অসমৰ জিলা কেইখন আৰু কি কি?

অসমৰ জিলা কেইখন আৰু কি কি?

উত্তৰ:- অসমৰ জিলা ৩৫ খন। তলত অসমৰ জিলা, জিলা সদৰ আৰু মহকুমা সমূহ দিয়া হল।

জিলা - তিনিচুকীয়া

জিলাৰ সদৰ - তিনিচুকীয়া

মহকুমা - তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া

জিলা - ডিব্ৰুগড়

জিলাৰ সদৰ - ডিব্ৰুগড়

মহকুমা - ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া

জিলা - ধেমাজী

জিলাৰ সদৰ - ধেমাজী

মহকুমা - ধেমাজী, জোনাই

জিলা - চৰাইদেউ

জিলাৰ সদৰ - সোণাৰি

মহকুমা - চৰাইদেউ

জিলা - শিৱসাগৰ

জিলাৰ সদৰ - শিৱসাগৰ

মহকুমা - শিৱসাগৰ, নাজিৰা

জিলা - লক্ষীমপুৰ

জিলাৰ সদৰ - উত্তৰ লক্ষীমপুৰ

মহকুমা - উত্তৰ লক্ষীমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা

জিলা - মাজুলী

জিলাৰ সদৰ - গড়মূৰ

মহকুমা - মাজুলী

জিলা - যোৰহাট

জিলাৰ সদৰ - যোৰহাট

মহকুমা - যোৰহাট, তিতাবৰ

জিলা - বিশ্বনাথ

জিলাৰ সদৰ - বিশ্বনাথ চাৰিআলি

মহকুমা - বিশ্বনাথ চাৰিআলি, গহপুৰ

জিলা - গোলাঘাট

জিলাৰ সদৰ - গোলাঘাট

মহকুমা - গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী

জিলা - কাৰ্বি আংলং পূব

জিলাৰ সদৰ - ডিফু

মহকুমা - ডিফু, বোকাজান, হাওড়াঘাট

জিলা - শোণিতপুৰ

জিলাৰ সদৰ - তেজপুৰ

মহকুমা - শোণিতপুৰ, ঢেঁকীয়াজুলি

জিলা - নগাওঁ

জিলাৰ সদৰ - নগাওঁ

মহকুমা - নগাঁও, কলিয়াবৰ

জিলা - হোজাই

জিলাৰ সদৰ - হোজাই

মহকুমা - হোজাই

জিলা - কাৰ্বি আংলং পশ্চিম

জিলাৰ সদৰ - হামৰেণ

মহকুমা - হামৰেণ

জিলা - ডিমা হাচাও

জিলাৰ সদৰ - হাফলং

মহকুমা - হাফলং, দিয়ুংব্ৰ, মাইবং

জিলা - কাছাৰ

জিলাৰ সদৰ - শিলচৰ

মহকুমা - শিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই

জিলা - হাইলাকান্দি

জিলাৰ সদৰ - হাইলাকান্দি

মহকুমা - হাইলাকান্দি, কাঠলিচেৰা

জিলা - কৰিমগঞ্জ

জিলাৰ সদৰ - কৰিমগঞ্জ

মহকুমা - কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ

জিলা - মৰিগাওঁ

জিলাৰ সদৰ - মৰিগাওঁ

মহকুমা - মৰিগাওঁ

জিলা - ওদালগুৰি

জিলাৰ সদৰ - ওদালগুৰি

মহকুমা - ওদালগুৰি, ভেৰগাঁও

জিলা - দৰং

জিলাৰ সদৰ - মঙলদৈ

মহকুমা - মঙলদৈ

জিলা - কামৰূপ মহানগৰ

জিলাৰ সদৰ - গুৱাহাটী

মহকুমা - গুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ

জিলা - বাক্সা

জিলাৰ সদৰ - মুছলপুৰ

মহকুমা - মুছলপুৰ, শালবাৰী, তামোলপুৰ

জিলা - নলবাৰী

জিলাৰ সদৰ - নলবাৰী

মহকুমা - নলবাৰী, মুকালমুৱা, টিহু

জিলা - কামৰূপ

জিলাৰ সদৰ - অমিনগাঁও

মহকুমা - কামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া

জিলা - বৰপেটা

জিলাৰ সদৰ - বৰপেটা

মহকুমা - বৰপেটা, বজালী, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ

জিলা - চিৰাং

জিলাৰ সদৰ - কাজলগাঁও

মহকুমা - কাজলগাঁও

জিলা - বঙাইগাঁও

জিলাৰ সদৰ - বঙাইগাঁও

মহকুমা - বঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা

জিলা - গোৱালপাৰা

জিলাৰ সদৰ - গোৱালপাৰা

মহকুমা - গোৱালপাৰা, লক্ষ্মীপুৰ

জিলা - কোকৰাঝাৰ

জিলাৰ সদৰ - কোকৰাঝাৰ

মহকুমা - কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতযোৰা

জিলা - ধুবুৰী

জিলাৰ সদৰ - ধুবুৰী

মহকুমা - ধুবুৰী, বিলাসীপাৰা

জিলা - দক্ষিণ শালমৰা-মানকাচাৰ

জিলাৰ সদৰ - হাটশিঙিমাৰি

মহকুমা - হাটশিঙিমাৰি

জিলা - বজালী

জিলাৰ সদৰ - পাঠশালা

মহকুমা - বজালী

জিলা - তামুলপুৰ

জিলাৰ সদৰ - তামুলপুৰ

মহকুমা - তামুলপুৰ মহকুমা

 

 

4 Comments

Post a Comment
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব