অসমীয়া কুইজ Assamese gk quiz

 


1. অসমীয়া সংস্কৃতিত হেজাৰী ভাওনা অনুষ্ঠিত হোৱা ঠাইখন হ'ল -
     
     
     
     
... Answer is D) 
নগাঁও 

 
2. অসমীয়া সমাজত পঁচতি লোকাচাৰটো পালন কৰা হয় -
     
     
     
     
... Answer is C) 
জন্মৰ ক্ষেত্ৰত

 
3. অসমৰ ঋতুকালীন উৎসৱৰ অন্তৰ্গত এটা উৎসৱ হ'ল -
     
     
     
     
... Answer is C) 
ভঠেলি 

4. অসমীয়া ভাষাৰ অধিকৰণ কাৰকত ব্যৱহাৰ হোৱা বিভক্তিটো হ'ল -
     
     
      
     
... Answer is C) 
- ত

5. অসমীয়া ভাষা উদ্ভৱ হোৱা ভাষা পৰিয়ালটো হ'ল -
     
     
     
     
... Answer is D) 
ইণ্ডো - ইউৰোপীয়

6. অসমীয়া ভাষাৰ উষ্মধ্বনিৰ সংখ্যা -
     
     
     
     
... Answer is A) 
৪ 

7. অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা -
     
     
     
     
... Answer is D) 
২৩ 

8. অসমীয়া ভাষাৰ "ৱ" বৰ্ণটো হ'ল -
     
     
     
     
... Answer is A) 
অন্তঃস্থ বৰ্ণ

9. অসমীয়া ভাষাৰ উপাহিত বৰ্ণ হ'ল -
     
     
     
      
... Answer is A) 
চন্দ্ৰবিন্দু 

10. অসমীয়া সাহিত্যত ২০১৯ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল -
     
     
     
     
... Answer is A) 
জয়শ্ৰী গোস্বামী মহন্ত 

11. অসমীয়া সাহিত্যত ২০২০ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপক হ'ল -
     
     
     
      
... Answer is A) 
অভিজিত বৰা

12. প্ৰথম অসমীয়া ছনেট কবিতাটো হ'ল -
     
     
     
     
... Answer is C) 
প্ৰিয়তমাৰ চিঠি

13. "ৰূপৰ টিলিঙাৰ মাত" শীৰ্ষক কবিতা পুথিখনৰ ৰচক -
     
     
     
     
... Answer is B) 
মহেন্দ্ৰ বৰা

14. "পিতা - পুত্ৰ" উপন্যাসৰ ৰচক -
     
     
     
     
... Answer is C) 
হোমেন বৰগোহাঞি

15. "উপলা নদীৰ দৰে" গ্ৰন্থখন -
     
     
     
     
... Answer is C) 
আত্মজীৱনী 

16. "গৰিয়সী" আলোচনীৰ প্ৰথম সম্পাদক আছিল -
     
     
     
     
... Answer is D) 
চন্দ্ৰ প্ৰসাদ শইকীয়া

17. নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা কবিতাপুথিখন হ'ল -
     
     
     
     
... Answer is A) 
অলকানন্দা 

18. "আঘোণৰ কুঁৱলী" শীৰ্ষক কবিতাটোৰ ৰচক -
     
     
     
     
... Answer is B) 
কেশৱ মহন্ত

19. "এহাত ডাবা" গল্পটোৰ ৰচক -
     
     
     
     
... Answer is A) 
সৌৰভ কুমাৰ চলিহা

20. "আমি দুৱাৰ মুকলি কৰোঁ" শীৰ্ষক কবিতাটিৰ ৰচক হ'ল -
     
     
     
     
... Answer is D) 
দেৱকান্ত বৰুৱা

21. অসমীয়া ভাষাতত্ব আৰু ব্যাকৰণ গ্ৰন্থৰ ৰচক -
     
     
     
