Mail Merge Step by step wizard কেনেকৈ কৰিব ?
প্ৰথমে আপুনি Microsoft Office Word লৈ গৈ ওপৰৰ word ৰ menu bar ত থকা mailings ত ক্লিক কৰি Start Mail Merge ত ক্লিক কৰিব।
এখন List দেখা পাব, একেবাৰে তলত থকা, step by step mail merge wizard ত ক্লিক কৰিব।
তাৰ পিছত সোঁফালে থকা mail merge ৰ select document type ৰ letters ত ক্লিক কৰি তললৈ আহি Next: Starting document ত ক্লিক কৰিব। অৱশ্যে স্বয়ংক্ৰিয় ভাৱে Letters Option ত ক্লিক হৈয়েই থাকে।
Step 1 |
তাৰ পিছৰ step ত select starting document ত থকা Option >> Use the current document তক্লিক কৰি Next: Select recipients ত ক্লিক কৰিব।
Step 2 |
তাৰ পিছত select recipients ৰ type a new list option ত ক্লিক কৰিব নতুনকৈ নাম, ঠিকনা আদি দিবলৈ। Type a new list ত ক্লিক কৰাৰ লগে লগে তলত type a new list ― Type the names and addresses of recipients. Create বুলি ওলাব, Create ত ক্লিক কৰিব।
Step 3 |
তাৰ পিছত New Address List ওলাব, তাত First Name, Last Name, Company Name, Address, Phone Number, E-MAIL Address আদি দিব আৰু প্ৰয়োজন অনুসৰি Customize Columns ত ক্লিক কৰি Address List সম্পাদনা কৰিব পাৰে, তাত Add, Delete, Rename আদি কৰিব পাৰে।
Step 3 |
New Address List ত Recipient Information Table Entry কৰিব আৰু New Entry ত ক্লিক কৰি পিছৰ Recipient Information Table Entry কৰি যাব পাৰিব তাৰে কিছু প্ৰয়োজন নহলে বা ভুলবশত Entry কৰিলে Delete Entry কৰিব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত OK ত ক্লিক কৰি Recipient Information Table List খন File Name দি আপোনাৰ কম্পিউটাৰৰ Drive ত save কৰি লব।
Step 3 |
তাৰ পিছত screen ত Mail Merge Recipients List খন ওলাব, সেই Recipients List খন সকলো ঠিক আছে নে নাই পৰীক্ষা কৰি OK ত ক্লিক কৰিব।
Step 3 |
তাৰ পিছত Step 4 ত Mail লিখি Address Block ৰ পৰা Recipients Mention কৰিব, Greeting Line দিব পাৰিব আৰু More Items ত ক্লিক কৰি Recipient List ৰ Database Fields Extra কৈ Mention কৰিব পাৰিব। তাৰ পিছত Document Save কৰি লব Name দি Drive ত।
Step 4 |
তাৰ পিছত Preview Your Letters ক্লিক কৰি Recipient 1, Recipient 2 ইত্যাদি যিমান Entry কৰিছিল সকলো ( Check ) পৰীক্ষা কৰি Next: Complete the Merge কৰিব। তাৰ পিছত Merge Print, Edit Individual letters কৰিব পাৰিব।
Step 5 |
Tags:
জ্ঞান-বিজ্ঞান
Nice
ReplyDelete