অসম সাহিত্য সভাৰ সভাপতি সকল

ক্ৰমিক নং সভাপতিৰ নাম অধিৱেশনৰ চন স্থান
পদ্মনাথ গোহাঞিবৰুৱা১৯১৭শিৱসাগৰ
চন্দ্ৰধৰ বৰুৱা১৯১৮গোৱালপাৰা
কালিৰাম মেধি১৯১৯বৰপেটা
হেমচন্দ্ৰ গোস্বামী১৯২০তেজপুৰ
অমৃতভূষণ দেৱ অধিকাৰী১৯২৩যোৰহাট
কনকলাল বৰুৱা১৯২৪ডিব্ৰুগড়
লক্ষ্মীনাথ বেজবৰুৱা১৯২৪গুৱাহাটী
ৰজনীকান্ত বৰদলৈ১৯২৫নগাঁও
বেণুধৰ ৰাজখোৱা১৯২৬ধুবুৰী
১০তৰুণৰাম ফুকন১৯২৭গোৱালপাৰা
১১কমলাকান্ত ভট্টাচাৰ্য্য১৯২৯যোৰহাট
১২মফিজুদ্দিন আহমদ হাজৰিকা১৯৩০গোলাঘাট
১৩নগেন্দ্ৰ নাৰায়ন চৌধুৰী১৯৩১শিৱসাগৰ
১৪জ্ঞানদাভিৰাম বৰুৱা১৯৩৩উত্তৰ লখিমপুৰ
১৫আনন্দ চন্দ্ৰ আগৰৱালা১৯৩৪মঙ্গলদৈ
১৬ৰঘুনাথ চৌধাৰী১৯৩৬তেজপুৰ
১৭কৃষ্ণকান্ত সন্দিকৈ১৯৩৭গুৱাহাটী
১৮ময়িদুল ইছলাম বৰা১৯৪০যোৰহাট
১৯নীলমণি ফুকন১৯৪৪শিৱসাগৰ
২০নীলমণি ফুকন১৯৪৭ডিব্ৰুগড়
২১অম্বিকাগিৰী ৰায়চৌধুৰী১৯৫০মাৰ্ঘেৰিটা
২২সূৰ্য্যকুমাৰ ভূঞা১৯৫৩শ্বিলং
২৩নলিনীবালা দেৱী১৯৫৪যোৰহাট
২৪যতীন্দ্ৰনাথ দুৱৰা১৯৫৫গুৱাহাটী
২৫বেণুধৰ শৰ্মা১৯৫৬ধুবুৰী
২৬পদ্মধৰ চলিহা১৯৫৮তিনিচুকীয়া
২৭অতুল চন্দ্ৰ হাজৰিকা১৯৫৯নগাঁও
২৮ত্ৰৈলোক্যনাথ গোস্বামী১৯৬০পলাশবাৰী
২৯ত্ৰৈলোক্যনাথ গোস্বামী১৯৬১গোৱালপাৰা
৩০ৰত্নকান্ত বৰকাকতী১৯৬৩নাজিৰা
৩১মিত্ৰদেৱ মহন্ত১৯৬৪ডিগবৈ
৩২ডিম্বেশ্বৰ নেওগ১৯৬৫নলবাৰী
৩৩বিনন্দ চন্দ্ৰ বৰুৱা১৯৬৬উত্তৰ লক্ষীমপুৰ
৩৪নকুল চন্দ্ৰ ভূঞা১৯৬৭ডিব্ৰুগড়
৩৫জ্ঞাননাথ বৰা১৯৬৮তেজপুৰ
৩৬আনন্দ চন্দ্ৰ বৰুৱা১৯৬৯বৰপেটা
৩৭উপেন্দ্ৰচন্দ্ৰ লেখাৰু১৯৭০ধিং
৩৮তীৰ্থনাথ শৰ্মা১৯৭১মাকুম
৩৯হেম বৰুৱা১৯৭২ধুবুৰী
৪০গিৰিধৰ শৰ্মা১৯৭৩ৰঙিয়া
৪১মহেশ্বৰ নেওগ১৯৭৪মঙ্গলদৈ
৪২সত্যেন্দ্ৰনাথ শৰ্মা১৯৭৫তিতাবৰ
৪৩যজ্ঞেশ্বৰ শৰ্মা১৯৭৬টিহু
৪৪চৈয়দ আব্দুল মালিক১৯৭৭অভয়াপুৰী
৪৫প্ৰসন্নলাল চৌধুৰী১৯৭৮গোলাঘাট
৪৬অতুল চন্দ্ৰ বৰুৱা১৯৭৯শুৱালকুচি
৪৭যতীন্দ্ৰনাথ গোস্বামী১৯৮০ৰহা
৪৮সীতানাথ ব্ৰহ্মচৌধুৰী১৯৮১তিনিচুকীয়া
৪৯সীতানাথ ব্ৰহ্মচৌধুৰী১৯৮২ডিফু
৫০বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য১৯৮৩বঙাইগাঁও
৫১যোগেশ দাস১৯৮৫বিহপুৰীয়া
৫২বীৰেন বৰকটকী১৯৮৬কামপুৰ
৫৩মহেন্দ্ৰ বৰা১৯৮৭পাঠশালা
৫৪কীৰ্তিনাথ হাজৰিকা১৯৮৮হাইলাকান্দি
৫৫মহিম বৰা১৯৮৯ডুমডুমা
৫৬নৱকান্ত বৰুৱা১৯৯০বিশ্বনাথ চাৰিআলি
৫৭নিৰ্মলপ্ৰভা বৰদলৈ১৯৯১দুধনৈ
৫৮লক্ষ্যধৰ চৌধুৰী১৯৯২গোৰেশ্বৰ
৫৯ভূপেন হাজৰিকা১৯৯৩শিৱসাগৰ
৬০লীলা গগৈ১৯৯৪মৰিগাঁও
৬১হিতেশ ডেকা১৯৯৫সৰ্থেবাৰী
৬২লক্ষ্মীনন্দন বৰা১৯৯৬বোকাখাত
৬৩নগেন শইকীয়া১৯৯৭বিলাসীপাৰা
৬৪নগেন শইকীয়া১৯৯৮হাওৰাঘাট
৬৫চন্দ্ৰপ্ৰসাদ শইকীয়া১৯৯৯হাজো
৬৬চন্দ্ৰপ্ৰসাদ শইকীয়া২০০০যোৰহাট
৬৭হোমেন বৰগোহাঞি২০০১ডিব্ৰুগড়
৬৮হোমেন বৰগোহাঞি২০০২কলগাছিয়া
৬৯বীৰেন্দ্ৰনাথ দত্ত২০০৩উত্তৰ লখিমপুৰ
৭০বীৰেন্দ্ৰনাথ দত্ত২০০৪হোজাই
৭১কনকসেন ডেকা২০০৫ছিপাঝাৰ
৭২কনকসেন ডেকা২০০৬বেলশৰ
৭৩কনকসেন ডেকা২০০৭চাপৰ
৭৪ৰংবং তেৰাং২০০৯ধেমাজি
৭৫ৰংবং তেৰাং২০১০দেৰগাঁও
৭৬ইমৰাণ শ্বাহ২০১৩বৰপেটা ৰোড
৭৭ডাঃ ধ্ৰুৱজ্যোতি বৰা২০১৫কলিয়াবৰ
৭৮পৰমানন্দ ৰাজবংশী২০১৮বৰডুমচা
৭৯কুলধৰ শইকীয়া২০২০শুৱালকুচি
৮০ড° সূৰ্যকান্ত হাজৰিকা২০২৩নাৰায়ণপুৰ
৮১বসন্ত কুমাৰ গোস্বামী২০২৫পাঠশালা
টোকা: ড° সূৰ্যকান্ত হাজৰিকা ২৪ ডিচেম্বৰ, ২০২২ চনত ২০২৩ চনৰ নাৰায়ণপুৰ অধিৱেশনৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →