বিষ্ণুপ্ৰসাদ ৰাভা
2. অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল?
ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী
3. গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল?
কেলভিন
4. অসমৰ অগ্নিকবিজনৰ নাম কি?
কমলাকান্ত ভট্টাচাৰ্য
5. অসমৰ দেশভক্ত কোন আছিল?
তৰুণৰাম ফুকন
6. অসমৰ সংগীত সূৰ্য ৰূপে কোনজন ব্যক্তিক জনা যায়?
ড° ভূপেন হাজৰিকা
7. অসমৰ প্ৰথম মহিলা আই এ এছ কোন আছিল?
পাৰুল দাস
8. ২০১১ চনৰ লোক পিয়ল মতে অসমৰ জনসংখ্যা কিমান আছিল?
৩,১২,০৫,৫৭৬ জন
9. অসমত মৰাপাটৰ কল ক’ত অবস্থিত?
শিলঘাট
10. শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল?
শ্ৰীমন্ত মাধৱদেৱ
11. অসমত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী জনৰ নাম কি আছিল?
ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
12. অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?
আনন্দৰাম বৰুৱা
13. অসম কেশৰী ৰূপে কোনজন ব্যক্তিক জনা যায়?
অম্বিকাগিৰি ৰায়চৌধুৰী
14. অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল?
বিষ্ণুৰাম মেধি
15. অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজনৰ নাম কি?
ফকৰুদ্দিন আলী আহমেদ
16. অসমৰ উপন্যাস সম্ৰাট কোন আছিল?
ৰজনীকান্ত বৰদলৈ
17. বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি আছিল?
পূবেৰুণ
18. কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?
১৮২৩ চন
19. গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল?
১৯৭০ চন
20. ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?
৫৫ শতাংশ
21. অসম চাহ নিগম কেতিয়া গঠন কৰা হৈছিল?
১৯৭৩ চন
22. পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
১৯৮৭ চন
23. গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল?
১৯৪৮ চন
24. প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি?
ভানুমতী
25. মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
১৯৯০ চন