DHS Grade IV Previous Years Quetions 2019 Part 1 2024

 DHS Grade IV Previous Years Quetions 2019 Part 1
assam govt job dhs grade 4 previous year question paper


1) How many Vedas are in Hindu religion?
হিন্দু ধৰ্মত কেইখন বেদ আছে?


a) 2

b) 3

c) 4

d) 5

Ans:- c) 4.

2) The Tripitakas are the sacred books of which religion?
'ত্ৰিপিতক' কোন ধৰ্মৰ ধৰ্মপুথি?


a) Hinduism
হিন্দু ধৰ্ম

b) Sikhism
শিখ ধৰ্ম

c) Buddhism
বৌদ্ধ ধৰ্ম

d) Jainism
জৈন ধৰ্ম

Ans:- c) Buddhism.
বৌদ্ধ ধৰ্ম

3) Who was the Greek Ambassador present in the court of Chandragupta Maurya?
চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত কোনজন গ্ৰীক ৰাষ্ট্ৰদূত উপস্থিত আছিল?


a) Seleucus
চেলিউকাছ

b) Diamechus
ডায়েমেকাচ

c) Pliny
প্লিনি

d) Megasthenes
মেগাস্থেনিচ

Ans:- d) Megasthenes.
মেগাস্থেনিচ

4) Which among the following Kings is also called 'wise-fool king'?
তলত উল্লেখ কৰা কোনজন ৰজাক 'জ্ঞানী-মূৰ্খ ৰজা' বোলা হয়?


a) Bahlol Lodi
বাহলোল লোদী

b) Muhammad bin-Tughluq
মহম্মদ বিন-টোঘলক

c) Alauddin Khilji
আলাউদ্দিন খিলজি

d) Firuz Shah Tughluq
ফিৰোজ ছাহ টোঘলক

Ans:- b) Muhammad bin-Tughluq.
মহম্মদ বিন-টোঘলক

5) Who was the first Sikh Guru?
প্ৰথমজন শিখ গুৰু কোন আছিল?


a) Nanak
নানক

b) Angad
অঙ্গদ

c) Amardas
অমৰদাস

d) Ramdas
ৰামদাস

Ans:- a) Nanak.
নানক

6) Pandit Ravi Shankar is associated with which musical instrument?
পণ্ডিত ৰবিশংকৰ কোন বাদ্যযন্ত্ৰৰ সৈতে জড়িত?


a) Sitar
চিতাৰ

b) Violin
ভায়লিন

c) Sarod
সৰোদ

d) Santoor
সন্তুৰ

Ans:- a) Sitar.
চিতাৰ

7) Which star is nearest to the earth?
কোনটো নক্ষত্ৰ পৃথিৱীৰ নিকততম দূৰত্বত অৱস্থিত?


a) Sirius
চাইৰিয়াছ

b) Sun
সূৰ্য

c) Vega
ভেগা

d) Polaris
পোলাৰিচ

Ans:- b) Sun.
সূৰ্য

8) How many planets are there in our solar system?
আমাৰ সৌৰজগতত কেইটা গ্ৰহ আছে?


a) 8

b) 9

c) 10

d) 11

Ans:- a) 8 .

9) Which is the longest river in the world?
পৃথিৱীৰ ভিতৰত দীৰ্ঘতম নদী কোনখন?


a) Amazon
আমাজন

b) Congo
কঙ্গো

c) Nile
নীল

d) Huang Ho
হোৱাং হো

Ans:- c) Nile.
নীল

10) New York city is situated near the bank of -
নিউ ইয়ৰ্ক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত?


a) Hudson River
হাডচন নদী

b) Mississippi River
মিছিছিপি নদী

c) Delaware River
ডেলাৱেৰ নদী

d) Missouri River
মিছৌৰী নদী

Ans:- a) Hudson River.
হাডচন নদী

11) Which is the largest island in the world?
পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপ কোনটো?


a) Madagascar
মাদাগাস্কাৰ

b) Malta
মাল্টা

c) Greenland
গ্ৰীনলেণ্ড

d) Sumatra
সুমাত্ৰা

Ans:- c) Greenland.
গ্ৰীনলেণ্ড

12) Which is the Capital of Pakistan?
পাকিস্তানৰ ৰাজধানী কোনখন?


