সমার্থক শব্দ


সমাৰ্থক শব্দ বা প্ৰতিশব্দ কাক বোলে ?

একেই অৰ্থ বুজোৱা শব্দবোৰকে সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলে।


UPSC - ২০১৪
বায়ু অনিল
বেলি সূৰ্য্য
নয়ন চকু
ধুনীয়া শুৱনি, সুন্দৰ
পৃথিৱী ধৰিত্ৰী, ধৰণী


UPSC - ২০১৬ 
উজু সহজ
চমু হ্ৰস্ব
আহুদি বিহ
সাং সামৰণি
পৃথক সুকীয়া
ওফাইদাং ডাংকোপ
ফৰকাল নিৰভ্ৰ, মেঘমুক্ত
আহুকাল অসুবিধা
দীপলিপ অতি সুন্দৰ
পৈ পতি, গিৰিয়েক

UPSC - ২০১৭
জুই অগ্নি
বিতোপন সুন্দৰ
আলহী অতিথি
ঠাণ্ডা শীতল
দুগ্ধ গাখীৰ
ভাৰ্যা পত্নী
সমীপ দাঁতিকাষৰীয়া
শুৱনি ধুনীয়া
জোন চন্দ্ৰ
ধৰণী পৃথিৱী


UPSC - ২০১৮
ধিতিঙালি মিছাই ঘূৰি ফুৰা
দেখনিয়াৰ চকু লগা, চকু জুৰোৱা
ধাউতি হেঁপাহ, স্পৃহা
নিমাখিত নিৰ্জু
পয়মাল দুৰৱস্থা, অথন্তৰ
বিয়াগোম প্ৰকাণ্ড, সুবিশাল
ভেঙুচালি ভেঁহনি
নিহালী কম্বল
সোৰোপা এলেহুৱা, ধোদ
সুৱদী মিঠা সুৰ

UPSC - ২০১৯
ফুল কুসুম, পুষ্প
ৰাতি নিশা
দিন অহ্ন
সুন্দৰ ধুনীয়া
এলেহুৱা সোৰোপা, ধোদ
দিবাকৰ বেলি, সূৰ্য্য
বৃহৎ ডাঙৰ
পৃথিৱী বসুন্ধৰা
আগ্ৰহ উৎসুকতা
মৰম স্নেহ

HSLC - ২০১৩ 
ব্যাথা বিষ, দুখ, বেদনা
কৰুণ বিষাদপূৰ্ণ, বিমৰ্ষ
হৃদয় অন্তৰ
নিৰানন্দ আনন্দহীন
কৃতজ্ঞ ধন্য

HSLC - ২০১৪
গছ বৃক্ষ
ধৰা পৃথিৱী, বসুন্ধৰা
আকাশ অভ্ৰ, গগন
অগ্নি জুই, বহ্নি
পীড়া অসুখ, ব্যাধি
পক্ষী চৰাই

HSLC - ২০১৫
চকু নয়ন, নেত্ৰ
নদী নদ, নৈ
ঘৰ গৃহ, আলয়
আকাশ গগন, অভ্ৰ
পদুম কমল, পংকজ
জুই অগ্নি, বহ্নি


HSLC - ২০১৬
আচমান আকাশ
বিটপী বৃক্ষ
হাত হস্ত
বতাহ অনিল, পৱন
জুই বহ্নি, অগ্নি
নিপুণ দক্ষ, পাৰ্গত

HSLC - ২০১৭
আকাশ গগন, অভ্ৰ
ধৱল বগা
বাৰিধী সাগৰ, সমুদ্ৰ
সমীৰ বতাহ
পক্ষী চৰাই
কামিনী সুন্দৰী, ৰূপহী

HSLC - ২০১৮ 
পদুম পংকজ, কমল
ঘাঁহ বন, তৃণ

HSLC - ২০১৯
তৰঙ্গ ঢৌ
কুসুম ফুল, পুষ্প

HSLC - ২০২০
মুখ বদন
স্বামী গিৰিয়েক, পৈ, পতি

ঘৰ - গৃহ, আবাস, আলয়, ভৱন। 

নদী - নৈ, প্ৰবাহিনী, তৰঙ্গিনী, তটিনী। 

পদুম - পদ্ম, কমল, উৎপল, শতদল, পংকজ। 

পৃথিৱী - ধৰিত্ৰী, বসুমতী, মেদিনী। 

মেঘ - জলধৰ, নীৰদ, ডাৱৰ। 

ৰাতি - ৰজনী, নিশা, যামিনী। 

সূৰ্য্য - দিবাকৰ, বেলি, ৰবি। 

বায়ু - অনিল, বতাহ। 

চন্দ্ৰ - জোন, চন্দ্ৰমা, জোনবাই। 

ঈশ্বৰ - ভগৱান, জগদীশ, প্ৰভু, বিধাতা, পৰমেশ্বৰ। 

ইচ্ছা - স্পৃহা, অনুৰাগ, কামনা, অভিপ্ৰায়।

গহ্বৰ - গাঁত।

শ্মশান - মৰিশালি।

অশ্ব - ঘোঁৰা।

অণ্বেষণ - বিচৰা।

বিদ্বান - জ্ঞানী।

দিগ্বিজয় - জয়, বিজয়।

পক্ক - পকা।

বস্ত্ৰ - কাপোৰ।

ঋণ - ধাৰ।

ঘিউ - ঘৃত।

গান - গীত।

বৰঙণি - অৰিহণা, দান।

চহকী - ধনী।

মহিলা - নাৰী।

ৰোগ - পীড়া, ব্যাধি।

জীৱিকা - বৃত্তি।

টকা - অৰ্থ, ধন।

ধ্বনি - শব্দ।

গ্ৰীষ্ম - গৰম।

বাৰিধি - সাগৰ।

বিদ্ৰূপ - বিৰুদ্ধ।

হৰ্ষ - পুলক, আনন্দ।

লগতে চাওক - বিপৰীত শব্দ

6 Comments

Previous Post Next Post