The Assam Police Constable (AB & UB) 2025 Written Examination was successfully conducted on 6th April 2025, and the SLPRB Assam Results 2025 were officially announced on 1st May, Below is the question paper and answers of Assam Police Constable (AB & UB) Written Examination 2025, the upcoming candidates can get an insight by reading this blog post
1. গ্রীণ অস্কাৰ (হুইটলী গ'ল্ড বঁটা), 2024 কোনে লাভ কৰিছিল?
(A) ৰমন সুকুমাৰ
(B) বৃন্ধা দেৱী
(C) কৃষ্ণামুর্থী
(D) ড০ পূর্ণিমা দেৱী বৰ্মন
Ans:- (D) ড০ পূর্ণিমা দেৱী বৰ্মন
2. কোন সংস্থাই শিশু পুষ্টি প্রতিৱেদন, 2024 প্রকাশ কৰিছিল?
(A) WHO
(B) UNICEF
(C) UNDP
(D) World Bank
Ans:- (B) UNICEF
3. বিশ্ব সংবাদ স্বাধীনতা সূচকাংক, 2024ৰ মতে 180 খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান?
(A) 159
(B) 152
(C) 150
(D) 161
Ans:- (A) 159
4. 'জাতীয় কেনচাৰ সচেতনতা দিৱস' কেতিয়া পালন কৰা হয়?
(A) নৱেম্বৰ 9
(B) নৱেম্বৰ 7
(C) নৱেম্বৰ 5
(D) নৱেম্বৰ 3
Ans:- (B) নৱেম্বৰ 7
5. প্রতি বছৰে 'জোনবিল মেলা' (Jonbeel Mela) কোনখন জিলাত অনুষ্ঠিত হয়?
(A) মৰিগাঁও
(B) বাক্সা
(C) চিৰাং
(D) গোলাঘাট
Ans:- (A) মৰিগাঁও
6. 'শিল্পী দিৱস' কেতিয়া উদযাপন কৰা হয়?
(A) 25 জানুৱাৰীত
(B) 21 মেত
(C) 17 জানুৱাৰীত
(D) 14 নৱেম্বৰত
Ans:- (C) 17 জানুৱাৰীত
7. 'অসম ৰাজ্যিক সংগ্রহালয়'টো ক'ত অৱস্থিত?
(A) গুৱাহাটীত
(B) শিৱসাগৰত
(C) নগাঁওত
(D) যোৰহাটত
Ans:- (A) গুৱাহাটীত
8. ASTC-ৰ অৰ্থ হ'ল
(A) আছাম ষ্টেট ট্রেডিং কর্পোৰেচন
(B) আছাম ষ্টেট্ টেক্স'ল'জী কমিচন
(C) আছাম ষ্টেট ট্রেন্সপ'র্ট কর্পোৰেচন
(D) আছাম ষ্টেট ট্রেভেল কর্পোৰেচন
Ans:- (C) আছাম ষ্টেট ট্রেন্সপ'র্ট কর্পোৰেচন
9. নিম্নলিখিতসমূহৰ কোনটো এটা নিষ্ক্রিয় গেছ নহয়?
(A) আর্গন
(B) হিলিয়াম
(C) নিয়ন
(D) নাইট্র'জেন
Ans:- (D) নাইট্র'জেন
10. 1894 চনত অসমৰ কৃষক বিদ্রোহ কোন ঠাইত সংঘটিত হৈছিল?
(A) গহপুৰ
(B) ইয়াণ্ডাবু
(C) পথৰুঘাট
(D) ঢেকিয়াজুলি
Ans:- (C) পথৰুঘাট
11. পুৰুষৰ আই. চি. চি. T20 বিশ্বকাপ, 2024ত কোনে শ্রেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছিল?
(A) সূর্যকুমাৰ যাদৱ
(B) ট্রেভিচ হে'দ
(C) জচপ্রিত বুমৰাহ
(D) ইয়াৰ এজনও নহয়
Ans:- (C) জচপ্রিত বুমৰাহ
12. 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব?
(A) স্পেইন
(B) চৌদি আৰব
(C) কানাডা
(D) এইবোৰৰ কোনোটোৱেই নহয়
Ans:- (B) চৌদি আৰব
13. কোন দেশে 'ষ্টেণ্ডার্ড মিছাইল-6' (এছ. এম.-6) উদ্ভাৱন কৰিছিল?
(A) আমেৰিকা
(B) জাপান
(C) ভাৰত
(D) চীন
Ans:- (A) আমেৰিকা
14. পি. এম. সুৰজ পৰ্টেল কোন মন্ত্রালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে?
(A) গ্রাম্য বিকাশ মন্ত্রালয়
(B) নতুন আৰু নৱীকৰণীয় শক্তি মন্ত্রালয়
(C) সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রালয়
(D) গৃহ নির্মাণ আৰু নগৰ প্ৰাধিকৰণ মন্ত্রালয়
Ans:- (C) সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রালয়
15. 2024 চনৰ আই. পি. এল. প্রতিযোগিতাত কোনে 'অৰেঞ্জ কেপ' লাভ কৰিছিল?
(A) অভিষেক শর্মা
(B) বিৰাট কোহলি
(C) ৰিংকু সিং
(D) ইয়াৰ এজনো নহয়
Ans:- (B) বিৰাট কোহলি
16. 2025-2026ত কোন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে?
(A) শিক্ষা
(B) গ্রাম্য বিকাশ
(C) ভাৰতীয় ৰেল
(D) প্ৰতিৰক্ষা
Ans:- (D) প্ৰতিৰক্ষা
17. ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্রী কোন?
(A) কিৰেণ ৰিজিজু
(B) ভূপেন্দৰ যাদব
(C) জগত প্রকাশ নাড্ডা
(D) ড০ এচ. জয়শংকৰ
Ans:- (D) ড০ এচ. জয়শংকৰ
18. Z-Morh সুৰঙ্গ (সোনামাৰ্গ সুৰঙ্গ) ৰ বিষয়ত তলৰ উক্তিবোৰ বিবেচনা কৰা :
1. ই জোজিলা সুৰঙ্গ প্ৰকল্পৰ এটা অংশ।
2. 6.5 km দীঘল সুৰঙ্গটো জম্মু-কাশ্মীৰৰ গগনগিৰ আৰু সোনামার্গ অঞ্চলক সংযুক্ত কৰিছে।
3. প্রকল্পটো National Highway Authority of India-ৰ তত্ত্বাৱধানত আহে।
তলৰ কোনটো/কোনবোৰ উক্তি সঠিক?
(A) কেৱলমাত্র 1 আৰু 2
(B) কেবলমাত্র 1
(C) কেৱলমাত্র 2 আৰু 3
(D) কেৱলমাত্ৰ 2
Ans:- (A) কেৱলমাত্র 1 আৰু 2
19. ভাৰতৰ প্ৰথম এ. আই. (AI) নগৰ কোনখন?
(A) কলকাতা
(B) লক্ষ্ণৌ
(C) দিল্লী
(D) বেঙ্গালুৰু
Ans:- (B) লক্ষ্ণৌ
20. 'কোপাইলট+' (Copilot+) কম্পিউটাৰ, য'ত AI-প্ৰযুক্তিৰ দ্বাৰা অনন্য 'ৰিকল' (Recall) ব্যৱস্থাৰ সুবিধা আছে, কোনটো প্রযুক্তি কোম্পানীয়ে বনাইছিল?
(A) এলফাবেট
(B) এপেল
(C) এচাৰ
(D) মাইক্র' চফ্ট
Ans:- (D) মাইক্র' চফ্ট
21. 1289 ৰ লগত কি ন্যূনতম সংখ্যা যোগ কৰিলে ই এটা পূর্ণবর্গ সংখ্যা হ'ব?
(A) 1
(B) 7
(C) 13
(D) 16
Ans:- (B) 7
22. এটা সামন্তৰিকৰ ভূমি আৰু উচ্চতাৰ দীঘ ক্রমে 5 cm আৰু 3 cm. সামন্তৰিকটোৰ কালি উলিওৱা।
(A) 30 cm²
(B) 15 cm²
(C) 7.5 cm²
(D) 15 cm
Ans:- (B) 15 cm²
23. বছৰি 10% সৰল সুতৰ হাৰত কোনো মূলধন কিমান বছৰত দুগুণ হ'ব?
(A) 2 বছৰত
(B) 5 বছৰত
(C) 10 বছৰত
(D) 20 বছৰত
Ans:- (C) 10 বছৰত
24. A আৰু B য়ে যথাক্রমে 10,000 টকা আৰু 6,400 টকা দি এটা অংশীদাৰী ব্যৱসায় আৰম্ভ কৰিলে। 5 মাহৰ পিছত A য়ে 3,000 টকা উঠাই ল'লে আৰু B য়ে তেওঁৰ অংশৰ লগত আৰু 600 টকা যোগ দিলে। Bয়ে সক্রিয় অংশীদাৰ হিচাপে বার্ষিক লাভৰ 10% বেতন হিচাপে লাভ কৰে। এবছৰৰ মূৰত মুঠ লাভ 16,000 টকা হ'লে Bৰ লাভাংশ কিমান হ'ব?
(A) 6,480 টকা
(B) 7,920 টকা
(C) 8,080 টকা
(D) এইবোৰৰ এটাও নহয়
Ans:- (C) 8,080 টকা
26. তলৰ সংখ্যাকেইটাৰ মধ্যমা নিৰ্ণয় কৰা :
32, 32, 34, 35, 35, 38, 42
(A) 32
(B) 38
(C) 35
(D) 42
Ans:- (C) 35
27. শতকৰা বছৰি 10% চক্রবৃদ্ধি সুতত 100 টকা 2 বছৰৰ মূৰত মুঠ পৰিমাণ হ'বগৈ -
(A) 121 টকা
(B) 221 টকা
(C) 111.21 টকা
(D) 121.21 টকা
Ans:- (A) 121 টকা
(A) pq
(B) qr
(C) sp
(D) s
Ans:- (D) s
30. 1 ৰ পৰা 25 লৈকে ক্রমিক অযুগ্ম সংখ্যাবোৰৰ যোগফল হৈছে -
(A) 325
(B) 200
(C) 169
(D) 89
Ans:- (C) 169
31. তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়?
(A) প্রতিটো যুগ্ম (ধনাত্মক) সংখ্যাই এটা স্বাভাৱিক সংখ্যা।
(B) আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1.
(C) 0 এটা পূর্ণ সংখ্যা।
(D) প্রতিটো স্বাভাৱিক সংখ্যাই এটা যুগ্ম সংখ্যা।
Ans:- (D) প্রতিটো স্বাভাৱিক সংখ্যাই এটা যুগ্ম সংখ্যা।
32. যদি এটা বস্তুৰ মূল্য 200 টকা হয় আৰু ৰেহাই 10% হয়, তেন্তে বস্তুটোৰ বাবে গ্রাহকে দিব লগা ধনৰ পৰিমাণ হ'ব -
(A) 90 টকা
(B) 190 টকা
(C) 80 টকা
(D) 180 টকা
Ans:- (D) 180 টকা
33. যদি 460 টকা আমি 10 জন পুৰুষ, 16 গৰাকী মহিলা আৰু 20টা শিশুৰ মাজত সমানে ভাগ কৰি দিও, তেন্তে প্রত্যেকে পোৱা অংশৰ পৰিমাণ হ'ব -
(A) 10 টকা
(B) 16 টকা
(C) 20 টকা
(D) 46 টকা
Ans:- (A) 10 টকা
Ans:- (B) 2
Ans:- B
Ans:- (c)
Ans:- D
38. তলৰ কোনটো এটা ত্রিভুজৰ তিনিটা বাহুৰ জোখ হ'ব নোৱাৰে?
(A) 5 ছেঃমিঃ, 10 ছেঃমিঃ, 6 ছেঃমিঃ
(B) 14 ছেঃমিঃ, 7 ছেঃমিঃ, ৪ ছেঃমিঃ
(C) 10 ছেঃমিঃ, 20 ছেঃমিঃ, ৪ ছেঃমিঃ
(D) 30 ছেঃমিঃ, 20 ছেঃমিঃ, 12 ছেঃমিঃ
Ans:- (C) 10 ছেঃমিঃ, 20 ছেঃমিঃ, ৪ ছেঃমিঃ
39. "দুটা ক্রমিক অযুগ্ম সংখ্যাৰ যোগফল 48." এই উক্তিটো প্রকাশ কৰিব পৰা সমীকৰণটো হ'ল -
(A) (x+1)+(x + 2) = 48
(B) x + (x + 1) = 48
(C) x+(x+2) = 48
(D) (x-1)+(x-2) = 48
Ans:- (C) x+(x+2) = 48
40. x-অক্ষ আৰু y+2 = 0 বেখাডালৰ মাজৰ দূৰত্ব কিমান?
(A) 2 একক
(B) 3 একক
(C) 4 একক
(D) 1 একক
Ans:- (A) 2 একক
41. Choose the correct option to fill in the blank in the following sentence :
“Can you tell me _____ the truth?”
(A) why did you not speak
(B) that why did you not speak
(C) why did not you speak
(D) why you did not speak
Ans:- (D) why you did not speak
42. Choose the correct option to fill in the blank in the following sentence :
“The train _____ before we reached the station.”
(A) had left
(B) left
(C) has left
(D) was go ing to leave
Ans:- (A) had left
43. Choose the correct article to fill in the blank in the following sentence :
“He is _____ MA in English.”
(A) a
(B) an
(C) the
(D) No ar ticle is needed
Ans:- (B) an
44. Choose the correct question tag to complete the following sentence :
“She is going there, _____”
(A) isn’t she?
(B) is she?
(C) does n’t she?
(D) is n’t it?
Ans:- (A) isn’t she?
45. Find the incorrectly spelt word.
(A) Conductor
(B) Conductance
(C) Condusive
(D) Confusing
Ans:- (C) Condusive
46. Choose the correct option to fill in the blank in the following sentence :
“When I met Rajat in Mumbai, he _____ teaching English for four years.”
(A) is been
(B) has been
(C) have been
(D) had been
Ans:- (D) had been
47. Fill in the blank of the following sentence with correct option :
“Assam has tremendous potential _____ investors in service sector.”
(A) of
(B) in
(C) at
(D) for
Ans:- (D) for
48. Choose the correct passive form of the following sentence :
“She is writing a letter.”
(A) A letter is written by her.
(B) A letter has been written by her.
(C) A letter is being written by her.
(D) A letter is writing by her.
Ans:- (C) A letter is being written by her.
49. Choose the correct option to fill in the blank in the following sentence :
“She is _____ than any other girl in the class.”
(A) tall
(B) the tallest
(C) more tall
(D) taller
Ans:- (D) taller
50. Choose the correct indirect speech of the following :
She said, “I have finished the work.”
(A) She said that she has finished the work.
(B) She said that she would finish the work.
(C) She said that she finished the work.
(D) She said that she had finished the work.
Ans:- (D) She said that she had finished the work.
51. Choose the correct option to fill in the blank in the following sentence :
“I asked him _____ so lazy.”
(A) that is why
(B) why he was
(C) that why he is
(D) that why is he
Ans:- (B) why he was
52. Choose the correct option to fill in the blank in the following sentence :
“He always claims to be _____ everyone in his company.”
(A) superior than
(B) superior to
(C) superiority over
(D) All of these
Ans:- (B) superior to
53. Which of the following is incorrect ?
(A) A swarm of monkeys
(B) A caravan of camels
(C) A pack of wolves
(D) A colony of rats
Ans:- (A) A swarm of monkeys
54. Which of the following words is closest in meaning to the word ‘abundant’ ?
(A) Scarce
(B) Difficult
(C) Barren
(D) Ample
Ans:- (D) Ample
55. The phrase ‘stem the tide’ means
(A) save
(B) stop
(C) touch
(D) spare
Ans:- (B) stop
56. The antonym of the word ‘callous’ is -
(A) casual
(B) sensitive
(C) soulless
(D) strict
Ans:- (B) sensitive
57. Choose the odd word from the following.
(A) Agitated
(B) Aggressive
(C) Rowdy
(D) Submissive
Ans:- (D) Submissive
58. “O my Luve’s like a red, red rose” is an example of a
(A) simile
(B) metaphor
(C) metonymy
(D) personification
Ans:- (A) simile
59. What is the meaning of ‘cost an arm and leg’ ?
(A) Very expensive
(B) War damages
(C) Total destruction
(D) Medical surgery
Ans:- (A) Very expensive
60. Choose the correct option to fill in the blank in the following sentence :
“He was so hungry that he could _____ wait to wash his hands.”
(A) rarely
(B) often
(C) seldom
(D) hardly
Ans:- (D) hardly
61. তলৰ চিত্ৰবোৰৰ পৰা হেৰুৱা সংখ্যাটো বাছি উলিওৱা:
(A) 18
(B) 46
(C) 80
(D) 70
Ans:- (D) 70
62. যদি 2× 3 × 4 = 432, 5x6x7=765, 7 x 8 x 9 = 987, তেন্তে 2 x 5x7 =?
(A) 572
(B) 752
(C) 725
(D) 257
Ans:- (B) 752
Ans:- D
64. খালী ঠাই পূৰ্ণ কৰা :
_XX_YX_YY_XY_XXY
(A) XXXYY
(B) YXYXY
(C) YYXXY
(D) YYYXX
Ans:- (C) YYXXY
65. খালী ঠাই পূৰণ কৰা :
Doctor : Hospital : : Teacher : _______
(A) School
(B) Field
(C) Industry
(D) Laboratory
Ans:- (A) School
66. যদি 5789 সংখ্যাটোৰ সংকেত GKPT হয় আৰু 2436 সংখ্যাটোৰ সংকেত ALUR হয়, তেন্তে 24539 সংখ্যাটোৰ সংকেত কি হ'ব?
(A) ALRUT
(B) ALGUT
(C) ALGTU
(D) ALGRT
Ans:- (B) ALGUT
67. শুদ্ধ গণিতীয় চিহ্নকেইটা বাছনি কৰা, যাতে তলৰ সম্বন্ধটো শুদ্ধ হয়:
6 * 4 * 9 * 15
(A) -, x, =
(B) x, -, =
(C) =, x, -
(D) -, =, x
Ans:- (B) x, -, =
68. তলৰ চিত্ৰটোৰ পৰা হেৰুৱা সংখ্যাটো বাছি উলিওৱা:
(A) 2
(B) 11
(C) 4
(D) 18
Ans:- (D) 18
69. যদি POLICE ক QOMIDE হিচাবে লিখা হয়, তেন্তে DACOIT ক যি হিচাবে লিখিব লাগিব -
(A) EBDPJU
(B) EADTOJ
(C) EADOJT
(D) EBDOJT
Ans:- (C) EADOJT
Ans:- B
71. ৰম্যাৰ স্কুল পুৱা 10 বজাত আৰম্ভ হয় আৰু স্কুল ছুটিৰ পিছত বিয়লি 4 বজাত তাই সাঁতোৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে। এই সময়ছোৱাত ঘড়ীৰ ঘণ্টাৰ কাঁটাডালে কিমান ডিগ্রী কোণ অতিক্রম কৰে?
(A) 60°
(B) 120°
(C) 180°
(D) 135°
Ans:- (C) 180°
72. এটা লুডুগুটিৰ তিনিটা বিভিন্ন দিশৰ চিত্ৰ দিয়া হৈছে। তাৰ পৰা লুডুগুটিটোৰ 4 ৰ বিপৰীত স্থানত কি সংখ্যা আছে, নির্ণয় কৰা:
(A) 1
(B) 3
(C) 6
(D) 5
Ans:- (A) 1
73. তলত দিয়া সম্পৰ্কৰ বাবে উপযুক্ত আখৰকেইটা বাছি উলিওৱা:
ABC : UVW : : DEF : _____
(A) XYZ
(B) MNP
(C) POR
(D) GHR
Ans:- (A) XYZ
75. তলৰ শৃংখলাটোৰ প্ৰশ্নবোধক ঠাইত উপযুক্ত সংখ্যাটো বিচাৰি উলিওৱা:
8, 24, 12, ?, 18, 54
(A) 18
(B) 36
(C) 46
(D) 38
Ans:- (B) 36
Ans:- (C) 3
77. তলৰ শৃংখলাটোৰ প্ৰশ্নবোধক ঠাইত উপযুক্ত সংখ্যাযোৰ বিচাৰি উলিওৱা:
99, 102; 51, 54; 27, 30; ?,?