a) Karachi
কৰাচী

b) Lahore
লাহোৰ

c) Islamabad
ইছলামাবাদ

d) Rawalpindi
ৰাৱালপিণ্ডি

Ans:- c) Islamabad.
ইছলামাবাদ


13) Which of the following is also known as 'Land of Midnight Sun'?
তলত দিয়া কোনখনক 'Land of Midnight Sun' বুলি কোৱা হয়?


a) Antarctica
আন্টাৰ্কটিকা

b) Norway
নৰৱে

c) Canada
কানাডা

d) Japan
জাপান

Ans:- b) Norway.
নৰৱে

14) What is Statue of Liberty situated?
Statue of Liberty ক'ত অৱস্থিত?


a) France
ফ্ৰান্স

b) Germany
জাৰ্মানী

c) USA
আমেৰিকা যুক্তৰাষ্ট্ৰ

d) Italy
ইটালী

Ans:- c) USA.
আমেৰিকা যুক্তৰাষ্ট্ৰ

15) Who wrote the book, The Discovery of India?
The Discovery of India কিতাপখন কোনে লিখিছিল?


a) Arun Shourie
অৰুণ শৌৰী

b) Chandra Shekhar
চন্দ্ৰশেখৰ

c) Anita Desai
অনিতা দেশাই

d) Jawaharlal Nehru
জৱাহৰলাল নেহৰু

Ans:- d) Jawaharlal Nehru.
জৱাহৰলাল নেহৰু

16) When is Children's Day celebrated in India?
ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয়?


a) 8th March
৪ মাৰ্চ

b) 15th August
১৫ আগষ্ট

c) 14th November
১৪ নৱেম্বৰ

d) 5th September
৫ চেপ্তেম্বৰ

Ans:- c) 14th November.
১৪ নৱেম্বৰ

17) Where is Jaldapara National Park located?
জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?


a) Himachal Pradesh
হিমাচল প্ৰদেশ

b) Rajasthan
ৰাজস্থান

c) Gujarat
গুজৰাট

d) West Bengal
পশ্চিমবংগ

Ans:- d) West Bengal.
পশ্চিমবংগ

18) How many players play for each side in a hockey match?
এখন হকী খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে?


a) 8

b) 9

c) 10

d) 11

Ans:- d) 11.

19) The term 'Off side' is used in which of the following sports?
'Off side' শব্দটো তলত দিয়া কোনবিধ খেলত ব্যৱহৃত হয়?


a) Golf
গল্ফ

b) Football
ফুটবল

c) Shooting
শ্বুটিং

d) Volleyball
ভলীবল

Ans:- b) Football.
ফুটবল

20) Who among the following was a recipient of the Bharat Ratna?
তলত উল্লেখ কৰা কোনজনে ভাৰতৰত্ন উপাধি লাভ কৰিছিল?


a) Rabindranath Tagore
ৰবীন্দ্ৰনাথ ঠাকুৰ

b) P. V. Narasimha Rao
পি. ভি. নৰসিংহ ৰাও

c) Gopinath Bordoloi
গোপীনাথ বৰদলৈ

d) Vyjayanthimala
বৈজয়ন্তীমালা

Ans:- c) Gopinath Bordoloi.
গোপীনাথ বৰদলৈ

21) What is the old name of Chennai?
চেন্নাইৰ পুৰণা নাম কি আছিল?


a) Tamil Nadu
তামিলনাডু

b) Madras
মাদ্ৰাজ

c) Coimbatore
কোইম্বাটুৰ

d) Calicut
কেলিকাট

Ans:- b) Madras.
মাদ্ৰাজ

22) Who among the following is also known as Frontier Gandhi?
তলত দিয়া কোনজন ফ্ৰন্টিয়াৰ গান্ধী নামে প্ৰসিদ্ধ?


a) Sanjay Gandhi
সঞ্জয় গান্ধী

b) Feroze Gandhi
ফিৰোজ গান্ধী

c) Khan Abdul Gaffar Khan
খান আব্দুল গফৰ খান

d) Jayaprakash Narayan
জয়প্ৰকাশ নাৰায়ন

Ans:- c) Khan Abdul Gaffar Khan.
খান আব্দুল গফৰ খান

23) Whose official residence is 10 Downing Street?
10 Downing Street কাৰ চৰকাৰী বাসভৱন?


a) The US President
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

b) The President of India
ভাৰতৰ ৰাষ্ট্ৰপতিৰ

c) The French President
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ

d) The Prime Minister of United Kingdom
ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ

Ans:- d) The Prime Minister of United Kingdom.
ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ

24) All among the following presonalities were Prime Ministers of India, except
তলত দিয়া কোনজনৰ বাহিৰে আটাইকেইজন ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল?


a) Chandra Shekhar
চন্দ্ৰশেখৰ

b) H. D. Deve Gowda
এইচ্. ডি. ডেবেগৌড়া

c) Pranab Mukherjee
প্ৰণৱ মুখাৰ্জী

d) V. P. Singh
ভি. পি. সিং

Ans:- c) Pranab Mukherjee.
প্ৰণৱ মুখাৰ্জী

25) What is the National Animal of India?
ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো?


a) Rhinoceros
গঁড়

b) Elephant
হাতী

c) Tiger
বাঘ

d) Cow
গৰু

Ans:- c) Tiger.
বাঘ

26) Where is Dachigam National Park located?
দাচিগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?


a) Uttar Pradesh
উত্তৰপ্ৰদেশ

b) Karnataka
কৰ্ণাটক

c) Tamil Nadu
তামিলনাডু

d) Jammu and Kashmir
জম্মু আৰু কাশ্মীৰ

Ans:- d) Jammu and Kashmir.
জম্মু আৰু কাশ্মীৰ

27) Dehradun is the capital of which state?
ডেৰাডুন কোন ৰাজ্যৰ ৰাজধানী?


a) Uttar Pradesh
উত্তৰপ্ৰদেশ

b) Uttarakhand
উত্তৰাখণ্ড

c) Himachal Pradesh
হিমাচল প্ৰদেশ

d) Haryana
হাৰিয়ানা

Ans:- b) Uttarakhand.
উত্তৰাখণ্ড

28) Which state has the longest coastline?
আটাইতকৈ দীঘল সমুদ্ৰ উপকূল কোনখন ৰাজ্যত আছে?


a) Gujarat
গুজৰাট

b) Maharashtra
মহাৰাষ্ট্ৰ

c) Andhra Pradesh
অন্ধ্ৰপ্ৰদেশ

d) Odisha
ওড়িশা

Ans:- a) Gujarat.
গুজৰাট

29) Paris is situated near which river?
পেৰিছ কোনখন নদীৰ পাৰত অৱস্থিত?


a) Danube
ডেনিউব

b) Thames
টেম্ছ

c) Seine
চিন

d) Nile
নীল

Ans:- c) Seine.
চিন


30) Which is the largest desert in the world?
পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন?


a) Sahara
ছাহাৰা

b) Kalahari
কালাহাৰী

c) Gobi
গোবি

d) Atacama
আটাকামা

Ans:- a) Sahara.
ছাহাৰা

31) When is Teacher's Day celebrated in India?
ভাৰতত শিক্ষক দিৱস কেতিয়া পালন কৰা হয়?


a) 5th April
৫ এপ্ৰিল

b) 4th December
৪ ডিচেম্বৰ

c) 5th September
৫ চেপ্তেম্বৰ

d) 4th July
৪ জুলাই

Ans:- c) 5th September.
৫ চেপ্তেম্বৰ

32) Who among the following was a Vice President of India?
তলত দিয়া কোনজন ভাৰতৰ উপৰাষ্ট্ৰপতি আছিল?


