Assam Gk 2024

 

১/ অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- শিলচৰ।

২/ অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া ক্ৰীড়াবিদ জনৰ নাম কি?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

৩/ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি?
উত্তৰ:- ডিগবৈ তেল শোধনাগাৰ।

৪/ চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল?
উত্তৰ:- নীতিপাল।

৫/ বামুণী কোঁৱৰৰ টাই-আহোম নাম কি আছিল?
উত্তৰ:- চুডাংফা।

৬/ অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজকৰ নাম কি আছিল?
উত্তৰ:- হিউৱেন-ছাং।

৭/ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
উত্তৰ:- ৭ খন।

৮/ সতী সাধনী কাৰ পত্নী আছিল?
উত্তৰ:- নীতিপাল।

৯/ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ:- কোকৰাঝাৰ।

১০/ ঐতিহাসিক গোহাঁই কমল আলি কোন ঠাইৰ পৰা কোন ঠাইলৈ বিস্তৃত হৈ আছে?
উত্তৰ:- কোচবিহাৰৰ পৰা নাৰায়ণপুৰ।

১১/ অসমৰ প্ৰথম আৰক্ষী মহাপৰিদৰ্শকজনৰ নাম কি আছিল?
উত্তৰ:- চিচেলে প্লৱডেন।

১২/ চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে ২০২১ ৰ পৰা অনুষ্ঠিত কৰা CET ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Common Eligibility Test.

১৩/ অসমৰ ৰাজ্যিক পক্ষী কি?
উত্তৰ:- দেওহাঁহ।

১৪/ ড৹ বাণীকান্ত কাকতিৰ গৱেষণা পত্ৰখনৰ নাম কি?
উত্তৰ:- Assamese, Its Formation and Development.

১৫/ অসমীয়া সাহিত্যত গীত-কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায়?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

১৬/ পঃৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে?
উত্তৰ:- মিচিং জনগোষ্ঠী।

১৭/ অসমৰ ৰাজ্যিক গছ কি?
উত্তৰ:- হোলোং গছ।

১৮/ ২০২১ চনৰ অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল?
উত্তৰ:- ৰতন টাটা।

১৯/ ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা সৰ্বাধিক আছিল?
উত্তৰ:- নগাঁও জিলা।

২০/ ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?
উত্তৰ:- ৩ কোটি ১২ লাখ।

২১/ অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:- যোৰহাট জিলা।

২২/ অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়?
উত্তৰ:- ভট্টদেৱ।

২৩/ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সৰু পুথিখনৰ নাম কি আছিল?
উত্তৰ:- গুণমালা।

২৪/ বড়ো সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৫২ চনত।

২৫/ অসমৰ প্ৰথম মহিলা এ চি এছ বিষয়া গৰাকীৰ নাম কি?
উত্তৰ:- শুচিব্ৰতা ৰায়চৌধুৰী।

২৬/ অসমত উৎপাদিত প্ৰধান খাদ্যশস্য কি?
উত্তৰ:- ধান।

২৭/ জাতিংগা ক'ত অৱস্থিত?
উত্তৰ:- ডিমা হাছাও।

২৮/ জাতিংগা কিহৰ বাবে বিখ্যাত?
উত্তৰ:- ব্যাপক হাৰত পক্ষীৰ আত্মহত্যাৰ বাবে।

২৯/ NESAC - The North-Eastern Space Applications Centre কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ:- মেঘালয়।

৩০/ কোঁচ বংশৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ:- বিশ্ব সিংহ।

৩১/ অসম চৰকাৰে কিমান চনত শিক্ষাৰ গুণগত মান উন্নয়নৰ লক্ষ্যৰে লোৱা পদক্ষেপ- 'গুণোৎসৱ' আৰম্ভ কৰিছিল?
উত্তৰ:- ২০১৭ চনত।

৩২/ নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- বাণ ৰজা।

৩৩/ কোনজন আহোম স্বৰ্গদেউলৈ মণিপুৰৰ ৰজা জয় সিঙে তেওঁৰ কন্যা 'কুৰংগনয়নী'ক বিয়া দিছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহ।

৩৪/ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি?
উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা।

৩৫/ প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- ধৰ্মপুস্তক।

৩৬/ বৰ্তমান অসমৰ জিলা কেইখন?
উত্তৰ:- ৩১ খন।

৩৭/ বাংলাদেশৰ সীমাৰ কাষত তলৰ কোনখন জিলা আছে?

a) ডিব্ৰুগড়
b) যোৰহাট
c) কৰিমগঞ্জ
d) তিনিচুকীয়া

উত্তৰ:- c) কৰিমগঞ্জ

৩৮/ গুৱাহাটীৰ প্ৰথমগৰাকী আৰক্ষী আয়ুক্ত কোন আছিল?
উত্তৰ:- জ্যোতিৰ্ময় চক্ৰৱৰ্তী।

৩৯/ অসমত ৰেল সেৱা কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:- ১৮৮৪ চনত।

৪০/ কোঁচ সেনাপতি শুক্লধ্বজৰ আন এটা নাম কি?
উত্তৰ:- চিলাৰায়।

৪১/ নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰোৱাইছিল?
উত্তৰ:- ৰুদ্ৰ সিংহ।

৪২/ অসমৰ প্ৰাচীনতম অৰ্ধ সামৰিক বাহিনী আছাম ৰাইফলছৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰ:- কাছাৰ লেভি।

৪৩/ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোনজন চীনা পৰিব্ৰাজক অসমলৈ আহিছিল?
উত্তৰ:- হিউৱেন-ছাং।

৪৪/ অসমৰ প্ৰথম সংবাদ পত্ৰ 'অৰুনোদয়' কিমান চনত প্ৰকাশ কৰা হৈছিল?
উত্তৰ:- ১৮৪৬ চনত।

৪৫/ অভিৰুচি ক্ৰিয়া দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ:- ৩ ছেপ্টেম্বৰ।

৪৬/ সৰ্থেবাৰী কিয় বিখ্যাত?
উত্তৰ:- কাঁহ-পিতলৰ উদ্যোগৰ বাবে বিখ্যাত। 

৪৭/ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?
উত্তৰ:- দৈনিক বাতৰি।

৪৮/ অসমৰ সৰ্বোচ্চ মন্দিৰটোৰ নাম কি?
উত্তৰ:- মহামৃত্যুঞ্জয় মন্দিৰ।

৪৯/ 'ৰামধেনু'ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- ইন্দ্ৰকমল বেজবৰুৱা।

৫০/ কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাক 'ৰসৰাজ' উপাধি প্ৰদান কৰা হৈছিল?
উত্তৰ:- ১৯৩১ চনত।

৫১/ 'অসম চুক্তিৰ শোধনাগাৰ' হিচাপে অসমৰ কোনটো শোধনাগাৰক জনা যায়?
উত্তৰ:- নুমলীগড় শোধনাগাৰ।

৫২/ অসমত লোকসভা সমষ্টি কেইটা?
উত্তৰ:- ১৪ টা।

৫৩/ অসমীয়া মাহেকীয়া আলোচনী 'জোনাকী'ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

৫৪/ অসম কেতিয়া ইংৰাজৰ অধীন হয়?
উত্তৰ:- ১৮২৬ চনত।

৫৫/ ধোদৰ আলি কোনজন ৰজাই নিৰ্মাণ কৰোৱাইছিল?
উত্তৰ:- গদাধৰ সিংহ।

৫৬/ শৰাইঘাট দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৯৬২ চনত।

৫৭/ ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই কোন আছিল?
উত্তৰ:- এজন শব্দযন্ত্ৰী আছিল।

