বৰষুণ তোমাৰ প্ৰিয় হলেও

✍ ৰূপজ্যোতি চাংমাই

বৰষুণ তোমাৰ প্ৰিয় হলেও
দুখবোৰ ধুব নোৱাৰে মোৰ,
নিশাৰ আন্ধাৰ বোৰ মোৰ প্ৰিয় নহলেও
চুকুলো বোৰ ধাকি ৰাখে মোৰ ।
বতৰতো আজি এনেকুৱাই
তোমাৰ বিস্বাস বোৰৰ দৰেই সেমেকা ।
বাদ দিয়া .....
আজি ৰ'দৰ কথাকেই পাতো ....
পুৱাতো আমাক ফৰকাল লাগে ....
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →