HTML কি? HTML ৰ ব্যৱহাৰ আৰু কিছুমান HTML CODE এইচ টি এম এল ৰ বিষয়ে অসমীয়াত


 বন্ধু-বান্ধৱী সকল আজি আলোচনা কৰিবলৈ লৈছোঁ এইচ টি এম এল HTML (Hypertext Markup Language) ৰ বিষয়ে কিছু কথা। এই HTML ৰ বিষয়ে কিছু কথাৰ পৰা HTML নো কি? HTML কোনে আবিষ্কাৰ কৰিছিল? HTML কত কত ব্যৱহাৰ কৰা হয়? HTML TAGS সমূহৰ বিষয়ে কিছু কথা জানিবলৈ সক্ষম হব বুলি অনুমান কৰিছোঁ।

বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ যুগ। এই যুগত কিছুমান কাম কৰিবলৈ আমি প্ৰযুক্তিসমূহৰ সম্পৰ্কে জনাটো অতি প্ৰয়োজন। দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা ৱেব পৃষ্ঠা (Web Page), ৱেব এপ্লিকেচন (Web Application), ইণ্টাৰনেট নেভিগেশ্বন (Internet Navigation), ৱেব ডকুমেণ্ট (Web Document), ৱেব পৃষ্ঠাসমূহত ছবিসমূহ যোগ,প্ৰদৰ্শন ইত্যাদি সমূহ কৰিবলৈ HTML (Hypertext Markup Language) জনাটো অতি প্ৰয়োজন।

HTML কি?


   HTML ৰ সম্পূৰ্ণ অৰ্থ হৈছে Hypertext Markup Language । HTML ৱেব পৃষ্ঠা, ৱেব এপ্লিকেচন, শিৰোনাম, লিংক, ইণ্টাৰনেট নেভিগেশ্বন ইত্যাদিৰ সৃষ্টি, ব্লককুৱেট টেগ আৰু অন্যান্য বহুতো টেগ গঠন HTML ৰ যোগেদি কৰিবলৈ সক্ষম হয়।

HTML কোনে আবিষ্কাৰ কৰিছিল?


   HTML আবিষ্কাৰ কৰিছিল টিম বাৰ্নাৰ্চ-লীয়ে ১৯৯৩ চনত। টিম বাৰ্নাৰ্চ-লীয়ে (Tim Berners-Lee) য়ে ১৯৯৩ চনত HTML ৰ প্ৰথমটো সংস্কৰণ মুকলি কৰিছিল।

   টিম বাৰ্নাৰ্চ-লী (Tim Berners-Lee) হৈছে এজন ইংৰাজ কম্পিউটাৰ বিজ্ঞানী আৰু তেওঁ (www) (World Wide Web) ৱৰ্ল্ড ৱাইড ৱেবৰ আবিষ্কাৰ কৰিছিল।

HTML ৰ বিষয়ে কিছু কথা:- 


Hypertext কি?


   Hypertext হৈছে কম্পিউটাৰ বা অনান্য ইলেকট্ৰনিক ডিভাইচত প্ৰদৰ্শিত এনে এক পেজ যত এখন পৃষ্ঠাৰ পৰা Hyperlink ৰ দ্বাৰা আন এখন পৃষ্ঠালৈ যাব পাৰি। 

তলত উদাহৰণ হিচাপে দিয়া হ'ল- 

নগেনে ফেচবুক কৰে।

    "ফেচবুকত" Hypertext ত Hyperlink কৰি দিয়া হল। ফেচবুক শব্দটোত ক্লিক কৰি দিলেই অন্য এখন পেজলৈ যাবলৈ সক্ষম হব। Hypertext ছবি, টেবুল আৰু অন্যান্য বিষয় বৰ্ণনা কৰিবলৈ দিয়া হয়।

Hypertext ৰ সৈতে Hyperlink Tag :- 

<a href="https://www.puhorbisarijau.in">পোহৰ বিচাৰি যাওঁ</a>


ইয়াত (https://www.puhorbisarijau.in) হৈছে Hyperlink আৰু "পোহৰ বিচাৰি যাওঁ" হৈছে Hypertext ।

Markup কি?


   Markup য়ে ৱেব ব্ৰাউজাৰক কেনেদৰে প্ৰদৰ্শন কৰিব সেয়া নিৰ্দেশনা দিয়ে। ৱেব পেজত বা ৱেব ডকুমেণ্টত Character, Symbol, Design, Font Style, Text Size, Color আদি কৰাত কাম কৰে।

তলত উদাহৰণ হিচাপে দিয়া হল:- 

<font size="6" color="#ff004c">জয় আই অসম</font>

Result:- জয় আই অসম

উদাহৰণত দিয়া Color Code "#ff004c" বা অন্যান্য Color Code ব্যৱহাৰ কৰিবলৈ Google Search ত Colour Picker বুলি Search কৰিলেই ওলাব, তলত ফটোসহ দিয়া হৈছে, নিৰ্দিষ্ট Color বাচনি কৰি HEX ৰ তলত থকা Color Code Copy কৰি HTML ৰ Color ত ব্যৱহাৰ কৰিব পাৰিব।

HTML ৰ সংস্কৰণ (Version) সমূহ:- 


HTML 1 (১৯৯৩)
HTML 2 (১৯৯৫, ২৪ নৱেম্বৰ)
HTML 3 (১৯৯৭, ১৪ জানুৱাৰী)
HTML 4 (১৯৯৭, ১৮ ডিচেম্বৰ)
HTML 4.0 (১৯৯৮, ২৪ এপ্ৰিল)
HTML 4.01 (১৯৯৯, ২৪ ডিচেম্বৰ)
HTML 5 (২০১৪, ২৮ অক্টোবৰ)
HTML 5.1 (২০১৬, ১ নৱেম্বৰ)
HTML 5.2 (২০১৭, ১৪ ডিচেম্বৰ)

XHTML কি?


XHTML (Extensible HyperText Markup Language) হৈছে HTML ৰ সম্প্ৰসাৰণ কৰে। XHTML মুকলি কৰা হৈছিল ২৬ জানুৱাৰী, ২০০০ চনত। XHTML - XML Markup Language ৰ পৰিয়ালৰ এক অংশ।

HTML কেনেকৈ ব্যৱহাৰ কৰিব:- 


HTML কোডিং কৰিবলৈ Notepad ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে Notepad খুলি HTML কোডিং কৰি File ত ক্লিক কৰি Save As ক্লিক কৰিব। তাৰ পিছত File Name দি .html দিব আৰু Save as type ত All Files ক্লিক কৰি Save Option ত ক্লিক কৰিব।



HTML কোডিংৰ Result চাবলৈ HTML file টো ক্লিক কৰি Mouse ৰ Right ক্লিক কৰিব, তাত থকা Open With লৈ গৈ যিকোনো এটা ব্ৰাউজাৰত চাব পাৰিব।




HTML ৰ ব্যৱহাৰ:-


ৱেব পেজ নিৰ্মাণ-বিকাশৰ বাবে ব্যৱহাৰ কৰা হয়।

ইণ্টাৰনেট নেভিগেশ্বনত ব্যৱহাৰ কৰা হয়।

ৱেব পৃষ্ঠা সমূহত ছবি সমূহৰ প্ৰদৰ্শন, ডিজাইন ইত্যাদি কৰা হয়।

HTML শিকিবলৈ কেইটামান ৱেবচাইট হৈছেঃ-

কিছুমান HTML TAG :- 


HTML TAG ৰ আৰম্ভনি <> আৰু সমাপ্ত </> হয়।

(1) HTML:- 
<html>
<head>
<tittle>নমস্কাৰ</tittle>
</head>
</html>


Result চাবলৈ ইয়াত ক্লিক কৰক -   

(2) BODY:-
<html>
<body>নমস্কাৰ</body>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(3) HEAD TAG:-
<html>
<head>নমস্কাৰ</head>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(4) TITTLE TAG:-
<htlm>
<body>
<tittle>নমস্কাৰ</tittle>
</body>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(5) HEADING TAG:-
<htlm>
<body>
<h1>নমস্কাৰ</h1>
<h2>নমস্কাৰ</h2>
<h3>নমস্কাৰ</h3>
<h4>নমস্কাৰ</h4>
<h5>নমস্কাৰ</h5>
<h6>নমস্কাৰ</h6>
</body>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(6) BOLD TAG:-
<html>
<b>নমস্কাৰ</b>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(7) PARAGRAPH TAG:-
<html>
<p>নমস্কাৰ</p>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(8) ITALIC TAG:-
<html>
<i>নমস্কাৰ</i>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(9) SMALL TEXT TAG:-
<html>
<small>নমস্কাৰ</small>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(10) DELETED TAG:-
<html>
<strike>নমস্কাৰ</strike>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(11) UNDERLINE TAG:-
<html>
<u>নমস্কাৰ</u>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(12) LIST TAG:-
<html>
<li>নমস্কাৰ</li>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(13) ORDERED LIST TAG:-
<html>
<ol>
<li>নমস্কাৰ</li>
<li>নমস্কাৰ</li>
<li>নমস্কাৰ</li>
<li>নমস্কাৰ</li>
</ol>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(14) UNORDERED LIST TAG:-
<html>
<ul>
<li>নমস্কাৰ</li>
<li>নমস্কাৰ</li>
<li>নমস্কাৰ</li>
<li>নমস্কাৰ</li>
</ul>
<html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(15) ANCHOR TAG:-
<html>
<a href="https://www.puhorbisarijau.in">Puhorbisarijau.in</a>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(16) SCROLLING TEXT TAG (MARQUEE TAG):-
<html>
<marquee>নমস্কাৰ</marquee>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  


(17) LINE BREAK TAG:-
<html>
নমস্কাৰ<br>পোহৰ বিচাৰি যাওঁ
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(18) FONT TAG:-
<html>
<font face="Arial Black">নমস্কাৰ</font>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(19) CENTER TAG:-
<html>
<center>নমস্কাৰ</center>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(20) IMAGE TAG:-
<html>
<img src="https://cmsimages.tribuneindia.com/gallary_content/2020/8/2020_8$largeimg_1076514623.jpeg" width="300" height="300" border="0"> 
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(21) TABLE TAG:-
<html>
<table border="4" cellpadding="2" cellspacing="2" width="100%">
<tr><td>প্ৰথম</td>
<td>দ্বিতীয়</td></tr></table>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(22) FORM TAG:-
<html>
<form action="mailto:puhorbisarijau@gmail.com">
নাম:- <input name="Name" value="" size="80"><br>
ই-মেইল:-<input name="Email" value="" size="80"><br><br>
<center><input type="submit"></center>
</form>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(23) RADIO BUTTON TAG:-
<html>
<p>নমস্কাৰ</p>
<input type="radio" id="male" name="gender" value="male">
<label for="male">Male</label><br>
<input type="radio" id="female" name="gender" value="female">
<label for="female">Female</label>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(24) DROPDOWN OPTION TAG:-
<html>
<center>অসমৰ Youtuber <select>
<option Selected>Dimpu Baruah</option>
<option>I Love Travel and Food</option>
<option>Bitupan Saikia</option></center>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(25) SUPERSCRIPT TAG:-
<html>
<p>H<sup>2</sup></p>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

(26) SUBSCRIPT TAG:-
<html>
<p>H<sub>2</sub></p>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  


(27) BLOCKQUOTE TAG:-
<html>
<blockquote>নমস্কাৰ</blockquote>
</html>

Result চাবলৈ ইয়াত ক্লিক কৰক -  

সামৰণি:-

HTML ৰ সম্পৰ্কে এই লিখনিৰ দ্বাৰা প্ৰাথমিকভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। এই লিখনিৰ দ্বাৰা HTML ৰ সম্পৰ্কে ন-শিকাৰু সকলে জানিবলৈ-বুজিবলৈ সক্ষম হব বুলি ভাবিছোঁ। আগলৈও এই HTML ৰ লেখা সম্পাদনা কৰি অধিক HTML TAGS আৰু HTML ৰ ব্যৱহাৰৰ সম্পৰ্কে অধিক বাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। 

   HTML জানিলে ৱেবচাইট Design, Develop, ৱেব পেজ Design ইত্যাদি কৰিবলৈ অতি সহজে সক্ষম হয়। বৰ্তমান HTML বা অন্যান্য কোডিং নকৰাকৈয়ে ৱেব পেজ বা ৱেবচাইট বনাব পাৰি CMS (Content Management System) ৰ সহায়লৈ, কিন্তু এজন অভিজ্ঞতাসম্পন্ন ৱেব ডিজাইনাৰ, ৱেব ডেভেলপাৰ হবলৈ হলে কেৱল অন্য Software আৰু Application ৰ সহায়ৰ অবিহনে নিজাকৈ কোডিং সমূহৰ জ্ঞান যেনে CSS, JAVASCRIPT, HTML ইত্যাদি আয়ত্ব কৰিলে অনায়াসে কৰিবলৈ সক্ষম হয়।

   মোৰ এই HTML ৰ সম্পৰ্কে লিখনি কেনে পালে, এই Post ৰ দ্বাৰা আপোনালোকে উপকৃত হৈছেনে আৰু আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ তলৰ কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ, ধন্যবাদ।

2 Comments

  1. html ৰ বিষয়ে বুজিব পাৰি ভাল লাগিল৷ অসমীয়াত লিখাৰ বাবে বুজি পালোঁ৷ তাৰ বাবে শলাগিবলগীয়া৷

    ReplyDelete
    Replies
    1. আপোনাক অশেষ ধন্যবাদ জনালোঁ 🙏

      Delete
Previous Post Next Post