৫৮/ 'আছামিজ ইটছ ফৰ্মেছন এণ্ড ডেভেলপমেণ্ট'ৰ লেখক কোন?
উত্তৰ:- বাণীকান্ত কাকতি।

৫৯/ তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল?
উত্তৰ:- ফ্ৰাচেংমুং বৰগোহাঁই।

৬০/ স্বাধীন অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- গোপীনাথ বৰদলৈ।

৬১/ কিমান চনত অসমত চাহ গছৰ আৱিষ্কাৰ হৈছিল?
উত্তৰ:- ১৮২৩ চনত।

৬২/ অম্বুবাচীৰ অৰ্থ কি?
উত্তৰ:- বৃষ্টিপাত।

৬৩/ কনকলতা কোন আছিল?
উত্তৰ:- ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ।

৬৪/ ভূটানৰ সীমাৰ কাষত তলৰ কোনখন জিলা নাই?

a) বৰপেটা
b) নলবাৰী
c) কোকৰাঝাৰ
d) হাইলাকান্দি

উত্তৰ:- d) হাইলাকান্দি

৬৫/ তলৰ কোনখন অসমৰ জিলা নহয়?

a) চিৰাং
b) লংলেং
c) বাক্সা
d) কৰিমগঞ্জ

উত্তৰ:- b) লংলেং

৬৬/ অসম বিধান সভাৰ সদস্য সংখ্যা কিমান?
উত্তৰ:- ১২৬ 

৬৭/ ইন্দিৰা মিৰিৰ জীৱনভিত্তিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰ:- মেৰেং।

৬৮/ আহোম স্বৰ্গদেউ 'চুখ্ৰামফা'ক কি নামেৰে জনা যায়?
উত্তৰ:- ৰুদ্ৰ সিংহ।

৬৯/ কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল?
উত্তৰ:- ঘটোৎকছ।

৭০/ অসমত আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ:- ৬০০ বছৰ।

৭১/ মূলগাভৰুৰ স্বামীৰ নাম কি আছিল?
উত্তৰ:- ফ্ৰাচেংমুং বৰগোহাঁই।

৭২/ অসমৰ কোন ঠাইত একমাত্ৰ আই আই টি শিক্ষানুষ্ঠান অৱস্থিত?
উত্তৰ:- গুৱাহাটী।

৭৩/ আটাইতকৈ প্ৰখ্যাত কোঁচ ৰজাজনৰ নাম কি?
উত্তৰ:- নৰনাৰায়ণ।

৭৪/ 'হস্তীবিদ্যাৰ্ণৱ' পুথিখন কোনজন আহোম স্বৰ্গদেউৰ দিনত ৰচনা কৰা হৈছিল?
উত্তৰ:- শিৱ সিংহ।

৭৫/ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকীৰ নাম কি?
উত্তৰ:- লাভলীনা বৰগোহাঁই।

৭৬/ অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি?
উত্তৰ:- লাইকে।

৭৭/ 'মৃত্যুঞ্জয়'ৰ ৰচক কোন?
উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৭৮/ (AIDC) এ আই ডি চি ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- অসম ঔদ্যোগিক উন্নয়ন নিগম। (Assam Industrial Development Corporation Limited)

৭৯/ ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল?
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা।

৮০/ পথৰুঘাটৰ ৰণ কোন ঠাইত হৈছিল?
উত্তৰ:- দৰংত।

৮১/ নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত?
উত্তৰ:- চিত্ৰাচল।

৮২/ ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ:- ফখৰুদ্দিন আলি আহমেদ।

৮৩/ আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল?
উত্তৰ:- চৰাইদেউ।

৮৪/ গুৱাহাটী উচ্চতম ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় -

a) অসম
b) নাগালেণ্ড
c) অৰুণাচল প্ৰদেশ
d) সকলোতে

উত্তৰ:- d) সকলোতে

৮৫/ ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন আছিল?
উত্তৰ:- তৰালী শৰ্মা।

৮৬/ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান খৃষ্টাব্দত হৈছিল?
উত্তৰ:- ১৪৪৯ চনত।

৮৭/ অসমীয়া ইংৰাজী অভিধানত মাইলছ ব্ৰনছনে কিমান শব্দ অন্তৰ্ভুক্ত কৰিছিল?
উত্তৰ:- ১৪০০০ শব্দ।

৮৮/ বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰত সৰ্বাধিক অৰণ্যখনৰ নাম কি?
উত্তৰ:- কাজিৰঙা।

৮৯/ অসম আৰক্ষীৰ মূল মন্ত্ৰটো কি?
উত্তৰ:- জনহিত জনসেৱাৰ্থে।

৯০/ বৰাক নদীৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৯০০ কিলোমিটাৰ।

৯১/ ইংৰাজে কোন চনত মণিৰাম দেৱানক ফাঁচী দিছিল?
উত্তৰ:- ১৮৫৮ চনত।

৯২/ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা 'কীৰ্ত্তন' কোনখন পুথিৰ সাৰাংশ আছিল?
উত্তৰ:- ভাগৱত।

৯৩/ অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখন হ'ল -

a) নেপাল আৰু চীন
b) বাংলাদেশ আৰু ভূটান
c) ৰাছিয়া আৰু চীন
d) ভূটান আৰু নেপাল

উত্তৰ:- b) বাংলাদেশ আৰু ভূটান

৯৪/ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- আনোৱাৰা টাইমুৰ।

৯৫/ অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

৯৬/ বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল?
উত্তৰ:- ৰূপছিং চুবেদাৰ।

৯৭/ অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনা যায়?
উত্তৰ:- চিলাৰায়।

৯৮/ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৭০ চনত।

৯৯/ আহোম আৰু মোগলৰ মাজত আলাবৈ ৰণ কিমান চনত হৈছিল?
উত্তৰ:- ১৬৬৯ চনৰ ৫ আগষ্টত।

১০০/ পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপৰ নাম কি?
উত্তৰ:- উমানন্দ।

১০১/ কোন ৰজাই পিতৃক হত্যা কৰি সিংহাসনত বহিছিল?
উত্তৰ:- আৰিমত্ত।

১০২/ অসম আৰক্ষীৰ মুৰব্বীজনক কি বুলি কোৱা হয়?
উত্তৰ:- আৰক্ষী সঞ্চালক প্ৰধান।

১০৩/ মোগল সম্ৰাট ঔৰংজেৱৰ বোৱাৰী হোৱা অসমীয়া কন্যা গৰাকীৰ নাম কি আছিল?
উত্তৰ:- ৰমণী গাভৰু।

১০৪/ আহোমসকলে কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল?
উত্তৰ:- ১২২৮ চনত।

১০৫/ অসমৰ ডিগবৈত তৈলক্ষেত্ৰ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৮৮৯ চনত।

১০৬/ ভৈৰৱী মন্দিৰ কোন ঠাইত অৱস্থিত?
উত্তৰ:- তেজপুৰ।

১০৭/ 'ভাৰতৰ স্কটলেণ্ড' বুলি উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক জনা যায়?
উত্তৰ:- শ্বিলং।

১০৮/ মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৭ বাৰ।

১০৯/ গৌড়ৰ ৰজা হুছেইন শ্বাহে কোন অসমীয়া ৰজাক পৰাস্ত কৰিছিল?

a) নীলধ্বজ
b) নীলাম্বৰ
c) নৰনাৰায়ণ
d) চূহুংমুং

উত্তৰ:- b) নীলাম্বৰ

১১০/ ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:- ৰাজীৱ গান্ধী।

১১১/ মোগলৰ শেষ অসম আক্ৰমণৰ নাম কি আছিল?
উত্তৰ:- ইটাখুলিৰ ৰণ।

১১২/ গুৱাহাটীত আৰক্ষী আয়ুক্তৰ ব্যবস্থা কোন চনৰ পৰা কৰা হৈছিল?
উত্তৰ:- ১ জানুৱাৰী, ২০১৫ চন।

১১৩/ অসমৰ কোন ঠাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন গো-চিকিৎসালয় অৱস্থিত?
উত্তৰ:- ডিব্ৰুগড়।

১১৪/ ব্ৰহ্মপুত্ৰ নদীখন গুৱাহাটী মহানগৰীৰ কোন দিশে বৈ গৈছে?
উত্তৰ:- উত্তৰে।

১১৫/ ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক?
উত্তৰ:- কামৰূপ মহানগৰ।

১১৬/ দিহিঙৰ পাৰৰ চৰগুৱাত কোনজন ৰজাই আহোমৰ ৰাজধানী স্থাপন কৰিছিল?
উত্তৰ:- চুডাংফা।

১১৭/ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত মুকলি কৰা হয়?
উত্তৰ:- শ্বিলং।

১১৮/ অসমীয়া সাহিত্যৰ 'মুকুটবিহীন সম্ৰাট' বুলি কাক জনা যায়?
উত্তৰ:- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।

১১৯/ অসমৰ লাভলীনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিক ২০২০ ৰ কোনটো শাখাত বক্সিঙৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল?
উত্তৰ:- ৬৯ কিলোগ্ৰাম।

১২০/ মিৰজুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল?
উত্তৰ:- চিহাবুদ্দিন তালিছ।

১২১/ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ 'বনফুল'ৰ ৰচক কোন আছিল?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।

১২২/ অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে?
উত্তৰ:- মেগৰ শৈক্ষিক ন্যাসে।

১২৩/ অসমৰ প্ৰথম আই চি এছ বিষয়াগৰাকীৰ নাম কি আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।

১২৪/ বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল?
উত্তৰ:- শংকৰদেৱ।

১২৫/ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল?
উত্তৰ:- গমধৰ কোঁৱৰ।

১২৬/ মিৰজুমলাই গড়গাঁও অধিকাৰ কৰোতে স্বৰ্গদেউ জয়ধ্বজ সিংহ কোন ঠাইলৈ পলাই গৈছিল?
উত্তৰ:- নামৰূপ।

১২৭/ বখতিয়াৰ খিলিজীৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল?
উত্তৰ:- পৃথু।

১২৮/ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?
উত্তৰ:- এশিঙীয়া গঁড়।

১২৯/ ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম অৱস্থিত?
উত্তৰ:- গংগা-সিন্ধু-ব্ৰহ্মপুত্ৰৰ সমভূমি।

১৩০/ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?
উত্তৰ:- ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চনত।

১৩১/ অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- গমধৰ কোঁৱৰ।

১৩২/ বিদেশী বহিস্কাৰৰ দাবীত অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৭৯ চনত।

১৩৩/ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল?
উত্তৰ:- মাধৱ কন্দলি।

১৩৪/ মোগলে কোনজন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- গদাধৰ সিংহ।

১৩৫/ প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি আছিল?
উত্তৰ:- ভাইটি (১৯৭২ চনত মুক্তি লাভ কৰিছিল)।

১৩৬/ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল?
উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী।

১৩৭/ মাটিকলিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি?
উত্তৰ:- কাৰ্বি আংলং জিলা।

১৩৮/ আহোমৰ শাসন কালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল?
উত্তৰ:- মোমাই তামুলী বৰবৰুৱা।

১৩৯/ অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীৰ নাম কি?
উত্তৰ:- বীৰাংগনা।

১৪০/ ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰ:- ৭২.১৯ শতাংশ।

১৪১/ প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' কিমান চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৯৩৫ চনত।

১৪২/ ১৯৮৫ চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- হিতেশ্বৰ শইকীয়া।

১৪৩/ ২০২২ চনৰ অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল?
উত্তৰ:- তপন শইকীয়া।

১৪৪/ ২০২৩ চনৰ অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল?
উত্তৰ:- ৰঞ্জন গগৈ।

1 Comments

Previous Post Next Post