স্কাউট গাইড কুইজ

 


১/ ভাৰত স্কাউট গাইডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰঃ- নতুন দিল্লীত।

২/ বেডেন পাৱেলৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ- ৰবাৰ্ট ষ্টিফেনচন স্মিথ বেডেন পাৱেল।

৩/ ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা কোন?
উত্তৰঃ- ৰবীন্দ্ৰ নাথ ঠাকুৰ।

৪/ স্কাউট গাইডৰ তিনি আঙুলিৰ চেলুট কি?
উত্তৰঃ- তিনিটা প্ৰতিজ্ঞা।

৫/ স্কাউট গাইডৰ বয়স কিমান?
উত্তৰঃ- ১০ বছৰ সম্পূৰ্ণ আৰু ১৭ বছৰ সম্পূৰ্ণ হ'ব নালাগিব।

৬/ মানুহৰ শৰীৰৰ কোনটো অংশত B.P. অনুশীলনে নং ৩ য়ে সহায় কৰে?
উত্তৰঃ- পেট (Stomach) ।

৭/ স্কাউট গাইডৰ সৰ্বোচ্চ সন্মান কি?
উত্তৰঃ- ৰাষ্ট্ৰপতি পদক।

৮/ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ ৰং কি?
উত্তৰঃ- নেভী ব্লু।

৯/ লৰ্ড বেডেন পাৱেলৰ জন্ম তাৰিখ কি?
উত্তৰঃ- ২২ ফেব্ৰুৱাৰী, ১৮৫৭ চন।

১০/ স্কাউট গাইডৰ মৰ্ট কি?
উত্তৰঃ- সদা প্ৰস্তুত হৈ থকা (Be Prepared) ।

১১/ স্কাউট গাইডৰ সদস্যৰ বেজৰ ৰং কি?
উত্তৰঃ- সেউজীয়া।

১২/ ভাৰত স্কাউট গাইডৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত?
উত্তৰঃ- পাচমাৰি, মধ্য প্ৰদেশ।

১৩/ স্কাউট গাইডৰ স্কাৰ্ফৰ ন্যূনতম আৰু দীৰ্ঘতম দৈৰ্ঘ্য কিমান?
উত্তৰঃ- ৭০ ছেঃ মিটাৰৰ পৰা ৪০ ছেঃ মিটাৰ।

১৪/ স্কাউটিং গাইডৰ মূখ্য আদৰ্শ কি?
উত্তৰঃ- ভগৱানৰ উদ্দেশ্যে কাম কৰা, নিজৰ বাবে কাম কৰা আৰু অন্যসকলৰ বাবে কাম কৰা।

১৫/ BSG ফ্লেগত থকা অশোক চক্ৰই কি সূচায়?
উত্তৰঃ- ভাৰতৰ হৈ থিয় হোৱা।

Post a Comment

Previous Post Next Post