৩৫ (অসমৰ জিলা কেইখন হৈছে - তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজী, চৰাইদেউ, শিৱসাগৰ, লক্ষীমপুৰ, মাজুলী, যোৰহাট, বিশ্বনাথ, গোলাঘাট, কাৰ্বি আংলং পূব, কাৰ্বি আংলং পশ্চিম, শোণিতপুৰ, নগাওঁ, হোজাই, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, মৰিগাওঁ, ওদালগুৰি, দৰং, কামৰূপ মহানগৰ, বাক্সা, নলবাৰী, কামৰূপ, বৰপেটা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা-মানকাচাৰ, বজালী, তামুলপুৰ) অধিক তথ্যৰ বাবে ক্লিক কৰক - অসম Assam असम
2. অসমৰ প্ৰধান নদী কেইখনৰ নাম কি ?
ব্রহ্মপুত্ৰ আৰু বৰাক নদী
3. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন জিলাত অবস্থিত?
যোৰহাট জিলা
4. অভাউসা অৰ্থাৎ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা' কিমান চনত জন্ম হৈছিল?
১৮৮৮ চন
5. কিমান চনত ‘অসম চুক্তি’স্বাক্ষৰিত হৈছিল ?
১৯৮৫ চন
6. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
১৯৮৫ চন
7. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা গৰাকী কোন আছিল?
আইদেউ সন্দিকৈ
8. চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল?
ড০ ভূপেন হাজৰিকা
9. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি আছিল?
এৰা বাটৰ সুৰ
10. উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো কোন ঠাইত অবস্থিত ?
যোৰহাটৰ টোকলাইত
11. লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন কবিতা পুথি কি কি ?
কদমকলি, পদুমকলি
12.বিষ্ণুৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি আছিল?
ফেৰেংগাদাও
13. ভূপেন হাজৰিকাৰ কণ্ঠত বাণীবন্ধন হোৱা প্ৰথম গীতটো কি আছিল?
কাষতে কলচী লৈ যায় ঐ ৰচকী বাই
14. প্ৰথম অসমীয়া ছপা পুথি খনৰ নাম কি?
ধৰ্ম পুস্তক
15. অসমীয়া গদ্য সাহিত্যৰ জনক কোন আছিল?
ভট্টদেৱ
16. “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীতৰ ৰচয়িতা কোন আছিল?
অম্বিকাগিৰি ৰায় চৌধুৰী
17. ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল?
নলিনীধৰ ভট্টাচাৰ্য
18. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি আছিল?
ভানুমতী
19. ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন আছিল?
ড° ভবেন্দ্ৰনাথ শইকীয়া
20. অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন আছিল?
শুচিব্ৰতা ৰায়চৌধুৰী
লগতে চাওক-
Share some gk of Arunachal Pradesh too.
ReplyDeleteSure
Delete