২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ দিন ঘোষণা শিক্ষা মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

 


আজি এক টুইটাৰ পষ্ট যোগেদি ২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই, লগতে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰে। মেট্ৰিক পৰীক্ষা অহা ১১ মে', ২০২১ তাৰিখৰ পৰা অনুষ্ঠিত আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা ১২ মে',২০২১ তাৰিখৰ পৰা অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰে আৰু ফলাফল সমূহ ৭ জুলাই আৰু  ৩০ জুলাইত ঘোষণা হোৱাৰ কথা প্ৰকাশ কৰে।


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
নতুন আপডেট

ভোগৰ উৎসৱ ভোগালী: শৈশৱৰ মাঘ বিহুৰ সোঁৱৰণি আৰু পৰম্পৰা

মাঘ বিহুৰ বিষয়ে ভোগালী বিহু অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ।

সম্পূৰ্ণ পঢ়ক →