অসম কুইজ (চতুুৰ্থ খণ্ড)


অসম কুইজ (চতুুৰ্থ খণ্ড)
1. অসমৰ মুঠ জিলা কেইখন ?




... Answer is C)
৩৫ (অসমৰ জিলা কেইখন হৈছে - তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজী, চৰাইদেউ, শিৱসাগৰ, লক্ষীমপুৰ, মাজুলী, যোৰহাট, বিশ্বনাথ, গোলাঘাট, কাৰ্বি আংলং পূব, কাৰ্বি আংলং পশ্চিম, শোণিতপুৰ, নগাওঁ, হোজাই, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, মৰিগাওঁ, ওদালগুৰি, দৰং, কামৰূপ মহানগৰ, বাক্সা, নলবাৰী, কামৰূপ, বৰপেটা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা-মানকাচাৰ, বজালী, তামুলপুৰ) অধিক তথ্যৰ বাবে ক্লিক কৰক - অসম Assam असम


2. অসমৰ প্ৰধান নদী কেইখনৰ নাম কি ?




... Answer is A)
ব্রহ্মপুত্ৰ আৰু বৰাক নদী


3. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন জিলাত অবস্থিত?




... Answer is D)
যোৰহাট জিলা


4. অভাউসা অৰ্থাৎ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা' কিমান চনত জন্ম হৈছিল?




... Answer is A)
১৮৮৮ চন


5. কিমান চনত ‘অসম চুক্তি’স্বাক্ষৰিত হৈছিল ?




... Answer is D)
১৯৮৫ চন


6. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?




... Answer is B)
১৯৮৫ চন


7. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা গৰাকী কোন আছিল?




... Answer is A)
আইদেউ সন্দিকৈ


8. চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল?




... Answer is C)
ড০ ভূপেন হাজৰিকা


9. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি আছিল?




... Answer is A)
এৰা বাটৰ সুৰ


10. উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো কোন ঠাইত অবস্থিত ?




... Answer is D)
যোৰহাটৰ টোকলাইত


11. লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন কবিতা পুথি কি কি ?




... Answer is B)
কদমকলি, পদুমকলি


12.বিষ্ণুৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি আছিল?




... Answer is D)
ফেৰেংগাদাও


13. ভূপেন হাজৰিকাৰ কণ্ঠত বাণীবন্ধন হোৱা প্ৰথম গীতটো কি আছিল?




... Answer is A)
কাষতে কলচী লৈ যায় ঐ ৰচকী বাই


14. প্ৰথম অসমীয়া ছপা পুথি খনৰ নাম কি?




... Answer is D)
ধৰ্ম পুস্তক


15. অসমীয়া গদ্য সাহিত্যৰ জনক কোন আছিল?




... Answer is A)
ভট্টদেৱ


16. “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীতৰ ৰচয়িতা কোন আছিল?




... Answer is B)
অম্বিকাগিৰি ৰায় চৌধুৰী


17. ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল?




... Answer is A)
নলিনীধৰ ভট্টাচাৰ্য


18. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি আছিল?




... Answer is C)
ভানুমতী


19. ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন আছিল?




... Answer is A)
ড° ভবেন্দ্ৰনাথ শইকীয়া


20. অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন আছিল?




... Answer is B)
শুচিব্ৰতা ৰায়চৌধুৰী



লগতে চাওক- 

2 Comments

Post a Comment
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব