১/ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত আৰু কোন ঠাইত হৈছিল ?
উত্তৰ:- ১৯১৭ চনত ২৬ ডিচেম্বৰত, শিৱসাগৰত অসম সাহিত্য
সভাৰ প্ৰথম অধিৱেশন হৈছিল।
২/ কোন তিনিজন সাহিত্যিকক জোনাকী যুগৰ ত্ৰিমুৰ্তি বুলি কোৱা হয় ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।
৩/ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা মিচিং সকলৰ উৎসৱৰ নাম কি
?
উত্তৰ:- আলি আয়ে লৃগাং।
৪/ প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালকজনৰ নাম কি ?
উত্তৰ:- প্ৰমথেশ বৰুৱা।
৫/ প্ৰথম অসমীয়া গল্প পুথিখনৰ নাম কি ?
উত্তৰ:- সুৰভি।
৬/ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ?
উত্তৰ:- লৰাবন্ধু।
৭/ অসমৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰ:- কটন কলেজ।
৮/ সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ
নাম কি ?
উত্তৰ:- ঈয়াৰুইংগম (১৯৬০) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৯/ অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথিখনৰ নাম কি ?
উত্তৰ:- গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ।
১০/ ‘অসমৰ মানচেষ্টাৰ’ বুলি কোনখন ঠাইক কোৱা হয় ?
উত্তৰ:- শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়।
১১/ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন
আছিল ?
উত্তৰ:- ৰাধানাথ ফুকন।
১২/ ওমৰ খয়ামৰ ‘ৰুৱায়ত’খন ‘ওমৰতীৰ্থ’ নামেৰে কোনজন সাহিত্যিকে অসমীয়ালৈ অনুবাদ কৰিছিল ?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।
১৩/ অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰ:- ডিব্ৰুগড় বিশ্ববিদ্যালয়।
১৪/ আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত
প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি ?
উত্তৰ:- পূবেৰুণ।
১৫/ অসম সাহিত্য সভাৰ উদ্ধোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ ৰচনা কোনে কৰিছিল ?
উত্তৰ:- মিত্ৰদেৱ মহন্ত।
১৬/ ‘অসীমত যাৰ হেৰাল সীমা’ গ্ৰন্থৰ ৰচয়িতাগৰাকীৰ
নাম কি ?
উত্তৰ:- কাঞ্চন বৰুৱা। তেওঁৰ প্ৰকৃত নাম আছিল ভুবন মোহন বৰুৱা।
১৭/ অসমৰ একমাত্ৰ সৈনিক স্কুল ক’ত অৱস্থিত ?
উত্তৰ:- গোৱালপাৰা জিলাত অৱস্থিত।
১৮/ অসমৰ জাতীয় উৎসৱ কি ?
উত্তৰ:- বিহু
১৯/ অসমৰ প্ৰথম আই. চি. এছ. বিষয়া কোন ?
উত্তৰ:- আনন্দৰাম বৰুৱা।
২০/ অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল ?
উত্তৰ:- ১৯৫৮ চনত অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠা হৈছিল।
লগতে চাওক - অসম কুইজ (প্ৰথম খণ্ড)
২১/ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- ডঃ ফকৰুদ্দিন আলি আহমেদ।
২২/ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ব্যক্তিজনৰ নাম কি ?
উত্তৰ:- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
২৩/ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী
২৪/ 'অসম কেশৰী' উপাধিৰে সন্মানিত হোৱা অসমৰ কবি সাহিত্যিক জনৰ নাম কি ?
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী।
২৫/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ:- ১৮৮৫ চনত।
২৬/ অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকীৰ নাম কি ?
উত্তৰ:- প্ৰতাপ বৰুৱা।
২৭/ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন ?
উত্তৰ:- বিজয় চৌধুৰী।
২৮/ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী গৰাকীৰ নাম কি ?
উত্তৰ:- আইদেউ সন্দিকৈ।
২৯/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?
উত্তৰ:- অবুজ বেদনা।
৩০/ প্ৰথম অসমীয়া সামাজিক নাটকৰ নাম কি ?
উত্তৰ:- ৰাম নৱমী।
৩১/ কোনখন চলচ্চিত্ৰৰ বাবে ড॰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল আৰু কিমান চনত এই বঁটা লাভ কৰিছিল ?
উত্তৰ:- ৰুদালি চলচ্চিত্ৰৰ বাবে ড॰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল আৰু এই বঁটা লাভ কৰিছিল ১৯৯২ চনত।
৩২/ প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল আৰু কিমান চনত ৰচনা কৰিছিল ?
উত্তৰ:- মাইকেল ব্রঞ্চন চাহোবে ৰচনা কৰিছিল ১৮৬৭ চনত।
৩৩/ অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?
উত্তৰ:- বীণ বৰাগী।
৩৪/ অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আৰু কিমান চনত প্ৰকাশিত হৈছিল ?
উত্তৰ:- অৰুনোদই । ১৮৪৬ চনত প্ৰকাশিত হৈছিল।
৩৫/ আহোম যুগৰ শ্ৰেষ্ঠ কবি জনৰ নাম কি ?
উত্তৰ:- কবিৰাজ চক্ৰৱৰ্তী।
৩৬/ অৰুণোদয় যুগৰ এজন লিখকৰ নাম কি ?
উত্তৰ:- আনন্দৰাম ঢেকিয়াল ফুকন।
৩৭/ অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কাক বোলা হয় আৰু প্ৰথম অসমীয়া চুটিগল্পৰ নাম কি ?
উত্তৰ:- অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰথম অসমীয়া চুটিগল্প হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'কন্যা'।
৩৮/ জ্ঞান-মালিনীৰ কবি কাক বোলা হয় ?
উত্তৰ:- মফিজুদ্দিন আহমদ হাজৰিকাদেৱক জ্ঞান-মালিনীৰ কবি বোলা হয়।
৩৯/ শ্ৰীমন্ত শংকৰদেৱে মুঠ কেইখন অংকীয়া নাটক ৰচনা কৰি উলিয়াইছিল ?
উত্তৰ:- ছয় খন অংকীয়া নাটক ৰচনা কৰি উলিয়াইছিল।
৪০/ হেজাৰী ঘোষা বুলি কোনখন গ্ৰন্থক কোৱা হয় ?
উত্তৰ:- 'নামঘোষা'ক হেজাৰী ঘোষা বুলি কোৱা হয়।
লগতে চাওক - অসম কুইজ (দ্বিতীয় খণ্ড)
৪১/ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ:- ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৪২/ সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি আৰু কিমান চনত এই বঁটা লাভ কৰিছিল ?
উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা। ১৯৫৫ চনত বনফুল কবিতাপুথিৰ বাবে লাভ কৰিছিল।
৪৩/ নিজৰাৰ কবি বুলি কাক কোৱা হয় ?
উত্তৰ:- শৈলধৰ ৰাজখোৱা।
৪৪/ নটসূৰ্য উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?
উত্তৰ:- ফণী শৰ্মা।
৪৫/ গীতিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?
উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা।
৪৬/ বিহগী কবি কাক কোৱা হয় ?
উত্তৰ:- ৰঘুনাথ চৌধাৰী।
৪৭/ বিদ্ৰোহী কবি ৰূপে কোনজন ব্যক্তি খ্যাত ?
উত্তৰ:- প্ৰসন্নলাল চৌধুৰী।
৪৮/ লুইত কোঁৱৰ কাক বোলা হয় ?
উত্তৰ:- ৰুদ্ৰ বৰুৱা।
৪৯/ লোকপ্ৰিয় উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?
উত্তৰ:- গোপীনাথ বৰদলৈ।
৫০/ শেৱালি কবি ৰূপে কোনজন ব্যক্তি জনাজাত ?
উত্তৰ:- ৰত্নকান্ত বৰকটকী।
৫১/ সাহিত্য ৰত্ন কাক বোলা হয় ?
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা।
৫২/ গণশিল্পী কাক বোলা হয় ?
উত্তৰ:- বিক্ৰম সিং য়েইন।
৫৩/ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?
উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।
৫৪/ দেশভক্ত কাক বোলা হয় ?
উত্তৰ:- তৰুণৰাম ফুকন।
৫৫/ কলাগুৰু কাক বোলা হয় ?
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।
৫৬/ সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে কোনজন ব্যক্তিক জনা যায় ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
৫৭/ কৰ্মবীৰ কাক বোলা হয় ?
উত্তৰ:- নবীন চন্দ্ৰ বৰদলৈ।
৫৮/ প্ৰতিমাৰ খনিকৰ ৰূপে কোনজন ব্যক্তি পৰিচিত ?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।
৫৯/ বীৰবালা উপাধিৰে কাক সন্মানিত কৰা হৈছিল ?
উত্তৰ:- কনকলতা।
৬০/ ৰূপকোঁৱৰ উপাধি কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল ?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।
লগতে চাওক - অসম কুইজ (তৃতীয় খণ্ড)

0 Comments