Puhor bisari jau পোহৰ বিচাৰি যাওঁ

A Website for History, Assamese Unicoded Literature, Health, Gk, Science and Technology, Travelling, Recipe etc

Thursday, May 21, 2020

অসম কুইজ (তৃতীয় খণ্ড)


1. অসমত কলাগুৰু বুলি কাক কোৱা হয়?




... Answer is A)
বিষ্ণুপ্ৰসাদ ৰাভা


2. অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল?




... Answer is D)
ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী


3. গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল?




... Answer is C)
কেলভিন


4. অসমৰ অগ্নিকবিজনৰ নাম কি?




... Answer is B)
কমলাকান্ত ভট্টাচাৰ্য


5. অসমৰ দেশভক্ত কোন আছিল?




... Answer is A)
তৰুণৰাম ফুকন


6. অসমৰ সংগীত সূৰ্য ৰূপে কোনজন ব্যক্তিক জনা যায়?




... Answer is A)
ড° ভূপেন হাজৰিকা


7. অসমৰ প্ৰথম মহিলা আই এ এছ কোন আছিল?




... Answer is C)
পাৰুল দাস


8. ২০১১ চনৰ লোক পিয়ল মতে অসমৰ জনসংখ্যা কিমান আছিল?




... Answer is A)
৩,১২,০৫,৫৭৬ জন


9. অসমত মৰাপাটৰ কল ক’ত অবস্থিত?




... Answer is B)
শিলঘাট


10. শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল?




... Answer is C)
শ্ৰীমন্ত মাধৱদেৱ



11. অসমত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী জনৰ নাম কি আছিল?




... Answer is B)
ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য


12. অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?




... Answer is A)
আনন্দৰাম বৰুৱা


13. অসম কেশৰী ৰূপে কোনজন ব্যক্তিক জনা যায়?




... Answer is C)
অম্বিকাগিৰি ৰায়চৌধুৰী


14. অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল?




... Answer is B)
বিষ্ণুৰাম মেধি


15. অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজনৰ নাম কি?




... Answer is A)
ফকৰুদ্দিন আলী আহমেদ


16. অসমৰ উপন্যাস সম্ৰাট কোন আছিল?




... Answer is D)
ৰজনীকান্ত বৰদলৈ


17. বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি আছিল?




... Answer is C)
পূবেৰুণ


18. কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?




... Answer is A)
১৮২৩ চন


19. গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল?




... Answer is D)
১৯৭০ চন


20. ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?




... Answer is B)
৫৫ শতাংশ




21. অসম চাহ নিগম কেতিয়া গঠন কৰা হৈছিল?




... Answer is A)
১৯৭৩ চন


22. পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?




... Answer is D)
১৯৮৭ চন


23. গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল?




... Answer is B)
১৯৪৮ চন


24. প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি?




... Answer is A)
ভানুমতী


25. মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?




... Answer is B)
১৯৯০ চন

No comments:

Post a Comment