Mail Merge Step by step wizard কেনেকৈ কৰিব ? Mail Merge Using the Step by step Wizard in Microsoft Office Word

Mail Merge Using the Step by step Wizard in Microsoft Office Word 2007 or 2010

Mail Merge Step by step wizard কেনেকৈ কৰিব ?

প্ৰথমে আপুনি Microsoft Office Word লৈ গৈ ওপৰৰ word menu bar ত থকা mailings ক্লিক কৰি Start Mail Merge ত ক্লিক কৰিব।

এখন List দেখা পাব, একেবাৰে তলত থকা, step by step mail merge wizard ত ক্লিক কৰিব।


  তাৰ পিছত সোঁফালে থকা mail mergeselect document typeletters ত ক্লিক কৰি তললৈ আহি Next: Starting document ত ক্লিক কৰিব। অৱশ্যে স্বয়ংক্ৰিয় ভাৱে Letters Option ত ক্লিক হৈয়েই থাকে।
Step 1

 তাৰ পিছৰ stepselect starting document ত থকা Option >> Use the current document তক্লিক কৰি Next: Select recipients ত ক্লিক কৰিব।
Step 2

 তাৰ পিছত select recipients type a new list option ত ক্লিক কৰিব নতুনকৈ নাম, ঠিকনা আদি দিবলৈ। Type a new list ত ক্লিক কৰাৰ লগে লগে তলত type a new list ― Type the names and addresses of recipients. Create বুলি ওলাব, Create ত ক্লিক কৰিব।
Step 3

 তাৰ পিছত New Address List ওলাব, তাত First Name, Last Name, Company Name, Address, Phone Number, E-MAIL Address আদি দিব আৰু প্ৰয়োজন অনুসৰি Customize Columns ত ক্লিক কৰি Address List সম্পাদনা কৰিব পাৰে, তাত Add, Delete, Rename আদি কৰিব পাৰে। 
Step 3

New Address List Recipient Information Table Entry কৰিব আৰু New Entry ত ক্লিক কৰি পিছৰ Recipient Information Table Entry কৰি যাব পাৰিব তাৰে কিছু প্ৰয়োজন নহলে বা ভুলবশত Entry কৰিলে Delete Entry কৰিব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত OK ত ক্লিক কৰি  Recipient Information Table List খন File Name দি আপোনাৰ কম্পিউটাৰৰ Drivesave কৰি লব।
Step 3

 তাৰ পিছত screenMail Merge Recipients List খন ওলাব, সেই Recipients List খন সকলো ঠিক আছে নে নাই পৰীক্ষা কৰি OK ত ক্লিক কৰিব।
Step 3

 তাৰ পিছত Step 4 Mail লিখি Address Block ৰ পৰা Recipients Mention কৰিব, Greeting Line দিব পাৰিব আৰু More Items ত ক্লিক কৰি Recipient List ৰ Database Fields Extra কৈ Mention কৰিব পাৰিব।  তাৰ পিছত  Document Save কৰি লব Name দি Drive ত।
Step 4

 তাৰ পিছত Preview Your Letters ক্লিক কৰি Recipient 1, Recipient 2 ইত্যাদি যিমান Entry কৰিছিল সকলো  ( Check ) পৰীক্ষা কৰি Next: Complete the Merge কৰিব। তাৰ পিছত Merge Print, Edit Individual letters কৰিব পাৰিব।

Step 5
 
Step 6

✍ কল্পজ্যোতি বৰগোহাঁই

মেইল মাৰ্জ অসমীয়া
মেইল মাৰ্জ কৰাৰ নিয়ম

1 Comments

Previous Post Next Post