     
... Answer is A) 
কালিৰাম মেধি

22. "মহাভাষ্য"ৰ ৰচক হ'ল -
     
     
     
     
... Answer is C) 
পতঞ্জলি 

23. সাতবিহুৰ অন্তৰ্গত নোহোৱা বিহুবিধ হ'ল -
     
     
     
     
... Answer is C) 
ফাট বিহু

24. ক্ + ষ ৰ সংযুক্ত ৰূপটো হ'ল -
     
     
     
     
... Answer is A) 
ক্ষ 

25. ফচৌ হ'ল এক বিশেষ ধৰণৰ -
     
     
     
     
... Answer is A) 
পাগুৰি 

26. অসমীয়া বুৰঞ্জীমূলক মালিতাৰ অন্তৰ্গত নহয় -
     
     
     
     
... Answer is B) 
জনা গাভৰুৰ গীত

 
27. বৈষ্ণৱ ধৰ্মৰ কাল-সংহতিৰ প্ৰৱৰ্তক হ'ল -
     
     
     
     
... Answer is B) 
গোপাল আতা

 
28. চৰ্য্যাপদ - বিনিশ্চয় পুথিখনৰ প্ৰকৃত নাম -
     
     
     
     
... Answer is D) 
চৰ্য্যাগীতিকোষ 

 
29. শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থৰ ৰচক -
     
     
     
     
... Answer is C) 
বডু চণ্ডীদাস

 
30. মাধৱদেৱে সৃষ্টি কৰা ভতিমাটো হ'ল -
     
     
     
     
... Answer is C) 
গুৰু ভটিমা

 
31. কলি-ভাৰত বুৰঞ্জীৰ ৰচক -
     
     
     
     
... Answer is A) 
দুতিৰাম হাজৰিকা

 
32. লিতিকাই কোন শ্ৰেণীৰ নাটক?
     
     
     
     
... Answer is A) 
প্ৰহসন 

 
33. The Pilgrim's Progress ৰ অসমীয়া অনুবাদ গ্ৰন্থখন হ'ল -
     
     
     
     
... Answer is B) 
জাত্ৰিকৰ জাত্ৰা

 
34. Noble Number বুলি আখ্যা দিয়া গীতবোৰ হ'ল -
     
     
     
     
... Answer is D) 
বৰগীত 

 
35. গুৰুদত্ত ছদ্মনামত বিজুলী কাকতত কবিতা প্ৰকাশ কৰা কবিগৰাকী হ'ল -
     
     
     
     
... Answer is D) 
গুণাভিৰাম বৰুৱা

 
36. চাৰিণ্ডা কোন শ্ৰেণীৰ বাদ্যযন্ত্ৰ ?
     
     
     
     
... Answer is D) 
ততবাদ্য 

 
37. ভাষা এটাৰ ক্ষুদ্ৰতম গোট হ'ল -
     
     
     
     
... Answer is C) 
প্ৰাকৃতি 

 
38. নাঙেলী গীতসমূহ অসমৰ কোন অঞ্চলত প্ৰচলিত ?
     
     
     
     
... Answer is A) 
দৰং 

 
39. গাৰুসকলৰ এটা বিশেষ উৎসৱ হ'ল -
     
     
     
     
... Answer is A) 
ওৱাংগালা

 
40. বায়খো উৎসৱ পালন কৰে -
     
     
     
     
... Answer is A) 
ৰাভাসকলে 

 
41. "জন্মৰহস্য" ভক্তিমূলক গ্ৰন্থৰ ৰচক -
     
     
     
     
... Answer is B) 
মাধৱদেৱ 

 
42. মৃতকৰ শ্ৰাদ্ধ হিচাপে পালন কৰা অনুষ্ঠান হ'ল -
     
     
     
     
... Answer is B) 
ফাৰকান্তি 
মৃতকৰ শ্ৰাদ্ধ হিচাপে পালন কৰা অনুষ্ঠান হ'ল - ফাৰকান্তি

 

Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব