জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে

 

জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১) (Image Source Link- https://newslivetv.com/silpi-divas-assam-recalls-jyotiprasad-today/)

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম:- 

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শিক্ষা:-

 জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ডিব্ৰুগড়ৰ জৰ্জ হাইস্কুল, কলিকতাৰ নেচনেল কলেজ, স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয় আৰু ৭ মাহৰ বাবে জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কৰ্মৰাজি:-

 ভাৰতৰ স্বাধীনতা আন্দোলন- জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ১৫ মাহৰ বাবে ১৯৩২ চনত শিলচৰ জেলত কাৰাবন্দী হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে।


জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক:- 

  • লভিতা
  • ৰূপালীম
  • খনিকৰ
  • সুন্দৰ কোঁৱৰ
  • সোণ পখিলী
  • কাৰেঙৰ লিগিৰী
  • কনকলতা
  • শোণিত কুঁৱৰী
  • নিমাতী কইনা
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গল্প সমূহ:- 

  • যুঁজাৰু
  • সন্ধি
  • নীলা চৰাই
  • ৰূপহী
  • সোনটিৰ অভিমান
  • সোনতৰা
  • প্ৰত্নতাত্বিক কলাঘুমটি
  • বগীতৰা
  • সোঁৱৰণি
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চলচ্চিত্ৰ:-

  • জয়মতী
  • ইন্দ্ৰমালতী
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা:- 

  • জ্যোতি ৰামায়ণ
  • লুইতৰ পাৰৰ অগ্নিসুৰ

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ তালিকা:-

(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰিছিল ৩০০+ গীত, তাৰে ভিতৰত দিয়া হল)

  • মই জনতাৰ প্ৰাণে প্ৰাণে
  • আজি জনতাৰ দুৱাৰে দুৱাৰে
  • জয় ভাগৰৰ জয়
  • মই গান বিচাৰি
  • মৌ মাখিয়ে মৌ বিচাৰে
  • মোৰ এই সততম গানে
  • মোৰে পথাৰতে সোণোৱালী ধান
  • আজি পুৱতি
  • সেউজীয়া ধাননিত
  • আইদেউৰে বুলনিতে পোহৰৰে ধেমালি
  • আমাৰে সখিয়া আকুল-বিকুলে
  • বনৰীয়া আমি বনৰ চৰাই
  • গাঁৱৰ লৰা গাঁৱে গাঁৱে 
  • যাউটি যুগীয়া
  • জননীৰ সন্তান
  • গছে গছে পাতি দিলে
  • জানো জানো জানো
  • জোনাকী কাৰেঙত কোনে বীণ বাই
  • জোনোৱালী নিশাৰ
  • অ' আমাৰ গাওঁ
  • সেউজী ধৰণী ধুনীয়া
  • তই কৰিব লাগিব অগ্নিস্নান
  • সেউজীয়া সেউজীয়া
  • মোৰে জীৱনৰে সখা কৃষ্ণ
  • মোৰ গানত জ্বলে
  • জয় আলোকময়
  • লুইতৰে পানী যাবি অ বৈ
  • মোৰ ৰাগ
  • অ সখী আজি
  • ৰূপহ কোঁৱৰৰ চুমা পৰশতে
  • সোণৰ পালেঙতে অ মনেতৰা
  • মোৰে ভাৰতৰে
  • মোৰে মন বনতে

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিয়াল:-

 জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে দেৱযানী ভূঞাৰ সৈতে ১৯৩৬ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু সন্তান সকল হৈছে :- 

  • চিন্ময় আগৰৱালা
  • বিশ্বেন্দু আগৰৱালা
  • জয়শ্ৰী
  • জ্ঞানশ্ৰী
  • সত্যশ্ৰী
  • হেমাশ্ৰী
  • মনশ্ৰী

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু:-

 ৪৮ বছৰ বয়সত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেজপুৰৰ বাসগৃহ পকীত ১৯৫১ চনৰ ১৭ জানুৱাৰীত কৰ্কট ৰোগত মৃত্যুবৰণ কৰে।


লগতে চাওক - 

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব