অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হল কুলধৰ শইকীয়া

অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আগন্তুক অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশনত  সভাপতিত্ব কৰিব কুলধৰ শইকীয়াই। ভোটগণনা অনুষ্ঠিত হৈছিল হোজাইৰ বাণীকান্ত কাকতি ক্ষেত্ৰৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত। সভাপতিৰ আসনত ৭ জন প্ৰাৰ্থীৰ ভিতৰত জয়ী কুলধৰ শইকীয়া। কুলধৰ শইকীয়াই লাভ কৰা ভোটৰ সংখ্যা সৰ্বমুঠ ২৬৯ টা। কুলধৰ শইকীয়া এগৰাকী সু-সাহিত্যিক, গল্পকাৰ। ২০১৫ চনত সাহিত্য অকাডেমিৰ সন্মান লাভ কৰিছিল। আকাশৰ ছবি আৰু বিভিন্ন গল্পৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমিৰ সন্মান। কুলধৰ শইকীয়া নাট্যকাৰো আছিল। ১৯৮৮ চনত মুনিন বৰকটকী বঁটা, ২০০০ চনত কথা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কুলধৰ শইকীয়া অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপেও দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰে। অসম সাহিত্য সভাৰ ২০২০ বর্ষৰ নৱ নিৰ্বাচিত উপ সভাপতিৰ পদত জয়ী হোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে লাভ কৰে সৰ্বমুঠ ৩০৮ টা ভোট।
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব