৮৯/ ভাৰতৰ জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত -
a) 2:3
b) 3:2
c) 3:3
d) 3:4
Ans:- b) 3:2
৯০/ ভাৰতৰ জাতীয় পতাকাক সন্মান কৰাটো প্ৰত্যেক নাগৰিকৰ -
a) মৌলিক অধিকাৰৰ অন্তৰ্গত
b) নিৰ্দেশাত্মক নীতিৰ অন্তৰ্গত
c) মৌলিক কৰ্তব্যৰ অন্তৰ্গত
d) সংবিধানৰ অনুচ্ছেদৰ অন্তৰ্গত নহয়
Ans:- c) মৌলিক কৰ্তব্যৰ অন্তৰ্গত
৯১/ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি?
উত্তৰ:- মহেন্দ্ৰ বৰ্মন
৯২/ Which article of the Indian Constitution states that there shall be a President of India?
Ans:- Article 52
৯৩/ আন্তৰ্জাতিক মহিলা দিৱস কেতিয়া উদযাপন কৰা হয়?
উত্তৰ:- ৮ মাৰ্চ তাৰিখে।
৯৪/ অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:- মাজুলী
৯৫/ ৰাঁচীৰ স্তূপ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- অশোক
৯৬/ ১৯৭৩ চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- শৰৎ চন্দ্ৰ সিংহ
৯৭/ অসমৰ মৃৎশিল্পৰ উদ্যোগটো ক'ত অৱস্থিত?
উত্তৰ:- ধুবুৰী
৯৮/ ডাৰউইন কোনখন দেশৰ সাগৰৰ বন্দৰ?
উত্তৰ:- অষ্ট্ৰেলিয়া
৯৯/ ১৮৬১ চনৰ ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ব্ৰিটিছ বিষয়াজনৰ নাম কি আছিল?
উত্তৰ:- লেফটেনেল্ট ছিংগাৰ
১০০/ ইন্দিৰা গান্ধী খালৰ উৎপত্তি কিহৰ পৰা হৈছে?
উত্তৰ:- হৰিকে বান্ধ
১০১/ অসম কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৬৯ চনত
১০২/ কিমান চনত শিলচৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৬৮ চনত
১০৩/ কোনখন ৰাজ্যই ভাৰতৰ প্ৰথম স্মাৰ্টফোন আধাৰিত E-Voting Solution বিকশিত কৰিছে?
উত্তৰ:- তেলেংগানা (Telangana Develops India's First Smartphone-Based E-Voting Solution)
১০৪/ ভাৰতত কিমান চনত বৈদ্যুতিক ৰেল চলিবলৈ আৰম্ভ কৰিছিল?
উত্তৰ:- ৩ ফেব্ৰুৱাৰী, ১৯২৫ চনত
১০৫/ Red Square ক'ত অৱস্থিত?
উত্তৰ:- মস্কো (Red Square is one of the oldest and largest squares in Moscow, the capital of Russia)
১০৬/ কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ, কোন আহোম ৰজাই দখল কৰিছিল?
উত্তৰ:- চুহুংমুং ওৰফে দিহিঙীয়া ৰজা
১০৭/ ভৌগোলিকভাৱে, গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে?
উত্তৰ:- উত্তৰ আমেৰিকা
১০৮/ অসমৰ প্ৰাচীন ঐতিহাসিক ৰাজবংশৰ নাম কি আছিল?
উত্তৰ:- বৰ্মন বংশ
১০৯/ বিশ্ব ৰক্তদাতা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ১৪ জুন
১১০/ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- ৰাজা ৰাম মোহন ৰয়
১১১/ বগীবিল দলঙে কোন দুটা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰিছে?
উত্তৰ:- NH 37 আৰু NH 52
১১২/ শৰাইঘাট দলং নিৰ্মাণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- বিমলা প্ৰসাদ চলিহা
১১৩/ অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্ৰ আছে?
উত্তৰ:- গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
১১৪/ স্বাধীন ভাৰতৰ অসম বিধান সভাৰ প্ৰথমজন উপাধ্যক্ষ কোন আছিল?
উত্তৰ:- আৰ এন বৰুৱা
১১৫/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত অনুসূচীত জাতিৰ জনসংখ্যা সৰ্বাধিক?
উত্তৰ:- নগাঁও জিলা
১১৬/ অসমৰ প্ৰথমটো গুৰুদ্বাৰ ক'ত অৱস্থিত?
উত্তৰ:- ধুবুৰী
১১৭/ কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমত ৰাজকীয়ভাৱে দুৰ্গা পূজা পতা হয়?
উত্তৰ:- স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ
১১৮/ ব্ৰহ্মপুত্ৰ নদী কোনটো হিমবাহৰ পৰা উৎপত্তি হৈছে?
উত্তৰ:- চেমা-য়ুং-দুং
১১৯/ খ্ৰীং কোনটো জনগোষ্ঠীৰ দেৱতা?
উত্তৰ:- সোণোৱাল কছাৰী জনগোষ্ঠী
১২০/ কোনখন অসমীয়া বোলছবিত পোনপ্ৰথমবাৰৰ বাবে বিহু সংযোজিত কৰা হৈছিল?
উত্তৰ:- স্মৃতিৰ পৰশ
১২১/ বগীবিল দলঙে কোন দুখন জিলা সংযোগ কৰিছে?
উত্তৰ:- ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা
১২২/ ফুটবল খেল এখন আৰম্ভণিৰ আগতে প্ৰত্যেকজন খেলুৱৈয়ে ইজনে সিজনৰ লগত কৰমৰ্দন(Handshake) কৰিলে। যদি মুঠ খেলুৱৈৰ সংখ্যা 22 জন তেন্তে মুঠ কৰমৰ্দন(Handshake) সংখ্যা কিমান?
a) 222
b) 221
c) 232
d) 231
Ans:- d) 231
১২৩/ অভিনৱ ভাৰত কোনে গঠন কৰিছিল?
a) আচাৰ্য বিনোৱা ভাৱে
b) ভি ডি সাৱৰকাৰ
c) ভগৎ সিং
d) বাল গংগাধৰ তিলক
উত্তৰ:- b) ভি ডি সাৱৰকাৰ (Vinayak Damodar Savarkar)
১২৪/ 1857 চনৰ চিপাহী বিদ্রোহক the first war of independence বুলি কোনে কৈছিল?
a) আচাৰ্য বিনোৱা ভাৱে
b) বাল গংগাধৰ তিলক
c) ভগৎ সিং
d) ভি ডি সাৱৰকাৰ
উত্তৰ:- d) ভি ডি সাৱৰকাৰ (Vinayak Damodar Savarkar)
১২৫/ Which of the following is West flowing river?
a) Tapi
b) Caveri
c) Godavari
d) Bhima
Ans:- a) Tapi
১২৬/ Largest bathtub of Indus civilization found in -
a) Mohenjo-Daro
b) Harappa
c) Dholvira
d) Non of the above
Ans:- a) Mohenjo-Daro
১২৭/ Dr Bhupen Hazarika sung for the first time in the film -
a) Piyoli Phukon
b) Era bator sur
c) Joymoti
d) Indramalati
Ans:- d) Indramalati
১২৮/ The following player from Assam is a receipent of Asom Saurov award -
a) Hima Das
b) Shiva Thapa
c) Nayanmoni Saikia
d) Lovlina Borgohain
Ans:- d) Lovlina Borgohain
১২৯/ Which is known as the Tea city of India -
a) Tezpur
b) Dibrugah
c) Tinisukia
d) Jorhat
Ans:- b) Dibrugah
১৩০/ Which of the following is known as Assam Accord refinery -
a) Digboi
b) Numaligarh
c) Noonmati
d) Bongaigaon
Ans:- b) Numaligarh
১৩১/ First Ahom king who performed the ritual 'Singori Ghar Utha' -
a) King Sudangphaa
b) King Sudoiphaa
c) King Susenpha
d) King Sutuphaa
Ans:- a) King Sudangphaa
১৩২/ Assam shares her border with -
a) Myanmar
b) Bhutan
c) Nepal
d) China
Ans:- b) Bhutan
১৩৩/ First recipient of Bharat ratna from Assam -
a) Phani Sharma
b) Gupinath Bordoloi
c) Bhupen Hazorika
d) Nilomoni Phukon
Ans:- b) Gupinath Bordoloi
১৩৪/ Phat Bihu is celebrated at -
a) Dhemaji
b) Morigaon
c) Lakhimpur
d) Sivasagar
Ans:- c) Lakhimpur
১৩৫/ Assam govt scheme "Mission Basundhara" is related to -
a) Environment
b) Land
c) Agricultural
d) Rural economy
Ans:- b) Land
১৩৬/ ছায়াই আবেলি ফিল্ডত দৌৰিবলৈ গল। যদি তাই উত্তৰ দিশে দৌৰে তাইৰ ছাঁটো কোন দিশে পৰিব?
a) পূব
b) পশ্চিম
c) উত্তৰ
d) দক্ষিণ
উত্তৰ:- a) পূব
১৩৭/ ৰিতাই ২০ দিনৰ আগত চিনেমা চাবলৈ টিকট বুকিং কৰিলে আৰু ৪৫ দিনৰ পিছত চালেগৈ। তাই চাব যোৱা ১৬ দিনৰ আগত চিনেমাখন ৰিলিজ হ'ল। তাই যদি চিনেমাখন দেওবাৰে চাবলৈ গৈছিল, তেতিয়া হ'লে চিনেমাখন ৰিলিজ কি বাৰে হৈছিল?
a) বুধবাৰ
b) শুক্ৰবাৰ
c) সোমবাৰ
d) মংগলবাৰ
উত্তৰ:- d) মংগলবাৰ
১৩৮/ অসমৰ বেকন বুলি কাক জনা যায়?
a) সত্যনাথ বৰা
b) আনন্দৰাম বৰুৱা
c) হেমচন্দ্ৰ গোস্বামী
d) মহেশ্বৰ নেওগ
উত্তৰ:- a) সত্যনাথ বৰা
১৩৯/ প্ৰথম অসমীয়া আধুনিক নাটকৰ নাম কি আছিল?
উত্তৰ:- ৰাম নৱমী
১৪০/ প্ৰথম অসমীয়া অনাতাঁৰ নাটকৰ নাম কি আছিল?
উত্তৰ:- ধৰালৈ যিদিনা নামিব সৰগ
১৪১/ প্ৰথম অসমীয়া চনেট কবিতাৰ নাম কি আছিল?
উত্তৰ:- প্ৰিয়তমাৰ চিঠি
১৪২/ প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ নাম কি আছিল?
উত্তৰ:- বিলাতৰ চিঠি
১৪৩/ প্ৰথম অসমীয়া ছপা উপন্যাসৰ নাম কি আছিল?
উত্তৰ:- লাহৰী
১৪৪/ প্ৰথম অসমীয়া গদ্য লেখকৰ নাম কি আছিল?
উত্তৰ:- ভট্টদেৱ
১৪৫/ প্ৰথম অসমীয়া চুটি গল্পৰ লেখকৰ নাম কি আছিল?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা
১৪৬/ প্ৰথম অসমীয়া কথা কবিতাৰ ৰচকজনৰ নাম কি আছিল?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা
১৪৭/ "UDAN" আঁচনিখনৰ "A" শব্দটোৰ অৰ্থ কি?
উত্তৰ:- Aam ( Ude Desh ka Aam Naagrik )
১৪৮/ অলিম্পিক পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা কোন আছিল?
উত্তৰ:- কৰ্ণম মালেশ্বৰী
১৪৯/ ভাৰতৰ কাক মানৱ কম্পিউটাৰ হিচাপে জনা যায়?
উত্তৰ:- শকুন্তলা দেৱী
১৫০/ কিমান চনত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল?
উত্তৰ:- ১৮৫৭ চনত।
১৫১/ মহাত্মা গান্ধী কিমান চনত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল?
উত্তৰ:- ১৯২১ চনত।
১৫২/ কোনজন আহোম ৰজাৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- গদাধৰ সিংহ
১৫৩/ ৰংঘৰ কোনজন ৰজাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- স্বৰ্গদেউ প্ৰমত্ত সিংহ
১৫৪/ পত্নীক সিংহাসনত বহুৱাই নিজেই সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- শিৱ সিংহ
১৫৫/ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে বৰ্তমান কাক নিয়োগ কৰা হৈছে?
উত্তৰ:- ৰাহুল দ্ৰাবিড়
১৫৬/ অসমৰ মুঠ জিলা কেইখন?
উত্তৰ:- ৩৫ খন
১৫৭/ মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি?
উত্তৰ:- কাৰ্বি আংলং জিলা
১৫৮/ আটাইতকৈ কম বয়সীয়া আহোম ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- চাওফা চ্যু-লিক-ফা বা (ৰত্নধ্বজ সিংহ)
১৫৯/ মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা কোনজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল?
উত্তৰ:- লীলাধৰ বৰুৱা
১৬০/ মাধৱদেৱৰ নাট সমূহক কি বুলি জনা যায়?
উত্তৰ:- ঝুমুৰা
১৬১/ পৃথিৱীৰ সৰ্বাধিক কফি উৎপাদন ক'ত হয়?
উত্তৰ:- ব্ৰাজিল (Brazil)
১৬২/ যাদৱ পায়েঙে অকলে নিৰ্মাণ কৰা অৰণ্যখনৰ নাম কি?
উত্তৰ:- মুলাই কাঠনি (Molai forest / মোলাই অৰণ্য)
১৬৩/ "Forest Man of India" অৰণ্য মানৱ বুলি কোনজন ব্যক্তিক কোৱা হয়?
উত্তৰ:- যাদৱ পায়েং (ভাৰতীয় পৰিৱেশ কৰ্মী আৰু প্ৰকৃতি বৈজ্ঞানিক, তেখেতক ভাৰত চৰকাৰে ২০১৫ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল)
১৬৪/ ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি?
উত্তৰ:- বট গছ
১৬৫/ অসমৰ জাতীয় গছ কি?
উত্তৰ:- হোলোং গছ
১৬৬/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা (তেওঁ "বনফুল" কবিতাপুথিৰ বাবে ১৯৫৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল)
১৬৭/ অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ উদ্যোগটো ক'ত অৱস্থিত?
উত্তৰ:- নামৰূপ
১৬৮/ মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (Mariam Astin Athaba Hira Barua) গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- অৰূপা পটঙ্গীয়া কলিতা
১৬৯/ মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (Mariam Astin Athaba Hira Barua) গ্ৰন্থখনে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ:- ২০১৪ চনত।
১৭০/ ড॰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি আছিল?
উত্তৰ:- এৰা বাটৰ সুৰ (মুক্তি লাভ কৰিছিল ১৯৫৬ চনত)
১৭১/ ২০২১-২২ বৰ্ষৰ বিত্তীয় বাজেট কোনে উপস্থাপন কৰিছিল?
উত্তৰ:- অজন্তা নেওগ
১৭২/ অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ.ভা.উ.সা.) (Assamese Language Development Society) ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- শিৱৰাম শৰ্মা বৰদলৈ
১৭৩/ কোন আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰাইছিল?
উত্তৰ:- অম্বিকা কুঁৱৰী
১৭৪/ কোনজন আহোম ৰজাক "বামুণী কোঁৱৰ" বুলিও জনা যায়?
উত্তৰ:- চুডাংফা
১৭৫/ ভাৰতীয় দৌৰবিদ হিমা দাসক আন কি নামেৰে জনা যায়?
উত্তৰ:- ধিং এক্সপ্ৰেছ
১৭৬/ বিহগী কবি বুলি কাক জনা যায়?
উত্তৰ:- ৰঘুনাথ চৌধাৰী
১৭৭/ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবিৰ নাম কি?
উত্তৰ:- অপৰূপা (মুক্তি লাভ কৰিছিল ১৯৮২ চনত)
১৭৮/ অসমৰ "গীতি কবি" নামেৰে কাক জনা যায়?
উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা
১৭৯/ সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল?
উত্তৰ:- প্ৰতিমা বৰুৱা পাণ্ডে (Pratima Barua Pandey) (তেওঁ ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল)
১৮০/ বনফুল কবিতাপুথিৰ লেখক কোন?
উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা
১৮১/ বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকীৰ নাম কি আৰু তেওঁ কিমান তম মুখ্য ন্যায়াধীশ?
উত্তৰ:- উদয় উমেশ ললিত [Uday Umesh Lalit] (তেওঁ ৪৯তম ভাৰতৰ মুখ্য ন্যায়াধীশ)
১৮২/ নেপালৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- কাঠমাণ্ডু
১৮৩/ নেপালত প্ৰচলিত মুদ্ৰাৰ নাম কি?
উত্তৰ:- নেপালী ৰূপী (NPR - Nepalese rupee)
১৮৪/ আফগানিস্তানৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- কাবুল
১৮৫/ আফগানিস্তানত প্ৰচলিত মুদ্ৰাৰ নাম কি?
উত্তৰ:- আফগানি (AFN - Afghan afghani)
১৮৬/ চীনৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- বেইজিং
১৮৭/ চীনত প্ৰচলিত মুদ্ৰাৰ নাম কি?
উত্তৰ:- য়ুৱান (Yuan)
[ মন কৰিব - যদি পৰীক্ষাৰ MCQ ত (Yuan য়ুৱান) নাথাকি (Renminbi ৰেনমিনবি) থাকে তেন্তে (Renminbi ৰেনমিনবি) দিব। ৰেনমিনবি হৈছে চীনৰ চৰকাৰী মুদ্ৰা। এইটো পৃথিৱীৰ অন্যতম মুখ্য সংৰক্ষিত মুদ্ৰা। Yuan য়ুৱান হৈছে ৰেনমিনবিৰ মৌলিক একক। ৰেনমিনবি হৈছে মুদ্ৰাৰ নাম আৰু Yuan য়ুৱান ইয়াৰ প্ৰাথমিক একক ]
১৮৮/ পাকিস্তানৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- ইছলামাবাদ
১৮৯/ পাকিস্তানত প্ৰচলিত মুদ্ৰাৰ নাম কি?
উত্তৰ:- পাকিস্তানি ৰূপী (Pakistani rupee)
১৯০/ বিশ্ব এইড্ছ দিৱস (World AIDS Day) কেতিয়া পালন কৰা হয়?
উত্তৰ:- বিশ্ব এইড্ছ দিৱস প্ৰতিবছৰে ১ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। (১৯৮৮ চনৰ পৰা বিশ্ব এইড্ছ দিৱস পালন কৰি অহা হৈছে)
১৯১/ কিমান চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল?
উত্তৰ:- ১৯১১ চনত
১৯২/ অলিম্পিকৰ চিহ্নত কেইটা ৰিং আছে?
উত্তৰ:- ৫ টা ৰিং আছে
Image source link click here |
১৯৩/ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা গৰাকীৰ নাম কি?
উত্তৰ:- লাভলীনা বৰগোহাঁই
( তেওঁ জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ২০২০ চনৰ ২৪ জুলাইৰ পৰা ৯ আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া সমাৰোহখন ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ পিছুৱাই দিয়া হৈছিল )
১৯৪/ ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসৰ নাম কি আছিল?
উত্তৰ:- মিৰি জীয়ৰী (প্ৰকাশ পাইছিল - ১৮৯৪ চনত)
১৯৫/ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা "বনকুৱৰী" কোনে ৰচনা কৰিছিল?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা
১৯৬/ "মে ডাম মে ফি" (Me-Dam-Me-Phi) পৰম্পৰাগত উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- আহোম জনগোষ্ঠীয়ে পালন কৰে।
১৯৭/ পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু হিমুৰ মাজত কিমান চনত হৈছিল?
উত্তৰ:- ১৫৫৬ চনত।
১৯৮/ "স্বৰাজ মোৰ জন্মগত অধিকাৰ" কোনে কৈছিল?
উত্তৰ:- বাল গংগাধৰ তিলক
১৯৯/ পেৰুৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- লিমা (Lima)
২০০/ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল?
উত্তৰ:- মণিৰাম দেৱান
২০১/ কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন-চাং (Xuanzang) অসমলৈ আহিছিল?
উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালত
২০২/ কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন-চাং (Xuanzang) ভাৰতলৈ আহিছিল?
উত্তৰ:- হর্ষবর্ধন (Harshavardhana) ৰ ৰাজত্ব কালত
২০৩/ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায়?
উত্তৰ:- অচ্যুত লহকৰ
২০৪/ কোনে ১৮২৩ চনত অসমত চাহ খেতিৰ আবিষ্কাৰ কৰিছিল?
উত্তৰ:- ৰবাৰ্ট ব্ৰুচ
২০৫/ ২০১৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কোনখন অসমীয়া ছবিয়ে লাভ কৰিছিল?
উত্তৰ:- অথেলো
২০৬/ ভূপেন হাজৰিকা সেতু বা ধলা-শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
উত্তৰ:- লোহিত নদী
২০৭/ কাক "ক্ৰিকেটৰ ঈশ্বৰ" বুলি কোৱা হয়?
উত্তৰ:- শচীন তেণ্ডুলকাৰ
২০৮/ অসমৰ ৰেচম উদ্যোগটো মূলতঃ ক'ত অৱস্থিত?
উত্তৰ:- শুৱালকুছিত
২০৯/ অসমীয়া আলোচনী "জোনাকী"ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা
২১০/ প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী "অৰুণোদই" ক'ৰ পৰা প্ৰকাশ হৈছিল?
উত্তৰ:- শিৱসাগৰৰ মিছন প্ৰে'ছৰ পৰা প্ৰকাশ পাইছিল (১৮৪৬) [ প্ৰতিষ্ঠাপক সম্পাদক আছিল - নাথান ব্ৰাউন ]
২১১/ পঞ্চতন্ত্র গল্প কোনে ৰচনা কৰিছিল?
উত্তৰ:- বিষ্ণু শর্মা
২১২/ বৰাক নদীৰ বাওঁ উপনৈখনৰ নাম কি?
a) মধুৰা নদী
b) সোণাই নদী
c) জিৰি নদী
d) জাতিংগা নদী
Ans:- b) সোণাই নদী
২১৩/ শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল?
উত্তৰ:- বৰদোৱা (বটদ্ৰৱা)
২১৪/ "হাৱা মহল" (Hawa Mahal) ক'ত অৱস্থিত?
উত্তৰ:- ৰাজস্থান
২১৫/ মহাসাগৰৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- ফেথ'মিটাৰ (Fathometer)
২১৬/ অসম দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ২ ডিচেম্বৰ
২১৭/ "চি-ইউ-কি" (Si-yu-ki) পুথিখনৰ ৰচক কোন?
উত্তৰ:- হিউৱেন-চাং (Xuanzang)
২১৮/ কোনজন স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল?
উত্তৰ:- ৰুদ্ৰ সিংহ (Rudra Singha)
২১৯/ কিমান চনত ভাৰতীয় নিৰ্বাচন আয়োগে ২১ বছৰৰ পৰা ১৮ বছৰ বয়সত ভোট দিয়াৰ বয়স হিচাপে ঘোষণা কৰিছিল?
উত্তৰ:- ১৯৮৯ চনত
২২০/ খো খো খেলত কেইজন ব্যক্তি আঁঠু কাঢ়ি বহি থাকে?
উত্তৰ:- ৯ জন
২২১/ জুবিন গাৰ্গে কোনখন চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে?
a) ৰ’দ্
b) মিছন চাইনা
c) দুৰ্জন
d) দূৰদৰ্শন এটি যন্ত্ৰ
উত্তৰ:- b) মিছন চাইনা
২২২/ "মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস" উপন্যাসৰ লেখক কোন?
উত্তৰ:- মামণি ৰয়ছম গোস্বামী
২২৩/ মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল?
উত্তৰ:- ফ্ৰাচেংমুং বৰগোহাঁই
২২৪/ কোন চনত তেজপুৰত প্ৰথমটো আধুনিক অসমীয়া থিয়েটাৰ "বাণ থিয়েটাৰ" (বাণ ৰঙ্গমঞ্চ) প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯০৬ চনত
২২৫/ অসমৰ বুৰঞ্জীত কাক নকল আহোম (জলম বঁটা) আখ্যা দিয়া হৈছিল?
উত্তৰ:- কীৰ্তিচন্দ্ৰ বৰুবৰুৱা ওৰফে গেন্ধেলা
২২৬/ Google গুগলৰ মুখ্য কাৰ্যালয় ক'ত আছে?
উত্তৰ:- মাউণ্টেইন ভিউ, কেলিফৰ্ণিয়া, (আমেৰিকা যুক্তৰাষ্ট্ৰ)
২২৭/ কোনজন আহোম ৰজাৰ দিনত নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত
২২৮/ লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ:- ২৪ নৱেম্বৰ (24th November)
২২৯/ "ভক্তি ৰত্নাৱলী" গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰ:- মাধৱদেৱ
২৩০/ Tirthankara কোন ধৰ্মৰ লগত জড়িত?
উত্তৰ:- জৈন ধৰ্ম
২৩১/ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল?
উত্তৰ:- ফাতিমা বিবি (Fathima Beevi)
২৩২/ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ:- লেইলা শেঠ (Leila Seth)
২৩৩/ তলৰ কোনখন ৰাজ্য বাংলাদেশৰ লগত সীমা সংলগ্ন নাই?
a) ত্ৰিপুৰা
b) মিজোৰাম
c) মণিপুৰ
d) মেঘালয়
উত্তৰ:- c) মণিপুৰ
২৩৪/ আৰ্জেণ্টিনাৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- বুয়েনছ আইৰেছ (Buenos Aires)
২৩৫/ AirAsia ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- চেপাং, মালয়েছিয়া (Sepang, Malaysia)
২৩৬/ মণিৰাম দেৱান আৰু পিয়লি ফুকনক কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ:- ২৬ ফেব্ৰুৱাৰী, ১৮৫৮ চনত যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।
২৩৭/ কাৰ ৰাজত্ব কালত ইটাখুলিত মোগলৰ বিৰুদ্ধে যুদ্ধ হৈছিল?
উত্তৰ:- গদাধৰ সিংহ
২৩৮/ কোন চনত ড॰ ভূপেন হাজৰিকাক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?
উত্তৰ:- ১৯৯৩ চনত।
২৩৯/ ড॰ ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ২০০৯ চনত
২৪০/ ড॰ ভূপেন হাজৰিকাই কিমান চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৮৭ চনত
২৪১/ ড॰ ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ২০১৯ চনত মৰণোত্তৰভাবে
২৪২/ ড॰ ভূপেন হাজৰিকাই দাদাচাহেব ফাল্কে বঁটা কিমান চনত লাভ কৰিছিল?
উত্তৰ:- ১৯৯২ চনত
২৪৩/ ড॰ ভূপেন হাজৰিকাই পদ্মশ্ৰী বঁটা কিমান চনত লাভ কৰিছিল?
উত্তৰ:- ১৯৭৭ চনত
২৪৪/ ড॰ ভূপেন হাজৰিকাই কিমান চনত পদ্মভূষণ বঁটা লাভ কৰিছিল?
উত্তৰ:- ২০০১ চনত
২৪৫/ ড॰ ভূপেন হাজৰিকাই কিমান চনত পদ্মবিভূষণ বঁটা লাভ কৰিছিল?
উত্তৰ:- ২০১২ চনত মৰণোত্তৰভাবে
২৪৬/ কোন চনত অসমীয়া উপন্যাস "মিৰি জীয়ৰী" প্ৰকাশ পাইছিল?
উত্তৰ:- ১৮৯৪ চনত প্ৰকাশ পাইছিল। (মিৰি জীয়ৰী উপন্যাসৰ লেখক আছিল - ৰজনীকান্ত বৰদলৈ)
২৪৭/ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান?
উত্তৰ:- ২১ খন
২৪৮/ অসমীয়া ভাষাৰ অভিধান সংকলিত কৰা প্ৰথম আমেৰিকান মিছনেৰী কোন আছিল?
উত্তৰ:- মাইলছ ব্ৰনছন
২৪৯/ অসমত প্ৰথমটো চেনীকল ক'ত স্থাপন কৰা হৈছিল?
উত্তৰ:- বৰুৱা বামুণ গাওঁ
২৫০/ কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- বিশ্ব সিংহ
২৫১/ জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল?
উত্তৰ:- অনামিকা (মুক্তি লাভ কৰিছিল ১৯৯২ চনত)
২৫২/ "নাথুলা পাছ" কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ:- ছিক্কিম (Sikkim)
২৫৩/ "দ্যা আছাম ট্ৰিবিউন" The Assam Tribune ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ ফুকন
২৫৪/ ২০২২ চনৰ কমনৱেলথ গেমছত (Commonwealth Games) কিমানখন দেশে অংশগ্ৰহণ কৰিছিল?
উত্তৰ:- ৭২ খন দেখে অংশগ্ৰহণ কৰিছিল
( ২০২২ চনৰ কমনৱেলথ গেমছ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হৈছিল ২৮ জুলাই ২০২২ ৰ পৰা ৮ আগষ্ট ২০২২ লৈ )
২৫৫/ অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- গুৱাহাটী
২৫৬/ ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ কিমানতম দীঘল নদী?
উত্তৰ:- ১৫ তম
২৫৭/ কথাকলি নৃত্য কোনখন ৰাজ্যৰ নৃত্য?
উত্তৰ:- কেৰালা (Kerala)
২৫৮/ এচিড বৰষুণ কি অক্সাইডৰ ফলত হয়?
উত্তৰ:- ছালফাৰ আৰু নাইট্ৰজেন
২৫৯/ "অসম মহিলা বিশ্ববিদ্যালয়", অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- যোৰহাট জিলাত অৱস্থিত
২৬০/ কোনে "অলকানন্দা" কবিতা সংকলনটি লিখিছিল?
উত্তৰ:- নলিনীবালা দেৱী
২৬১/ অসমীয়া আলোচনী "প্ৰান্তিক"ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল?
উত্তৰ:- ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
২৬২/ ২০২২ চনৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলা ঘোষণা কৰা হৈছিল?
উত্তৰ:- তামুলপুৰ জিলা
২৬৩/ কিমান চনত অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College) স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৪৭ চনত
(৩ নৱেম্বৰ) [অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় জিলাত অৱস্থিত]
২৬৪/ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?
উত্তৰ:- আইদেউ সন্দিকৈ
২৬৫/ কোনজন আহোম ৰজাই "বৰবৰুৱা" আৰু "বৰফুকন" পদ সৃষ্টি কৰিছিল?
উত্তৰ:- প্ৰতাপ সিংহ
২৬৬/ "অসম কৃষি বিশ্ববিদ্যালয়" যোৰহাটত কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৬৯ চনত
২৬৭/ অসমৰ মীন মহাবিদ্যালয় কোন ঠাইত আছে?
উত্তৰ:- নগাঁও জিলাৰ ৰহাত
২৬৮/ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় কোন ঠাইত আছে?
উত্তৰ:- খানাপাৰা, গুৱাহাটী
২৬৯/ অসমৰ "কলাগুৰু" বুলি কোনজন ব্যক্তিক জনা যায়?
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা
২৭০/ "জয় জোৱান জয় কিষান" শ্লোগান কোনে দিছিল?
উত্তৰ:- লালবাহাদুৰ শাস্ত্ৰী
২৭১/ অশোকৰ শেষ যুদ্ধ কোনখন আছিল?
উত্তৰ:- কলিংগ যুদ্ধ
২৭২/ বাথৌ পূজা কোন জনগোষ্ঠী লোকে পালন কৰে?
উত্তৰ:- বড়ো সকলে
২৭৩/ কলীয়াভোমোৰা দলঙৰ দৈঘ্য কিমান?
উত্তৰ:- ৩০১৫ মিটাৰ
২৭৪/ কোনজন শিখ গুৰুৱে শিখসকলক একত্ৰিত কৰি পাঞ্জাৱত শিখ সাম্ৰাজ্য স্থাপন কৰিছিল?
উত্তৰ:- ৰঞ্জিত সিং (Ranjit Singh)
২৭৫/ কপাহ খেতিৰ বাবে কোনবিধ মাটি বেছি উপযোগী?
উত্তৰ:- কলা মাটি (Regur Soil)
২৭৬/ বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ৫ জুন তাৰিখে
২৭৭/ অসমৰ বিত্ত মন্ত্ৰী কোন?
উত্তৰ:- অজন্তা নেওগ
২৭৮/ Gol Gumbaz ক'ত আছে?
উত্তৰ:- বিজয়াপুৰ, কৰ্ণাটক
২৭৯/ অসমৰ কোনখন ঠাইত চাহ গৱেষণা কেন্দ্ৰ আছে?
উত্তৰ:- যোৰহাট (টোকলাই চাহ গৱেষণা কেন্দ্ৰ)
২৮০/ প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ:- জয়মতী (১৯৩৫)
২৮১/ File Transfer ৰ বাবে কি ব্যৱহাৰ কৰা হয়?
a) Mouse
b) Monitor
c) Keyboard
d) USB Cable
উত্তৰ:- d) USB Cable
২৮২/ আটাইতকৈ বেছি ৰাজ্য সভাৰ আসন থকা ৰাজ্য কোনখন?
উত্তৰ:- উত্তৰ প্ৰদেশ
২৮৩/ পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কোন ঠাইত আছে?
উত্তৰ:- হাজো
২৮৪/ অসমৰ পূব দিশত থকা দলং কোনখন?
a) কলীয়াভোমোৰা দলং
b) ঢলা-শদিয়া দলং বা ভূপেন হাজৰিকা সেতু
c) শৰাইঘাট দলং
d) নৰনাৰায়ণ সেতু
উত্তৰ:- b) ঢলা-শদিয়া দলং বা ভূপেন হাজৰিকা সেতু
২৮৫/ GST (Goods and Services Tax) জিএছটি প্ৰৱৰ্তন কৰা প্ৰথম খন দেশ কোনখন আছিল?
উত্তৰ:- ফ্ৰান্স
২৮৬/ পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৫২৬ চনত (২১ এপ্ৰিল)
২৮৭/ পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৫৫৬ চনত (৫ নৱেম্বৰ)
২৮৮/ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে থকা উপনৈখনৰ নাম কি?
a) পুঠিমাৰী
b) কপিলী
c) কৃষ্ণাই
d) দিখৌ
উত্তৰ:- a) পুঠিমাৰী
২৮৯/ The highest range of the Himalayas is -
a) Sivalik Hills
b) Mahabharat Lekh
c) Purvanchal Range
d) Himadri
Ans:- d) Himadri
(The Great Himalayas or Greater Himalayas or Himadri is the highest mountain range of the Himalayan Range)
২৯০/ তলৰ কোনখন আঁচনি পানী সংৰক্ষণ (conservation of water) ৰ সৈতে জড়িত?
a) Swamitva Yojana
b) Ayushman Bharat Yojana
c) Jal Shakti Abhiyan
d) PM Jan Dhan Yojana
Ans:- c) Jal Shakti Abhiyan
২৯১/ অসমে কেইখন ৰাজ্যৰ লগত সীমা ভাগ কৰে?
উত্তৰ:- ৭ খন।
(Arunachal Pradesh, Nagaland, Manipur, Mizoram, Tripura, Meghalaya, West Bengal)
২৯২/ অলিম্পিকৰ পতাকাত নথকা ৰংটো কি?
a) সেউজীয়া
b) গুলপীয়া
c) নীলা
d) ৰঙা
উত্তৰ:- b) গুলপীয়া
২৯৩/ "National Stock Exchange of India" (NSE) ক'ত অৱস্থিত?
উত্তৰ:- মুম্বাই, মহাৰাষ্ট্ৰ
২৯৪/ Bombay Stock Exchange (BSE) ক'ত অৱস্থিত?
উত্তৰ:- ডাউনটাউন মুম্বাই
(Dalal Street in downtown Mumbai)
২৯৫/ অসমৰ ৰামচৰ (Wetland) ক্ষেত্রখনৰ নাম কি?
উত্তৰ:- দীপৰ বিল
২৯৬/ ভলিবল খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে?
উত্তৰ:- ৬ জন
২৯৭/ স্বৰাজ দল (Swaraj Party) কোনে গঠন কৰিছিল?
উত্তৰ:- চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু
২৯৮/ "Mission Indradhanush" কিহৰ লগত জড়িত?
a) Children Vaccination
b) Rice Export
c) Children Safety
d) E-commerce
উত্তৰ:- a) Children Vaccination
২৯৯/ পাপৰি কবি কোন?
উত্তৰ:- গণেশ গগৈ
৩০০/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
উত্তৰ:- নলিনীবালা দেৱী
(১৯৫৪ চনৰ অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল)
৩০১/ অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰ:- অসমীয়া ভাষা উন্নতি সাধিনী সভা (অভাউসা)
[Assamese Language Development Society]
৩০২/ তাপৰ S.I একক কি?
উত্তৰ:- কেলভিন
৩০৩/ শক্তিৰ S.I একক কি?
উত্তৰ:- জুল
৩০৪/ বল (Force) ৰ S.I একক কি?
উত্তৰ:- নিউটন
৩০৫/ তলত দিয়া কোনটো সঁজুলিৰ সহায়ত বায়ুৰ চাপ জোখা হয় -
(a) স্পিডোমিটাৰ
(b) মাল্টিমিটাৰ
(c) এমমিটাৰ
(d) বেৰমিটাৰ
উত্তৰ:- (d) বেৰমিটাৰ
৩০৬/ বেদৰ অন্য এটা নাম কি?
(a) জ্ঞান
(b) শ্ৰুতি
(c) সংহতি
(d) পুৰাণ
উত্তৰ:- (b) শ্ৰুতি
৩০৭/ PSLV ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- Polar Satellite Launch Vehicle
৩০৮/ ২০২২ চনৰ অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল?
উত্তৰ:- তপন শইকীয়া।
৩০৯/ ২০২৩ চনৰ অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল?
উত্তৰ:- ৰঞ্জন গগৈ।
দ্বিতীয় খণ্ডৰ লিংক:-
লগতে চাওক-
Borr help holl sirr...tq soo much sir
ReplyDeleteWelcome 🙏
Delete❤️
ReplyDeleteThank you so much
Delete