নামদাং নদী NAMDANG RIVER

নামদাং নদী

নগাপাহাৰৰ পাদদেশত উৎপত্তি হোৱা নামদাং নদীখন ভৈয়ামলৈ বৈ আহিছে। নাগালেণ্ডৰ টুয়েনচাং আৰু মেককচাং জিলাৰ সীমাৰেদি শিৱসাগৰ জিলাৰ মেকিপুৰ চাহ-বাগিচা আৰু নাজিৰা গেলেকী পথ পাৰ হৈ পশ্চিমলৈ বৈ গৈ শলগুৰি, কালুগাঁও, জেৰেঙা বিলৰ দক্ষিণ দিশে আহি আকৌ উত্তৰমুৱা হৈ ৩০০ বছৰ পুৰণি ঐতিহাসিক নামদাঙৰ শিলৰ সাকোঁৰ পাৰ হৈ দিখৌ নদীত বিলীন হৈছে।
Post a Comment (0)
Previous Post Next Post