অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে কিছুমান প্ৰশ্নোত্তৰ



১/ মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল?


a) ৰাকেশ শৰ্মা

b) কল্পনা চাওলা

c) সুনীতা উইলিয়ামছ

d) বিক্ৰম সাৰাভাই

উত্তৰ:- a) ৰাকেশ শৰ্মা

২/ ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত?


a) ফুটবল

b) ক্ৰিকেট

c) বেডমিন্টন

d) হকী

উত্তৰ:- b) ক্ৰিকেট

৩/ ১৪৯২ চনত কোনে আমেৰিকা আৱিস্কাৰ কৰিছিল?


a) ভাস্কো ডা গামা

b) খ্ৰিষ্টোফাৰ কলম্বাচ

c) মাৰ্কো পোলো

d) এমাণ্ডচেন

উত্তৰ:- b) খ্ৰিষ্টোফাৰ কলম্বাচ

৪/ কোন ৰোগৰ প্ৰতিষেধকৰূপে BCG ভেক্সিন দিয়া হয়?


a) সৰুআই

b) টাইফয়ড

c) ডিফথেৰিয়া

d) যক্ষ্মা

উত্তৰ:- d) যক্ষ্মা

৫/ ভিটামিন A ৰ অভাৱত হোৱা ৰোগ হ'ল?


a) বেৰিবেৰি

b) গ্ৰেভ্চ ডিজিজ

c) কুকুৰীকণা

d) স্কাৰ্ভি

উত্তৰ:- c) কুকুৰীকণা

৬/ 'ৰামায়ণ' কোনে লিখিছিল?


a) বেদব্যাস

b) বাল্মীকি

c) কালিদাস

d) বাণভট্ট

উত্তৰ:- b) বাল্মীকি

৭/ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো?


a) গঁড়

b) বাঘ

c) সিংহ

d) নীলগাই

উত্তৰ:- b) বাঘ

৮/ তলত দিয়া কোনটোৱে COVID-19 সৃষ্টি কৰে?


a) SARS-CoV-1

b) SARS-CoV-2

c) SARS-CoV-3

d) SARS-CoV-4

উত্তৰ:- b) SARS-CoV-2

৯/ ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত?


a) উত্তৰ প্ৰদেশ

b) উত্তৰাখণ্ড

c) ৰাজস্থান

d) পাঞ্জাৱ

উত্তৰ:- a) উত্তৰ প্ৰদেশ

১০/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন?


a) ভাৰত মহাসাগৰ

b) প্ৰশান্ত মহাসাগৰ

c) আটলান্টিক মহাসাগৰ

d) আৰ্কটিক মহাসাগৰ

উত্তৰ:- b) প্ৰশান্ত মহাসাগৰ

১১/ কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে?


a) ১ জানুৱাৰী

b) ২৬ জানুৱাৰী

c) ১৫ আগষ্ট

d) ২ অক্টোবৰ

উত্তৰ:- c) ১৫ আগষ্ট

১২/ আপাটানিসকল কোন ৰাজ্যৰ জনজাতি?


a) মণিপুৰ

b) চিক্কিম

c) অৰুণাচল প্ৰদেশ

d) মিজোৰাম

উত্তৰ:- c) অৰুণাচল প্ৰদেশ

১৩/ মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল-


a) খাদ্যদ্ৰব্য

b) অক্সিজেন

c) প্ৰ'টিন

d) হৰম'ন

উত্তৰ:- b) অক্সিজেন

১৪/ 'ভাৰতৰ নেপোলিয়ন' নামেৰে কাক জনা যায়?


a) সম্ৰাট অশোক

b) আকবৰ

c) সমুদ্ৰগুপ্ত

d) বিক্ৰমাদিত্য

উত্তৰ:- c) সমুদ্ৰগুপ্ত

১৫/ মানুহৰ হৃদপিণ্ডত কেইটা নিলয়(Ventricle) থাকে?


a) এটা

b) দুটা

c) তিনিটা

d) চাৰিটা

উত্তৰ:- b) দুটা

১৬/ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো?


a) ময়ূৰ দ্বীপ

b) ভৱানী দ্বীপ

c) মান্ধাতা মুনৰ' দ্বীপ

d) মাজুলী

উত্তৰ:- d) মাজুলী

১৭/ কেটেৰেক্ট কোন অংগৰ ৰোগ?


a) যকৃত

b) দাঁত

c) চকু

d) মগজু

উত্তৰ:- c) চকু

১৮/ কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে?


a) চুৱেজ খাল

b) ক'ৰিন্থ খাল

c) কিয়েল খাল

d) পানামা খাল

উত্তৰ:- d) পানামা খাল

১৯/ তলত দিয়া কোনটোত পাচক ৰস নাথাকে?


a) পাকস্থলীৰ ৰস

b) থুই

c) অগ্ন্যাশয়ৰ ৰস

d) পিত্ত

উত্তৰ:- d) পিত্ত

২০/ ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল?


a) ছাহজাহান

b) আকবৰ

c) জাহাংগীৰ

d) বাবৰ

উত্তৰ:- d) বাবৰ

২১/ তলত দিয়া কোনটো ৰোগ মহে বিয়পায়?


a) সৰুআই

b) চিফিলিছ

c) যক্ষ্মা

d) ডেংগী

উত্তৰ:- d) ডেংগী

২২/ বিহাৰৰ ৰাজধানীৰ নাম কি?


a) পাটনা

b) বাৰাউনি

c) ৰায়পুৰ

d) উজ্জয়ন

উত্তৰ:- a) পাটনা

২৩/ বিখ্যাত চিত্ৰ 'মনালিছা' কোনে অংকন কৰি উলিয়াইছিল?


a) পাবলো পিকাছো

b) মাইকেল এঞ্জেলো

c) চেঞ্জিয়ো ৰাফেল

d) লিওনাৰ্ডো ডা ভিঞ্চি

উত্তৰ:- d) লিওনাৰ্ডো ডা ভিঞ্চি

২৪/ সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তত কৰে?


a) কাৰ্ব'হাইড্ৰেট

b) প্ৰ'টিন

c) চৰ্বি

d) ভিটামিন

উত্তৰ:- a) কাৰ্ব'হাইড্ৰেট

২৫/ তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়?


a) যমুনা

b) কৃষ্ণা

c) ৰবি

d) কোশী

উত্তৰ:-  b) কৃষ্ণা

২৬/ এচীয় সিংহ (Asiatic Lion) ক'ত পোৱা যায়?


a) গিৰ ৰাষ্ট্ৰীয় উদ্যান

b) কৰবেট ৰাষ্ট্ৰীয় উদ্যান

c) কানহা ৰাষ্ট্ৰীয় উদ্যান

d) ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ:- a) গিৰ ৰাষ্ট্ৰীয় উদ্যান

২৭/ আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো?


a) নেপচুন 

b) বুধ

c) শুক্ৰ

d) প্লুটো

উত্তৰ:- b) বুধ

২৮/ তলত দিয়া কোনটো হৰম'নে তেজত গ্লুকোজৰ মাত্ৰা কমায়?


a) ইনচুলিন

b) গ্লুকা'গন

c) থায়ৰক্সিন

d) এড্ৰেনেলিন

উত্তৰ:- a) ইনচুলিন

২৯/ তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা?


a) ভাৰতনাট্যম

b) কথাকলি

c) কুচিপুডি

d) ছাও

উত্তৰ:- b) কথাকলি

৩০/ তলত দিয়া কোনখন দেশ 'Land of the Rising Sun' নামেৰেও জনাজাত?


a) নৰৱে

b) জাপান

c) তাইৱান

d) পশ্চিম-ভাৰতীয় দ্বীপপুঞ্জ

উত্তৰ:- b) জাপান

৩১/ If B is the only child of C's grandfather's only daughter, then how is C's father related to B?


a) Maternal uncle

b) Father

c) Paternal uncle

d) Brother

Ans:- b) Father.

৩২/ Ekanta is son of Atul. Devang is son of Brijesh. Ekanta is married to Chitra. Chitra is Brijesh's daughter. How is Devang related to Ekanta?


a) Brother

b) Uncle

c) Cousin

d) Brother-in-law

Ans:- d) Brother-in-law.

৩৩/ Which of the following are the five pillars of the Atmanirbhar Bharat Abhiyan?


a) Economy, Infrastructure, System, Culture, Demography

b) Economy, Infrastructure, History, Culture, Demand

c) Economy, Infrastructure, System, Demography, Supply

d) Economy, Infrastructure, System, Demography, Demand

Ans:- d) Economy, Infrastructure, System, Demography, Demand.

৩৪/ How many agroclimatic zones are there in Assam?


a) 4

b) 5

c) 6

d) 7

Ans:- d) 7.

৩৫/ Which of the following Articles gives the idea of a Uniform Civil Code?


a) Article 44

b) Article 45

c) Article 46

d) Article 47

Ans:- a) Article 44.

৩৬/ 'Medicine from the Sky' a pilot project of using drones in healthcare, agriculture & disaster management recently launched by -


a) Arunachal Pradesh

b) Mizoram
 
c) Assam

d) Meghalaya

Ans:- a) Arunachal Pradesh.

৩৭/ Who is known as Warren Buffett of India?


a) Harshad Mehta

b) Rakesh Jhunjhunwala 

c) Gautam Adani 

d) Mukesh Ambani

Ans:- b) Rakesh Jhunjhunwala.

৩৮/ জুডিমা কি হয়?


a) কাৰ্বিসকলৰ এবিধ থলুৱা পানীয়

b) বড়োসকলৰ থলুৱা পানীয়

c) ডিমাছাসকলৰ থলুৱা পানীয়

d) ৰাভাসকলৰ সকলৰ থলুৱা পানীয়

Ans:- c) ডিমাছাসকলৰ থলুৱা পানীয়

৩৯/ তলৰ কোনটো বেংকে অসম জৈৱ শোধনাগাৰৰ সৈতে জৈৱ ইথানল উৎপাদনৰ বাবে চুক্তি কৰিছে?


a) SBI

b) HDFC

c) PNB

d) ICICI

Ans:- c) PNB (Punjab National Bank)

৪০/ মধুপুৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?


a) জয়ধ্বজ সিংহ

b) নৰনাৰায়ণ

c) গদাধৰ সিংহ

d) চিলাৰায়

Ans:- b) নৰনাৰায়ণ

৪১/ বাৰেচহৰীয়া ভাওনা কত অনুষ্ঠিত হয়?


a) তেজপুৰ

b) চামগুৰি

c) নগাঁও

d) জামুগুৰি 

Ans:- d) জামুগুৰি (বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ।) বাৰেচহৰীয়া ভাওনাৰ বিষয়ে অধিক চাবলৈ ইয়াত ক্লিক কৰক

৪২/ সুঁৱৰি উৎসৱ ক'ত পালন কৰা হয়?


a) বকো

b) ৰঙিয়া

c) দক্ষিণ কামৰূপ

d) হাজো

Ans:- c) দক্ষিণ কামৰূপ (সুঁৱৰি বা স'ৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্ত উৎসৱ) সুঁৱৰি উৎসৱৰ বিষয়ে অধিক চাবলৈ ইয়াত ক্লিক কৰক

৪৩/ Which among the following is the antisterility vitamin?


a) B

b) C

c) D

d) E

Ans:- d) E (Vitamin E)

৪৪/ The strength of the council of minister is fixed by the -


a) Governor

b) Chief Minister

c) Parliament

d) Constitution

Ans:- d) Constitution.

৪৫/ 'Palaeontology' is the study of -


a) Fossils

b) Bones

c) Animals

d) Birds

Ans:- a) Fossils.

৪৬/ জগদীপ ধনখেৰ ভাৰতৰ কিমানতম উপৰাষ্ট্ৰপতি?


a) ১২ তম

b) ১৩ তম

c) ১৪ তম

d) ১৫ তম

Ans:- c) ১৪ তম

৪৭/ Which Article of the Indian Constitution emphasizes upon 'abolition of untouchability'? 


a) Article 15
 
b) Article 16 

c) Article 18 

d) Article 17

Ans:- d) Article 17

৪৮/ তলৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ?


a) 5/8

b) 9/12

c) 7/10

d) 3/6

Ans:- b) 9/12

৪৯/ যদি বৰ্তমান সময় 1:17 pm তেন্তে 8 ঘণ্টা 15 মি পাছত কিমান সময় হব?


a) 8:20

b) 9.32

c) 9:45

d) 8:56

Ans:- b) 9.32

৫০/ যদি ১ অক্টোবৰ তাৰিখে সোমবাৰ হয় তেন্তে ১ নৱেম্বৰ তাৰিখে কি বাৰ হব?


a) মঙ্গলবাৰ

b) বুধবাৰ

c) বৃহস্পতিবাৰ

d) শুক্ৰবাৰ

Ans:- c) বৃহস্পতিবাৰ

৫১/ তলৰ কোনটো ইণ্টাৰনেট কোম্পানীয়ে নিজৰ নামটো সলনি কৰি মেটা(meta) কৰিছে?


a) ফেচবুক

b) ইয়াহু

c) মাইক্ৰ'চফ্ট

d) গুগল

Ans:- a) ফেচবুক

৫২/ যদি আজি দেওবাৰ তেন্তে কাইলৈৰ পৰা তিনিদিন পিছত কি বাৰ হ'ব?


a) শুক্ৰবাৰ

b) বৃহস্পতিবাৰ

c) বুধবাৰ

d) মঙ্গলবাৰ

Ans:- b) বৃহস্পতিবাৰ

৫৩/ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ভাৰত ভূটান সীমান্তত আছে?


a) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

b) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

c) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান

d) মানস ৰাষ্ট্ৰীয় উদ্যান

Ans:- d) মানস ৰাষ্ট্ৰীয় উদ্যান

৫৪/ ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ বাবে নূন্যতম বয়স কিমান?


a) 30 বছৰ

b) 33 বছৰ

c) 35 বছৰ

d) 37 বছৰ

Ans:- c) 35 বছৰ

৫৫/ জয়সাগৰ পুখুৰী কোনজন ৰজাৰ দিনত খন্দোৱা হৈছিল?


a) ছ্যুতুফা

b) ছ্যুনেনফা

c) ছ্যুখ্ৰাংফা

d) ছ্যুকলিংফা

Ans:- c) ছ্যুখ্ৰাংফা (স্বৰ্গদেউ ৰূদ্ৰসিংহ)

লগতে চাওক-





































Post a Comment

0 Comments