ADRE আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে Online Mock Test ২০২৬

Mock Test: সাম্প্ৰতিক ঘটনাৱলী ২০২৬ ৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে

তলৰ অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি লওক।


১. ভাৰতত প্ৰতি বছৰে কোন তাৰিখে ৰাষ্ট্ৰীয় ঐক্য দিৱস পালন কৰা হয়?
  • A. ১৫ আগষ্ট
  • B. ৩১ অক্টোবৰ
  • C. ২ অক্টোবৰ
  • D. ২৬ জানুৱাৰী
২. ৰাষ্ট্ৰীয় ঐক্য দিৱস কাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা হয়?
  • A. বি. আৰ. আম্বেদকাৰ
  • B. জৱাহৰলাল নেহৰু
  • C. চৰ্দাৰ বল্লভভাই পেটেল
  • D. সুভাষ চন্দ্ৰ বসু
৩. চৰ্দাৰ বল্লভভাই পেটেলক কি উপাধিৰে জনা যায়?
  • A. পঞ্জাৱ কেশৰী
  • B. দেশবন্ধু
  • C. ভাৰতৰ লৌহ মানৱ (Iron Man of India)
  • D. লোকমান্য
৪. বিশ্বৰ সৰ্বোচ্চ মূৰ্তি 'ষ্টেচু অৱ ইউনিটি' (Statue of Unity) ক'ত অৱস্থিত?
  • A. ৰাজস্থান
  • B. মধ্য প্ৰদেশ
  • C. গুজৰাট
  • D. মহাৰাষ্ট্ৰ
৫. ভাৰত চৰকাৰে কোন চনৰ পৰা ৰাষ্ট্ৰীয় ঐক্য দিৱস পালন কৰিবলৈ আৰম্ভ কৰে?
  • A. ২০১৪ চন
  • B. ১৯৪৭ চন
  • C. ২০০০ চন
  • D. ১৯৯১ চন
৬. তলৰ কোনজন ব্যক্তিক ৰেডিঅ'ৰ আৱিষ্কাৰক বুলি গণ্য কৰা হয়?
  • A. আলেকজেণ্ডাৰ গ্ৰাহাম বেল
  • B. আইজাক নিউটন
  • C. থমাস আলভা এডিচন
  • D. গুগুলিয়েলমো মাৰ্কনি
৭. বিশ্ব ৰেডিঅ’ দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়?
  • A. ১১ ফেব্ৰুৱাৰী
  • B. ১২ ফেব্ৰুৱাৰী
  • C. ১৩ ফেব্ৰুৱাৰী
  • D. ১৪ ফেব্ৰুৱাৰী
৮. ১৯৪৬ চনৰ ১৩ ফেব্ৰুৱাৰীত কোনটো গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল যাৰ বাবে এই দিনটো ৰেডিঅ' দিৱস হিচাপে পালন কৰা হয়?
  • A. ৰাষ্ট্ৰসংঘৰ ৰেডিঅ' সেৱা আৰম্ভ হৈছিল
  • B. প্ৰথম ৰেডিঅ' টেলিগ্ৰাফ পঠোৱা হৈছিল
  • C. অল ইণ্ডিয়া ৰেডিঅ' আৰম্ভ হৈছিল
  • D. মাৰ্কনিৰ জন্ম হৈছিল
৯. ৰেডিঅ’ প্ৰযুক্তিৰ ক্ষেত্ৰত 'FM'-ৰ সম্পূৰ্ণ অৰ্থ কি?
  • A. Fast Music
  • B. Frequency Modulation
  • C. Fine Media
  • D. Fixed Message
১০. ভাৰতৰ প্ৰথমটো 'সংগীত পথ' (Musical Road) কোনখন চহৰত প্ৰৱৰ্তন কৰা হৈছে?
  • A. গুৱাহাটী
  • B. নতুন দিল্লী
  • C. তামিলনাডু
  • D. মুম্বাই
১১. ২০২৬ চনৰ শীতকালীন অলিম্পিক গেমছ কোনখন দেশে আয়োজন কৰিছে?
  • A. ফ্ৰান্স
  • B. ইটালী
  • C. আমেৰিকা যুক্তৰাষ্ট্ৰ
  • D. চীন
১২. ২০২৬ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথমখন BRICS শ্বেৰপা বৈঠকৰ নেতৃত্ব দিয়া ভাৰতৰ BRICS শ্বেৰপাগৰাকী কোন?
  • A. সুধাকৰ দ্যালেলা
  • B. অমিতাভ কান্ত
  • C. অজিত ডোভাল
  • D. এছ. জয়শংকৰ
১৩. India AI Impact Summit 2026-ৰ মূল উদ্দেশ্য কি আছিল?
  • A. কেৱল গেমিং উদ্যোগক প্ৰসাৰ কৰা
  • B. ভাৰতত AI ব্যৱহাৰ কৰি সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন ত্বৰান্বিত কৰা
  • C. নতুনকৈ স্মাৰ্টফোন তৈয়াৰ কৰা
  • D. AIৰ দ্বাৰা সামগ্ৰী তৈয়াৰ কৰা
১৪. India AI Impact Summit 2026-ৰ মূল বিষয়বস্তু (Theme) কি?
  • A. People, Planet and Progress
  • B. Techno, Trade and Future
  • C. Digital India, Global Power
  • D. Tech, Growth, Future Power
১৫. ভাৰত চৰকাৰৰ কোনটো অভিযানৰ অধীনত AI Impact Summit-ক এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হৈছে?
  • A. স্বচ্ছ ভাৰত অভিযান
  • B. মেক ইন ইণ্ডিয়া
  • C. IndiaAI Mission
  • D. মিছন বসুন্ধৰা 3.0
১৬. ভাৰতত প্ৰতি বছৰে কোন তাৰিখে ৰাষ্ট্ৰীয় গণিত দিৱস (National Mathematics Day) পালন কৰা হয়?
  • A. ১৫ অক্টোবৰ
  • B. ৫ ছেপ্টেম্বৰ
  • C. ১৪ মাৰ্চ
  • D. ২২ ডিচেম্বৰ
১৭. ৰাষ্ট্ৰীয় গণিত দিৱস কোনজন ব্যক্তিৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা হয়?
  • A. শ্ৰীনিবাস ৰামানুজন
  • B. শকুন্তলা দেৱী
  • C. চি ভি ৰমন
  • D. আৰ্যভট্ট
১৮. তলৰ কোনটো সংখ্যা 'ৰামানুজন সংখ্যা' (Ramanujan Number) হিচাপে জনাজাত?
  • A. ১৮২৯
  • B. ১৭২৯
  • C. ১০০০
  • D. ১৬২৯
১৯. ভাৰত চৰকাৰে কোন চনত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গণিত দিৱস ঘোষণা কৰিছিল?
  • A. ১৯৪৭ চন
  • B. ২০০০ চন
  • C. ২০২০ চন
  • D. ২০১২ চন
২০. তলৰ কোনটো জলাশয়ক ছত্তীশগড়ৰ প্ৰথমটো ৰামছাৰ চাইট (Ramsar Site) হিচাপে ঘোষণা কৰা হৈছে?
  • A. কোপ্ৰা জলাশয়
  • B. নন্দন বন জলাশয়
  • C. ৰত্নবান্ধা জলাশয়
  • D. ধমতৰী জলাশয়
২১. কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভাৰত শৈলীৰ মল্লযুঁজ (দংগল) অনুষ্ঠান আয়োজন কৰা হৈছে?
  • A. জম্মু আৰু কাশ্মীৰ
  • B. পঞ্জাৱ
  • C. উত্তৰ প্ৰদেশ
  • D. হাৰিয়ানা
২২. কোনখন দেশে শেহতীয়াকৈ 'ডাৰ্ক হাইপাৰছ'নিক' (Dark Hypersonic) মিছাইল ব্যৱস্থা প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰিছে?
  • A. চীন
  • B. ৰাছিয়া
  • C. আমেৰিকা যুক্তৰাষ্ট্ৰ (USA)
  • D. উত্তৰ কোৰিয়া
২৩. ভাৰতৰ প্ৰথমটো আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (RRTS) ৰে'লখনৰ নাম কি ৰখা হৈছে?
