১/ অসমৰ জাতীয় শ্লোগান কি ?
উত্তৰ:- জয় আই অসম।
২/ অসমৰ জাতীয় সংগীত কি ?
উত্তৰ:- অ' মোৰ আপোনাৰ দেশ।
৩/ অসমৰ জাতীয় উৎসৱ কি ?
উত্তৰ:- বিহু।
৪/ অসমৰ জাতীয় নৃত্য কি ?
উত্তৰ:- বিহু নৃত্য।
৫/ অসমৰ ৰাজ্যিক ভাষা কি ?
উত্তৰ:- অসমীয়া ভাষা।
৬/ অসমৰ ৰাজ্যিক ফুল কি ?
উত্তৰ:- কপৌ ফুল।
৭/ অসমৰ জাতীয় জন্তু কি ?
উত্তৰ:- এশিঙীয়া গঁড়।
৮/ অসমৰ জাতীয় পক্ষী কি ?
উত্তৰ:- দেওহাঁহ।
৯/ অসমৰ জাতীয় গছ কি ?
উত্তৰ:- হোলোং।
১০/ অসমৰ ৰাজ্যিক সাহিত্য সভা কি ?
উত্তৰ:- অসম সাহিত্য সভা।
১১/ অসমৰ জিলা কেইখন ?
উত্তৰ:- বৰ্তমান অসমৰ জিলা ৩৫ খন।
১২/ অসমৰ জিলা, জিলা সদৰ আৰু মহকুমা সমূহ :-
| জিলা - তিনিচুকীয়া |
| জিলাৰ সদৰ - তিনিচুকীয়া |
| মহকুমা - তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া |
| জিলা - ডিব্ৰুগড় |
| জিলাৰ সদৰ - ডিব্ৰুগড় |
| মহকুমা - ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া |
| জিলা - ধেমাজী |
| জিলাৰ সদৰ - ধেমাজী |
| মহকুমা - ধেমাজী, জোনাই |
| জিলা - চৰাইদেউ |
| জিলাৰ সদৰ - সোণাৰি |
| মহকুমা - চৰাইদেউ |
| জিলা - শিৱসাগৰ |
| জিলাৰ সদৰ - শিৱসাগৰ |
| মহকুমা - শিৱসাগৰ, নাজিৰা |
| জিলা - লক্ষীমপুৰ |
| জিলাৰ সদৰ - উত্তৰ লক্ষীমপুৰ |
| মহকুমা - উত্তৰ লক্ষীমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা |
| জিলা - মাজুলী |
| জিলাৰ সদৰ - গড়মূৰ |
| মহকুমা - মাজুলী |
| জিলা - যোৰহাট |
| জিলাৰ সদৰ - যোৰহাট |
| মহকুমা - যোৰহাট, তিতাবৰ |
| জিলা - বিশ্বনাথ |
| জিলাৰ সদৰ - বিশ্বনাথ চাৰিআলি |
| মহকুমা - বিশ্বনাথ চাৰিআলি, গহপুৰ |
| জিলা - গোলাঘাট |
| জিলাৰ সদৰ - গোলাঘাট |
| মহকুমা - গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী |
| জিলা - কাৰ্বি আংলং পূব |
| জিলাৰ সদৰ - ডিফু |
| মহকুমা - ডিফু, বোকাজান, হাওড়াঘাট |
| জিলা - শোণিতপুৰ |
| জিলাৰ সদৰ - তেজপুৰ |
| মহকুমা - শোণিতপুৰ, ঢেঁকীয়াজুলি |
| জিলা - নগাওঁ |
| জিলাৰ সদৰ - নগাওঁ |
| মহকুমা - নগাঁও, কলিয়াবৰ |
| জিলা - হোজাই |
| জিলাৰ সদৰ - হোজাই |
| মহকুমা - হোজাই |
| জিলা - কাৰ্বি আংলং পশ্চিম |
| জিলাৰ সদৰ - হামৰেণ |
| মহকুমা - হামৰেণ |
| জিলা - ডিমা হাচাও |
| জিলাৰ সদৰ - হাফলং |
| মহকুমা - হাফলং, দিয়ুংব্ৰ, মাইবং |
| জিলা - কাছাৰ |
| জিলাৰ সদৰ - শিলচৰ |
| মহকুমা - শিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই |
| জিলা - হাইলাকান্দি |
| জিলাৰ সদৰ - হাইলাকান্দি |
| মহকুমা - হাইলাকান্দি, কাঠলিচেৰা |
| জিলা - কৰিমগঞ্জ |
| জিলাৰ সদৰ - কৰিমগঞ্জ |
| মহকুমা - কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ |
| জিলা - মৰিগাওঁ |
| জিলাৰ সদৰ - মৰিগাওঁ |
| মহকুমা - মৰিগাওঁ |
| জিলা - ওদালগুৰি |
| জিলাৰ সদৰ - ওদালগুৰি |
| মহকুমা - ওদালগুৰি, ভেৰগাঁও |
| জিলা - দৰং |
| জিলাৰ সদৰ - মঙলদৈ |
| মহকুমা - মঙলদৈ |
| জিলা - কামৰূপ মহানগৰ |
| জিলাৰ সদৰ - গুৱাহাটী |
| মহকুমা - গুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ |
| জিলা - বাক্সা |
| জিলাৰ সদৰ - মুছলপুৰ |
| মহকুমা - মুছলপুৰ, শালবাৰী, তামোলপুৰ |
| জিলা - নলবাৰী |
| জিলাৰ সদৰ - নলবাৰী |
| মহকুমা - নলবাৰী, মুকালমুৱা, টিহু |
| জিলা - কামৰূপ |
| জিলাৰ সদৰ - অমিনগাঁও |
| মহকুমা - কামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া |
| জিলা - বৰপেটা |
| জিলাৰ সদৰ - বৰপেটা |
| মহকুমা - বৰপেটা, বজালী, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ |
| জিলা - চিৰাং |
| জিলাৰ সদৰ - কাজলগাঁও |
| মহকুমা - কাজলগাঁও |
| জিলা - বঙাইগাঁও |
| জিলাৰ সদৰ - বঙাইগাঁও |
| মহকুমা - বঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা |
| জিলা - গোৱালপাৰা |
| জিলাৰ সদৰ - গোৱালপাৰা |
| মহকুমা - গোৱালপাৰা, লক্ষ্মীপুৰ |
| জিলা - কোকৰাঝাৰ |
| জিলাৰ সদৰ - কোকৰাঝাৰ |
| মহকুমা - কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতযোৰা |
| জিলা - ধুবুৰী |
| জিলাৰ সদৰ - ধুবুৰী |
| মহকুমা - ধুবুৰী, বিলাসীপাৰা |
| জিলা - দক্ষিণ শালমৰা-মানকাচাৰ |
| জিলাৰ সদৰ - হাটশিঙিমাৰি |
| মহকুমা - হাটশিঙিমাৰি |
| জিলা - বজালী |
| জিলাৰ সদৰ - পাঠশালা |
| মহকুমা - বজালী |
| জিলা - তামুলপুৰ |
| জিলাৰ সদৰ - তামুলপুৰ |
| মহকুমা - তামুলপুৰ মহকুমা |
