ভাৰতৰ ৰাজ্য আৰু ৰাজধানীৰ কুইজ - General Knowledge

ভাৰতৰ ৰাজ্য আৰু ৰাজধানী কুইজ (GK)

শুদ্ধ উত্তৰটো বাছনি কৰক

ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছেশ্ৰীনগৰ হৈছে জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰীষ্মকালীন ৰাজধানী আৰু শীতকালীন ৰাজধানী হৈছে - জম্মু

ভাৰতৰ ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে -  


১/ লাডাখ
২/ জম্মু আৰু কাশ্মীৰ
৩/ লাক্ষাদ্বীপ
৪/ পুডুচেৰী
৫/ চণ্ডীগড়
৬/ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
৭/ দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ
৮/ দিল্লী
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →