ASSAM COVID19 SOP DATED - 20/04/2021

 

# কেৱল স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানত ১০০ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব।

# মৃতকৰ অন্তষ্টিক্ৰিয়াত মাত্ৰ ২০ জন লোকৰ উপস্থিতি হ'ব বাধ্যতামূলক।

# মন্দিৰ, মছজিদ, গীৰ্জাত এঘন্টাত ২০ জনকৈ প্ৰৱেশ কৰিব পাৰিব দৰ্শনার্থী-ভক্ত।

# দৈনিক-সাপ্তাহিক বজাৰ, সকলো দোকান-পোহাৰ সন্ধিয়া ৬ বজাৰ আগেই বন্ধ কৰিব লাগিব।

# চৰকাৰী-বেচৰকাৰীৰ প্ৰতিটো প্রতিষ্ঠান, কাৰ্য্যালয়ত ৫০% কৰ্মচাৰীৰ উপস্থিতি হ'ব বাধ্যতামূলক।

# গৰ্ভৱতী মহিলা বা ৫ বছৰৰ তলৰ সন্তান থকা মহিলাই ঘৰত থাকিয়ে কাম কৰাৰ নিৰ্দেশ।

# সকলো প্ৰতিস্থানতে থাৰ্মেল স্কেনিং, চেনিটাইজাৰ, মাস্ক থাকিবই লাগিব।

# স্কুলত প্ৰাৰ্থনা বন্ধ, ৫০ শতাংশ শিক্ষাৰ্থীৰে চলিব লাগিব শিক্ষানুষ্ঠানৰ পাঠদান প্ৰক্ৰিয়া।

# অনলাইনতে হ'ব লাগিব প্ৰাথমিক শিক্ষানুষ্ঠানৰ শিক্ষাদান। সকলোৱে অনলাইনত গুৰুত্ব দিব লাগিব।

# ৰাজ্যত চলাচল কৰা অট'ৰিক্সাত বাধ্যতামূলক হ'ব ২ জন যাত্ৰীৰ পৰিবহণ।

# কেব, ব্যক্তিগত বাহনত ড্ৰাইভাৰসহ মাত্ৰ দুজন যাত্ৰীহে যাত্ৰা কৰিব পাৰিব।

# আন্ত:জিলা বাছসেৱাত আৰু গুৱাহাটীৰ চিটিবাছে কঢ়িয়াব লাগিব ৫০% যাত্রী।

# ৰাজহুৱা স্থানত একেবাৰেই বাধ্যতামূলক হ'ব মাস্ক পৰিধান, নহলে এহেজাৰ জৰিমনা।

# এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দূৰত্ব বজাই ৰাখি ৫ জনতকৈ অধিক গ্ৰাহকে গোট খাব নোৱাৰিব।

# এই নিয়ম প্ৰযোজ্য নকৰিলে IPC 188ৰ অধীনত এমাহ জেইল নতুবা জৰিমনা ভৰিব।
Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব