অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে কিছুমান প্ৰশ্নোত্তৰ (দ্বিতীয় খণ্ড) Assam Govt Job Exam Important Questions

assam govt job exam important questions


প্ৰথম খণ্ডৰ লিংক - 

১/ বি.টি. এ. ডি. (BTAD → Bodoland Territorial Area Districts) (বৰ্তমান BTR → Bodoland Territorial Region) কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?


a) ৩ ফেব্ৰুৱাৰী, ২০০৩ 

b) ৫ জানুৱাৰী, ২০০৩ 

c) ২২ জানুৱাৰী, ২০০৩

d) ১০ ফেব্ৰুৱাৰী, ২০০৩

উত্তৰ:- d) ১০ ফেব্ৰুৱাৰী, ২০০৩

২/ নিম্নলিখিত কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে -


a) ভোগদৈ

b) কামেং

c) সোৱণশিৰি

d) ওপৰৰ এটাও নহয়

উত্তৰ:- a) ভোগদৈ

৩/ ব্ৰিটিছ চৰকাৰৰ পৰা "ছাৰ" উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন?

উত্তৰ:- ছাৰ চৈয়দ মহম্মদ ছাদুল্লা

৪/ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কি?


a) নুমলীগড় শোধনাগাৰ

b) বাৰাউনি শোধনাগাৰ

c) ডিগবৈ শোধনাগাৰ

d) নুনমাটি শোধনাগাৰ

উত্তৰ:- c) ডিগবৈ শোধনাগাৰ

(ডিগবৈ শোধনাগাৰ ১১ ডিচেম্বৰ, ১৯০১ চনত প্ৰতিষ্ঠা কৰা হৈছিল)

৫/ গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল?


a) ফুলমতী

b) ৰমণী গাভৰু

c) মূলা গাভৰু

d) জয়মতী কুঁৱৰী

উত্তৰ:- d) জয়মতী কুঁৱৰী

৬/ অসমৰ প্ৰাচীন নাম কি?

উত্তৰ:- প্ৰাগজ্যোতিষপুৰ

৭/ "ৰামায়ণ" অসমীয়ালৈ কোনে অনুবাদ কৰিছিল?

উত্তৰ:- মাধৱ কন্দলী।

৮/ নামঘোষাৰ আন এটা নাম কি?

উত্তৰ:- হেজাৰী ঘোষা

৯/ কোনখন ৰাজ্য অসমৰ উত্তৰত অৱস্থিত?


a) নাগালেণ্ড

b) ছিক্কিম

c) অৰুণাচল প্ৰদেশ

d) মণিপুৰ

উত্তৰ:- c) অৰুণাচল প্ৰদেশ

১০/ অসমৰ ক্ৰান্তীয় বৰ্ষাৰণ্য কোনখন?


a) Bogibeel Rainforest

b) Dehing Patkai Rainforest

c) Buri Rainforest

d) None of these

উত্তৰ:- b) Dehing Patkai Rainforest

১১/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান?


a) ৭৩.১৮

b) ৬৯.৭২

c) ৭৫.৪৮

d) ৬৩.৮২

উত্তৰ:- a) ৭৩.১৮

১২/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন সৰ্বাধিক জনসংখ্যা ঘনত্বৰ জিলা?


a) গোলাঘাট

b) কামৰূপ মেট্ৰপলিটান

c) কাৰ্বি আংলং

d) কোকৰাঝাৰ

উত্তৰ:- b) কামৰূপ মেট্ৰপলিটান

১৩/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলা?


a) কামৰূপ

b) ডিমা হাছাও

c) তামুলপুৰ

d) বজালী

উত্তৰ:- b) ডিমা হাছাও

১৪/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বোচ্চ জনবসতিপূৰ্ণ জিলাখন কোনখন -


a) মৰিগাঁও

b) গোলাঘাট

c) তিনিচুকীয়া

d) নগাঁও

উত্তৰ:- d) নগাঁও

১৫/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ বেছি পুৰুষ-মহিলাৰ অনুপাত থকা জিলা কোনখন -


a) বাক্সা

b) ওদালগুৰি

c) ধেমাজি

d) তিনিচুকীয়া

উত্তৰ:- a) বাক্সা

১৬/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম পুৰুষ-মহিলাৰ অনুপাত থকা জিলা কোনখন -


a) লখিমপুৰ

b) ডিমা হাছাও

c) বজালী

d) নগাঁও

উত্তৰ:- b) ডিমা হাছাও

১৭/ বৰাইল পৰ্বতৰ সৰ্বোচ্চ শৃংগ কোনটো -


a) Mahadeo

b) Singhason

c) Theipibung

d) None of these

উত্তৰ:- c) Theipibung

১৮/ অসমলৈ কোনে মান আনিছিল?

উত্তৰ:- বদন বৰফুকন

১৯/ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?

উত্তৰ:- চৰাইদেউ

২০/ আহোমৰ শেষ ৰাজধানী ক'ত আছিল?

উত্তৰ:- যোৰহাট

২১/ শৰাইঘাটৰ যুদ্ধত আহোমক নেতৃত্ব দিয়া সেনাপতি কোন আছিল?

উত্তৰ:- লাচিত বৰফুকন

২২/ আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ নাম কি আছিল?

উত্তৰ:- স্বৰ্গদেউ চাওলুং ছ্যুকাফা

২৩/ প্ৰথম অসমীয়া গদ্য সাহিত্যৰ জনক "কথা গীতা"ৰ লিখক কোন?

উত্তৰ:- ভট্টদেৱ

২৪/ ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?

উত্তৰ:- বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য

২৫/ শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?


a) মান আৰু আহোম

b) আহোম আৰু মোগল

c) মান আৰু ইংৰাজ

d) ইংৰাজ আৰু মান

উত্তৰ:- b) আহোম আৰু মোগল (১৬৭১ চনত)

২৬/ "মহাভাৰত" কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ:- ৰাম সৰস্বতী

২৭/ "নামঘোষা" কোনে ৰচনা কৰিছিল?

উত্তৰ:- শ্ৰী শ্ৰী মাধৱদেৱ

২৮/ "কীৰ্তন ঘোষা" কোনে ৰচনা কৰিছিল?

উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ

২৯/ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?


a) ১৫৫৬ চনত

b) ১৮৫৬ চনত

c) ১৮৭৫ চনত

d) ১৮২৬ চনত

উত্তৰ:- d) ১৮২৬ চনত

৩০/ কোনখন ৰাজ্যৰ সৈতে অসমে ইয়াৰ সীমা ভাগ-বতৰা নকৰে?


a) ত্ৰিপুৰা

b) নাগালেণ্ড

c) মেঘালয়

d) ছিক্কিম

উত্তৰ:- d) ছিক্কিম

৩১/ অসমৰ কিমান মাটি বনাঞ্চলে দখল কৰি আছে?


a) ৩২.৩০%

b) ৩৪.২১%

c) ৩১.২০%

d) ৩০.১২%

উত্তৰ:- b) ৩৪.২১%

 (২৬,৮৩২ sq km)

৩২/ উত্তৰ পূবৰ ৰাজ্য সমূহৰ ভিতৰত অঞ্চল অনুসৰি অসমৰ স্থান কিমান?


a) প্ৰথম

b) দ্বিতীয়

c) তৃতীয়

d) চতুৰ্থ

উত্তৰ:- b) দ্বিতীয়

(অসমৰ মাটিকালি - ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ)

৩৩/ উত্তৰ পূবৰ ৰাজ্য সমূহৰ ভিতৰত অঞ্চল অনুসৰি অৰুণাচল প্ৰদেশৰ স্থান কিমান?


a) প্ৰথম

b) দ্বিতীয়

c) তৃতীয়

d) চতুৰ্থ

উত্তৰ:- a) প্ৰথম

(অৰুণাচল প্ৰদেশৰ মাটিকালি - ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ)

৩৪/ নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত?


a) Retreating monsoon season

b) Pre monsoon season

c) Winter season

d) Monsoon season

উত্তৰ:- b) Pre monsoon season

৩৫/ ভূমিকম্পৰ বাবে কোন বছৰত চানডুবি বিলৰ সৃষ্টি হৈছিল?


a) ৩ জুলাই, ১৯৩০

b) ৭ আগষ্ট, ১৯২৪

c) ১২ জুন, ১৮৯৭

d) ৯ জুন, ১৮৯৮

উত্তৰ:- c) ১২ জুন, ১৮৯৭

৩৬/ আহোমসকল অসমলৈ কেতিয়া আহিছিল?


a) ১২৩৫ খৃষ্টাব্দত

b) ১২৩১ খৃষ্টাব্দত

c) ১২২৭ খৃষ্টাব্দত

d) ১২২৮ খৃষ্টাব্দত

উত্তৰ:-  d) ১২২৮ খৃষ্টাব্দত

৩৭/ ব্ৰহ্মপুত্ৰৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ?


a) মানস নদী

b) সোৱণশিৰি নদী

c) জীয়া ভৰলী নদী

d) ধনশিৰি নদী

উত্তৰ:- b) সোৱণশিৰি নদী

৩৮/ নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়?


a) সোৱণশিৰি নদী

b) ৰঙানদী

c) জীয়া ভৰলী নদী

d) জীয়াঢল

উত্তৰ:- c) জীয়া ভৰলী নদী

৩৯/ বৰাক উপত্যকাত কিমানখন জিলা আছে?


a) ২ খন

b) ৫ খন

c) ৪ খন

d) ৩ খন

উত্তৰ:- d) ৩ খন

(বৰাক উপত্যকাত থকা জিলা কেইখন হৈছে - কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি)

৪০/ অসমীয়া চুটি গল্পৰ পিতৃস্বৰূপ কোন?


a) হেমচন্দ্ৰ গোস্বামী

b) লক্ষ্মীনাথ বেজবৰুৱা

c) আনন্দ চন্দ্ৰ আগৰৱালা

d) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ:- b) লক্ষ্মীনাথ বেজবৰুৱা

৪১/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?


a) ৩ কোটি

b) ৩.৭ কোটি

c) ৩.১২ কোটি

d) ৩.১০ কোটি

উত্তৰ:- c) ৩.১২ কোটি (৩,১২,০৫,৫৭৬)

৪২/ এটা বৃত্তৰ কেইডাল স্পৰ্শক থাকে? (How many Tangents can a circle have?)


a) 1

b) 2

c) 0

d) ∞

Ans:- d) ∞

৪৩/ দুটা সদৃশ ত্ৰিভূজৰ ক্ষেত্ৰত তলৰ কোনটো ভুল তথ্য -


a) দুয়োটা ত্ৰিভূজৰ অনুৰূপ কোণবোৰ সমান

b) দুয়োটা ত্ৰিভূজৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে

c) দুয়োটা ত্ৰিভূজৰ দুটা সমান কোণৰ সন্মুখৰ বাহুবোৰ একে অনুপাতত থাকে

d) দুয়োটা ত্ৰিভূজৰ অনুৰূপ বাহুবোৰ সমান

Ans:- d) দুয়োটা ত্ৰিভূজৰ অনুৰূপ বাহুবোৰ সমান

৪৪/ Book is to library as Garden is to -


a) Plant

b) Pen

c) Green

d) Writer

Ans:- a) Plant

৪৫/ A and B like mathematics but X and Y like chemistry. A and Y like physics. Then who likes Mathematics and Physics? (A আৰু B য়ে যদি গণিত ভাল পায়, X আৰু Y য়ে ৰসায়ন বিজ্ঞান ভাল পায়। A আৰু Y য়ে পদাৰ্থ বিজ্ঞান ভাল পায়। তেন্তে গণিত আৰু পদাৰ্থ বিজ্ঞান কোনে ভাল পাব?)


a) B

b) Y

c) A

d) X

Ans:- c) A

৪৬/ মেৰীৰ দুজনী ভনীয়েক আছে আৰু জেক হৈছে মেৰীৰ ভায়েক, তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালত কিমান শিশু আছে? (If Marry has two sisters and Jack is Marry's brother, then how many children are there in the family?)


a) 2

b) 3

c) 4

d) 5

Ans:- c) 4

৪৭/ If 28th February of 2018 is Wednesday, what will be the day of the week on the 28th February of 2019? (যদি ২৮ ফেব্ৰুৱাৰী, ২০১৮ বুধবাৰ হয়, তেনেহলে ২৮ ফেব্ৰুৱাৰী ২০১৯ সপ্তাহৰ কোনটো দিন হ'ব?)


a) Wednesday বুধবাৰ

b) Thursday বৃহস্পতিবাৰ

c) Tuesday মঙ্গলবাৰ

d) Friday শুক্ৰবাৰ

Ans:- b) Thursday বৃহস্পতিবাৰ

৪৮/ Which one of the following is odd among the followings?


a) England

b) India

c) Japan

d) China

Ans:- a) England

৪৯/ Man: Mammal, Butterfly: Insect, Snake: ?


a) Mammal

b) Reptile

c) Bird

d) Amphibian

Ans:- b) Reptile

৫০/ The word Illegible means -


a) Fit

b) Illegal

c) Not readable

d) Elective

Ans:- c) Not readable

৫১/ Wood is related to Charcoal in the same way as Coal is related to -


a) Fire

b) Coke

c) Smoke

d) Ash

Ans:- b) Coke

৫২/ If SIDE is written as DSIE and ROAM is written as AROM, then EXAM is written as - (যদি SIDE শব্দটি DSIE হিচাপে আৰু ROAM শব্দটি AROM হিচাপে লিখা হয়, তেন্তে EXAM লিখা হ'ব -)


a) XEAM

b) EAXM

c) AEXM

d) XAME

Ans:- c) AEXM

৫৩/ যদি ১০ বছৰ পিছত কৃষ্ণৰ বয়স বৰ্তমান বয়সৰ ৩ গুণ হয় তেন্তে তেওঁৰ বৰ্তমান বয়স কিমান?


a) ৭

b) ৫

c) ১০

d) ২০

Ans:- b) ৫

৫৪/ Choose the correct form of sentence:
I ____ the letter before she arrived.


a) wrote

b) had written

c) was writing

d) have written

Ans:- b) had written

৫৫/ In each of the following group of words there is one word which is spelt correctly. Identify the word from the given options:


a) Bouquette

b) Bouqette

c) Bouquet

d) Bouquete

Ans:- c) Bouquet

৫৬/ Select the pair which has the same relationship:


Speech: Dumb

a) Voice: Lips

b) Light: Blind

c) Sound: Vibration

d) Language: Deaf

Ans:- b) Light: Blind

৫৭/ Choose the correct synonym:
Postpone


a) defer

b) defy

c) debit

d) differ

Ans:- a) defer

৫৮/ Choose the correct collective noun: 
A _______ of flowers.


a) heap

b) garden

c) bouquet

d) tuft

Ans:- c) bouquet

৫৯/ Choose the correct option to complete the following sentence:
As black as _______


a) hair

b) dye

c) coal

d) crow

Ans:- c) coal

৬০/ Choose the correct word denoting place:
The donkey lives in a -


a) Stable

b) Forest

c) Zoo

d) Shed

Ans:- d) Shed

৬১/ যদি জীয়েকৰ দুগুণ বয়স মাকৰ বয়সৰ সৈতে যোগ কৰা হয় তেতিয়াহ'লে সৰ্বমুঠ যোগফল হয় ৮০ । যদি মাকৰ দুগুণ বয়স জীয়েকৰ বয়সৰ সৈতে যোগ কৰা হয় তেতিয়াহ'লে সৰ্বমুঠ যোগফল হয় ১০০ । গতিকে মাক আৰু জীয়েকৰ বয়স হ'ব -


a) ৪০, ২০

b) ৩০, ৪০

c) ৫০, ৩০

d) ৬০, ৪০

Ans:- a) ৪০, ২০

৬২/ Fill in the blank by choosing the correct preposition:
I cannot agree ______ all the proposals.


a) on

b) with

c) to

d) of

Ans:- c) to

Post a Comment

0 Comments