a) Morarji Desai
মেৰাৰজী দেশাই

b) Chandra Sekhar
চন্দ্ৰশেখৰ

c) Hamid Ansari
হামিদ আনছাৰী

d) H. D. Deve Gowda
এইচ্. ডি. ডেবেগৌড়া

Ans:- c) Hamid Ansari.
হামিদ আনছাৰী

33) Ranji Trophy is associated with which of the following sports?
তলত দিয়া কোনটো ক্ৰীড়াৰ লগত ৰঞ্জী ট্ৰফী জড়িত?


a) Lawn Tennis
লন টেনিছ

b) Badminton
বেডমিন্টন

c) Cricket
ক্ৰিকেট

d) Hockey
হকী

Ans:- c) Cricket.
ক্ৰিকেট

34) Who wrote the book, Malgudi Days?
Malgudi Days কিতাপখন কোনে লিখিছিল?


a) R. K. Narayan
আৰ. কে. নাৰায়ণ

b) Rudyard Kipling
ৰুডয়াৰ্ড কিপলিং

c) Salman Rushdie
চালমান ৰুছদি

d) Anita Nair
অনিতা নায়াৰ

Ans:- a) R. K. Narayan.
আৰ. কে. নাৰায়ণ

35) Penicillin was discovered by - 
পেনিচিলিন কোনে আৱিস্কাৰ কৰিছিল?


a) Ian Fleming
ইয়ান ফ্লেমিং

b) Edward Jenner
এডৱাৰ্ড জেনাৰ

c) Alexander Fleming
আলেকজেণ্ডাৰ ফ্লেমিং

d) Louis Pasteur
লুই পেষ্টিউৰ

Ans:- c) Alexander Fleming.
আলেকজেণ্ডাৰ ফ্লেমিং

36) Tungabhadra and Bhima are tributaries of which of the following rivers?
তুঙ্গভদ্ৰা আৰু ভীমা কোনখন নদীৰ উপনদী?


a) Krishna
কৃষ্ণা

b) Cauvery
কাৱেৰী

c) Mahanadi
মহানদী

d) Narmada
নৰ্মদা

Ans:- a) Krishna.
কৃষ্ণা

37) 'Dandiya Raas' is a popular dance of -
'দাণ্ডিয়া ৰাস' কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য?


a) Punjab
পাঞ্জাৱ

b) Gujarat
গুজৰাট

c) Tamil Nadu
তামিলনাডু

d) Maharashtra
মহাৰাষ্ট্ৰ

Ans:- b) Gujarat.
গুজৰাট

38) Which of the following cities is famous for 'Chikankari work'?
তলত দিয়া কোনখন মহানগৰ 'চিকনকাৰী কাৰ্য'ৰ বাবে বিখ্যাত?


a) Lucknow
লক্ষ্ণৌ

b) Hyderabad
হায়দৰাবাদ

c) Jaipur
জয়পুৰ

d) Mysore
মহীশুৰ

Ans:- a) Lucknow
লক্ষ্ণৌ

39) The Census in India is being held regularly after every -
ভাৰতত লোকপিয়ল কিমান বছৰৰ অন্তৰত অনুষ্ঠিত হয়?


a) 6 Years
৬ বছৰ

b) 8 Years
৮ বছৰ

c) 10 Years
১০ বছৰ

d) 12 Years
১২ বছৰ

Ans:- c) 10 Years.
১০ বছৰ

40) Non-stick cooking utensils are coated with -
নন-ষ্টিক ৰন্ধনপাত্ৰৰ ওপৰত কিহৰ লেপ দিয়া থাকে?


a) PVC
পি. ভি. চি.

b) Black paint
ক'লা ৰং

c) Teflon
টেফলন

d) Polystyrene
পলিষ্ট্ৰিন

Ans:- c) Teflon.
টেফলন

41) Where was the first Session of the Indian National Congress held?
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিবেশন ক'ত হৈছিল?


a) Bombay
বম্বে

b) Madras
মাদ্ৰাজ

c) Calcutta
ক'লকাতা

d) Delhi
দিল্লী

Ans:- a) Bombay.
বম্বে

42) The great astronomer and mathematician of the Gupta period is -
গুপ্তযুগৰ প্ৰসিদ্ধ জ্যোতিৰ্বিজ্ঞানী তথা গণিতজ্ঞ আছিল?


a) Bhanugupta
ভানুগুপ্ত

b) Vagbhatta
ভাগভট্ট

c) Aryabhatta
আৰ্যভট্ট

d) Varahamihira
বৰাহমিহিৰ

Ans:- c) Aryabhatta.
আৰ্যভট্ট

43) 'Madhubani', a style of folk paintings, is popular in which of the following Indian States?
ভাৰতৰ কোনখন ৰাজ্যত 'মধুবনি' লোকচিত্ৰ-শিল্প জনপ্ৰিয় আছিল?


a) Uttar Pradesh
উত্তৰপ্ৰদেশ

b) Rajasthan
ৰাজস্থান

c) Madhya Pradesh
মধ্যপ্ৰদেশ

d) Bihar
বিহাৰ

Ans:- d) Bihar.
বিহাৰ

44) The famous 'Sun temple' is located in which Indian State?
বিখ্যাত 'সূৰ্য মন্দিৰ' কোন ৰাজ্যত অৱস্থিত?


a) West Bengal
পশ্চিমবংগ

b) Tripura
ত্ৰিপুৰা

c) Odisha
ওড়িশা

d) Andhra Pradesh
অন্ধ্ৰপ্ৰদেশ

Ans:- c) Odisha.
ওড়িশা

45) In which State is the 'Hornbill festival' held every year?
কোনখন ৰাজ্যত প্ৰতি বছৰে 'হৰ্ণবিল উৎসৱ' অনুষ্ঠিত হয়?


a) Mizoram
মিজোৰাম

b) Assam
অসম

c) Sikkim
চিকিম

d) Nagaland
নাগালেণ্ড

Ans:- d) Nagaland.
নাগালেণ্ড


46) Which of the following is used in Pencils?
তলত দিয়া কোনটো পেন্সিলত ব্যৱহৃত হয়?


a) Graphite
গ্ৰেফাইট

b) Silicon
চিলিকন

c) Lead
সীহ

d) Phosphorus
ফচফৰাছ

Ans:- a) Graphite.
গ্ৰেফাইট

47) What is the Original name of Gautama Buddha?
গৌতম বুদ্ধৰ আচল নাম কি?


a) Siddhartha
সিদ্ধাৰ্থ

b) Vardhamana
বৰ্ধমান

c) Suddhodana
শুদ্ধোদন

d) Ananda
আনন্দ

Ans:- a) Siddhartha.
সিদ্ধাৰ্থ

48) Who is known as 'Chachaji'?
'চাচাজী' নামেৰে কোন জনাজাত?


a) Khan Abdul Ghaffar Khan
খান আব্দুল গফৰ খান

b) Pt. Jawaharlal Nehru
পণ্ডিত জৱাহৰলাল নেহৰু

c) Mahatma Gandhi
মহাত্মা গান্ধী

d) Feroze Gandhi
ফিৰোজ গান্ধী

Ans:- b) Pt. Jawaharlal Nehru.
পণ্ডিত জৱাহৰলাল নেহৰু

49) Which is the southernmost geographical point of India?
ভাৰতৰ আটাইতকৈ দক্ষিণৰ ভৌগোলিক বিন্দুটোৰ নাম কি?


a) Kanyakumari
কন্যাকুমাৰী

b) Indira Point
ইন্দিৰা পইন্ট

c) Rameshwaram
ৰামেশ্বৰম

d) Adam's Bridge
আদামৰ দলং

Ans:- b) Indira Point.
ইন্দিৰা পইন্ট

50) Which king killed most of his brothers before ascending the throne?
কোনজন ৰজাই ৰাজসিংহাসনত বহাৰ আগতে তেওঁৰ আটাইকেইজন ভাতৃক হত্যা কৰিছিল?


a) Aurangzeb
ঔৰংজেৱ

b) Shah Jahan
ছাহজাহান

c) Ashoka
অশোক

d) Humayun
হুমায়ুণ

Ans:- c) Ashoka.
অশোক

লগতে চাওক-




































assam govt job dhs grade 4 previous year question paper

2 Comments

Previous Post Next Post