Flood relief Assam

Flood in Assam ( Image Source: www.facebook.com )

Dear all,
We hope you are well and safe.

You all know that two consecutive floods have wrecked havoc across Assam. As of today, lakhs and lakhs of people from almost all the districts in Assam are severely affected by the two floods. Situation is extremely worrying, as the post- flood situations are emerging gradually. 

We, a small group of friends, have planned to help a few families, during this grim situation. Sibsagar is one of the most affected districts in Assam, and we have sought to help a few families who are in extreme vulnerability. We have prepared an estimation, and a roadmap as to how we are going to advance our limited help to the suffering people. 

We are going to help 25 families from Panbesa Gaon village, Panbesa Panchayat, Revenue circle Sibsagar, District Sibsagar. These families are mostly of farmers and daily wage workers. The total population in these 25 families is approximately 100, including women, children and senior citizens. We seek to help these families at risk by distributing relief packages, with the Help of local volunteer Bitu Dehingia (9706748917), from Panbesa Gaon, Sibsagar. 

Each help package will contain the following items.
Rice- 5 kilogrammes
Red lentil- 2 kilogrammes
Eggs- 1 set (30 eggs)
Potatoes- 2 kilogrammes
Onions- 1 kilogrammes
Mustard oil- 1 litre
Bisciuts- 2 packets
Soap- 1 bar



With Regards,
Rajkumar Rahul Dihingia
c/o- Phulbor Dihingia
Betbari naojan gaon
Po:-betbari alimur
Pin:-785640
Dist:-sivasagar
8011287584

Dhruba Jyoti Das
c/o- Dilip Das
VILL- Bharegaon, P.O- Sarupeta
Dist- Barpeta (Assam)- 781318
9957903658

শ্ৰদ্ধাৰ ৰাইজ, 
আমি সকলোৱে অৱগত যে, সাম্প্ৰতি মহামাৰী ক’ৰনাৰ লগতে বানপানীয়েও অসমৰ বহু জিলাত ভয়ংকৰ ৰূপ লৈছে । লাখ লাখ মানুহ বহু বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে বানপানীৰ ফলত । বৰ্তমান বহু কৃষি ভূমি, পথাৰ, মৎস্য উৎপাদন ক্ষেত্ৰ-পুখুৰী, বিল, মানুহৰ ঘৰ-বাৰী শইচ বানপানীয়ে নিঃশেষ কৰিছে । সেয়ে আমি কেইজনমান বন্ধুৱে এই বানপানীত ক্ষতিগ্ৰস্থ হোৱা পৰিয়াল বোৰৰ সহায় হোৱাকৈ কিছু সাহাৰ্য সামগ্ৰী বিতৰন কৰিব খোজো । যদি সম্ভৱ যেনেকৈ পাৰে আপোনাৰ সাধ্য অনুসৰি বানপানীৰ ফলত ক্ষতিগ্ৰস্থ এই দূৰ্গত পৰিয়ালবোৰৰ বাবে আপোনাৰ কিছু আৰ্থিক সহায়, সহযোগীতা আমি কামনা কৰিছো । আমি আমাৰ সামৰ্থ আৰু সীমাবদ্ধতাৰ মাজেৰে বানপানীৰ ফলত অধিক ক্ষতিগ্ৰস্থ হোৱা শিৱসাগৰ জিলাৰ পানবেচাত বানপানীৰ ফলত ক্ষতিগ্ৰস্থ হোৱা ২৫ টা পৰিয়ালৰ, গাওঁৰ পুৰুষ, মহিলা, বৃদ্ধ, শিশুকে ধৰি প্ৰায় ১০০ জন মানুহৰ বাবে প্ৰতিটো পৰিয়ালত - 
৫ কেজি চাউল,
২ কেজি মচুৰ দাইল, 
২ পেকেট মিঠাতেল,
১ ডোখৰ চাবোন, 
১ প্লেট কণী, 
২ কেজি আলু, 
১ কেজি পিয়াজ,
২ পেকেট বিস্কুট ।
অত্যাৱশ্যকীয় খাদ্য আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী বিতৰন কৰিব লৈছো । যিহেতু পানবেচাৰ প্ৰায় সংখ্যক লোকেই দৈনিক হাজিৰা কৰি খোৱা লোক আৰু কৃষক পৰিয়াল । আৰ্থিকভাৱে পিছপৰা এই অঞ্চলৰ বানপীড়িত ৰাইজৰ কাষত আমি স্থানীয় স্বেচ্ছাসেৱক বিতু দিহিঙ্গীয়াৰ সহযোগত আমি সাহাৰ্য সামগ্ৰী বিতৰন কৰিম । আশা কৰো আপুনিও বানীপানীৰ এই ভয়ংকৰ বিপদৰ মুহূৰ্তত নিজৰ সাধ্য অনুসৰি বানপীড়িত ৰাইজৰ বাবে সহায়ৰ হাত আগবঢ়াব ।


With Regards,
Rajkumar Rahul Dihingia
c/o- Phulbor Dihingia
Betbari naojan gaon
Po:-betbari alimur
Pin:-785640
Dist:-sivasagar
8011287584

Dhruba Jyoti Das
c/o- Dilip Das
VILL- Bharegaon, P.O- Sarupeta
Dist- Barpeta (Assam)- 781318
9957903658

1 Comments

  1. শাৰীপাতি বিপৰীত অৰ্থ

    ReplyDelete
Previous Post Next Post