  • A. বন্দে ভাৰত এক্সপ্ৰেছ
  • B. অমৃত ভাৰত
  • C. নমো ভাৰত (Namo Bharat)
  • D. গতিমান এক্সপ্ৰেছ
২৪. নমো ভাৰত ৰে'ল সেৱাই (RRTS) Regional Rapid Transit System কোন তিনিখন ঠাইক সংযোগ কৰে?
  • A. কলকাতা - হাওৰা - শিয়ালদহ
  • B. দিল্লী - গাজিয়াবাদ - মীৰাট
  • C. মুম্বাই - পুনে - থানে
  • D. থানে - মীৰাট - হাওৰা
২৫. ২০২৬ চনৰ ২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে নমো ভাৰতৰ সৈতে আন কোনটো বিশেষ চহৰীয়া ৰে’ল সেৱা মুকলি কৰে?
  • A. মীৰাট মেট্ৰ’
  • B. দিল্লী মেট্ৰ’
  • C. লক্ষ্ণৌ মেট্ৰ’
  • D. পুনে মেট্ৰ’
২৬. SabhaSaar নামৰ AI সঁজুলিটোৰ মূল কাম কি?
  • A. পঞ্চায়তৰ নিৰ্বাচন পৰিচালনা কৰা
  • B. পঞ্চায়তৰ বাজেট তৈয়াৰ কৰা
  • C. বৈঠকৰ অডিঅ'/ভিডিঅ'ৰ পৰা কাৰ্যবিৱৰণী প্ৰস্তুত কৰা
  • D. পঞ্চায়তৰ বাজেট / নিৰ্বাচন পৰিচালনা কৰা
২৭. eGramSwaraj প্লেটফৰ্মটো কোন চনত মুকলি কৰা হৈছিল?
  • A. ২০২০ চনৰ এপ্ৰিলত
  • B. ২০১৪ চনত
  • C. ২০২২ চনত
  • D. ২০২১ চনত
২৮. eGramSwaraj পৰ্টেলত তলৰ কোনটো কাৰ্য কৰা নহয়?
  • A. বাজেট আৰু পৰিকল্পনা
  • B. সম্পত্তি ব্যৱস্থাপনা
  • C. সামাজিক মাধ্যমৰ (Social Media) চ্যাট
  • D. পেমেন্ট
২৯. AIKosh-ৰ মূল উদ্দেশ্য কি?
  • A. কেৱল সামাজিক মাধ্যমৰ ফটো সংৰক্ষণ কৰা
  • B. কেৱল অনলাইন গেমিংৰ বাবে ডাটা যোগান ধৰা
  • C. নতুন কম্পিউটাৰ হাৰ্ডৱেৰ বিক্ৰী কৰা
  • D. ৰাজহুৱা খণ্ডৰ উদ্ভাৱনৰ বাবে AI ডেটাসেট আৰু মডেলৰ ভঁৰাল হিচাপে কাম কৰা
৩০. BhuPRAHARI প্লেটফৰ্মটো কোনটো সংস্থাৰ সহযোগত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে মুকলি কৰিছে?
  • A. ISRO
  • B. IIT Delhi
  • C. NITI Aayog
  • D. Google India
৩১. BhuPRAHARI-য়ে কেনেকৈ Real-time সম্পত্তি ট্ৰেকিং কৰে?
  • A. কেৱল ফোন কলৰ জৰিয়তে
  • B. কেৱল মানুহ পঠিয়াই চকু দিয়াৰ জৰিয়তে
  • C. মাটি আৰু উপগ্ৰহভিত্তিক তথ্যৰ সৈতে AI analytics ব্যৱহাৰ কৰি
  • D. কেৱল বাতৰি কাকতৰ পৰা তথ্য লৈ
৩২. বৰ্তমান BhuPRAHARI-ক কোনটো নতুন মিছনৰ সম্পত্তি নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হ’ব?
  • A. Make in India
  • B. Smart City Mission
  • C. Digital India Mission
  • D. Viksit Bharat-G RAM G
৩৩. Digital ShramSetu Mission এ মূলত কোনটো খণ্ডত AI আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰাত গুৰুত্ব দিয়ে?
  • A. অসংগঠিত খণ্ড (Informal Sector)
  • B. বেঙ্কিং খণ্ড (Banking Sector)
  • C. কেৱল অটোম’বাইল উদ্যোগ
  • D. মহাকাশ গৱেষণা (Space Research)
৩৪. এই মিছনটোৱে কেনেকৈ গ্ৰাম্য শ্ৰমিকসকলক সহায় কৰিব বিচাৰিছে?
  • A. কেৱল আমোদ-প্ৰমোদৰ সুবিধা দি
  • B. সেৱা প্ৰদান আৰু জীৱিকাৰ সমৰ্থন বৃদ্ধি কৰি
  • C. বিদেশলৈ কাম কৰিবলৈ পঠিয়াই
  • D. কেৱল বিনামূলীয়াকৈ স্মাৰ্টফোন বিতৰণ কৰি
৩৫. চৰকাৰী আঁচনি আৰু আয় সমৰ্থন আঁচনিৰ তথ্য কৃষকক যোগান ধৰিবলৈ ব্যৱহাৰ কৰা AI virtual assistant ৰ নাম কি?
  • A. কিষাণ বন্ধু
  • B. কিষাণ ই-মিত্ৰ (Kisan e-Mitra)
  • C. ডিজিটেল খেতিয়ক
  • D. এগ্ৰি-বট
৩৬. National Pest Surveillance System-এ পোক-পতংগৰ আক্ৰমণৰ আগজাননী দিবলৈ মূলত কি ব্যৱহাৰ কৰে?
  • A. কেৱল বাতৰি কাকত
  • B. কেৱল ৰেডিঅ' ঘোষণা
  • C. উপগ্ৰহীয় চিত্ৰ (Satellite Imagery) আৰু বতৰৰ তথ্য
  • D. পুৰণি সাধুকথা
৩৭. কৃষিত AI-ৰ প্ৰয়োগে কৃষকক মূলত কেনেকৈ সহায় কৰবে?
  • A. কেৱল চহৰত খেতি কৰাত সহায় কৰে
  • B. খেতি কৰিবলৈ সম্পূৰ্ণৰূপে মানুহৰ প্ৰয়োজন নোহোৱা কৰে
  • C. উৎপাদনৰ বিপৰ্যয় হ্ৰাস কৰে আৰু আয়ৰ নিৰাপত্তা বৃদ্ধি কৰে
  • D. কেৱল ট্ৰেক্টৰ চলোৱাত সহায় কৰে
৩৮. AI-য়ে তলৰ কোনটো ক্ষেত্ৰত কৃষিক সহায় কৰিব পাৰে?
  • A. মাটিৰ তথ্য বিশ্লেষণ আৰু জলসিঞ্চনৰ অনুকূলন
  • B. কেৱল খাদ্য ৰন্ধাত
  • C. কেৱল মোবাইল গেম খেলাত
  • D. কেৱল চিনেমা চোৱাত
৩৯. NCERT-ৰ কোনটো ডিজিটেল প্লেটফৰ্মত দৃষ্টিশক্তিহীন শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে AI-চালিত Read-aloud সঁজুলি ব্যৱহাৰ কৰা হৈছে?
  • A. DIKSHA
  • B. Udaan
  • C. SWAYAM
  • D. e-Pathshala
৪০. YUVAI কাৰ্যসূচীটো কোনটো শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে?
  • A. কেৱল স্নাতক মহলাৰ শিক্ষাৰ্থী
  • B. ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী
  • C. প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী
  • D. অষ্টমৰ পৰা দ্বাদশ শ্ৰেণী (Class VIII to XII)
৪১. YUVAI কাৰ্যসূচীৰ মূল লক্ষ্য কি?
  • A. কেৱল কিতাপ বিতৰণ কৰা
  • B. ছাত্ৰ-ছাত্ৰীক AI আৰু বাস্তৱ জগতৰ সমস্যা সমাধানৰ দক্ষতাৰে সজ্জিত কৰা
  • C. কেৱল ভিডিঅ' গেম বনাবলৈ শিকা
  • D. কেৱল পুৰণি ইতিহাসৰ শিক্ষা দিয়া
৪২. YUVAI কাৰ্যসূচীটো কোনটো চৰকাৰী বিভাগৰ অধীনত পৰিচালিত হয়?
  • A. ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)
  • B. ৰেল মন্ত্ৰালয়
  • C. বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়
  • D. ক্ৰীড়া বিভাগ
৪৩. BHASHINI প্লেটফৰ্মটো মূলত কিহৰ বাবে ডিজাইন কৰা হৈছে?
  • A. কেৱল গান শুনাৰ বাবে
  • B. কেৱল ফটো এডিট কৰিবলৈ
  • C. ডিজিটেল সেৱা লাভৰ ক্ষেত্ৰত থকা ভাষাগত বাধা দূৰ কৰিবলৈ
  • D. কেৱল ই-মেইল পঠিয়াবলৈ
৪৪. ২০২৫ চনৰ অক্টোবৰ মাহৰ তথ্য অনুসৰি, BHASHINI-য়ে কিমানটা AI ভাষা মডেল সমৰ্থন কৰে?
  • A. ১০ টা
  • B. ১০০ টা
  • C. ৩৫০ টাতকৈও অধিক
  • D. কেৱল এটা
৪৫. BharatGen কিহৰ বাবে জনাজাত?
  • A. কেৱল ৰকেট ইঞ্জিন
  • B. ভাৰতৰ প্ৰথম চৰকাৰী অনুদানপ্ৰাপ্ত সাৰ্বভৌম আৰু বহুভাষিক LLM
  • C. কেৱল এটা সাধাৰণ গেম এপ্প
  • D. কেৱল কম্পিউটাৰ এণ্টি-ভাইৰাছ
৪৬. BharatGen-এ কিমানটা ভাৰতীয় ভাষা সমৰ্থন কৰে?
  • A. ১০০ টা
  • B. কেৱল ৫ টা
  • C. ২২ টা
  • D. ১০ টা
৪৭. Adi Vaani প্লেটফৰ্মটো মূলত কাৰ বাবে ডিজাইন কৰা হৈছে?
  • A. কেৱল মহাকাশ গৱেষণাৰ বাবে
  • B. দুৰ্গম অঞ্চলৰ জনজাতীয় সম্প্ৰদায়সমূহৰ বাবে
  • C. কেৱল চহৰত থকা চফট্ৱেৰ ইঞ্জিনীয়াৰসকলৰ বাবে
  • D. কেৱল বিদেশী পৰ্যটকসকলৰ বাবে
৪৮. এই প্লেটফৰ্মটো তৈয়াৰ কৰিবলৈ ভাষাগত তথ্যসমূহ (Linguistic Data) ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
  • A. কেৱল বিদেশী বিশ্ববিদ্যালয়ৰ পৰা
  • B. ৰাজ্যিক জনজাতীয় গৱেষণা প্ৰতিষ্ঠানসমূহৰ (State Tribal Research Institutes) পৰা
  • C. কেৱল ইউটিউবৰ পৰা
  • D. কেৱল ব্যক্তিগত অভিধানৰ পৰা
৪৯. কেৰালা চৰকাৰে ৰাজ্যখনৰ নাম সলনি কৰি কি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিছে?
  • A. কেৰালাপুৰম
  • B. দক্ষিণম
  • C. মলয়ালম ৰাজ্য
  • D. কেৰালম
৫০. কেৰালা বিধানসভাই ৰাজ্যৰ নাম সলনিৰ এই ঐতিহাসিক প্ৰস্তাৱটো কেতিয়া গৃহীত কৰিছিল?
  • A. ১ জানুৱাৰী ২০২৪
  • B. ২৪ জুন ২০২৪
  • C. ২৬ জানুৱাৰী ২০২৪
  • D. ১৫ আগষ্ট ২০২৩
৫১. অসম বিধানসভাত শেহতীয়াকৈ সংযোজন কৰা 'ALISA'-ৰ সম্পূৰ্ণ নাম কি?
  • A. Artificial Legislative Intelligence System of Assam
  • B. AI for Legislative Intelligence System of Assam
  • C. Assam Legislative Information and Security Agency
  • D. Automated Legislative Intelligence Software of Assam
৫২. বিধানসভাৰ কাম-কাজত 'ALISA' ব্যৱহাৰ কৰাৰ মূল লক্ষ্য কি?
  • A. কেৱল টাইপিং কাম দ্ৰুত কৰা
  • B. বিধানসভাৰ সদস্যসকলৰ বেতন নিৰ্ধাৰণ কৰা
  • C. তথ্যৰ সংৰক্ষণ, বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে গৱেষণা কৰা
  • D. বিধানসভাৰ ভৱনটো ডিজিটেল ৰঙৰ কৰা
৫৩. শেহতীয়াকৈ ভাৰতত উন্মোচন কৰা প্ৰথমটো থলুৱা কোৱাণ্টাম প্ৰচেছৰ (Indigenous Quantum Processor) সন্দৰ্ভত তলৰ কোনটো তথ্য শুদ্ধ?
  • A. ই বেংগালুৰুস্থিত QpiAI এ নিৰ্মাণ কৰা ৬৪ কিউবিটৰ Kaveri প্ৰচেছৰ যিটো ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ অন্তৰ্গত (National Quantum Mission)।
  • B. ই এটা ১২৮ কিউবিট প্ৰচেছৰ যিটো ২০২৭ চনৰ পৰা উপলব্ধ হ’ব।
  • C. ইয়াৰ নাম গংগা আৰু ইয়াক ISRO ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।
  • D. এই প্ৰচেছৰটো কেৱল বতৰ বিজ্ঞানৰ তথ্য সংগ্ৰহৰ বাবেহে ডিজাইন কৰা হৈছে।
৫৪. Vayu Shakti-2026 অনুশীলন ক’ত অনুষ্ঠিত হৈছিল আৰু ইয়াত মুখ্য অতিথি হিচাপে কোন উপস্থিত আছিল?
  • A. মহাজন ফায়াৰিং ৰেঞ্জ, বিকানেৰ; ৰাজনাথ সিং
  • B. আম্বালা এয়াৰ ফৰ্চ ষ্টেচন, হাৰিয়ানা; এয়াৰ চিফ মাৰ্শল এ পি সিং
  • C. কালাইকুণ্ডা এয়াৰ বেছ, পশ্চিম বংগ; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
  • D. পোখৰাণ ফায়াৰিং ৰেঞ্জ, জয়ছালমেৰ; ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
৫৫. এই অনুশীলনত ব্যৱহৃত হোৱা ভাৰতীয় বায়ু সেনাৰ কোনবোৰ যুঁজাৰু বিমানে শত্ৰুৰ বাংকাৰ আৰু কমাণ্ড চেণ্টাৰত নিখুঁত আক্ৰমণ চলাইছিল?
  • A. কেৱল মিগ-২১ আৰু তেজস
  • B. চি-১৭ গ্ল’বমাষ্টাৰ আৰু হাৰকিউলিছ
  • C. ৰাফেল, সুখয় Su-30MKI, HAL তেজস আৰু মিৰাজ ২০০০
  • D. কেৱল বোয়িং আপাচে আৰু চিনুক হেলিকপ্টাৰ
৫৬. চৌৰীচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল?
  • A. ১৩ এপ্ৰিল, ১৯১৯
  • B. ৫ ফেব্ৰুৱাৰী, ১৯২২
  • C. ১২ মাৰ্চ, ১৯৩০
  • D. ৮ আগষ্ট, ১৯৪২
৫৭. ১৮৫৮ চনত মণিৰাম দেৱানৰ লগত আৰু কাক যোৰহাটত ফাঁচী দিয়া হৈছিল?
  • A. পিয়লি বৰুৱাক
  • B. পিয়লি ফুকনক
  • C. কুশল কোঁৱৰক
  • D. গোমধৰ কোঁৱৰক
৫৮. ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’লৰ পৰীক্ষণ শেহতীয়াকৈ ক’ৰ পৰা আৰম্ভ কৰা হৈছে?
  • A. নতুন দিল্লী (দিল্লী)
  • B. জিন্দ (হাৰিয়ানা)
  • C. মহাৰাষ্ট্ৰ (মুম্বাই)
  • D. পঞ্জাৱ (চণ্ডীগড়)
৫৯. শেহতীয়া পৰীক্ষণত ভাৰতৰ হাইড্ৰ’জেন ৰে’লখনে প্ৰতি ঘণ্টাত কিমান সৰ্বাধিক গতিবেগ অৰ্জন কৰিছিল?
