মহাদেৱ শিৱৰ ১০৮ টা নাম

 

১/ মহাদেৱ
২/ শিৱ
৩/ হৰ
৪/ মহাযোগী
৫/ ৰুদ্ৰ
৬/ শম্ভূ
৭/ মহেশ্বৰ
৮/ ত্ৰিলোচন
৯/ দেৱদেৱ
১০/ মহাকৰ্তা
১১/ দাতা
১২/ পুৰাতন
১৩/ সনাতন
১৪/ বিলোচন
১৫/ দয়াকৰ
১৬/ মৃগপতি
১৭/ আলোক
১৮/ ধ্যানাধাৰ
১৯/ মহাদ্যুতি
২০/ প্রিয়ভক্ত
২১/ সদাচাৰ
২২/ তমোহৰ
২৩/ নীলকণ্ঠ
২৪/ সুধাপতি
২৫/ মহৰ্ষি
২৬/ ভূদেৱ
২৭/ ব্ৰহ্মা
২৮/ শ্ৰীকণ্ঠ
২৯/ অমৃতময়
৩০/ তেজোময়
৩১/ ধৃৰ্জ্জটি
৩২/ দৃঢ়প্ৰজ্ঞ
৩৩/ চিৰন্তন
৩৪/ বিশ্বৰূপ
৩৫/ বিশ্বমূৰ্তি
৩৬/ যোগী
৩৭/ সৰ্বেশ্বৰ
৩৮/ গুণাকৰ
৩৯/ সদাশিৱ
৪০/ জগদীশ
৪১/ কামদেৱ
৪২/ দুৰ্জেয়
৪৩/ লোকনাথ
৪৪/ মহাশক্তি
৪৫/ মহাবল
৪৬/ মহাভূত
৪৭/ মহাকাল
৪৮/ আদিত্য
৪৯/ জ্যোতিষ্মান
৫০/ শংকৰ
৫১/ লোচন
৫২/ বীৰেশ্বৰ
৫৩/ শিৱালয়
৫৪/ যুগাৱৰ্ত
৫৫/ বীৰভদ্ৰ
৫৬/ কৰ্তা
৫৭/ তীৰ্থৰূপ
৫৮/ আজ্ঞাধাৰ
৫৯/ কৌশিক
৬০/ সৰ্বসাধন
৬১/ ব্ৰহ্মগৰ্ভ
৬২/ সুধাপতি
৬৩/ ত্রিশলী
৬৪/ পুৰঞ্জয়
৬৫/ কল্প
৬৬/ সাৰথি
৬৭/ মহাতেজ
৬৮/ কালযোগী
৬৯/ ইষ্ট
৭০/ কৈলাসপতি
৭১/ অমোঘ
৭২/ বিশ্ববাস
৭৩/ বিভূ
৭৪/ প্ৰভাকৰ
৭৫/ বিজয়
৭৬/ বিজ্ঞেয়
৭৭/ মহানিধি
৭৮/ অনঘ
৭৯/ সৰ্বশাসক
৮০/ পুৰন্দৰ
৮১/ বীতভয়
৮২/ বিৰোচন
৮৩/ ব্যাঘ্ৰলোচন
৮৪/ বিশ্বদেহ
৮৫/ সুধীৰ
৮৬/ জনাৰ্দন
৮৭/ পাঞ্চজন্য
৮৮/ পৰমাত্মা
৮৯/ অতীন্দ্ৰিয়
৯০/ পৰমতপ
৯১/ সদযোগী
৯২/ পৰমাৰ্থ
৯৩/ হিৰণ্য
৯৪/ অজ্ঞেয়
৯৫/ অপৰাজিত
৯৬/ অনিৰুদ্ধ
৯৭/ ব্ৰহ্মাজ্যোতি
৯৮/ তপন
৯৯/ মাধৱ
১০০/ বিধাতা
১০১/ সৰ্বশুদ্ধি
১০২/ সৰ্বৰূপ
১০৩/ দিবাকৰ
১০৪/ ত্ৰিলোকেশ
১০৫/ ন্যায়ী
১০৬/ মহাগৰ্ভ
১০৭/ নীলগ্ৰীৱ
১০৮/ বৎসল



Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব