ভাৰতৰ অৰ্থনীতি কুইজ Indian economy quiz ২০২৪

ভাৰতৰ অৰ্থনীতি কুইজ Indian economy quiz

১/ ভাৰতত পোন প্ৰথমে কাগজৰ মুদ্ৰা কেতিয়াৰ পৰা প্ৰচলন হৈছিল ?
উত্তৰ :- ১৮৬১ চনৰ পৰা।

২/ "Pure Banking, Nothing Else" এইটো শ্লোগান কোনটো বেংকৰ আছিল ?
উত্তৰ :- State Bank of India ৰ শ্লোগান আছিল।

৩/ ভাৰতৰ আৰ্থিক নীতি কোনে তৈয়াৰ কৰে ?
উত্তৰ:- Ministry of Finance

৪/ কোনটো পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ লক্ষ্য আছিল অৰ্থনীতিৰ বৈষম্য সংশোধন কৰা ?
উত্তৰ:- প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা।

৫/ কোনখন দেশ SAARC ৰ সদস্য নহয় ?
উত্তৰ:- ম্যানমাৰ

৬/ অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰ:- আদাম স্মিথ।

৭/ ভাৰতীয় অৰ্থনীতিৰ প্ৰকাৰ ?
উত্তৰ:- মিশ্ৰ অৰ্থনীতি।

৮/ RBI য়ে জাৰি কৰা প্ৰথম কাগজৰ মুদ্ৰা কি আছিল ?
উত্তৰ:- ৫ টকীয়া কাগজৰ মুদ্ৰা আছিল।

৯/ ভাৰতৰ Progressive Tax কি ?
উত্তৰ:- Income Tax

১০/ কিমান চনত ৬ টা ভাৰতীয় বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?
উত্তৰ:- ১৯৮০ চনত।

১১/ কোন চনত ৰাষ্ট্ৰীয় বীজ নিগম স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৬৩ চনত।

১২/ ফলটা বিশেষ অৰ্থনৈতিক অঞ্চল কত অৱস্থিত?
উত্তৰ:- পশ্চিমবঙ্গত অৱস্থিত।

১৩/ GDP ৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ অৱস্থান কি?
উত্তৰ:- পঞ্চম।

১৪/ ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৫০ চনত ।

১৫/ RBI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯৩৫ চনত।

১৬/ কোন চনত ভাৰতত প্ৰথম আধুনিক মৰাপাট কল প্ৰতিষ্ঠিত হয়?
উত্তৰ:- ১৮৫৫ চনত।

১৭/ কোন জাতৰ গৰুৱে সৰ্বোচ্চ পৰিমাণৰ গাখীৰ উৎপাদন কৰে?
উত্তৰ:- হাৰিয়ানী জাতৰ গৰুৱে সৰ্বোচ্চ পৰিমাণৰ গাখীৰ উৎপাদন কৰে।

১৮/ কোন চনত কেন্দ্ৰীয় ৰেচম বোর্ড প্ৰতিষ্ঠিত হৈছিল?
উত্তৰ:- ১৯৪৮ চন।

১৯/ কোন ৰাজ্যত কেন্দ্ৰীয় ম'হ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত?
উত্তৰ:- হাৰিয়ানাত কেন্দ্ৰীয় ম'হ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত। ১৯৮৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

২০/ বিশ্বৰ লোহাৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি?
উত্তৰ:- চতুৰ্থ।


২১/ চৰকাৰী ৰাজহৰ বৃহৎ উৎস কি?
উত্তৰ:- পৰোক্ষ কৰ।

২২/ ভাৰতৰ কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত গধুৰ উদ্যোগৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছিল?
উত্তৰ:- দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত।

২৩/ কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা 'P.C Mahalanabis Model' ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল?
উত্তৰ:- দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা।

২৪/ মন্দাৱস্থাৰ সময়ত দেশৰ অর্থনৈতিক উদ্ধাৰ কৰাৰ প্ৰধান উপায় কি?
উত্তৰ:- ঘাটি বাজেট।

২৫/ কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত 'সেউজ বিপ্লৱ' (GREEN REVOLUTION) আৰম্ভ হৈছিল?
উত্তৰ:- তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত।

২৬/ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ চূড়ান্ত অনুমোদন জনোৱা অনুষ্ঠানৰ নাম কি আছিল?
উত্তৰ:- জাতীয় উন্নয়ন পৰিষদ।

২৭/ কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত পৰিয়াল পৰিকল্পনা আঁচনি ৰূপায়ণ কৰা হৈছিল?
উত্তৰ:- প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত।

২৮/ কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত "কৃষি"ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল?
উত্তৰ:- প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত।

২৯/ NITI Aayog কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১ জানুৱাৰী, ২০১৫ চনত ।

৩০/ অৰ্থবিজ্ঞান (ECONOMICS) শব্দটো কোন ভাষাৰ পৰা অনা হৈছে?
উত্তৰ:- গ্ৰীক ভাষাৰ পৰা অনা হৈছে।

৩১/ ভাৰতত উৎপাদিত মুঠ চাহৰ অসমত কিমান উৎপাদন হয়?
উত্তৰ:- ৫০ শতাংশ।

৩২/ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৭০ চনত।

৩৩/ এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত?
উত্তৰ:- যোৰহাট।

৩৪/ তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত বুলি কাক কোৱা হয়?
উত্তৰ:- ব্যৱসায়।

৩৫/ মানৱ বিকাশ সূচকত ভাৰতবৰ্ষৰ স্থান কি?
উত্তৰ:- ১৩০

৩৬/ কোনে মানৱ বিকাশৰ ধাৰণা আগবঢ়াইছিল?
উত্তৰ:- ডঃ মুহবুব-উল-হক।

৩৭/ কোনে ভাৰতৰ দৰিদ্ৰতাৰ সীমাৰেখাক সৰ্বাধিক পৰিমাণে প্ৰভাৱিত কৰে ?
উত্তৰ:- জনমুৰি আয়।

৩৮/ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত ব্যক্তিগত উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ?
উত্তৰ:- তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত ।

৩৯/ ভাৰতৰ জাতীয় আয়ৰ প্ৰধান উৎস কি?
উত্তৰ:- সেৱা বিভাগ।

৪০/ ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ:- ২৪ ডিচেম্বৰ।

লগতে চাওক:-

Post a Comment

Previous Post Next Post