বৰ্তমান অসমৰ ২০২৬

 




HBS 2.0  ↓

বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি?

উত্তৰ:-  ড° হিমন্ত বিশ্ব শৰ্মা

মহিলা আৰু শিশু বিকাশ, পৰ্যটন দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰীমতী অজন্তা নেওগ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্রী অশোক সিংহল

সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্রী অশ্বিনী ৰায় চৰকাৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন আৰু আবকাৰী দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰী অতুল বৰা

সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, এক্ট ইষ্ট পলিচি পৰিক্ৰমা দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্রী বিমল বড়া

হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোগ, থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰী বিশ্বজিৎ দৈমাৰী

বডোলেণ্ডৰ কল্যাণ, পৰিবহণ দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰী চৰণ বড়ো

বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ পদাৰ্থ দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰী জয়ন্ত মল্লবৰুৱা

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা, সমবায় দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰী কৌশিক ৰায়

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰী কেশৱ মহন্ত

জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা, বৰাক উপত্যকা উন্নয়ন দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰী কৃষ্ণেন্দু পাল

পশু পালন আৰু পশু চিকিৎসা, মীন পালন দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰীমতী নীলিমা দেৱী

কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- পীযুষ হাজৰিকা

ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- শ্ৰী ৰমেশ্বৰ তেলী

বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতি পৰিক্ৰমা (সমভূমি), তথ্য প্ৰযুক্তি দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি?

উত্তৰ:- ড০ ৰণোজ পেগু

জল সম্পদ আৰু ন্যায়িক দপ্তৰ মন্ত্রী গৰাকীৰ নাম কি? 

উত্তৰ:- শ্ৰী সুশান্ত বৰগোহাঁই


HBS 1.0  ↓

১/ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম?

ড° হিমন্ত বিশ্ব শৰ্মা

২/ বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম?

লক্ষ্মণ আচাৰ্য

৩/ বৰ্তমান অসমৰ জিলা কেইখন?

৩৫ খন

৪/ বৰ্তমান অসমৰ বিত্ত, মহিলা আৰু শিশু কল্যাণ দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

শ্ৰীমতী অজন্তা নেওগ

৫/ বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন, ন্যায়িক দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

ৰণজিৎ কুমাৰ দাস

৬/ বৰ্তমান অসমৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা, পৰ্যটন দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

জয়ন্ত মল্লবৰুৱা

৭/ বৰ্তমান অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

বিমল বড়া

৮/ বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

অশোক সিংহল

৯/ বৰ্তমান অসমৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

উৰ্খাও গৌৰা ব্ৰহ্ম

১০/ বৰ্তমান অসমৰ পৰিবেশ আৰু বন, এক্ট ইষ্ট পৰিক্ৰমা, সংখ্যালঘু কল্যাণ দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

চন্দ্ৰমোহন পাটোৱাৰী

১১/ বৰ্তমান অসমৰ পৰিবহন, মীন পালন, আবকাৰী, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, তথ্য-প্ৰযুক্তি বিভাগৰ দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

কেশৱ মহন্ত

১২/ বৰ্তমান অসমৰ কৃষি আৰু উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ন দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

অতুল বৰা

১৩/ বৰ্তমান অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, খনি আৰু খনিজ পদাৰ্থ, বৰাক উপত্যাকা উন্নয়ন দপ্তৰ মন্ত্ৰী গৰাকীৰ নাম?

কৌশিক ৰায়

১৪/ বৰ্তমান অসমৰ পশুপালন আৰু পশু চিকিৎসা, মীন, ৰাজহুৱা কামৰ পথ দপ্তৰ মন্ত্রী গৰাকীৰ নাম?

কৃষ্ণেন্দু পাল

১৫/ বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ, গৃহ দপ্তৰ মন্ত্রী গৰাকীৰ নাম?

ৰূপেশ গোৱালা

১৬/ বৰ্তমান অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰ মন্ত্রী গৰাকীৰ নাম?

পীযুষ হাজৰীকা

১৭/ বৰ্তমান অসমৰ ক্ষমতা, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ, চিকিৎসা শিক্ষা আৰু গৱেষণা দপ্তৰ মন্ত্রী গৰাকীৰ নাম?

প্ৰশান্ত ফুকন

১৮/ বৰ্তমান অসমৰ বডোলেণ্ডৰ কল্যাণ, পৰিবহণ দপ্তৰ মন্ত্রী গৰাকীৰ নাম?

চৰণ বড়ো

১৯/ বৰ্তমান অসমৰ পাহাৰীয়া অঞ্চল উন্নয়ন, সহযোগিতা, ৰাজহুৱা কামৰ দপ্তৰ মন্ত্রী গৰাকীৰ নাম?

যোগেন মহন

২০/ বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস দপ্তৰ মন্ত্রী গৰাকীৰ নাম?

শ্ৰীমতী নন্দিতা গাৰ্লোছা

২১/ বৰ্তমান অসমৰ শিক্ষা ( উচ্চ, মাধ্যমিক আৰু প্ৰাথমিক), ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ দপ্তৰ মন্ত্রী গৰাকীৰ নাম?

ডাঃ ৰণোজ পেগু

২২/ বৰ্তমান অসমৰ জনসংখ্যা কিমান?

২০১১ৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হৈছে - ৩১,২০৫,৫৭৬

২৩/ বৰ্তমান অসমৰ মাটিকালি কিমান?

৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ

২৪/ ২০২৫-২৬ বৰ্ষত অসমৰ Gross State Domestic Product (GSDP) কিমান?

৭.৪১ লাখ কোটি টকা। (৭.৪১ লাখ কোটি টকাৰ এই পৰিসংখ্যাই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে অসমৰ আনুমানিক মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDP বুজাইছে)
(২০২৪-২৫ বৰ্ষত অসমৰ Gross State Domestic Product (GSDP) আছিল ৬,৪৩,৬৬,৬৬৯ লাখ কোটি টকা)

২৫/ বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি গৰাকীৰ নাম? 

ড৹ বসন্ত কুমাৰ গোস্বামী


Post a Comment (0)
Previous Post Next Post