(A) 12, 15
(B) 15, 18
(C) 10, 13
(D) 18, 21
Ans:- (B) 15, 18
78. তলৰ চিত্ৰবোৰৰ মাজৰ অমিল চিত্রটো বাছি উলিওৱা।
Ans:- C
79. তলত দিয়া চিত্রসমূহৰ পৰা হেৰুৱা সংখ্যাটো বাছি উলিওৱা:
(B) 175
(C) 225
(D) 150
Ans:- (C) 225
80. তলৰ চিত্ৰবোৰৰ মাজৰ অমিল চিত্ৰটো বাছি উলিওৱা:
Ans:- D
81. অসমত প্রধানকৈ উৎপন্ন হোৱা খাদ্যশস্যবিধ হৈছে -
(A) ধান
(B) ঘেঁহু
(C) মাহ
(D) মৰাপাট
Ans:- (A) ধান
82. 'কামাখ্যা মন্দিৰ' অৱস্থিত
(A) নীলাচল পাহাৰত
(B) চিত্রাচল পাহাৰত
(C) মণিকুট পাহাৰত
(D) এইবোৰৰ এটাও নহয়
Ans:- (A) নীলাচল পাহাৰত
83. আহোম ৰাজবংশৰ শেষৰগৰাকী স্বর্গদেউ কোন আছিল?
(A) জয়ধ্বজ সিংহ
(B) চক্রধ্বজ সিংহ
(C) পুৰন্দৰ সিংহ
(D) প্রমত্ত সিংহ
Ans:- (C) পুৰন্দৰ সিংহ
84. 'জয় দৌল' কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল?
(A) জয়মতী কুঁৱৰীৰ
(B) ফুলেশ্বৰী কুঁৱৰীৰ
(C) অম্বিকা কুঁৱৰীৰ
(D) ৰাণী গাইডালুৰ
Ans:- (A) জয়মতী কুঁৱৰীৰ
85. নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়?
(A) শ্রীভূমি
(B) হাইলাকান্দি
(C) কাছাৰ
(D) মৰিগাঁও
Ans:- (D) মৰিগাঁও
86. নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেও ৰুদ্রসিংহই অৱশেষত আহোম ৰাজ্যত অন্তর্ভুক্ত কৰিছিল?
(A) কমতা ৰাজ্য
(B) ডিমাছা-কছাৰী ৰাজ্য
(C) ডফলা ৰাজ্য
(D) এইবোৰৰ এটাও নহয়
Ans:- (B) ডিমাছা-কছাৰী ৰাজ্য
87. অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্রী কোন আছিল?
(A) চৈয়দা আনোৱাৰা টাইমুৰ
(B) সুচেতা কৃপালনী
(C) নন্দিনী সতপতি
(D) মেহবুবা মুফতি
Ans:- (A) চৈয়দা আনোৱাৰা টাইমুৰ
88. কাৰ ৰাজত্বকালত ইটা আৰু চূণ-চুৰ্কীৰ মিশ্ৰণ ব্যৱহাৰ কৰি 'ৰংঘৰ'ৰ পুননিৰ্মাণ কৰা হৈছিল?
(A) স্বৰ্গদেও জয়ধ্বজ সিংহ
(B) স্বৰ্গদেও পুৰন্দৰ সিংহ
(C) স্বৰ্গদেও গদাধৰ সিংহ
(D) স্বৰ্গদেও প্রমত্ত সিংহ
Ans:- (D) স্বৰ্গদেও প্রমত্ত সিংহ
89. 'অসম কায়াকিং আৰু কেনইং প্রশিক্ষণ কেন্দ্ৰ' ক'ত অৱস্থিত?
(A) দীপৰ বিল, গুৱাহাটী
(B) পানী দিহিং বিল, শিৱসাগৰ
(C) মাগুৰী বিল, তিনিচুকীয়া
(D) চাৰণ বিল, মৰিগাঁও
Ans:- (D) চাৰণ বিল, মৰিগাঁও
90. অসমৰ 'পুলিচ প্রশিক্ষণ মহাবিদ্যালয়'খন ক'ত অৱস্থিত?
(A) নগাঁও
(B) দেৰগাঁও
(C) দুধনৈ
(D) ডিগবৈ
Ans:- (B) দেৰগাঁও
91. 'গৰমপানী অভয়াৰণ্য' ক'ত অৱস্থিত?
(A) ডিফু, অসম
(B) গেংটক, ছিকিম
(C) জুনাগড়, গুজৰাট
(D) ক'হিমা, নগালেণ্ড
Ans:- (A) ডিফু, অসম
92. কাৰ ৰাজত্বকালত চীনা পৰিব্রাজক হিউৱেন চাঙে কামৰূপ ভ্রমণ কৰিছিল?
(A) ভূতিবর্মন
(B) হৰ্জৰবৰ্মন
(C) ৰত্নপাল
(D) ভাস্কৰবৰ্মন
Ans:- (D) ভাস্কৰবৰ্মন
93. Asian Development Bank-এ অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে?
(A) 432.25 মিলিয়ন ডলাৰ
(B) 430.25 মিলিয়ন ডলাৰ
(C) 443.25 মিলিয়ন ডলাৰ
(D) 434.25 মিলিয়ন ডলাৰ
Ans:- (D) 434.25 মিলিয়ন ডলাৰ
94. 1942 চনৰ 'ভাৰত ত্যাগ আন্দোলন'ত তলৰ কোনজনক ফাঁচি দিয়া হৈছিল?
(A) গোমধৰ কোঁৱৰ
(B) মণিৰাম দেৱান
(C) পিয়লী ফুকন
(D) কুশল কোঁৱৰ
Ans:- (D) কুশল কোঁৱৰ
95. অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে?
(A) ভুটান আৰু বাংলাদেশ
(B) ভুটান আৰু মায়ানমাৰ
(C) বাংলাদেশ আৰু মায়ানমাৰ
(D) মায়ানমাৰ আৰু চীন
Ans:- (A) ভুটান আৰু বাংলাদেশ
96. ভাৰতৰ বৃহত্তম নদী-দ্বীপটো অৱস্থিত হৈছে -
(A) বিহাৰত
(B) পশ্চিমবঙ্গত
(C) উৰিষ্যাত
(D) অসমত
Ans:- (D) অসমত
97. অসমৰ একমাত্র মালভূমিটো হৈছে -
(A) দাক্ষিণাত্য মালভূমি
(B) কার্বি মালভূমি
(C) মেঘালয় মালভূমি
(D) চোটনাগপুৰ মালভূমি
Ans:- (B) কার্বি মালভূমি
98. ছিহাবুদ্দিন তালিছৰ 'ফাথিয়া-ই-ইব্রিয়া' তলৰ কোনটো ঘটনা জনাৰ বাবে গুৰুত্বপূর্ণ উৎস?
(A) শৰাইঘাটৰ যুদ্ধ
(B) ইয়াণ্ডাবুৰ সন্ধি
(C) মীৰ জুমলাৰ অভিযান
(D) মোৱামৰীয়া বিদ্রোহ
Ans:- (C) মীৰ জুমলাৰ অভিযান
99. তলত দিয়াবোৰৰ কোনটো অসমৰ অর্থনীতিৰ মুখ্য স্তম্ভ?
(A) তেল আৰু প্রাকৃতিক গেছ
(B) পর্যটন
(C) নির্মাণকার্য
(D) কৃষিকার্য
Ans:- (D) কৃষিকার্য
100. কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলিগড়ত সূচনা কৰা হৈছিল?
(A) 1919
(B) 1999
(C) 1991
(D) 1989
Ans:- (B) 1999
