গাজৰৰ উপকাৰিতা

(Image Source Link - https://pixabay.com/photos/carrots-vegetables-harvest-healthy-2387394/)

   গাজৰৰ বৈজ্ঞানিক নাম Daucus Carota Subsp. sativus আৰু ইংৰাজীত Carrot বুলি জনা যায়। গাজৰ শীতকালত হোৱা শাক জাতীয় উদ্ভিদ, কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ ন ন পদ্ধতিৰে এই গাজৰ বছৰৰ ১২ মাহেই উৎপাদন কৰা হয় আৰু বজাৰত সহজে উপলব্ধ হয়।

গাজৰৰ বহুতো উপকাৰী গুণ আছে। তলত গাজৰৰ উপকাৰিতাসমূহ দিয়া হ'ল -

১/ গাজৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। গাজৰত থকা ভিটামিন চি য়ে আমাৰ শৰীৰত এন্টিবডি গঢ়াত সক্ষম কৰি তুলে।

২/ গাজৰে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩/ গাজৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায় কৰে।

৪/ গাজৰত ভিটামিন k আৰু কেলচিয়াম থাকে। ভিটামিন k আৰু কেলচিয়াময়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

৫/ গাজৰত থকা এন্টিঅক্সিডেন্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

৬/ গাজৰ চকুৰ বাবে উপকাৰী।

৭/ গাজৰে কৌষ্ঠকাঠিন্য ৰোগৰ বাবে উপকাৰী। গাজৰে কৌষ্ঠকাঠিন্য ৰোগ হ্ৰাস কৰাত সহায় কৰে।

৮/ গাজৰে ওজন হ্রাস কৰাত সহায় কৰে।

৯/ ১০০ গ্ৰাম গাজৰত পানী থাকে ৮৮ শতাংশ, চেনী - ৪.৭ গ্ৰাম, চৰ্বি - ০.২ গ্ৰাম, কেলৰি - ৪১, প্ৰটিন - ০.৯ গ্ৰাম।

১০/ গাজৰ তেজৰ বাবে উপকাৰী।

বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 

গাজৰৰ গুণাগুণৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ লিংক - 



1 Comments

Post a Comment
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব