newocr.com ত ফটোৰ পৰা আখৰবোৰ ইউনিকোডলৈ কেনেকৈ ৰূপান্তৰ কৰিব?

   প্ৰথমে আপুনি আপোনাৰ মোবাইল বা লেপটপৰ ইণ্টাৰনেট ব্ৰাউজাৰ খুলি লব, তাত newocr.com Search কৰিব (Link - newocr.com) / newocr.com খোল খাব, তাত থকা Select Your File - Choose File ক্লিক কৰি আপোনাৰ প্ৰয়োজনীয় ফটোৰ পৰা আখৰসমূহ ইউনিকোডলৈ ৰূপান্তৰ কৰিব বিচৰা ফটোখন বাচনি কৰি Select কৰি দিব।


তাৰ পিছত তললৈ থকা Preview বুটামত ক্লিক কৰিব। Please Wait ওলাব/

তাৰ পিছত Recognition Language (S) (You can select multiple) Option ত ক্লিক কৰি ফটোখনত থকা আখৰৰ ভাষা নিৰ্বাচন কৰিব।

তাৰ পিছত OCR বুটাম ক্লিক কৰিলেই ফটোৰ পৰা আখৰবোৰ ইউনিকোডলৈ ৰূপান্তৰিত হ'ব আৰু ৰূপান্তৰিত আখৰবোৰ Copy কৰি আপুনি আপোনাৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিব পাৰিব।

Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব