NIFTY 50- Nifty হৈছে National Stocks Exchange (NSE)ৰ ষ্টক বজাৰ সূচ্যাংক । নিফটিত ৫০ টা কোম্পানী থাকে । ভাৰতৰ ২৫ টা খণ্ডৰ আটাইতকৈ বৃহৎ আৰু liquid কোম্পানীৰে গঠন কৰা হৈছে । ষ্টক বজাৰৰ আচৰণ প্ৰতিফলিত কৰাৰ পৰিৱৰ্তে আধুনিক প্ৰয়োগ যেনে সূচ্যাংক ফাণ্ড আৰু সূচ্যাংক derivativesত ব্যৱহাৰ কৰাৰ উদ্দেশ্যৰে ১৯৯৫ চনত ইয়াক প্ৰচলন কৰা হৈছিল । NSE য়ে ১৯৯৮ চনৰ পৰা ইয়াক অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত ইয়াক IISL ( India Index Services and Products Ltd) য়ে পৰিচালনা কৰে ।
____________________________
APPOLOHOSP
ULTRACEMCO
NTPC
INFY
TATAMOTORS
POWERGRID
M&M
LT
DRREDDY
SUNPHARMA
MARUTI
SBIN
WIPRO
HINDUNILVR
TECHM
ONGC
HCLTECH
CIPLA
NESTLEIND
BRITANNIA
BPCL
GRASIM
TCS
TITAN
LTIM
ITC
RELIANCE
UPL
COALINDIA
ICICIBANK
BAJAJ-AUTO
HDFCBANK
ASIANPAINT
KOTAKBANK
SBILIFE
DIVISLAB
EICHERMOT
ADANIENT
JSWSTEEL
INDUSINDBANK
BAJFINANCE
AXISBANK
TATACONSUM
BAJAJFINSV
HEROMOTOCO
BHARTIARTL
HDFCLIFE
HINDALCO
ADANIPORTS
TATASTEEL
লগতে চাওক-