অসম আৰক্ষী উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্ন উত্তৰ Paper–I 2025


1. ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্র উপন্যাসখন কি?
(A) 'জোনবিৰি'
(B) 'কদমকলি'
(C) 'পদুম কুঁৱৰী'
(D) 'সুৰভি'

Ans:- (C) 'পদুম কুঁৱৰী'

2. ৰিম'ট চেঞ্চিংত ব্যৱহৃত হয়
(A) এন. এম. আৰ.
(B) ই. এছ. আৰ.
(C) ই. এম. আৰ.
(D) এছ. এছ. আৰ.

Ans:- (C) ই. এম. আৰ.

3. ড০ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি 'বাণপ্রস্থ' নামৰ চুটিগল্পৰ ওপৰত আধাৰিত?
(A) 'অগ্নিস্নান'
(B) 'সন্ধ্যা ৰাগ'
(C) 'সাৰথি'
(D) 'কোলাহল'

Ans:- (B) 'সন্ধ্যা ৰাগ'

4. 'নোবেল গেছ' প্রথমে কোনে আৱিষ্কাৰ কৰিছিল?
(A) নিলছ ব'ৰ
(B) নীল বার্টলেট
(C) নীল আর্মস্ট্রং
(D) উইলিয়াম ৰামছে

Ans:- (D) উইলিয়াম ৰামছে

5. স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত হৈছে
(A) ড০ নগেন্দ্র সিং
(B) এছ. পি. সেন ভার্মা
(C) কে. ভি. কে. সুন্দৰম
(D) সুকুমাৰ সেন

Ans:- (D) সুকুমাৰ সেন

6. ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি হ'ল
(A) কর্ণম মাল্লেশ্বৰী
(B) অঞ্জু ববী জর্জ
(C) এম. ডি. ভালচাম্মা
(D) পি. টি. ঊষা

Ans:- (D) পি. টি. ঊষা

7. তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছলকাৰক হিচাবে ব্যৱহৃত হয়?
(A) গ্রেফাইট
(B) চিলিকা
(C) আইৰন অক্সাইদ
(D) হীৰা

Ans:- (A) গ্রেফাইট

৪. কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেন্টচ্ ইন্টাৰফেচ অথবা ইউ. পি. আই. যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে?
(A) 2015
(B) 2016
(C) 2017
(D) 2018

Ans:- (B) 2016

9. স্বৰ্গদেউ চুলিকা (স্বৰ্গদেউ ৰত্নধ্বজ সিংহ) কোনটো নামেৰে জনাজাত আছিল?
(A) বামুণী কোঁৱৰ
(B) ল'ৰা ৰজা
(C) লাই
(D) লেচাই

Ans:- (B) ল'ৰা ৰজা

10. অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে -
(A) ভোগেশ্বৰ বৰুৱা
(B) হীমা দাস
(C) ম'নালিছা বৰুৱা মেহতা
(D) লভলীনা বৰগোহাঁই

Ans:- (D) লভলীনা বৰগোহাঁই

11. আলোকবর্ষ কিহৰ একক?
(A) দূৰত্ব
(B) সময়
(C) আলোকৰ বেগ
(D) আলোকৰ প্রাবল্য

Ans:- (A) দূৰত্ব

12. ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো?
(A) বৰনদী
(B) দিখৌ
(C) ধনশিৰি
(D) সোৱনশিৰি

Ans:- (D) সোৱনশিৰি

13. কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি 'ৰসৰাজ' প্ৰদান কৰিছিল?
(A) শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা
(B) বাৰাণসীৰ কাশী হিন্দু বিশ্ববিদ্যালয়
(C) গুৱাহাটীত অনুষ্ঠিত অসম ছাত্র সম্মিলন
(D) তেজপুৰৰ অসমীয়া ক্লাব

Ans:- (A) শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা

14. চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল?
(A) ঘাঁহনি
(B) জলাশয়
(C) বননি
(D) পশুধন

Ans:- (C) বননি

15. অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন আছিল?
(A) সদানন্দ লহকৰ
(B) ৰতন লহকৰ
(C) অচ্যুত লহকৰ
(D) সীতানাথ লহকৰ

Ans:- (C) অচ্যুত লহকৰ

16. সৌৰজগতৰ সেউজ গ্রহ হৈছে -
(A) মঙ্গল
(B) ইউৰেনাচ
(C) শুক্র
(D) পৃথিৱী

Ans:- (B) ইউৰেনাচ

17. গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্রতিযোগিতাৰ 'শুভঙ্কৰ' (Mascot) আছিল -
(A) টিখৰ
(B) ৰংমন
(C) ৰঙিলী
(D) বৰদৈচিলা

Ans:- (B) ৰংমন

18. ৰেচম শিল্পত প্রাসংগিক গছ হৈছে -
(A) সোণাৰু
(B) মৰাপাট
(C) মটৰ
(D) নুনী

Ans:- (D) নুনী

19. 'লাচিত দিৱস' কেতিয়া পালন কৰা হয়?
(A) 24 নৱেম্বৰ
(B) 29 আগষ্ট
(C) 2 ডিচেম্বৰ
(D) 24 অক্টোবৰ

Ans:- (A) 24 নৱেম্বৰ

20. লোকসভা ভঙ্গ কৰাৰ অধিকাৰ কাৰ আছে?
(A) প্রধানমন্ত্রী
(B) ৰাষ্ট্ৰপতি
(C) লোকসভাৰ অধ্যক্ষ (স্পীকাৰ)
(D) ভাৰতৰ মুখ্য ন্যায়াধীশ

Ans:- (B) ৰাষ্ট্ৰপতি

21. পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অকাডেমীৰ সৰ্বশ্রেষ্ঠ শিক্ষার্থী (কেদেট) ক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত
দিয়া হয়?
(A) শুক্লধ্বজ
(B) চুকাফা
(C) কুশল কোঁৱৰ
(D) লাচিত বৰফুকন

Ans:- (D) লাচিত বৰফুকন

22. অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে
(A) বাংলাদেশ আৰু ভূটান
(B) নেপাল আৰু ভূটান
(C) ম্যানমাৰ আৰু বাংলাদেশ
(D) নেপাল আৰু বাংলাদেশ

Ans:- (A) বাংলাদেশ আৰু ভূটান

23. অসমৰ 'লৌহমানৱ' বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায়?

(A) গোপীনাথ বৰদলৈ
(B) তৰুণ ৰাম ফুকন
(C) বিমলা প্রসাদ চলিহা
(D) বিষ্ণুৰাম মেধি

Ans:- (D) বিষ্ণুৰাম মেধি


24. কম্পিউটাৰৰ ছবি-চিত্রণত ক্ষুদ্রতম একক হৈছে
(A) ইউনিট
(B) পিক্সেল
(C) এৰে
(D) ৰিজলিউচন

Ans:- (B) পিক্সেল

25. 'লাফিঙ গেছ' কি?
(A) নাইট্রাছ অক্সাইদ
(B) নাইট্রিক অক্সাইদ
(C) ছালফাৰ ডাই-অক্সাইদ
(D) হাইদ্ৰ'জেন পেৰ'ক্সাইদ

Ans:- (A) নাইট্রাছ অক্সাইদ

26. যদি ডিছকাছ থ্র'ক শ্বট-পুট বুলি কোৱা হয়, শ্বট-পুটক জেভেলিন থ্র', জেভেলিন থ্র'ক হেমাৰ থ্র' আৰু হেমাৰ থ্র'ক ডিছকাছ
থ্র' বুলি কোৱা হয়, তেন্তে জোঙা সঁজুলিৰে কোনবিধ এথলেটিক ক্রীড়া খেলিব লাগে?
(A) জেভেলিন থ্র'
(B) হেমাৰ থ্র'
(C) ডিছকাছ থ্র'
(D) শ্বট-পুট

Ans:- (B) হেমাৰ থ্র'

27. এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্রক আৰু চার্ট আছে। ষ্টকত দেখা গ'ল 70টা ৰঙা আইটেম
আৰু 120টা ফ্রক আছে। যদি নীলা ৰঙৰ 18টা চার্ট আছে, তেন্তে দোকানখনত থকা ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান?
(A) 48
(B) 12
(C) 58
(D) 62

Ans:- (C) 58

28. 1 আৰু 100 ৰ মাজত দুই-অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে?
(A) 90
(B) 99
(C) 91
(D) 89

Ans:- (A) 90

29. কোনো এক বৃত্তত ইয়াৰ ব্যাসার্ধৰ সমান জোখৰ এডাল জ্যা টনা হ'ল। যদি জ্যাডালৰ মূৰকেইটা বৃত্তটোৰ কেন্দ্ৰৰ সৈতে
যথোপযুক্ত ৰেখাখণ্ডৰে সংযোজিত কৰা হয়, তেন্তে সৃষ্ট ত্রিভুজটো হ'ব এক
(A) স্থূলকোণী ত্রিভুজ
(B) বিষমবাহু ত্রিভুজ
(C) সমকোণী ত্রিভুজ
(D) সমবাহু ত্রিভুজ

Ans:- (D) সমবাহু ত্রিভুজ

30. কোনো এখন সভাত পাঁচগৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তিয়েই আন প্ৰতিগৰাকী ব্যক্তিৰ সৈতে ঠিক
একোবাৰকৈ কৰমৰ্দন কৰিছিল। সভাখনত কৰা মুঠ কৰমদনৰ সংখ্যা হৈছে
(A) 10
(B) 25
(C) 15
(D) 5

Ans:- (A) 10

31. একোটা বর্ষ 364 দিনৰ সমষ্টি বুলি বিবেচনা কৰা হওক। কোনো এক প্রদত্ত বৰ্ষৰ প্ৰথম দিনটো যদি ৰবিবাৰ হয়, তেন্তে ঠিক
পৰৱৰ্তী বৰ্ষৰ প্ৰথম দিনটো হ'ব
(A) সোমবাৰ
(B) বুধবাৰ
(C) শুক্রবাৰ
(D) ৰবিবাৰ

Ans:- (D) ৰবিবাৰ

32. নিম্নলিখিতসমূহৰ কোনটো এটা পূর্ণবর্গ সংখ্যা নহয়?
(A) 3721
(B) 1296
(C) 1026
(D) 1369

Ans:- (C) 1026

33. কোনো এক সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল। সদ্য বিক্রী মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে ই আগৰ বিক্ৰী মূল্যৰ সমান হ'বগৈ?
(A) 20%
(B) 25%
(C) 15%
(D) 30%

Ans:- (B) 25%

34. 5 জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা 250 হয়গৈ। তেন্তে 10 জনী কুকুৰাই 10 দিনৰ বাবে
কণী পাৰিলে মুঠ কণীৰ সংখ্যা হ'ব
(A) 1000
(B) 100
(C) 2500
(D) 500

Ans:- (A) 1000

35. কণিকাৰ একমাত্র ভাতৃ অভয় হৈছে উজ্জ্বলৰ মাতৃ কাজলৰ স্বামী। কণিকাৰ মাতৃ ৰজনী উজ্জ্বলৰ সৈতে কি সম্পৰ্কৰে
সম্বন্ধিত?
(A) পেহী
(B) মাহী
(C) মাতৃৰ ফালৰ আইতা
(D) পিতৃৰ ফালৰ আইতা

Ans:- (D) পিতৃৰ ফালৰ আইতা

36. কোনো এক বিশেষ ক'ডত '247' য়ে 'spread red carpet' বুজায়; '256' য়ে 'dust one carpet' বুজায় আৰু
'264' য়ে 'one red carpet' বুজায়। ক'ডৰ কোনটো অংকই 'dust' বুজায়?
(A) 5
(B) 2
(C) 6
(D) 4

Ans:- (A) 5

37. ABCD হৈছে এটা 4-অংকযুক্ত সংখ্যা, য'ত A আৰু Bৰ যোগফল C আৰু Dৰ যোগফলৰ সৈতে সমান। A আৰু DA
যোগফল Cৰ সমান আৰু B আৰু Dৰ যোগফল A আৰু Cৰ যোগফলৰ দুগুণ। সংখ্যাটোৰ প্ৰথম আৰু অন্তিম অংকৰ
যোগফল কিমান?
(A) 7
(B) 5
(C) 9
(D) 8

Ans:- (B) 5

38. কেইজনমান চাইকেল আৰোহীয়ে কাকো অতিক্ৰম নকৰাকৈ এক বৃত্তাকাৰ ট্ৰেকত চাইকেল চলাই আছে। পৱনৰ পিছফালে
তপন আৰু পৱনৰ সমুখত বিনীতা আছে। বিনীতাই তাইৰ আৰু তপনক অনুসৰণ কৰি থকা শালিনীৰ মাজত দুজন চাইকেল
আৰোহীক দেখা পায়। ট্রেকত মুঠতে কিমানজন চাইকেল আৰোহী আছে?
(A) 5
(B) 6
(C) 7
(D) 8

Ans:- (B) 6

39. এটা চাৰিআলিত থকা দিক-নির্দেশক এখন ট্রাকেৰে খুন্দা খোৱাৰ ফলত আগৰ পূব দিশটো এতিয়া দক্ষিণলৈ নির্দেশিত হ'ল।
এখন কাৰগাড়ী আহি এই নির্দেশনা মতে পশ্চিম দিশৰ ফালে গতি কৰিছে। কাৰগাড়ীখনে প্রকৃততে কোন দিশলৈ গতি
কৰিছে?
(A) দক্ষিণ
(B) পশ্চিম
(C) উত্তৰ
(D) পূব

Ans:- (C) উত্তৰ

40. এজন মানুহ তেওঁৰ পুত্ৰতকৈ বয়সত 24 বছৰ ডাঙৰ। 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব।
তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স হৈছে
(A) 14 বছৰ
(B) 18 বছৰ
(C) 20 বছৰ
(D) 22 বছৰ

Ans:- (D) 22 বছৰ

41. এটা দিনত কেইবাৰ ঘড়ীৰ দুয়োখন হাত একেলগ হয়?
(A) 24
(B) 22
(C) 21
(D) 20

Ans:- (B) 22

42. (8 88) 8888088 ?
(A) 808008
(B) 808080
(C) 808088
(D) 8008008

Ans:- (A) 808008

43. এটা মোনাত 50 পইচা, 25 পইচা আৰু 10 পইচাৰ মুদ্ৰাৰ সংখ্যা 4:5:9 অনুপাতত আছিল। যদিহে আটাইখিনি মুদ্ৰাৰ
মূল্য 830 টকা হয়, তেনেহ'লে 25 পইচাৰ মুদ্ৰাৰ সংখ্যা কিমান আছিল?
(A) 800
(B) 1000
(C) 1800
(D) 900

Ans:- (B) 1000

44. যদি এটা গোলকৰ ব্যাসার্ধ 10% বৃদ্ধি হয়, তেনেহ'লে গোলকটোৰ আয়তন কিমান শতাংশ বৃদ্ধি হ'ব?
(A) 30%
(B) 21%
(C) 33.33%
(D) 33.1%

Ans:- (D) 33.1%

45. আমি যদি সম্বন্ধক এনেদৰে চিনাক্ত কৰোঁ

A + B মানে A হৈছে Bৰ মাতৃ
A - B মানে A হৈছে Bৰ পিতৃ
A × B মানে A হৈছে Bৰ ভগ্নী

তেন্তে, তলৰ কোনটোৱে সূচায় যে জেন হ'ল মি. বেনেটৰ জীয়ৰী?

(A) মিচেচ বেনেট + এলিজাবেথ + জেন
(B) মি. বেনেট - এলিজাবেথ × জেন
(C) মিচেচ বেনেট × জেন × এলিজাবেথ
(D) মি. বেনেট - এলিজাবেথ + জেন

Ans:- (B) মি. বেনেট - এলিজাবেথ × জেন

46. এটা 90 মিটাৰ × 50 মিটাৰ মাপৰ আয়তাকাৰ ভূমিক তাঁৰৰ বেৰৰ দ্বাৰা বেৰিব লাগে। যদি ফেন্সিঙৰ খুটাবোৰ 5 মিটাৰ
দূৰত্বত ৰখা হয়, তেন্তে কিমানটা খুটাৰ প্ৰয়োজন হ'ব?
(A) 55
(B) 56
(C) 57
(D) 58

Ans:- (B) 56

47. পাঁচগৰাকী বন্ধুৰ ভিতৰত মহেশ কুণালতকৈ ওখ কিন্তু য়াশৰ সমান ওখ নহয়। ঋত্বিক য়াশতকৈ ওখ কিন্তু অভিষেকতকৈ
চাপৰ। যদি তেওঁলোক তেওঁলোকৰ উচ্চতাৰ ক্ৰমত থিয় হয়, তেন্তে কোনে প্রথমত থাকিব?
(A) অভিষেক
(B) য়াশ
(C) কুণাল
(D) ঋত্বিক

Ans:- (C) কুণাল

48. যদি 7টা ক্রমিক সংখ্যাৰ গড় 20 হয়, তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব?
(A) 20
(B) 22
(C) 23
(D) 24

Ans:- (C) 23

49. ৰমাকান্তই উত্তৰদিশে খোজ কাঢ়িবলৈ ল'লে। অলপ পিছত তেওঁ সোঁফালে গ'ল আৰু তাৰ পিছত বাওঁদিশে। অৱশেষত,
এক কিলোমিটাৰ যোৱাৰ পিছত, তেওঁ পুনৰ বাওঁদিশে গ'ল। এতিয়া তেওঁ কোনদিশত গৈ আছে?
(A) উত্তৰ
(B) দক্ষিণ
(C) পূব
(D) পশ্চিম

Ans:- (D) পশ্চিম

50. 5, 8, 15ৰ চতুর্থ সমানুপাতিক হৈছে
(A) 18
(B) 24
(C) 19
(D) 20

Ans:- (B) 24


51. অৰুণ আৰু বৰুণে এটা কাম 72 দিনত কৰিব পাৰে। বৰুণ আৰু গীতুৱে কামটো 120 দিনত কৰিব পাৰে। অৰুণ আৰু
গীতুৰে সেইটো 90 দিনত কৰিব পাৰে। অৰুণে অকলে কিমান দিনত কামটো কৰিব পাৰিব?
(A) 120 দিনত
(B) 100 দিনত
(C) ৪০ দিনত
(D) 150 দিনত

Ans:- (A) 120 দিনত

52. 

(A) 2906 
(B) 2706 
(C) 2704 
(D) 2904

Ans:- (C) 2704 

53. তলৰ প্ৰকাশৰাশিটোত প্রশ্নবোধক চিহ্ন (?)ৰ স্থানত উপযুক্ত সংখ্যাটো কি হ'ব?

C: 16:: E: 36:: G: ?

(A) 64
(B) 40
(C) 25
(D) 50

Ans:- (A) 64

54. তলৰ শৃংখলত অমিল সংখ্যাটো কি?

22, 33, 66, 99, 121, 279, 594

(A) 33
(B) 121
(C) 279
(D) 594

Ans:- (C) 279

55. E হৈছে Aৰ পুত্র। D হৈছে Bৰ পুত্র। Eৰ বিয়া হৈছে Cৰ সৈতে। C হৈছে Bৰ জীয়ৰী। D আৰু Eৰ মাজত সম্বন্ধ কি?

(A) ভাতৃ
(B) মামা
(C) শহুৰ
(D) ভিনিহি

Ans:- (D) ভিনিহি

56. এটা সমবাহু ত্রিভুজ, এটা বর্গক্ষেত্র আৰু এটা বৃত্তৰ পৰিসীমা সমান। যদি T য়ে ত্রিভুজৰ ক্ষেত্রফল সূচায়, S য়ে বৰ্গক্ষেত্ৰৰ
ক্ষেত্রফল আৰু C য়ে বৃত্তৰ ক্ষেত্রফল সূচায়, তেন্তে -

(A) S T C
(B) T C S
(C) T S C
(D) C S T

Ans:- (C) T S C

57. প্রশ্নবোধক চিহ্ন (?)ৰ স্থানত কি বহিব?

CBD, GFH, KJL, ?, SRT

(A) QOP
(B) WVX
(C) POQ
(D) ONP

Ans:- (D) ONP

58. 

(A) 65 কিলোমিটাৰ
(B) 100 কিলোমিটাৰ
(C) 120 কিলোমিটাৰ
(D) 130 কিলোমিটাৰ

Ans:- (D) 130 কিলোমিটাৰ

59. এজন ল'ৰাই 20 কি.মি./ঘণ্টা বেগত ঘৰৰ পৰা বিদ্যালয়লৈ যায় আৰু ঘৰলৈ ওভতি আহে 30 কি.মি./ঘণ্টা বেগত। তেনেহ'লে তেওঁৰ এই ভ্ৰমণৰ গড় বেগ নির্ণয় কৰা।

(A) 25 কি.মি./ঘণ্টা
(B) 26 কি.মি./ঘণ্টা
(C) 24 কি.মি./ঘণ্টা
(D) তথ্য অসম্পূর্ণ

Ans:- (C) 24 কি.মি./ঘণ্টা

60. 

(A) 36%
(B) 56.25%
(C) 64%
(D) 84%

Ans:- (A) 36%

61. 2005 ৰ ৪ ফেব্ৰুৱাৰী আছিল মঙ্গলবাৰ। 2004 ৰ ৪ ফেব্ৰুৱাৰী সপ্তাহটোৰ কি বাৰ আছিল?

(A) দেওবাৰ
(B) সোমবাৰ
(C) মঙ্গলবাৰ
(D) বুধবাৰ

Ans:- (A) দেওবাৰ

62. আটাইতকৈ ডাঙৰ চাৰি অংকৰ সংখ্যা যিটোক 12, 15, 18 আৰু 27 ৰে সম্পূর্ণভাৱে হৰণ কৰিব পৰা যাব সেইটো হ'ল -

(A) 9720
(B) 9725
(C) 9730
(D) 9735

Ans:- (A) 9720

63. 

(A) 4
(B) 6
(C) 8
(D) 10

Ans:- (A) 4

64. 10 ইনিংচত এজন ক্রিকেট খেলুৱৈৰ গড় ৰান হৈছে 32. পৰৱৰ্তী ইনিংচত কিমান ৰান কৰিলে তেওঁৰ ৰানৰ গড় 4 বৃদ্ধি পাব?

(A) 2
(B) 4
(C) 70
(D) 76

Ans:- (D) 76

Direction: Each of the questions (Question Nos. 65 to 70) is based on the passage given below. The questions are to be answered on the basis of what is stated or implied in the passage. Choose the most appropriate response that accurately and completely answers the question.

Lionel Messi could not believe it. Frankly, few could. Against the US four days ago, his divine left foot had made the ball overcome a wall of defenders and curl and dip past a diving goalkeeper to magically settle in the top left corner of the goal. It was not as much a free kick from 25 yards, but a laser-guided missile. On Sunday night, in the penalty shootout of the Copa America final against Chile, he hit it over from less than half that distance with nothing but the thick New Jersey air to beat. The resultant 4-2 loss meant Argentina's title drought, dating back to 1993, would continue. It also ensured that Messi, one of the most decorated club footballers of all time, would not get that one trophy with the national team he so covets. It will remain that way as Messi, later, announced his retirement from international football. His teammates have said it was a heat-of-the-moment decision and he would reconsider. Messi's unhappiness with the Argentine Federation, which is teetering on the brink of collapse, may also have influenced his decision. Therefore, a return to sky blue-and-white, with the World Cup just two years away, cannot be implausible. Nevertheless, if Sunday was his final appearance for
Albiceleste, what legacy does he leave behind? It is easy to brand him as an underachiever, given his 28-0 club vs. country record at the senior level. But the picture is more complex. For one, modern-day football has very limited scope for independent, individual flair. Two, what that number does not show is both as a player and a captain, Messi has been instrumental in Argentina making it to three major finals in the last two years, including the 2014 World Cup. What remains unquestionable is Messi's unimpeachable genius. His unparalleled vision, deft touch, and nimble footwork have often proved to be the lifeline of his teams, be it at Barcelona or Argentina. Yes, he may have missed that crucial penalty, but it is important to remember that football is a team sport. It is equally about collective endeavour as it is about individual brilliance. Clearly, the margin between an underachiever and a GOAT is very, very slim. It, therefore, depends on how you want to remember Messi: Through his last miss or his last hit, that free kick.

65. What does the author mean to say when he comments, "Lionel Messi could not believe it"?

(A) Lionel Messi could not believe that he could not score a goal of a free kick during the penalty shootout

(B) Lionel Messi could not believe that he had overcome a wall of defenders to score a goal from 25 yards

(C) Lionel Messi could not believe that the football that he kicked from 25 yards hit the goals like a missile

(D) Lionel Messi could not believe the ball that he kicked curved and settled in the top left corner of the goal

Ans:- (A) Lionel Messi could not believe that he could not score a goal of a free kick during the penalty shootout

66. When Messi missed the penalty shot, what result did that ensure?

(A) It brought criticism for Messi from all around the world

(B) It deprived his national football team of the Copa America Cup

(C) It made Lionel Messi so dejected that he had to announce retirement from football

(D) It cost Argentina its chance of winning the FIFA World Cup

Ans:- (B) It deprived his national football team of the Copa America Cup

67. What tone does the author employ when discussing Lionel Messi's career and achievements in the passage?

(A) Appreciative and celebratory

(B) Critical and judgemental

(C) Analytical and objective

(D) Emotional and empathetic

Ans:- (C) Analytical and objective

68. According to the passage, Lionel Messi's decision to retire from the international football was perhaps influenced by -

(A) his unhappiness with the Argentine Federation

(B) the defeat in the Copa America final

(C) the heat of the moment

(D) the desire to focus on his club career

Ans:- (A) his unhappiness with the Argentine Federation

69. Which of the following can be inferred from the passage?

(A) Lionel Messi's retirement from international football was solely influenced by his missed penalty in the Copa America final

(B) Lionel Messi's legacy as a football player is defined by his individual achievements rather than his contributions to the teams he played for

(C) Lionel Messi's individual brilliance as a football player is acknowledged, but it is important to remember that football is a team sport

(D) Lionel Messi's retirement from international football marks the end of his football career altogether

Ans:- (C) Lionel Messi's individual brilliance as a football player is acknowledged, but it is important to remember that football is a team sport

70. Which of the following statements is supported by the passage?

(A) Messi has never won a major international trophy with Argentina.

(B) Messi's individual brilliance outweighs the importance of collective endeavour in football.

(C) Messi's missed penalty in the Copa America final was the sole reason for Argentina's loss.

(D) Messi's retirement from the international football is irreversible.

Ans:- (A) Messi has never won a major international trophy with Argentina.

71. চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল?

(A) হৰিয়া মণ্ডল
(B) শিশু সিংহ
(C) বিশ্ব সিংহ
(D) ইয়াৰ এজনো নহয়

Ans:- (B) শিশু সিংহ

72. গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনির্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি?

(A) কৌশম্বী
(B) কুশিনগৰ
(C) বুদাউন
(D) চিত্রকূট

Ans:- (B) কুশিনগৰ

73. সমুদ্রগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিল?

(A) বাণভট্ট
(B) হৰিসেন
(C) চান্দ বৰদৈ
(D) ভৱভূতি

Ans:- (B) হৰিসেন

74. অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্রী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল?

(A) নীলাম্বৰ
(B) গদাধৰ
(C) পীতাম্বৰ
(D) মনেশ্বৰ

Ans:- (A) নীলাম্বৰ

75. 1923 চনত কোনে 'স্বৰাজ দল' গঠন কৰিছিল?

(A) মতিলাল নেহৰু আৰু চি. আৰ. দাস
(C) গান্ধীজী আৰু জৱাহৰলাল নেহৰু
(B) শচীন সান্যাল আৰু যোগেশ চেটার্জী
(D) আব্দুল গফ্ফৰ খান আৰু বিথলভাই পেটেল

Ans:- (A) মতিলাল নেহৰু আৰু চি. আৰ. দাস

76. আহোম ৰজাৰ ৰান্ধনিঘৰত 'লাইমেকুৰী'ৰ কি কাম আছিল?

(A) খৰিৰ যোগান ধৰা
(B) ৰন্ধা
(C) খাদ্যৰ সোৱাদ লোৱা
(D) মাংসৰ যোগান ধৰা

Ans:- (C) খাদ্যৰ সোৱাদ লোৱা

77. ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল?

(A) বংগদেশৰ বিভাজন
(B) জালিৱানৱালাবাগৰ গণহত্যা
(C) ভগৎ সিঙৰ ফাঁচি
(D) ৰাজগুৰু আৰু সুখদেৱৰ ফাঁচি

Ans:- (B) জালিৱানৱালাবাগৰ গণহত্যা

78. আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰাৰ ৰণ হৈছিল। শেষৰ ৰণ কোনটো আছিল?

(A) ৰঙামাটিৰ ৰণ
(B) শৰাইঘাটৰ ৰণ
(C) ইটাখুলীৰ ৰণ
(D) যোগীঘোপাৰ ৰণ

Ans:- (C) ইটাখুলীৰ ৰণ

79. 1925ত 'লেবাৰ স্বৰাজ দল' কোনে স্থাপন কৰিছিল?

(A) আব্দুল গফ্ফৰ খান
(B) কাজী নজৰুল ইছলাম
(C) জোচেফ বাপটিষ্টা
(D) চি. আৰ. দাস

Ans:- (B) কাজী নজৰুল ইছলাম

80. কোম কন্তং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ-পোছাক?

(A) ৰাভা
(B) তিৱা
(C) সোণোৱাল কছাৰী
(D) মিচিং

Ans:- (A) ৰাভা

81. কোন চনত নগালেণ্ড অসমৰ পৰা পৃথক হৈছিল?

(A) 1961
(B) 1962
(C) 1963
(D) 1964

Ans:- (C) 1963

82. বর্মন ৰাজবংশ কোনে স্থাপন কৰিছিল?

(A) ভাস্কৰবৰ্মন
(B) পুষ্যবর্মন
(C) সমুদ্রবর্মন
(D) ইয়াৰ এজনো নহয়

Ans:- (B) পুষ্যবর্মন

83. নিম্নলিখিতসকলৰ কোনজন ভাৰতৰ প্ৰথমগৰাকী গৱৰ্ণৰ-জেনেৰেল আছিল?

(A) লর্ড ডেলহাউচি
(B) লর্ড কর্ণৱালিচ
(C) লর্ড উইলিয়াম বেন্টিংক
(D) ইয়াৰ এজনো নহয়

Ans:- (C) লর্ড উইলিয়াম বেন্টিংক

84. কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল?

(A) মহম্মদ বখটিয়াৰ খিল্জী
(B) মহম্মদ ঘূৰী
(C) মীৰজুমলা
(D) ইয়াৰ এজনো নহয়

Ans:- (A) মহম্মদ বখটিয়াৰ খিল্জী

85. 'স্বৰাজ' শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নওৰোজিয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিবেশন হোৱা চন আৰু স্থান আছিল -

(A) 1904, বম্বে
(B) 1906, কলিকতা
(C) 1907, চুৰাত
(D) 1916, লক্ষ্ণৌ

Ans:- (B) 1906, কলিকতা

86. ৰজা হর্ষবর্ধনৰ পিতৃৰ নাম আছিল -

(A) প্রভাকৰবৰ্ধন
(B) ভাস্কৰবৰ্ধন
(C) জয়বর্ধন
(D) মহাবর্ধন

Ans:- (A) প্রভাকৰবৰ্ধন

87. হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল -

(A) হৰিদ্বাৰত
(B) এলাহাবাদত
(C) বেনাৰচত
(D) ইয়াৰ এটাও নহয়

Ans:- (A) হৰিদ্বাৰত

88. কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?

(A) শুক্লধ্বজ
(B) বিশ্বসিংহ
(C) নৰনাৰায়ণ
(D) চক্রধ্বজ

Ans:- (C) নৰনাৰায়ণ

89. শ্রীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল?

(A) খেৰসুতী আই
(B) সত্যসন্ধ্যা দেৱী
(C) দেৱী পাৰ্বতী
(D) ইয়াৰ এজনো নহয়

Ans:- (B) সত্যসন্ধ্যা দেৱী

90. ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল?

(A) ছাৰ টমাচ ৰো
(B) উইলিয়াম হকিন্স
(C) জন মিন্দেনহল
(D) ইয়াৰ এজনো নহয়

Ans:- (C) জন মিন্দেনহল

91. 'আসাম এছচিয়েচন'ৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল?

(A) 1905, ডিব্ৰুগড়ত
(B) 1904, গুৱাহাটীত
(C) 1905, লখিমপুৰত
(D) 1904, যোৰহাটত

Ans:- (A) 1905, ডিব্ৰুগড়ত

92. স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল?

(A) ফকৰুদ্দিন আলি আহমেদ
(B) ছাৰ চাদুল্লা
(C) ছাৰ আকবৰ হাইদৰি
(D) ইয়াৰ এজনো নহয়

Ans:- (C) ছাৰ আকবৰ হাইদৰি

93. অসমত ব্রিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল?

(A) পিয়লী বৰফুকন
(B) গোমধৰ কোঁৱৰ
(C) মণিৰাম দেৱান
(D) জিউৰাম দুলিয়া বৰুৱা

Ans:- (C) মণিৰাম দেৱান

94. আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

(A) খ্রীষ্টপূর্ব 326
(B) খ্রীষ্টপূর্ব 316
(C) খ্রীষ্টপূর্ব 346
(D) খ্রীষ্টপূর্ব 356

Ans:- (A) খ্রীষ্টপূর্ব 326

95. বিখ্যাত 'ত্রিমূর্তি সদাশিৱ' তলৰ কোন গুহাৰ অংশ?

(A) অজন্তা
(B) ইলোৰা
(C) এলিফেন্টা
(D) বাঘ

Ans:- (C) এলিফেন্টা

96. 'অৰুণোদই'ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?

(A) ড০ নাথান ব্রাউন
(B) পদ্মনাথ গোহাঞি বৰুৱা
(C) জগন্নাথ বৰুৱা
(D) বিষ্ণুৰাম মেধি

Ans:- (A) ড০ নাথান ব্রাউন

97. গান্ধী-আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল?

(A) ৰৌলাট সত্যাগ্রহ
(B) আইন অমান্য
(C) অসহযোগ
(D) ভাৰত ত্যাগ

Ans:- (B) আইন অমান্য

98. কোনখন বেদত আটাইতকৈ প্রাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায়?

(A) 'ঋগবেদ'
(B) 'যজুর্বেদ'
(C) 'অথর্ববেদ'
(D) 'সামবেদ'

Ans:- (A) 'ঋগবেদ'

99. অসমত অভিৰুচি ক্রীড়া দিৱসৰূপে কাৰ জন্মদিন পালন কৰা হয়?

(A) ৰাধা গোবিন্দ বৰুৱা
(B) লাচিত বৰফুকন
(C) ভোগেশ্বৰ বৰুৱা
(D) মেজৰ ধ্যানচন্দ

Ans:- (C) ভোগেশ্বৰ বৰুৱা

100. ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষচন্দ্র বসুৱে কি দল গঠন কৰিছিল?

(A) ৰিপাব্লিকান পার্টি
(B) ফৰৱাৰ্ড ব্লক
(C) সমাজবাদী পার্টি
(D) ইন্ডিয়ান নেচনেল আর্মি

Ans:- (B) ফৰৱাৰ্ড ব্লক


Post a Comment

Previous Post Next Post