গুগল টাস্ক মেট এপ্লিকেচনৰ জৰিয়তে টকা উপাৰ্জনৰ পথ অতি শীঘ্ৰেই মুকলি পথত



 গুগলৰ দ্বাৰা নিৰ্মিত Task Mate Appreciation ৰ দ্বাৰা উপাৰ্জন আৰম্ভ কৰিবলৈ সক্ষম হ'ব। এই গুগল টাস্ক মেট (Google Task Mate) এপ্লিকেচন গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ৰেফাৰেল কোডৰ দ্বাৰা Join হৈ কাম সমূহ কৰিবলৈ সক্ষম হ'ব। Google Task Mate ত ওচৰতে কাৰ্য সন্ধান কৰিব পাৰিব আৰু উপাৰ্জন আৰম্ভ কৰিবলৈ কাম সমূহ সম্পূৰ্ণ কৰিব লাগিব। কাম সমূহ যেনে- ওচৰৰ হোটেল এখনৰ ফটো লওক আৰু আপোনাৰ পছন্দৰ বিষয়সমূহৰ জৰীপ প্ৰশ্নৰ উত্তৰ দিয়ক বা যিকোনো বাক্য ইংৰাজীৰ পৰা আপোনাৰ স্থানীয় ভাষালৈ অনুবাদ কৰাত সহায় কৰিব পাৰিব। বৰ্তমান সময়ত এই Google Task Mate Application (Beta) সংস্কৰণত ৰখা হৈছে, ফলত এতিয়া Google Task Mate সম্পূৰ্ণকৈ কাৰ্য সমূহ কৰিবলৈ অক্ষম কিন্তু অতি শীঘ্ৰেই মুকলিৰ পথত। 






   Google Task Mate Application ৰ পৰা টকা উলিয়াবলৈ হলে- আপুনি সঠিকভাৱে সম্পূৰ্ণ কৰা কামবোৰৰ বাবে আপোনাক স্থানীয় মুদ্ৰাৰ ভিতৰত Google Task Mate Application ৰ তৰফৰ পৰা পৰিশোধ কৰিব আৰু আপোনাক তৃতীয় পক্ষৰ পৰিশোধ প্ৰচেছৰ সৈতে একাউন্ট এটাৰ প্ৰয়োজন হ'ব। যেতিয়া আপুনি টকা উলিয়াবলৈ সাজু হয়, তেতিয়া Google Task Mate Application ত পৰিশোধ প্ৰক্ৰিয়াৰ সৈতে আপোনাৰ ই-ৱালেট বা একাউন্ট পঞ্জীয়ন কৰিব লাগিব তাৰ পিছত আপুনি আপোনাৰ প্ৰফাইল পৃষ্ঠালৈ গৈ Cash Out বুটাম ক্লিক কৰি টকা উলিয়াবলৈ Google Task Mate Application ৰ পৰা সক্ষম হ'ব।


   Google Task Mate Application বৰ্তমান ৫ লাখৰো অধিক লোকে Google Play Store ৰ পৰা ডাউনলোড কৰিছে আৰু App Permissions বিলাক হৈছে - 


● Camera → Take pictures and videos.


● Location → Access precise location only in the foreground.


● Microphone → record audio.


● Other → access location in the background, have full network access, measure app storage space, view network connections, prevent phone from sleeping, run at startup, receive data from Internet, read Google Service Configuration ইত্যাদি।


লগতে চাওক -

● ইমেইল কি আৰু ইমেইল কেনেকৈ কৰিব?

●  মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ জন্ম আৰু উত্থান

● গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব


Post a Comment

Previous Post Next Post