assam govt job exam important questions
৫৪/ Choose the correct form of sentence:
৫৭/ Choose the correct synonym:
৫৮/ Choose the correct collective noun:
৫৯/ Choose the correct option to complete the following sentence:
৬০/ Choose the correct word denoting place:
৬২/ Fill in the blank by choosing the correct preposition:
প্ৰথম খণ্ডৰ লিংক -
১/ বি.টি. এ. ডি. (BTAD → Bodoland Territorial Area Districts) (বৰ্তমান BTR → Bodoland Territorial Region) কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
a) ৩ ফেব্ৰুৱাৰী, ২০০৩
b) ৫ জানুৱাৰী, ২০০৩
c) ২২ জানুৱাৰী, ২০০৩
d) ১০ ফেব্ৰুৱাৰী, ২০০৩
উত্তৰ:- d) ১০ ফেব্ৰুৱাৰী, ২০০৩
২/ নিম্নলিখিত কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে -
a) ভোগদৈ
b) কামেং
c) সোৱণশিৰি
d) ওপৰৰ এটাও নহয়
উত্তৰ:- a) ভোগদৈ
৩/ ব্ৰিটিছ চৰকাৰৰ পৰা "ছাৰ" উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন?
উত্তৰ:- ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
৪/ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কি?
a) নুমলীগড় শোধনাগাৰ
b) বাৰাউনি শোধনাগাৰ
c) ডিগবৈ শোধনাগাৰ
d) নুনমাটি শোধনাগাৰ
উত্তৰ:- c) ডিগবৈ শোধনাগাৰ
(ডিগবৈ শোধনাগাৰ ১১ ডিচেম্বৰ, ১৯০১ চনত প্ৰতিষ্ঠা কৰা হৈছিল)
৫/ গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল?
a) ফুলমতী
b) ৰমণী গাভৰু
c) মূলা গাভৰু
d) জয়মতী কুঁৱৰী
উত্তৰ:- d) জয়মতী কুঁৱৰী
৬/ অসমৰ প্ৰাচীন নাম কি?
উত্তৰ:- প্ৰাগজ্যোতিষপুৰ
৭/ "ৰামায়ণ" অসমীয়ালৈ কোনে অনুবাদ কৰিছিল?
উত্তৰ:- মাধৱ কন্দলী।
৮/ নামঘোষাৰ আন এটা নাম কি?
উত্তৰ:- হেজাৰী ঘোষা
৯/ কোনখন ৰাজ্য অসমৰ উত্তৰত অৱস্থিত?
a) নাগালেণ্ড
b) ছিক্কিম
c) অৰুণাচল প্ৰদেশ
d) মণিপুৰ
উত্তৰ:- c) অৰুণাচল প্ৰদেশ
১০/ অসমৰ ক্ৰান্তীয় বৰ্ষাৰণ্য কোনখন?
a) Bogibeel Rainforest
b) Dehing Patkai Rainforest
c) Buri Rainforest
d) None of these
উত্তৰ:- b) Dehing Patkai Rainforest
১১/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান?
a) ৭৩.১৮
b) ৬৯.৭২
c) ৭৫.৪৮
d) ৬৩.৮২
উত্তৰ:- a) ৭৩.১৮
১২/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন সৰ্বাধিক জনসংখ্যা ঘনত্বৰ জিলা?
a) গোলাঘাট
b) কামৰূপ মেট্ৰপলিটান
c) কাৰ্বি আংলং
d) কোকৰাঝাৰ
উত্তৰ:- b) কামৰূপ মেট্ৰপলিটান
১৩/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলা?
a) কামৰূপ
b) ডিমা হাছাও
c) তামুলপুৰ
d) বজালী
উত্তৰ:- b) ডিমা হাছাও
১৪/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বোচ্চ জনবসতিপূৰ্ণ জিলাখন কোনখন -
a) মৰিগাঁও
b) গোলাঘাট
c) তিনিচুকীয়া
d) নগাঁও
উত্তৰ:- d) নগাঁও
১৫/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ বেছি পুৰুষ-মহিলাৰ অনুপাত থকা জিলা কোনখন -
a) বাক্সা
b) ওদালগুৰি
c) ধেমাজি
d) তিনিচুকীয়া
উত্তৰ:- a) বাক্সা
১৬/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম পুৰুষ-মহিলাৰ অনুপাত থকা জিলা কোনখন -
a) লখিমপুৰ
b) ডিমা হাছাও
c) বজালী
d) নগাঁও
উত্তৰ:- b) ডিমা হাছাও
১৭/ বৰাইল পৰ্বতৰ সৰ্বোচ্চ শৃংগ কোনটো -
a) Mahadeo
b) Singhason
c) Theipibung
d) None of these
উত্তৰ:- c) Theipibung
১৮/ অসমলৈ কোনে মান আনিছিল?
উত্তৰ:- বদন বৰফুকন
১৯/ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?
উত্তৰ:- চৰাইদেউ
২০/ আহোমৰ শেষ ৰাজধানী ক'ত আছিল?
উত্তৰ:- যোৰহাট
২১/ শৰাইঘাটৰ যুদ্ধত আহোমক নেতৃত্ব দিয়া সেনাপতি কোন আছিল?
উত্তৰ:- লাচিত বৰফুকন
২২/ আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ নাম কি আছিল?
উত্তৰ:- স্বৰ্গদেউ চাওলুং ছ্যুকাফা
২৩/ প্ৰথম অসমীয়া গদ্য সাহিত্যৰ জনক "কথা গীতা"ৰ লিখক কোন?
উত্তৰ:- ভট্টদেৱ
২৪/ ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য
২৫/ শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
a) মান আৰু আহোম
b) আহোম আৰু মোগল
c) মান আৰু ইংৰাজ
d) ইংৰাজ আৰু মান
উত্তৰ:- b) আহোম আৰু মোগল (১৬৭১ চনত)
২৬/ "মহাভাৰত" কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ:- ৰাম সৰস্বতী
২৭/ "নামঘোষা" কোনে ৰচনা কৰিছিল?
উত্তৰ:- শ্ৰী শ্ৰী মাধৱদেৱ
২৮/ "কীৰ্তন ঘোষা" কোনে ৰচনা কৰিছিল?
উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ
২৯/ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?
a) ১৫৫৬ চনত
b) ১৮৫৬ চনত
c) ১৮৭৫ চনত
d) ১৮২৬ চনত
উত্তৰ:- d) ১৮২৬ চনত
৩০/ কোনখন ৰাজ্যৰ সৈতে অসমে ইয়াৰ সীমা ভাগ-বতৰা নকৰে?
a) ত্ৰিপুৰা
b) নাগালেণ্ড
c) মেঘালয়
d) ছিক্কিম
উত্তৰ:- d) ছিক্কিম
৩১/ অসমৰ কিমান মাটি বনাঞ্চলে দখল কৰি আছে?
a) ৩২.৩০%
b) ৩৪.২১%
c) ৩১.২০%
d) ৩০.১২%
উত্তৰ:- b) ৩৪.২১%
(২৬,৮৩২ sq km)
৩২/ উত্তৰ পূবৰ ৰাজ্য সমূহৰ ভিতৰত অঞ্চল অনুসৰি অসমৰ স্থান কিমান?
a) প্ৰথম
b) দ্বিতীয়
c) তৃতীয়
d) চতুৰ্থ
উত্তৰ:- b) দ্বিতীয়
(অসমৰ মাটিকালি - ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ)
৩৩/ উত্তৰ পূবৰ ৰাজ্য সমূহৰ ভিতৰত অঞ্চল অনুসৰি অৰুণাচল প্ৰদেশৰ স্থান কিমান?
a) প্ৰথম
b) দ্বিতীয়
c) তৃতীয়
d) চতুৰ্থ
উত্তৰ:- a) প্ৰথম
(অৰুণাচল প্ৰদেশৰ মাটিকালি - ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ)
৩৪/ নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত?
a) Retreating monsoon season
b) Pre monsoon season
c) Winter season
d) Monsoon season
উত্তৰ:- b) Pre monsoon season
৩৫/ ভূমিকম্পৰ বাবে কোন বছৰত চানডুবি বিলৰ সৃষ্টি হৈছিল?
a) ৩ জুলাই, ১৯৩০
b) ৭ আগষ্ট, ১৯২৪
c) ১২ জুন, ১৮৯৭
d) ৯ জুন, ১৮৯৮
উত্তৰ:- c) ১২ জুন, ১৮৯৭
৩৬/ আহোমসকল অসমলৈ কেতিয়া আহিছিল?
a) ১২৩৫ খৃষ্টাব্দত
b) ১২৩১ খৃষ্টাব্দত
c) ১২২৭ খৃষ্টাব্দত
d) ১২২৮ খৃষ্টাব্দত
উত্তৰ:- d) ১২২৮ খৃষ্টাব্দত
৩৭/ ব্ৰহ্মপুত্ৰৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ?
a) মানস নদী
b) সোৱণশিৰি নদী
c) জীয়া ভৰলী নদী
d) ধনশিৰি নদী
উত্তৰ:- b) সোৱণশিৰি নদী
৩৮/ নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়?
a) সোৱণশিৰি নদী
b) ৰঙানদী
c) জীয়া ভৰলী নদী
d) জীয়াঢল
উত্তৰ:- c) জীয়া ভৰলী নদী
৩৯/ বৰাক উপত্যকাত কিমানখন জিলা আছে?
a) ২ খন
b) ৫ খন
c) ৪ খন
d) ৩ খন
উত্তৰ:- d) ৩ খন
(বৰাক উপত্যকাত থকা জিলা কেইখন হৈছে - কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি)
৪০/ অসমীয়া চুটি গল্পৰ পিতৃস্বৰূপ কোন?
a) হেমচন্দ্ৰ গোস্বামী
b) লক্ষ্মীনাথ বেজবৰুৱা
c) আনন্দ চন্দ্ৰ আগৰৱালা
d) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰ:- b) লক্ষ্মীনাথ বেজবৰুৱা
৪১/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?
a) ৩ কোটি
b) ৩.৭ কোটি
c) ৩.১২ কোটি
d) ৩.১০ কোটি
উত্তৰ:- c) ৩.১২ কোটি (৩,১২,০৫,৫৭৬)
৪২/ এটা বৃত্তৰ কেইডাল স্পৰ্শক থাকে? (How many Tangents can a circle have?)
a) 1
b) 2
c) 0
d) ∞
Ans:- d) ∞
৪৩/ দুটা সদৃশ ত্ৰিভূজৰ ক্ষেত্ৰত তলৰ কোনটো ভুল তথ্য -
a) দুয়োটা ত্ৰিভূজৰ অনুৰূপ কোণবোৰ সমান
b) দুয়োটা ত্ৰিভূজৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে
c) দুয়োটা ত্ৰিভূজৰ দুটা সমান কোণৰ সন্মুখৰ বাহুবোৰ একে অনুপাতত থাকে
d) দুয়োটা ত্ৰিভূজৰ অনুৰূপ বাহুবোৰ সমান
Ans:- d) দুয়োটা ত্ৰিভূজৰ অনুৰূপ বাহুবোৰ সমান
৪৪/ Book is to library as Garden is to -
a) Plant
b) Pen
c) Green
d) Writer
Ans:- a) Plant
৪৫/ A and B like mathematics but X and Y like chemistry. A and Y like physics. Then who likes Mathematics and Physics? (A আৰু B য়ে যদি গণিত ভাল পায়, X আৰু Y য়ে ৰসায়ন বিজ্ঞান ভাল পায়। A আৰু Y য়ে পদাৰ্থ বিজ্ঞান ভাল পায়। তেন্তে গণিত আৰু পদাৰ্থ বিজ্ঞান কোনে ভাল পাব?)
a) B
b) Y
c) A
d) X
Ans:- c) A
৪৬/ মেৰীৰ দুজনী ভনীয়েক আছে আৰু জেক হৈছে মেৰীৰ ভায়েক, তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালত কিমান শিশু আছে? (If Marry has two sisters and Jack is Marry's brother, then how many children are there in the family?)
a) 2
b) 3
c) 4
d) 5
Ans:- c) 4
৪৭/ If 28th February of 2018 is Wednesday, what will be the day of the week on the 28th February of 2019? (যদি ২৮ ফেব্ৰুৱাৰী, ২০১৮ বুধবাৰ হয়, তেনেহলে ২৮ ফেব্ৰুৱাৰী ২০১৯ সপ্তাহৰ কোনটো দিন হ'ব?)
a) Wednesday বুধবাৰ
b) Thursday বৃহস্পতিবাৰ
c) Tuesday মঙ্গলবাৰ
d) Friday শুক্ৰবাৰ
Ans:- b) Thursday বৃহস্পতিবাৰ
৪৮/ Which one of the following is odd among the followings?
a) England
b) India
c) Japan
d) China
Ans:- a) England
৪৯/ Man: Mammal, Butterfly: Insect, Snake: ?
a) Mammal
b) Reptile
c) Bird
d) Amphibian
Ans:- b) Reptile
৫০/ The word Illegible means -
a) Fit
b) Illegal
c) Not readable
d) Elective
Ans:- c) Not readable
৫১/ Wood is related to Charcoal in the same way as Coal is related to -
a) Fire
b) Coke
c) Smoke
d) Ash
Ans:- b) Coke
৫২/ If SIDE is written as DSIE and ROAM is written as AROM, then EXAM is written as - (যদি SIDE শব্দটি DSIE হিচাপে আৰু ROAM শব্দটি AROM হিচাপে লিখা হয়, তেন্তে EXAM লিখা হ'ব -)
a) XEAM
b) EAXM
c) AEXM
d) XAME
Ans:- c) AEXM
৫৩/ যদি ১০ বছৰ পিছত কৃষ্ণৰ বয়স বৰ্তমান বয়সৰ ৩ গুণ হয় তেন্তে তেওঁৰ বৰ্তমান বয়স কিমান?
a) ৭
b) ৫
c) ১০
d) ২০
Ans:- b) ৫
৫৪/ Choose the correct form of sentence:
I ____ the letter before she arrived.
a) wrote
b) had written
c) was writing
d) have written
Ans:- b) had written
৫৫/ In each of the following group of words there is one word which is spelt correctly. Identify the word from the given options:
a) Bouquette
b) Bouqette
c) Bouquet
d) Bouquete
Ans:- c) Bouquet
৫৬/ Select the pair which has the same relationship:
Speech: Dumb
a) Voice: Lips
b) Light: Blind
c) Sound: Vibration
d) Language: Deaf
Ans:- b) Light: Blind
৫৭/ Choose the correct synonym:
Postpone
a) defer
b) defy
c) debit
d) differ
Ans:- a) defer
৫৮/ Choose the correct collective noun:
A _______ of flowers.
a) heap
b) garden
c) bouquet
d) tuft
Ans:- c) bouquet
৫৯/ Choose the correct option to complete the following sentence:
As black as _______
a) hair
b) dye
c) coal
d) crow
Ans:- c) coal
৬০/ Choose the correct word denoting place:
The donkey lives in a -
a) Stable
b) Forest
c) Zoo
d) Shed
Ans:- d) Shed
৬১/ যদি জীয়েকৰ দুগুণ বয়স মাকৰ বয়সৰ সৈতে যোগ কৰা হয় তেতিয়াহ'লে সৰ্বমুঠ যোগফল হয় ৮০ । যদি মাকৰ দুগুণ বয়স জীয়েকৰ বয়সৰ সৈতে যোগ কৰা হয় তেতিয়াহ'লে সৰ্বমুঠ যোগফল হয় ১০০ । গতিকে মাক আৰু জীয়েকৰ বয়স হ'ব -
a) ৪০, ২০
b) ৩০, ৪০
c) ৫০, ৩০
d) ৬০, ৪০
Ans:- a) ৪০, ২০
৬২/ Fill in the blank by choosing the correct preposition:
I cannot agree ______ all the proposals.
a) on
b) with
c) to
d) of
Ans:- c) to
৬৩/ অসমৰ 'চাহ ৰাজধানী' হ'ল -
a) শুৱালকুচি
b) ডিব্ৰুগড়
c) যোৰহাট
d) তেজপুৰ
Ans:- c) যোৰহাট
৬৪/ ভাৰতৰ 'চাহৰ নগৰ' হ'ল -
a) শিৱসাগৰ
b) ডিব্ৰুগড়
c) তিনিচুকীয়া
d) গোলাঘাট
Ans:- b) ডিব্ৰুগড়
৬৫/ ৰাজ্যসভাৰ চেয়াৰমেন কোন?
a) ৰাষ্ট্ৰপতি
b) উপৰাষ্ট্ৰপতি
c) প্ৰধানমন্ত্ৰী
d) এটনী জেনেৰেল
Ans:- b) উপৰাষ্ট্ৰপতি
৬৬/ তলৰ কোনখন অসমৰ পূবফালে নহয়?
a) নাগালেণ্ড
b) ভূটান
c) মণিপুৰ
d) ম্যানমাৰ
উত্তৰ:- b) ভূটান
৬৭/ অম্বুবাচী মেলা অসমৰ কোনটো মন্দিৰত হয়?
a) উমানন্দ
b) কামাখ্যা
c) উগ্রতাৰা
d) শিৱ মন্দিৰ
উত্তৰ:- b) কামাখ্যা
৬৮/ শুৱালকুচি কিয় বিখ্যাত?
a) মুগা চিল্ক
b) আম
c) চাহপাত
d) সত্ৰীয়া নৃত্য
উত্তৰ:- a) মুগা চিল্ক
৬৯/ লোকসভাত অসমৰ সদস্যৰ সংখ্যা কিমান?
a) ১২
b) ১৫
c) ১৪
d) ২০
উত্তৰ:- c) ১৪
৭০/ 'অসমৰ লৰা ৰজা' হিচাপে কাক জনা যায়?
a) ৰাজেশ্বৰ সিংহ
b) ৰত্নধ্বজ সিংহ
c) ৰত্নেশ্বৰ সিংহ
d) ৰুদ্ৰ সিংহ
উত্তৰ:- b) ৰত্নধ্বজ সিংহ
৭১/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী হ'ল -
a) নীল
b) কংগ
c) গংগা
d) আমেজন
উত্তৰ:- d) আমেজন
৭২/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক'ত আছে?
a) উৰিষ্যা
b) মেঘালয়
c) অসম
d) অৰুণাচল প্ৰদেশ
উত্তৰ:- c) অসম
৭৩/ পৃথিৱীৰ অন্য ডাঙৰ নদী দ্বীপ মাজুলী অসমৰ কোনখন জিলাত?
a) যোৰহাট
b) শোণিতপুৰ
c) লখিমপুৰ
d) শিৱসাগৰ
উত্তৰ:- a) যোৰহাট
৭৪/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল -
a) চাহাৰা
b) গোবি
c) থৰ
d) টাকালা মাকান
উত্তৰ:- a) চাহাৰা
৭৫/ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নাম হ'ল?
a) জয়মতী
b) হালধীয়া চৰায়ে বাওধান খায়
c) অৰুণোদয়
d) কনকলতা
উত্তৰ:- a) জয়মতী
৭৬/ অসমৰ ৰাজ্যিক সংগ্ৰাহালয় ক'ত?
a) গুৱাহাটী
b) ডিব্ৰুগড়
c) ডিগবৈ
d) যোৰহাট
উত্তৰ:- a) গুৱাহাটী
৭৭/ মগধ সাম্ৰাজ্যৰ প্ৰতিস্থাপক কোন?
a) চন্দ্ৰগুপ্ত
b) বিম্বিসাৰ
c) অশোক
d) ঔৰংজেৱ
উত্তৰ:- b) বিম্বিসাৰ
৭৮/ যদি তুমি ১ ৰ পৰা ১০০ লৈ লিখা তেন্তে তুমি ৯ সংখ্যাটো কেইবাৰ লিখিবা?
a) ১০
b) ২০
c) ৩০
d) ১৫
Ans:- b) ২০
৭৯/ A, B ৰ গিৰিয়েক, C, D ৰ পত্নী। D, A ৰ জোঁৱাই। তেন্তে B, C ৰ কি হ'ব?
a) শাহু আই
b) আইতা
c) মা
d) পেহীয়েক
Ans:- c) মা
৮০/ মহাত্মা গান্ধী কেইবাৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল?
a) 3
b) 4
c) 5
d) 6
Ans:- c) 5
৮১/ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (Certificate of Merit) পোৱা প্ৰথমখন অসমীয়া ছবিৰ নাম কি?
a) হালধীয়া চৰায়ে বাওঁ ধান খাই
b) পিয়লি ফুকন
c) মণিৰাম দেৱান
d) চামেলি মেমচাব
উত্তৰ:- b) পিয়লি ফুকন
৮২/ UAPA (Unlawful Activities (Prevention) Act) কিহৰ লগত জড়িত আইন?
a) সন্ত্ৰাসবাদ
b) শিশু শ্ৰম
c) মানৱ সৰবৰাহ
d) অবৈধ বিদেশী নাগৰিক
উত্তৰ:- a) সন্ত্ৰাসবাদ
৮৩/ ১৫৬৩ চনৰ মাজুলী সন্ধি কাৰ কাৰ মাজত হৈছিল?
a) আহোম আৰু চুতীয়া
b) কোঁচ আৰু কছাৰী
c) কোঁচ আৰু আহোম
d) আহোম আৰু কছাৰী
উত্তৰ:- c) কোঁচ আৰু আহোম
(১৫৬৩ চনৰ মাজুলী সন্ধি কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্ফাৰ মাজত স্বাক্ষৰিত হৈছিল।)
৮৪/ ভাৰতৰ আটাইতকৈ পূবত থকা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে -
a) নামেৰী
b) দিহিং পাটকাই
c) কেইবুল লামজাও
d) নাম দফা
উত্তৰ:- d) নাম দফা
৮৫/ "হাড়গিলা আৰ্মী" - অসমত হাড়গিলাৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গঠিত এক মহিলা গোট যি বৰ্তমান বিশ্বতে স্বীকৃতি পাবলৈ সক্ষম হৈছে। এই হাড়গিলা আৰ্মীৰ মূল কাণ্ডাৰী হৈছে -
a) পূৰ্ণিমা দেৱী বৰ্মন
b) বিৰুৱালা ৰাভা
c) বিজয়া ব্ৰহ্ম
d) লক্ষেশ্বৰী বৰ্মন
উত্তৰ:- a) পূৰ্ণিমা দেৱী বৰ্মন
৮৬/ 'মলাই কাঠনি' কোন ঠাইত অৱস্থিত?
a) তেজপুৰ
b) যোৰহাট
c) গোলাঘাট
d) মাজুলী
উত্তৰ:- b) যোৰহাট
৮৭/ তলৰ কোনটো খণ্ডৰ পৰা অসমে সৰ্বাধিক ৰাজহ লাভ কৰে?
a) Sales Tax
b) Excise Duty
c) Income Tax
d) Land revenue
উত্তৰ:- a) Sales Tax
৮৮/ বৃন্দাৱনী বস্ত্ৰ কোন শতিকাত বোৱা হৈছিল?
a) ১৪ শ
b) ১৫ শ
c) ১৬ শ
d) ১৭ শ
উত্তৰ:- c) ১৬ শ
৮৯/ পাৰ্চেমকুট উৎসৱ পালন কৰে -
a) ৰাভা
b) কাৰ্বি
c) তিৱা
d) খেলমা
উত্তৰ:- d) খেলমা
৯০/ ভাৰতৰ প্ৰথমখন জৈৱিক ৰাজ্য কোনখন?
উত্তৰ:- ছিক্কিম
৯১/ ভাৰতৰ প্ৰথম মানৱ মহাকাশ মিছনটোৰ নাম কি আছিল?
a) আদিত্য L1
b) গগনয়ান
c) চন্দ্ৰয়ান 3
d) শুক্ৰয়ান
উত্তৰ:- b) গগনয়ান
৯২/ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই উৰিষ্যাৰ সম্বলপুৰত কি ব্যৱসায়ৰ সৈতে জড়িত আছিল ?
a) ঔষধ
b) কাঠ
c) প্ৰসাধন সামগ্ৰী
d) কিতাপ
উত্তৰ:- b) কাঠ
৯৩/ সতী সাধনী দিৱস কোন তাৰিখে পালন কৰা হয়?
a) ২১ এপ্ৰিল
b) ২৫ মাৰ্চ
c) ১২ নৱেম্বৰ
d) ২৪ মে
উত্তৰ:- a) ২১ এপ্ৰিল
৯৪/ In "LGBTQIA" --- T stands for -
a) Transfer
b) Transit
c) Transforme
d) Transgender
Ans:- d) Transgender
৯৫/ কুশল কোঁৱৰক কেতিয়া ফাঁচী দিছিল ?
a) 15th June, 1942
b) 15th June, 1945
c) 15th June, 1943
d) 15th June, 1947
উত্তৰ:- c) 15th June, 1943
৯৬/ লাই হাৰাওবা নৃত্য কোন ৰাজ্যৰ?
a) মেঘালয়
b) নাগালেণ্ড
c) মিজোৰাম
d) মণিপুৰ
উত্তৰ:- d) মণিপুৰ
৯৭/ ডায়েবেটিছ দিৱস কোন তাৰিখে পালন কৰা হয়?
a) 14 November
b) 14 December
c) 14 August
d) 14 June
উত্তৰ:- a) 14 November
৯৮/ গাড়ীৰ অড'মিটাৰে কি জোখে?
a) Speed
b) Distance
c) Tyre pressure
d) Fuel
উত্তৰ:- b) Distance