বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে আৰু কি কি?

 


বৰ্তমান অসমত ১৫ খন ৰাজ্য চৰকাৰৰ অধীনস্থ চিকিৎসা মহাবিদ্যালয় আৰু দুখন কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ( Medical College) চিকিৎসা মহাবিদ্যালয় আছে।

ৰাজ্য চৰকাৰৰ অধীনস্থ ১৫ খন চিকিৎসা মহাবিদ্যালয়:-


১/ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ডিব্ৰুগড়

২/ তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, তেজপুৰ

৩/ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, শিলচৰ

৪/ নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, নলবাৰী

৫/ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী

৬/ নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, নগাঁও

৭/ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বৰপেটা / বৰপেটা চিকিৎসা মহাবিদ্যালয় , বৰপেটা 

৮/ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, তিনিচুকীয়া

৯/ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, উত্তৰ লখিমপুৰ

১০/ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, যোৰহাট

১১/ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, কোকৰাঝাৰ

১২/ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ধুবুৰী

১৩/ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী

১৪/ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ডিফু

১৫/ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, বঙাইগাঁও

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দুখন চিকিৎসা মহাবিদ্যালয়:-


১৬/ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থান (AIIMS), গুৱাহাটী

১৭/ ই.এছ.আই.চি. (ESIC) চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী
Post a Comment (0)
Previous Post Next Post