Make in Axom

✍ যদুমণি চাংমাই

অসমৰ প্রায় সংখ্যক জিলাতে আমাৰ Make in Axom ৰ সৌৰ শক্তি (Solar inverter) প্ৰদান কৰি থকা হৈছে ।সকলোৱে ভাল পাইছে সঁহাৰি জনাইছে সাহস দিছে আমাক ।আগলৈ আৰু Develop কৰিম আমাৰ Technology .এইয়া মাথোঁ আৰম্ভণিহে ।ইচ্ছুক গ্ৰাহক সকলে মোক যোগাযোগ কৰক 8876547181  নম্বৰত ।পোহৰত থাকক পোহৰ বিলাওক ।আন্ধাৰৰ ভেটা ভাঙি পোহৰ বিলাওঁ আহা...।
Made in china {Solar Light } = দেখিব ধুনীয়া ৰাংঢালি নাচনী ।ডাৱৰীয়া বতৰত Solar এ Charge কৰিবএ নোৱাৰে ।বেছি দেৰি ঘৰ পোহৰাব নোৱাৰে ।Battery life Big ziro আলু ।পইচা বেছি লয় ।দেশৰ কষ্টৰ ধন অপব্যবহাৰ হয় ।
Make in axom {Solar Light } = গুৰুত্ব দিয়া হয় তাৰ ক্ষমতাৰ ওপৰত ।দীৰ্ঘ সময় ১৪ ঘণ্টা পৰ্যন্ত পোহৰাব পাৰে ঘৰ ।ডাৱৰীয়া বতৰত Charge কৰিব পৰা ক্ষমতা প্ৰখৰ ।ধনী দুখীয়া নিৰ্বিশেষে কিনিব পাৰে inverter .মোবাইল charge কৰিব ৭/৮ টা পৰ্যন্ত ।আৰু বহুতো ।



Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব