২/ মোৰ কোনো জাতি নাই। মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। - জুবিন গাৰ্গ
৩/ Nothing is Last শেষ বুলিলেইটো শেষ নহয়, আকৌ আৰম্ভ হয়। কৰবাত যদি কিবা এটা শেষ হয় আকৌ কোনোবাই নহয়, কোনোবাই আৰম্ভণি কৰিবই। কৰবাত কোনোবাই যদি এৰি থৈ গুচি যায়, আকৌ কোনোবাই Lead লয়েই। - জুবিন গাৰ্গ