১/ ভাৰত স্কাউট গাইডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰঃ- নতুন দিল্লীত।
২/ বেডেন পাৱেলৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ- ৰবাৰ্ট ষ্টিফেনচন স্মিথ বেডেন পাৱেল।
৩/ ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা কোন?
উত্তৰঃ- ৰবীন্দ্ৰ নাথ ঠাকুৰ।
৪/ স্কাউট গাইডৰ তিনি আঙুলিৰ চেলুট কি?
উত্তৰঃ- তিনিটা প্ৰতিজ্ঞা।
৫/ স্কাউট গাইডৰ বয়স কিমান?
উত্তৰঃ- ১০ বছৰ সম্পূৰ্ণ আৰু ১৭ বছৰ সম্পূৰ্ণ হ'ব নালাগিব।
৬/ মানুহৰ শৰীৰৰ কোনটো অংশত B.P. অনুশীলনে নং ৩ য়ে সহায় কৰে?
উত্তৰঃ- পেট (Stomach) ।
৭/ স্কাউট গাইডৰ সৰ্বোচ্চ সন্মান কি?
উত্তৰঃ- ৰাষ্ট্ৰপতি পদক।
৮/ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ ৰং কি?
উত্তৰঃ- নেভী ব্লু।
৯/ লৰ্ড বেডেন পাৱেলৰ জন্ম তাৰিখ কি?
উত্তৰঃ- ২২ ফেব্ৰুৱাৰী, ১৮৫৭ চন।
১০/ স্কাউট গাইডৰ মৰ্ট কি?
উত্তৰঃ- সদা প্ৰস্তুত হৈ থকা (Be Prepared) ।
১১/ স্কাউট গাইডৰ সদস্যৰ বেজৰ ৰং কি?
উত্তৰঃ- সেউজীয়া।
১২/ ভাৰত স্কাউট গাইডৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত?
উত্তৰঃ- পাচমাৰি, মধ্য প্ৰদেশ।
১৩/ স্কাউট গাইডৰ স্কাৰ্ফৰ ন্যূনতম আৰু দীৰ্ঘতম দৈৰ্ঘ্য কিমান?
উত্তৰঃ- ৭০ ছেঃ মিটাৰৰ পৰা ৪০ ছেঃ মিটাৰ।
১৪/ স্কাউটিং গাইডৰ মূখ্য আদৰ্শ কি?
উত্তৰঃ- ভগৱানৰ উদ্দেশ্যে কাম কৰা, নিজৰ বাবে কাম কৰা আৰু অন্যসকলৰ বাবে কাম কৰা।
১৫/ BSG ফ্লেগত থকা অশোক চক্ৰই কি সূচায়?
উত্তৰঃ- ভাৰতৰ হৈ থিয় হোৱা।
Tags:
কুইজ