বিপৰীত শব্দ

বিপৰীত শব্দ


আনন্দ নিৰানন্দ, বিষাদ
অনু বৃহৎ
মিত্ৰ শত্ৰু
ন্যায় অন্যায়
ডেকা বুঢ়া
বিশ্বাসী বিশ্বাসঘাতক
কোমল কঠিন
অন্তৰ বাহিৰ
উত্থান পতন
জয় পৰাজয়
গ্ৰহণ প্ৰত্যাখ্যান, বৰ্জন
অসীম সসীম
আদৰ অনাদৰ
অলপ বেছি
উপকাৰ অপকাৰ
আশীৰ্বাদ অভিশাপ
আয় ব্যয়
চহকী দুখীয়া
চিনাকি অচিনাকি
বিদ্যা অবিদ্যা
ডাঠ পাতল
ভাল বেয়া
মানুহ দানৱ
বিপদ সম্পদ
দীঘল চুটি
ঘন পাতল
চৰম নৰম
ঘৰচীয়া বনৰীয়া
অভাৱ উভৈনদী
উদাৰ সংকীৰ্ণ
জমা খৰছ
আচাৰ অনাচাৰ
আপোন পৰ
আশা নিৰাশা
জন্ম মৃত্যু
বিৰহ মিলন
মান অপমান
গুৰু শিষ্য
পণ্ডিত মূৰ্খ
প্ৰৱেশ প্ৰস্থান
ভূত ভৱিষ্যত
বৈধ অবৈধ
দীৰ্ঘ হ্ৰস্ব
জীৱন মৰণ
মিলন বিৰহ
আচল নকল
আয়তী বিধবা
চল অচল
বিফলতা সফলতা
নিৰাপদ বিপদজনক
পূণ্য পাপ
ভোতা চোকা
দিন ৰাতি
তপত চেচাঁ
দেৱতা অসুৰ
মিতব্যয়ী অপব্যয়ী, অমিতব্যয়ী
আকৰ্ষণ বিকৰ্ষণ
অনুগ্ৰহ নিগ্ৰহ
পবিত্ৰ অপবিত্ৰ
খাল বাম
আদি অন্ত
গোপন প্ৰকাশ
উদয় অস্ত
আধুনিক প্ৰাচীন
উত্তৰ দক্ষিণ
ওখ চাপৰ
গুণ দোষ
জ্ঞানী অজ্ঞানী, মূৰ্খ
বিস্তৃত সংক্ষিপ্ত
জাগৰণ নিদ্ৰা
সঁচা মিছা
ৰজা প্ৰজা
হাঁহি কান্দোন
বহল ঠেক
স্পষ্ট অস্পষ্ট
সুন্দৰ কুৎসিত
হ্ৰাস বৃদ্ধি
ৰোগী নিৰোগী
শকত ক্ষীণ
সন্মান অপমান
শুভ অশুভ
সুস্থ অসুস্থ
সোঁ বাওঁ
সুচল অচল
শান্ত অশান্ত
ক্ষমা প্ৰতিশোধ
সুগম দুৰ্গম
স্থিৰ অস্থিৰ
সভ্য অসভ্য
হৰণ পূৰণ
সাধু অসাধু
যশ অপযশ
যোগ বিয়োগ
সৰল জটিল
হিংসা অহিংসা
প্ৰচুৰ অল্প
আবিৰ্ভাৱ তিৰোভাৱ
পৰিষ্কাৰ অপৰিষ্কাৰ
নতুন পুৰণি
দ্ৰুত মন্থৰ
খাদ্য অখাদ্য
গধুৰ পাতল
শান্তি অশান্তি
প্ৰশ্ন উত্তৰ
সুবিধা অসুবিধা
স্বাধীন পৰাধীন
সুখ দুখ
সংযোগ বিয়োগ
উচ্চ নীচ
পুৱা গধূলি

Post a Comment

0 Comments