অসমৰ জিলা কেইখন আৰু কি কি? উত্তৰ:- অসমৰ জিলা ৩৫ খন। তলত অসমৰ জিলা আৰু উপ জিলা সমূহ দিয়া হ’ল। |
জিলা - তিনিচুকীয়া উপ জিলা - শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম |
জিলা - ডিব্ৰুগড় উপ জিলা - চাবুৱা-লাহোৱাল, খোৱাং, দুলীয়াজান, টিংখাং, নাহৰকটীয়া |
জিলা - ধেমাজী উপ জিলা - চিচিবৰগাও, জোনাই |
জিলা - চৰাইদেউ উপ জিলা - মাহমৰা |
জিলা - শিৱসাগৰ উপ জিলা - ডিমৌ, নাজিৰা |
জিলা - লক্ষীমপুৰ উপ জিলা - বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, ঢকুৱাখানা |
জিলা - মাজুলী উপ জিলা - |
জিলা - যোৰহাট উপ জিলা - টীয়ক, মৰিয়নি, তিতাবৰ |
জিলা - বিশ্বনাথ উপ জিলা - বিহালী, গহপুৰ |
জিলা - গোলাঘাট উপ জিলা - দেৰগাঁও, বোকাখাত, খুমটাই, সৰুপথাৰ |
জিলা - কাৰ্বি আংলং পূব উপ জিলা - |
জিলা - শোণিতপুৰ উপ জিলা - ঢেকীয়াজুলি, বৰছলা, ৰঙাপাৰা, নদুৱাৰ |
জিলা - নগাওঁ উপ জিলা - ধিং, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, ৰহা |
জিলা - হোজাই উপ জিলা - বিন্নাকান্দি, লামডিং |
জিলা - কাৰ্বি আংলং পশ্চিম উপ জিলা - |
জিলা - ডিমা হাচাও উপ জিলা - |
জিলা - কাছাৰ উপ জিলা - লক্ষীপুৰ, উদাৰবান্দ, কাটিগড়া, বৰখলা, সোণাই, ধলাই |
জিলা - হাইলাকান্দি উপ জিলা - আলগাপুৰ, কাটলিচেৰা |
জিলা - কৰিমগঞ্জ উপ জিলা - দক্ষিন কৰিমগঞ্জ, পাথাৰকান্দি, ৰামকৃষ্ণনগৰ |
জিলা - মৰিগাওঁ উপ জিলা - জাগীৰোড, লাহৰীঘাট |
জিলা - ওদালগুৰি উপ জিলা - |
জিলা - দৰং উপ জিলা - ছিপাঝাৰ, দলগাঁও |
জিলা - কামৰূপ মহানগৰ উপ জিলা - দিছপুৰ, ডুমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী |
জিলা - বাক্সা উপ জিলা - |
জিলা - নলবাৰী উপ জিলা - বৰক্ষেত্ৰী, টিহু |
জিলা - কামৰূপ উপ জিলা - ছমৰীয়া, বকো-ছয়গাঁও, পলাশবাৰী, ৰঙিয়া, কমলপুৰ |
জিলা - বৰপেটা উপ জিলা - ভৱানীপুৰ-সৰভোগ, মন্দিয়া, চেঙা, পাকা-বেতবাৰী |
জিলা - চিৰাং উপ জিলা - |
জিলা - বঙাইগাঁও উপ জিলা - অভয়াপুৰী, সৃজনগ্ৰাম |
জিলা - গোৱালপাৰা উপ জিলা - জলেশ্বৰ, পশ্চিম গোৱালপাৰা, দুধনৈ |
জিলা - কোকৰাঝাৰ উপ জিলা - |
জিলা - ধুবুৰী উপ জিলা - গোলোকগঞ্জ, গৌৰীপুৰ, বীৰছিংজৰুৱা, বিলাসীপাৰা |
জিলা - দক্ষিণ শালমৰা-মানকাচাৰ উপ জিলা - |
জিলা - বজালী উপ জিলা - |
জিলা - তামোলপুৰ উপ জিলা - |
Good
ReplyDelete