  • A. ৫০ কিলোমিটাৰ
  • B. ১০০ কিলোমিটাৰ
  • C. ৭০ কিলোমিটাৰ
  • D. ৯০ কিলোমিটাৰ
৬০. ২০২৬ চনত ধুবুৰীত নিৰ্মাণ কৰা ৭০ মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ শক্তি প্ৰকল্পটো কোনটো প্ৰতিষ্ঠানে কাৰ্যকৰী কৰিছে?
  • A. SJVN Green Energy Limited
  • B. APDCL
  • C. NTPC Limited
  • D. Oil India Limited
৬১. ধুবুৰীৰ বিলাসীপাৰাত অৱস্থিত এই বৃহৎ সৌৰ শক্তি প্ৰকল্পটোৰ বাবে কিমান পৰিমাণৰ ভূমি ব্যৱহাৰ কৰা হৈছে?
  • A. ১০০ একৰ
  • B. ৫০০ একৰ
  • C. ২৫০ একৰ
  • D. ৩৩০ একৰ
৬২. শেহতীয়াকৈ ২০২৬ চনৰ ৬ মাৰ্চত বাজেট ভাষণৰ সময়ত সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কোনখন ৰাজ্য চৰকাৰে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে?
  • A. অসম চৰকাৰ
  • B. কেৰালা চৰকাৰ
  • C. কৰ্ণাটক চৰকাৰ
  • D. মহাৰাষ্ট্ৰ চৰকাৰ
৬৩. শেহতীয়াকৈ অসম চৰকাৰে মহিলাসকলৰ কৰ্মস্থলীত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কোনটো অনলাইন পৰ্টেল সকলো চৰকাৰী বিভাগত কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে?
  • A. Mahila-Box
  • B. SHe-Box
  • C. Safety-Box
  • D. E-Suraksha Box
৬৪. ২০২৬ চনৰ ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে কোনটো দলক পৰাস্ত কৰি খিতাপ দখল কৰে?
  • A. অষ্ট্ৰেলিয়া
  • B. দক্ষিণ আফ্ৰিকা
  • C. নিউজিলেণ্ড
  • D. ইংলেণ্ড
৬৫. ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে নিউজিলেণ্ডক কিমান ৰানৰ ব্যৱধানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে?
  • A. ৮০ ৰান
  • B. ৯৬ ৰান
  • C. ১১০ ৰান
  • D. ৭৫ ৰান
৬৬. বৰ্তমান অসমৰ আটাইতকৈ দীঘল উৰণীয়া সেতুখনৰ নাম কি?
  • A. মহাৰাজ পৃথু উৰণীয়া সেতু
  • B. নীলাচল উৰণীয়া সেতু
  • C. আউনীআটী উৰণীয়া সেতু
  • D. শৰাইঘাট উৰণীয়া সেতু
৬৭. অসমৰ অত্যাধুনিক বিজ্ঞান নগৰী (Science City) কোন ঠাইত অৱস্থিত?
  • ক) যোৰহাট (চেলেংহাট)
  • খ) তেজপুৰ (মাজগাঁও)
  • গ) টেপেচীয়া (সোণাপুৰ)
  • ঘ) ডিব্ৰুগড় (খানিকৰ)
৬৮. ২০২৬ চনৰ আই চি চি (ICC) পুৰুষ টি-২০ বিশ্বকাপৰ ফাইনেলত আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কোনগৰাকী ভাৰতীয় ক্ৰিকেটাৰক 'প্লেয়াৰ অৱ দা মেচ' (Player of the Match) হিচাপে নিৰ্বাচিত কৰা হৈছে?
  • A. সূৰ্যকুমাৰ যাদৱ
  • B. যশপ্ৰীত বুমৰাহ
  • C. হাৰ্দিক পাণ্ডিয়া
  • D. সঞ্জু চেমছন
৬৯. ২০২৬ চনৰ আই চি চি (ICC) পুৰুষ টি-২০ বিশ্বকাপত সমগ্ৰ শৃংখলাটোত আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কোনগৰাকী ভাৰতীয় ক্ৰিকেটাৰক 'প্লেয়াৰ অৱ দা টুৰ্ণামেণ্ট' (Man of the Series) হিচাপে নিৰ্বাচিত কৰা হৈছে?
  • A. শুভমান গিল
  • B. যশপ্ৰীত বুমৰাহ
  • C. সঞ্জু চেমছন
  • D. ঋষভ পন্ত
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব