নামদাঙৰ শিলৰ সাঁকো


নামদাং শিলৰ সাঁকো শিৱসাগৰ জিলাত অৱস্থিত। এই শিলৰ সাঁকো ইতিহাস প্ৰসিদ্ধ দলং। নামদাং শিলৰ সাঁকো ১৭০৩ চনত আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আহোম যুগত নিৰ্মিত শিলৰ সাঁকো সমূহৰ ভিতৰত নামদাং শিলৰ সাঁকো ডালেই দীঘল আৰু বহল।
 নামদাং নদীৰ ওপৰত অৱস্থিত বাবে এই ঐতিহাসিক শিলৰ সাঁকো ডালক নামদাং শিলৰ সাঁকো বুলি কোৱা হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নামদাং শিলৰ সাঁকোৰ ওপৰেৰে গৈছে।  

     এই নামদাং শিলৰ সাঁকো ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ৫.৫ ফুট ডাঠ। নামদাং শিলৰ সাঁকোত ৫ টা সুৰংগ আছে । আকৃতিৰ ফালৰ পৰা সাঁকো ডাল ধেনুভিৰীয়া আৰু প্ৰাচীন কালৰ বহুতো ভাস্কৰ্য্য আছে।
Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব