ADRE Previous Year Questions 2022 and 2024



ADRE\ADRE Question Papers 2022\Grade III\Paper III


Sports / General Knowledge

অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত?

A. বঙা
B. সেউজীয়া
C. বেঙুনীয়া
D. হালধীয়া

উত্তৰ:- C. বেঙুনীয়া

World Geography

পেৰুৰ ৰাজধানী চহৰ হৈছে:

A. ব'গ'টা
B. চেন্টিয়াগো
C. হাভানা
D. লিমা

উত্তৰ:- D. লিমা

Economics / General Knowledge

নেশ্যনেল ষ্ট'ক এক্সচেঞ্জটি ক'ত অৱস্থিত:

A. মুম্বাই
B. কলিকতা
C. হায়দৰাবাদ
D. নতুন দিল্লী

উত্তৰ:- A. মুম্বাই

Computer Knowledge

এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইল সমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য্য হার্ডওৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা।

A. BIOS
B. Hard Disk
C. CPU
D. USB Flash Drive

উত্তৰ:- D. USB Flash Drive

Indian Geography

উত্তৰ ভাৰতৰ সিন্ধু-গাঙ্গেয় সমতলভূমিক দক্ষিণ ভাৰত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পবর্তমালটি হৈছে:

A. কাৰাকোৰম পর্বতমালা
B. সাতপুৰা আৰু বিন্ধ্য পর্বতমালা
C. আৰাৱলী পৰ্বতমালা
D. পীৰ পাঞ্জাল পর্বতমালা

উত্তৰ:- B. সাতপুৰা আৰু বিন্ধ্য পর্বতমালা

Indian Geography

নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়?

A. সিন্ধু
B. গংগা
C. যমুনা
D. নর্মদা

উত্তৰ:- D. নর্মদা

General Science

কিমান উষ্ণতাত পানীৰ ঘনত্ব সর্বোচ্চ হয়:

A. 100°C
B. -40°C
C. 0°C
D. 4°C

উত্তৰ:- D. 4°C

Economics

সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পর্কীয় অধ্যয়ন কৰা হ'য়?

A. বাণিজ্য
B. অর্থনীতি
C. ৰাজনীতি বিজ্ঞান
D. সমাজতত্ত্ব

উত্তৰ:- B. অর্থনীতি

General Science

নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিক ভাবে তেজস্ক্রিয় পদার্থটি চিনাক্ত কৰা :

A. প্লুট'নিয়াম
B. জার্মেনিয়াম
C. অ'চমিয়াম
D. কেডমিয়াম

উত্তৰ:- A. প্লুট'নিয়াম

Sports

ভলিবল কোর্টত প্রতিটো পক্ষত কিমানজন খেলুৱৈ থাকে?

A. পাঁচ
B. সাত
C. ছয়
D. আঠ

উত্তৰ:- C. ছয়

Assam Geography

ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পর্শ কৰে?

A. ন'
B. সাত
C. আঠ
D. দহ

উত্তৰ:- B. সাত

Assam Geography

নিম্নলিখিত দেশ সমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে?

A. চীন
B. নেপাল
C. ম্যানমাৰ
D. ভূটান

উত্তৰ:- D. ভূটান

Assam Geography

নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত?

A. নৰনাৰায়ণ সেতু
B. শৰাইঘাট দলং
C. ভূপেন হাজৰিকা সেতু
D. কলিয়া ভোমোৰা সেতু

উত্তৰ:- C. ভূপেন হাজৰিকা সেতু

Assam Geography

নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত?

A. ডিক্রং
B. কুশীয়াৰা
C. বগীনদী
D. ভৰলু

উত্তৰ:- B. কুশীয়াৰা

Assam General Knowledge

অসমৰ ৰাজ্যিক বৃক্ষ কি?

A. হোলোং
B. চেগুন
C. শাল
D. আঁহত

উত্তৰ:- A. হোলোং

Assam History & Culture

অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত?

A. শিৱসাগৰ
B. তেজপুৰ
C. দুমুনীচকী
D. হাজো

উত্তৰ:- D. হাজো

Assam General Knowledge

যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম: -

A. তৰাই
B. টোকলাই
C. তামৈ
D. টিংৰাই

উত্তৰ:- B. টোকলাই

Assam History & Culture

প্রথম অসমীয়া কথাছবি হৈছে:

A. ভাইটি
B. বৰুৱাৰ সংসাৰ
C. জয়মতী
D. ইন্দ্রমালতী

উত্তৰ:- C. জয়মতী

Indian History

স্বৰাজ পার্টি প্রতিষ্ঠা কৰা ব্যক্তি সকল:

A. ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল
B. অৰুণা আছাফ আলি আৰু সুভাষ চন্দ্ৰ বসু
C. ভগত সিং আৰু ৰাজগুৰু
D. মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস

উত্তৰ:- D. মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস

Indian Polity

ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধর্ম, জাতি, বর্ণ, লিঙ্গ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে?

A. অনুচ্ছেদ 25
B. অনুচ্ছেদ 13
C. অনুচ্ছেদ 15
D. অনুচ্ছেদ 19

উত্তৰ:- C. অনুচ্ছেদ 15

Indian History

মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বদ (গম্বুজ) অৱস্থিত :

A. বিজাপুৰ
B. দিল্লী
C. হায়দাৰবাদ
D. ভূপাল

উত্তৰ:- A. বিজাপুৰ

Government Schemes

ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্রণালয়ৰ উদ্যোগত হোৱা 'UDAN' ত 'A' বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি?

A. আম (Aam)
B. এয়াৰ (Air)
C. আকাশ (Aakash)
D. এভিয়েশ্বন (Aviation)

উত্তৰ:- A. আম (Aam)

Indian Culture

নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ?

A. যক্ষগান - তামিলনাডু
B. সত্রিয়া - অসম
C. মোহিনীঅট্টম – কেৰালা
D. ওডিছি - উৰিষ্যা

উত্তৰ:- A. যক্ষগান - তামিলনাডু

Environmental Science

অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ (Ramsar site) জলাশয়টি হৈছে:

A. দীপৰ বিল
B. বৰদলনি
C. চানডুবি বিল
D. ডিব্ৰু-চৈখোৱা

উত্তৰ:- A. দীপৰ বিল

Government Schemes

নিম্নলিখিত মন্ত্রণালয় সমূহৰ কোনটো "বেটি বচাও, বেটি পড়াও” আঁচনিৰ সৈতে সংযুক্ত নহয়?

A. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়
B. গ্রামোন্নয়ন মন্ত্রণালয়
C. মহিলা আৰু শিশু উন্নয়ন মন্ত্রণালয়
D. মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়

উত্তৰ:- B. গ্রামোন্নয়ন মন্ত্রণালয়

Assam General Knowledge

অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত :

A. শিলচৰ
B. যোৰহাট
C. গুৱাহাটী
D. ডিব্ৰুগড়

উত্তৰ:- D. ডিব্ৰুগড়

Government Schemes

ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিশ্যন ইন্দ্ৰধনুষ কি কাৰ্য্যৰ সৈতে জড়িত?

A. টিকাকৰণ
B. পৰিচ্ছন্নতা
C. ডিজিটেলাইজেশ্যন
D. ৰাজপথ উন্নয়ন

উত্তৰ:- A. টিকাকৰণ

Indian Polity

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17 ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে?

A. দাসত্ব
B. বন্ধিত শ্রমিক
C. অস্পৃশ্যতা
D. সতী

উত্তৰ:- C. অস্পৃশ্যতা

Indian History

1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য্য সংঘটিত হোৱা নাছিল?

A. ৰাওলাট আইন গৃহীত কৰণ
B. ম'ন্টেগু চেম্‌ফ'ৰ্ড সংস্কাৰৰ ঘোষণা
C. বঙ্গ বিভাজন
D. জালিয়ানৱালা বাগৰ শোকার্ত ঘটনা

উত্তৰ:- C. বঙ্গ বিভাজন

Government Schemes

নিম্নলিখিত কোনটো আঁচনি জল সংগ্রহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰন্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল?

A. জল শক্তি অভিযান
B. জল বিকাশ অভিযান
C. জল হি ধন হেয় অভিযান
D. জল বচাও অভিযান

উত্তৰ:- A. জল শক্তি অভিযান

Assam Geography

নিম্নলিখিত কোনটো স্থান পেট্র'লিয়াম খণ্ডৰ সৈতে জড়িত নহয়?

A. দুলীয়াজান
B. নাজিৰা
C. বঙ্গাইগাঁও
D. মাৰ্ঘেৰিটা

উত্তৰ:- D. মাৰ্ঘেৰিটা

World Economy

কোনখন দেশত সর্বপ্রথমে পণ্য ও সেৱা কৰ (GST) ৰূপায়ণ কৰা হৈছিল?

A. জার্মানী
B. ফ্রান্স
C. কানাডা
D. আমেৰিকা যুক্তৰাষ্ট্ৰ

উত্তৰ:- B. ফ্রান্স

Indian History

কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল?

A. হর্ষবর্দ্ধন
B. অশোক
C. বিষ্ণুগুপ্ত
D. সমুদ্রগুপ্ত

উত্তৰ:- A. হর্ষবর্দ্ধন

Economics

নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা (Economic Survey of India) প্রকাশ কৰে?

A. ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ (National Development Council)
B. বিত্ত সংস্থা (Institute of Finance)
C. ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠান (Indian Statistical Institute)
D. বিত্ত মন্ত্রণালয় (Ministry of Finance)

উত্তৰ:- D. বিত্ত মন্ত্রণালয় (Ministry of Finance)

Economics

নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে?

A. সমাজতান্ত্রিক
B. পুঁজিবাদী
C. মিশ্র
D. দ্বৈত

উত্তৰ:- A. সমাজতান্ত্রিক

Indian History

নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?

A. শিৱাজী পার্ক
B. বাৰবোৰ্ন ষ্টেডিয়াম
C. আগষ্ট ক্রান্তি ময়দান
D. প্রগতি ময়দান

উত্তৰ:- C. আগষ্ট ক্রান্তি ময়দান

ADRE Question Papers 2022\Grade III\Paper IV


Indian History

"তীর্থঙ্কৰ” শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পর্কিত?

A. জৈনধর্ম
B. বৌদ্ধধর্ম
C. শিখধর্ম
D. হিন্দুধর্ম

উত্তৰ:- A. জৈনধর্ম

Indian Geography

উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়?

A. মণিপুৰ
B. ত্ৰিপুৰা
C. মেঘালয়
D. মিজোৰাম

উত্তৰ:- A. মণিপুৰ

Indian Culture

"লাই হাৰাওবা” উৎসৱটি নিম্নলিখিত কোন জাতিগোষ্ঠীৰ সৈতে সম্পর্কিত?

A. মিচিং
B. কার্বি
C. গাৰো
D. মেইতেই

উত্তৰ:- D. মেইতেই

Indian Geography

কাংলা দুৰ্গটো উত্তৰ-পূব ভাৰতৰ কোন ঠাইত অৱস্থিত?

A. আগৰতলা
B. গেংটক
C. ইটানগৰ
D. ইম্ফল

উত্তৰ:- D. ইম্ফল

Geography

নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়?

A. সুন্দৰবন ব-দ্বীপত বিশ্বৰ সৰ্ববৃহৎ ম্যানগ্রোভ বনাঞ্চলটো অৱস্থিত।
B. চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্র (মাইকা) উৎপাদনকাৰী দেশ।
C. ইষ্টাৰ দ্বীপে হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত।
D. ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্রদটি গুজৰাটত অৱস্থিত।

উত্তৰ:- D. ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্রদটি গুজৰাটত অৱস্থিত।

Indian Polity

ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে, ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাবে গণ্য হব লাগিব?

A. এক
B. চাৰি
C. পাঁচ
D. তিনি

উত্তৰ:- B. চাৰি

Indian History

নিম্নলিখিত ব্যক্তি সমূহৰ কোন গৰাকীয়ে কৈছিল "স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই"?

A. চন্দ্ৰশেখৰ আজাদ
B. বাল গংগাধৰ তিলক
C. গোপাল কৃষ্ণ গোখলে
D. ভগৎ সিং

উত্তৰ:- B. বাল গংগাধৰ তিলক

Indian History

কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানীপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল?

A. 1526
B. 1536
C. 1556
D. 1576

উত্তৰ:- C. 1556

Indian Polity

ভাৰতৰ নির্বাচন আয়োগে ভাৰতৰ বিধানসভা নির্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্প সমূহত “ওপৰৰ এটাও নহয় (NOTA)" বিকল্পটো বলবৎ কৰিছিল?

A. আগষ্ট, 2012
B. নৱেম্বৰ, 2013
C. জানুৱাৰী, 2015
D. অক্টোবৰ, 2014

উত্তৰ:- B. নৱেম্বৰ, 2013

International Organizations / General Knowledge

'আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মূখ্য কার্যালয়টি' কোন ঠাইত অৱস্থিত?

A. পেৰিছ
B. দ্য হেগ
C. ব্রাশ্বিংটন ডি.চি.
D. নিউ ইয়র্ক

উত্তৰ:- B. দ্য হেগ

Indian History

ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তর্ভূক্ত আছিল?

A. বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্রয়
B. খাদী বস্ত্ৰ পৰিধানত সীমাবদ্ধতা
C. বিচাৰ অবিহনে কাৰাবাস
D. বিদেশ ভ্রমণত সীমাবদ্ধতা

উত্তৰ:- C. বিচাৰ অবিহনে কাৰাবাস

Indian Polity

ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বর্ষত প্রথম গৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্রদান কৰিছিল?

A. 1985, আব. ভানুমতী
B. 1987, ইন্দু মলহোত্রা
C. 1989, ফাতিমা বিবি
D. 1992, ইন্দিৰা বেনাৰ্জী

উত্তৰ:- C. 1989, ফাতিমা বিবি

Indian Polity

কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্রাস কৰা হয়?

A. 1986
B. 1988
C. 1990
D. 1992

উত্তৰ:- B. 1988

Indian History

কোনটো বৰ্ষত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল?

A. 1911
B. 1913
C. 1907
D. 1910

উত্তৰ:- A. 1911

Assam History

চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম:

A. পূর্ণানন্দ বুঢ়াগোহাঁই
B. ফ্রাচেনমুঙ বৰগোহাঁই
C. খামচেন বৰগোহাঁই
D. কনচেং বৰপাত্র গোহাঁই

উত্তৰ:- B. ফ্রাচেনমুঙ বৰগোহাঁই

Indian History

কোন চনত "গভর্নৰ জেনেৰেল অব ইণ্ডিয়া"ক "ভাইচৰয়” উপাধি দিয়া হৈছিল?

A. 1867
B. 1858
C. 1876
D. 1905

উত্তৰ:- B. 1858

Indian Polity

নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বডোলেণ্ড টেৰিট'ৰিয়েল কাউঞ্চিল'ৰ সৃষ্টি হৈছে?

A. দ্বিতীয় অনুসূচী
B. সপ্তম অনুসূচী
C. ষষ্ঠ অনুসূচী
D. পঞ্চম অনুসূচী

উত্তৰ:- C. ষষ্ঠ অনুসূচী

Geography / General Knowledge

পাইয়ং বিমান-বন্দৰটো ক'ত অৱস্থিত?

A. অৰুণাচল প্রদেশ
B. চিক্কিম
C. মণিপুৰ
D. মিজোৰাম

উত্তৰ:- B. চিক্কিম

Indian History

হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়া ভাৱে প্রাপ্ত প্রাণীৰ চিত্ৰটি হৈছে:

A. এশিঙীয়া ষাঁড়
B. গাই
C. হাতী
D. বাঘ

উত্তৰ:- A. এশিঙীয়া ষাঁড়

Sports / General Knowledge

অলিম্পিকৰ পতাকাখনত কেইটা আঙঠিৰ চিত্ৰ আছে?

A. 4
B. 5
C. 6
D. 7

উত্তৰ:- B. 5

World Geography

আর্জেন্টিনাৰ ৰাজধানী চহৰ হৈছে:

A. বুৱেন'ছ এয়াছ
B. ছেন্টিয়াগো
C. বোগোটা
D. লিমা

উত্তৰ:- A. বুৱেন'ছ এয়াছ

General Knowledge

এয়াৰ এচিয়াৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত:

A. মুম্বাই
B. কুৱালালামপুৰ
C. জাকার্টা
D. বেঙ্কক

উত্তৰ:- B. কুৱালালামপুৰ

Computer Knowledge

নিম্নলিখিত কোনটো, কম্পিউটাৰৰ এক অ'পাৰেটিং ছিষ্টেম নহয়?

A. উইণ্ড'জ-11
B. লিনাক্স
C. মাইক্র'ছফ্ট অফিচ
D. উবুন্টু

উত্তৰ:- C. মাইক্র'ছফ্ট অফিচ

Indian Geography

নিম্নিলিখিত সমূহৰ কোনটোক বর্তমান সময়ত ভাৰতবৰ্ষৰ সর্বোচ্চ হিমালয় শৃঙ্গ হিচাপে বিবেচনা কৰা হয়?

A. কাঞ্চনজংঘা
B. নন্দা দেৱী
C. কামেট
D. মানা

উত্তৰ:- A. কাঞ্চনজংঘা

Indian Culture / Geography

কোনখন পৌৰাণিক ভূগর্ভস্থ নদী প্রয়াগৰাজৰ ত্রিবেণী সঙ্গমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়?

A. ভাগীৰথী
B. অলকানন্দা
C. সৰস্বতী
D. শতদ্রু

উত্তৰ:- C. সৰস্বতী

General Science

নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয়?

A. তীখাৰ দণ্ড
B. দুগ্ধৰ চৰ্বিভাগ
C. কেশৰ
D. সোণ

উত্তৰ:- D. সোণ

General Science

অধ্যয়নৰ কোনটো শাখাই জীৱাষ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীপৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয়?

A. পেলিয়েন্ট' লজি
B. আর্কিঅ'লজি
C. জিঅ'লজি
D. জিঅ'মৰফ'লজি

উত্তৰ:- A. পেলিয়েন্ট' লজি

General Science

বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

A. নেনোমিটাৰ
B. বেৰোমিটাৰ
C. অল্টিমিটাৰ
D. হাইড্রোমিটাৰ

উত্তৰ:- B. বেৰোমিটাৰ

Sports

খো-খো খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলাপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে?

A. আঠজন
B. দহজন
C. নজন
D. সাতজন

উত্তৰ:- A. আঠজন

Environmental Science

নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয়?

A. চিম্পাঞ্জী
B. এশিঙীয় গড়
C. নল-গাহৰি
D. নাহৰফুটুকী বাঘ

উত্তৰ:- A. চিম্পাঞ্জী

General Knowledge

আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ?

A. দেৱদাৰু
B. বটগছ
C. আঁহত
D. নিম

উত্তৰ:- B. বটগছ

General Knowledge

"অ'গ্লেজ গোঞ্জা বোয়াজু"ৰ অধিক জনপ্রিয় নামটো কি:

A. মীৰাবেন
B. অৰুন্ধতি ৰয়
C. মাদাৰ টেৰেছা
D. ভগ্নী নিবেদিতা

উত্তৰ:- C. মাদাৰ টেৰেছা

General Science / History

কোন গৰাকী ব্যক্তিয়ে টেলিগ্রাফৰ সংকেত আৱিষ্কাৰ কৰিছিল?

A. বেঞ্জামিন ফ্রেঙ্কলিন
B. চেমুৱেল ম'ৰ্ছ
C. এলবার্ট আইনষ্টাইন
D. জ'ন বেয়ার্ড

উত্তৰ:- B. চেমুৱেল ম'ৰ্ছ

Assam / NE History

অৰুণাচল প্রদেশ পূবর্তে নেফা (NEFA) নামেৰ জনাজাত আছিল। NEFA ৰ পূৰ্ণৰূপটো হৈছে:

A. North-East Frontier Area
B. North-East Frontier Assembly
C. North-East Frontier Activity
D. North-East Frontier Agency

উত্তৰ:- D. North-East Frontier Agency

Indian Culture

নিম্নলিখিত কোনটো উৎসৱ মূখ্যত: কেৰালাত পালন কৰা হয়?

A. দেৱালী
B. অ'নাম
C. পোঙ্গাল
D. লোহৰী

উত্তৰ:- B. অ'নাম

Assam Culture

জুবিন গার্গে কোনখন বোলচবিত মূখ্য ভূমিকাত অভিনয় কৰিছিল?

A. মিশ্যন চাইনা
B. মিশ্যন কাশ্মীৰ
C. মিশ্যন চেন্নাই
D. মিশ্যন কাবুল

উত্তৰ:- A. মিশ্যন চাইনা

Literature

'মালগুডি ডেইজ' কিতাপখন কোনে লিখিছিল?

A. আৰ.কে. লক্ষ্মণ
B. কে.আৰ. নাৰায়নন
C. আৰ.কে. নাৰায়ণ
D. আৰ.কে. পণ্ডিত

উত্তৰ:- C. আৰ.কে. নাৰায়ণ

Science and Technology

ড্রোন হৈছে:

A. আন্তঃনাক্ষত্রিক লেজাৰ মাৰণাস্ত্ৰ
B. বাত্রি দৃষ্টি সম্পন্ন বাইনোকুলাৰ
C. বগুৱা বাই যোৱা লেণ্ডমাইন ডিটেক্টৰ
D. মানৱবিহীন বায়ুযান

উত্তৰ:- D. মানৱবিহীন বায়ুযান

Sports

নিম্নোক্ত তালিকাৰ থকা কোনগৰাকী ফুটবল খেলুবৈ আছিল?

A. গিলবার্টচন চাংমা
B. কাফি'উ ৰয়
C. তৈয়বুন্নেছা
D. মিঠু বৰুৱা

উত্তৰ:- A. গিলবার্টচন চাংমা

Assam Geography

নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়?

A. নাগালেণ্ড
B. চিক্কিম
C. মিজোৰাম
D. পশ্চিমবঙ্গ

উত্তৰ:- B. চিক্কিম

Assam Geography

নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে?

A. মানাহ
B. সোৱণশিৰি
C. দিখৌ
D. ৰঙানদী

উত্তৰ:- C. দিখৌ

Assam Geography / Economy

নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্র ?

A. ডিগবৈ শোধনাগাৰ
B. নুমলীগড় শোধনাগাৰ
C. বঙাইগাওঁ শোধনাগাৰ
D. গুৱাহাটী শোধনাগাৰ

উত্তৰ:- A. ডিগবৈ শোধনাগাৰ

Assam General Knowledge / Environment

নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো (UNESCO) স্বীকৃত ঐতিহ্য ক্ষেত্র কোনটো?

A. মাজুলী নদী দ্বীপ
B. শুৱালকুচি
C. কামাখ্যা মন্দিৰ
D. মানাহ ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ:- D. মানাহ ৰাষ্ট্ৰীয় উদ্যান

Assam Geography

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পর্শ নকৰে?

A. গোলাঘাট
B. কার্বি আংলং
C. নগাঁও
D. মৰিগাঁও

উত্তৰ:- D. মৰিগাঁও

Assam History

শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ স'ৰাগুৰি চাপৰিত কোন গৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত?

A. বিষ্ণুপ্ৰসাদ ৰাভা
B. স্বৰ্গদেও চুকাফা
C. আজান পীৰ
D. শ্রীমন্ত শংকৰদেৱ

উত্তৰ:- C. আজান পীৰ

Assam History / Culture

ধুবুৰী স্থিত গুৰুদ্বাৰতো কোনে স্থাপন কৰিছিল?

A. গুৰু নানক
B. গুৰু টেগবাহাদুৰ
C. গুৰু অংগদ
D. গুৰু অর্জন

উত্তৰ:- B. গুৰু টেগবাহাদুৰ

Assam Culture

অসমীয়া বোলচবিত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্রী কোন আছিল?

A. আইদেও সন্দিকৈ
B. ইভা আচাও
C. অৱন্তী সন্দিকৈ
D. বিদ্যা ৰাও

উত্তৰ:- A. আইদেও সন্দিকৈ

ADRE Question Papers 2022\Grade III\Paper V


Sports / General Knowledge

2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব?

A. পেৰিছ
B. লণ্ডন
C. আৰ্মষ্টাৰডাম
D. জুৰিক

উত্তৰ:- A. পেৰিছ

World Geography

মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ?

A. মালয়ছিয়া
B. ফিলিপাইনছ
C. ইণ্ডোনেছিয়া
D. থাইলেণ্ড

উত্তৰ:- B. ফিলিপাইনছ

General Knowledge

ল'টাছ টেম্পল টি অৱস্থিত:

A. কলিকতা
B. নতুন দিল্লী
C. মুম্বাই
D. ভূপাল

উত্তৰ:- B. নতুন দিল্লী

Computer Knowledge

নিম্নলিখিত সমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো?

A. মাউছ
B. স্পীকাৰ
C. মাইক্র'ফোন
D. কীব'র্ড

উত্তৰ:- B. স্পীকাৰ

Indian Geography

নিম্নলিখিত কোনটো পবর্তমালাক ভূতাত্বিক ভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়?

A. পীৰ পঞ্জল পর্বতমালা
B. বিন্ধ্য পর্বতমালা
C. আৰাৱলী পৰ্বতমালা
D. পশ্চিমঘাট

উত্তৰ:- C. আৰাৱলী পৰ্বতমালা

Indian Geography

নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোকৈ দক্ষিণত অৱস্থিত?

A. কাবেৰী
B. গোদাৱৰী
C. নর্মদা
D. মহানদী

উত্তৰ:- A. কাবেৰী

General Science

কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্রস্তুত কৰে?

A. শিপা
B. পাত
C. গা-গছ
D. ছাল

উত্তৰ:- B. পাত

General Science

পূর্ণ বয়ষ্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে -

A. 36·1°F - 37·2°F
B. 36·1°C - 37·1°C
C. 97°C - 99°C
D. 48°F - 51°F

উত্তৰ:- B. 36·1°C - 37·1°C

Sports

অলিম্পিকৰ সাঁতোৰ খেল সমূহত নিম্নলিখিত কোনটো অন্তর্ভূক্ত নহয়?

A. বাটাৰফ্লাই
B. বেকস্ট্রোক
C. ব্রেষ্টষ্ট্রোক
D. ব্রেক স্ট্রোক

উত্তৰ:- D. ব্রেক স্ট্রোক

Environmental Science

নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খোৰোঙত বাহ সাজে?

A. ধনেশ
B. বগলী
C. শগুন
D. ঈগল

উত্তৰ:- A. ধনেশ

General Knowledge

নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু?

A. এশিঙীয়া গঁড়
B. ঢেঁকীয়াপতীয়া বাঘ
C. এছীয় হাতী
D. নীলগাই

উত্তৰ:- B. ঢেঁকীয়াপতীয়া বাঘ

Indian History

কোন গৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাৱে গণ্য কৰা হয়?

A. মহাত্মা গান্ধী
B. সুভাষ চন্দ্র বসু
C. বি.আৰ. আম্বেদকাৰ
D. চৰ্দাৰ বল্লভভাই পেটেল

উত্তৰ:- D. চৰ্দাৰ বল্লভভাই পেটেল

General Knowledge

কোন গৰাকী ব্যক্তি ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত?

A. হোমি জাহাংগীৰ ভাবা
B. কৈলাশৱডিভু শিৱন
C. এ.পি.জে. আব্দুল কালাম
D. জে.আৰ.ডি. টাটা

উত্তৰ:- C. এ.পি.জে. আব্দুল কালাম

Computer Knowledge

নিম্নলিখিত সমূহৰ কোনটো কম্পিউটাৰ ষ্টোৰেজ বা মেম'ৰিৰ সৰ্ববৃহৎ একক?

A. গিগাবাইট
B. টেৰাবাইট
C. মেগাবাইট
D. কিলোবাইট

উত্তৰ:- B. টেৰাবাইট

General Knowledge

ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে?

A. লালকিল্লা
B. ৰাষ্ট্ৰপতি ভৱন
C. সংসদ ভৱন
D. ইণ্ডিয়া গেট

উত্তৰ:- A. লালকিল্লা

Assam Culture

জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল -

A. অনামিকা
B. মায়াবিনী
C. মায়া
D. আশা

উত্তৰ:- A. অনামিকা

Indian History / Literature

"ৰাজতৰঙ্গিনী" ৰ ৰচয়িতা কোন আছিল?

A. শূদ্রক
B. জয়দেৱ
C. বানভট্ট
D. কল্হান

উত্তৰ:- D. কল্হান

Science & Technology

নিম্নলিখিত সমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা।

A. এক্স এম এম নিউটন
B. গেলিলিঅ' প্র'ব
C. হাল স্পেচ টেলিস্কোপ
D. এডিচন টেলিস্কোপ

উত্তৰ:- C. হাল স্পেচ টেলিস্কোপ

Assam History

শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু _____ ৰ মাজত হৈছিল।

A. মীৰ জুমলা
B. তুর্বক
C. ৰামসিংহ
D. বস্তিয়াৰ খিলিজি

উত্তৰ:- C. ৰামসিংহ

Indian History

নিম্নলিখিত সমূহৰ কোনে "দীন-ইল্লাহী"ৰ প্ৰৱৰ্তন কৰিছিল?

A. ঔৰঙ্গজেৱ
B. বাবৰ
C. চাহজাহান
D. আকবৰ

উত্তৰ:- D. আকবৰ

Indian Polity / Geography

নিম্নলিখিত সমূহৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয়?

A. পুডুচেৰী
B. লাডাখ
C. কোদাইকানাল
D. চণ্ডীগড়

উত্তৰ:- C. কোদাইকানাল

Assam History

কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

A. বৃটিছ আৰু ব্ৰহ্মদেশ
B. ব্রহ্মদেশ আৰু আহোম
C. আহোম আৰু বৃটিছ
D. বৃটিছ আৰু চীন

উত্তৰ:- A. বৃটিছ আৰু ব্ৰহ্মদেশ

Indian Culture / Literature

সংস্কৃত নাট 'অভিজ্ঞান শকুন্তলম' ৰ ৰচয়িতা কোন আছিল?

A. পাণিনি
B. কল্হান
C. অশ্বঘোষ
D. কালিদাস

উত্তৰ:- D. কালিদাস

Assam Culture

বার্ষিক জোনবিল মেলাৰ বিশেষ বৈশিষ্ট্য হৈছে -

A. ই অহর্নিশে চলি থাকে
B. ইয়াত মহিলা সকলৰ প্ৰৱেশৰ অনুমতি নাই
C. বিনিময় প্রথা
D. পশুধনৰ একচেটিয়া ব্যৱসায়

উত্তৰ:- C. বিনিময় প্রথা

Assam General Knowledge

অসমৰ ৰাজ্যিক পক্ষী হৈছে -

A. কুলি
B. ধনেশ
C. ময়ুৰ
D. দেওহাঁহ

উত্তৰ:- D. দেওহাঁহ

Assam Geography / Culture

উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত -

A. চিত্রাচল
B. ভস্মাচল
C. বিন্ধ্যাচল
D. সন্ধ্যাচল

উত্তৰ:- B. ভস্মাচল

Indian History

'অস্ত্রোপচাৰৰ পিতৃ' বুলিও জনাজাত প্রাচীন ভাৰতীয় চিকিৎসক কোন আছিল?

A. চৰক
B. সুশ্রুত
C. ভাগবত
D. বিনায়ক

উত্তৰ:- B. সুশ্রুত

Indian Polity

ভাৰতীয় সংবিধানত কিমান সংখ্যাক অনুসূচী আছে?

A. 14
B. 10
C. 15
D. 12

উত্তৰ:- D. 12

Assam General Knowledge

কোন ৰাজ্যৰ ৰাজ্যিক ফুল হৈছে কপৌফুল?

A. অৰুণাচল প্রদেশ
B. ত্ৰিপুৰা
C. মণিপুৰ
D. চিক্কিম

উত্তৰ:- A. অৰুণাচল প্রদেশ

World History

যি দুই বিপৰীত শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল, সেই শক্তি দুটাক _____ বুলি কোৱা হয়।

A. এক্সিছ আৰু এলাইড (Axis and Allied)
B. এলাইড আৰু এক্সিয়'ম (Allied and Axiom)
C. এলাইড আৰু গেমন (Allied and Gammon)
D. গেমন আৰু এক্সিয়'ম (Gammon and Axiom)

উত্তৰ:- A. এক্সিছ আৰু এলাইড (Axis and Allied)

Assam General Knowledge

কোন স্থানত শেহতীয়াকৈ এক গুৰুতৰ তৈল-ক্ষেত্র দুর্ঘটনা সংঘটিত হৈছিল -

A. টিংখং
B. সৰু পথাৰ
C. মেৰাপানী
D. বাঘজান

উত্তৰ:- D. বাঘজান

Assam History

বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল?

A. জন্মেজয়
B. শুক্লধ্বজ
C. কালাপাহাৰ
D. মল্লদেৱ

উত্তৰ:- B. শুক্লধ্বজ

Assam Culture

"টুছু পূজা" কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ ?

A. বিষ্ণুপ্রিয়া
B. অসমৰ চাহ-জনজাতি
C. ডিমাচা
D. কুকি জনগোষ্ঠী

উত্তৰ:- B. অসমৰ চাহ-জনজাতি

Assam Culture

নিম্নলিখিত কোনটো স্থানত "মুখা-সজোৱা" (Mask Making) কাৰ্য্য প্রাধান্যতাৰে চৰ্চা কৰা হয়?

A. চৰাইদেও
B. মাজুলী
C. গোৱালপাৰা
D. শদিয়া

উত্তৰ:- B. মাজুলী

Assam Culture & Literature

"পকী" কোন গৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম?

A. জ্যোতিপ্রসাদ আগৰৱালা
B. লক্ষ্মীনাথ বেজবৰুৱা
C. বিষ্ণুপ্ৰসাদ ৰাভা
D. নবীনচন্দ্ৰ বৰদলৈ

উত্তৰ:- A. জ্যোতিপ্রসাদ আগৰৱালা

Assam Geography / History

নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰত অৱস্থিত?

A. সূৰ্য্যপাহাৰ
B. মালিনী থান
C. ৰংঘৰ
D. দৌলগোবিন্দ মন্দিৰ

উত্তৰ:- C. ৰংঘৰ

North East Geography

ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত?

A. অসম
B. মণিপুৰ
C. মিজোৰাম
D. মেঘালয়

উত্তৰ:- B. মণিপুৰ

Assam Culture

"হাইদাং গীত" নিম্নলিখিত কোন সম্প্ৰদায়ৰ সৈতে জড়িত?

A. দেউৰী
B. সোণোৱাল কছাৰী
C. তিৱা
D. কার্বি

উত্তৰ:- B. সোণোৱাল কছাৰী

Assam Culture / Economy

অসমৰ আশাৰিকান্দি নামৰ গাওঁখন কিহৰ বাবে বিখ্যাত?

A. ৰেচম
B. টেৰাক'টা
C. মৰাপাট
D. মার্বল

উত্তৰ:- B. টেৰাক'টা

ADRE Question Papers 2022\Grade IV\Paper I


General Knowledge / Architecture

ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত?


A. কলিকতা
B. নতুন দিল্লী
C. মুম্বাই
D. ভূপাল

উত্তৰ:- A. কলিকতা

Sports

হিমা দাসে কোনবিধ খেলত অংশ গ্রহণ কৰে?


A. ট্রিপ্ল জাম্প
B. লং ডিষ্টেন্স ৰান
C. স্প্রি, চর্ট ডিস্টেন্স
D. হার্ড

উত্তৰ:- C. স্প্রি, চর্ট ডিস্টেন্স

Sports / Geography

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত?


A. বৰোদা
B. চুৰাট
C. মেহছানা
D. আহমেদাবাদ

উত্তৰ:- D. আহমেদাবাদ

Indian Polity / Government Schemes

MPLAD আঁচনিত LAD ৰ সম্পূৰ্ণ ৰূপটো হৈছে - 


A. Local Asset Development
B. Local Area Development
C. Leading Asset Development
D. Local Area Distribution

উত্তৰ:- B. Local Area Development

Assam Sports / Culture

কোন গৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্রীড়া দিৱস পালন কৰা হ'য়?


A. ভোগেশ্বৰ বৰুৱা
B. মনালিছা বৰুৱা (মেহতা)
C. হিমা দাস
D. ৰাধা গোবিন্দ বৰুৱা

উত্তৰ:- A. ভোগেশ্বৰ বৰুৱা

Assam Geography

নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে?


A. ডিৰাক
B. বক্সিৰহাট
C. ডিমাপুৰ
D. যোৰহাট

উত্তৰ:- A. ডিৰাক

Assam History

ইণ্ডিয়ান চিভিল চাৰ্ভিছ (ICS) পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল?


A. জামচ'ঙ্গা নামপুই
B. আনন্দৰাম বৰুৱা
C. হেমচন্দ্ৰ বৰুৱা
D. পার্বতী প্ৰসাদ বৰুৱা

উত্তৰ:- B. আনন্দৰাম বৰুৱা

General Science

"প্রত্যেক ক্রিয়াৰে এক সমান আৰু বিপৰীতমুখী প্রতিক্রিয়া থাকে" শীৰ্ষক পদার্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল?


A. বেঞ্জামিন ফ্রেংকলিন
B. মাইকেল ফেৰাডে
C. চাৰ আইজাক নিউটন
D. এলবার্ট আইনষ্টাইন

উত্তৰ:- C. চাৰ আইজাক নিউটন

World Geography

জিম্বাৱেৰ ৰাজধানী চহৰ খনৰ নাম কি?


A. নাইৰোবি
B. হাৰাৰে
C. কাইৰো
D. খার্তুম

উত্তৰ:- B. হাৰাৰে

World Economics / Geography

সংযুক্ত আৰব এমিৰেট (UAE) ৰ মুদ্ৰাৰ নাম কি?


A. ৰুবল
B. ডিনাৰ
C. ডিৰহাম
D. শ্বেকেল

উত্তৰ:- C. ডিৰহাম

Assam Geography

কোন দুখন নগৰৰ মাজত নৰনাৰায়ন সেতু অৱস্থিত?


A. তেজপুৰ আৰু কলিয়াবৰ
B. নগাওঁ আৰু যোৰহাট
C. যোগীঘোপা আৰু পঞ্চৰত্ন
D. ডিব্ৰুগড় আৰু ধেমাজি

উত্তৰ:- C. যোগীঘোপা আৰু পঞ্চৰত্ন

Assam History

আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল?


A. চন্দ্রকান্ত সিংহ
B. যোগেশ্বৰ সিংহ
C. কমলেশ্বৰ সিংহ
D. পুৰন্দৰ সিংহ

উত্তৰ:- D. পুৰন্দৰ সিংহ

Assam Literature

লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা "অ' মোৰ আপোনাৰ দেশ" প্রথমে ক'ত প্রকাশিত হৈছিল?


A. বাঁহী
B. অৰুণোদই
C. জোনবিৰি
D. জোনাকী

উত্তৰ:- A. বাঁহী

World Geography

বেঙ্কক কোনখন দেশৰ ৰাজধানী চহৰ?


A. দক্ষিণ কোৰিয়া
B. ফিলিপাইন
C. ইণ্ডোনেচিয়া
D. থাইলেণ্ড

উত্তৰ:- D. থাইলেণ্ড

Assam History / Polity

গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মূখ্যমন্ত্ৰী কোন হৈছিল?


A. বিমলা প্রসাদ চলিহা
B. শৰৎ চন্দ্ৰ সিংহ
C. বিষ্ণুৰাম মেধি
D. গোলাপ বৰবৰা

উত্তৰ:- C. বিষ্ণুৰাম মেধি

Assam General Knowledge

অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল?


A. যোৰহাট
B. গুৱাহাটী
C. শিলচৰ
D. ডিব্ৰুগড়

উত্তৰ:- D. ডিব্ৰুগড়

Indian Geography

নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী?


A. গুৰুগ্রাম
B. নন্দীগ্রাম
C. চেকন্দ্রাবাদ
D. ধানবাদ

উত্তৰ:- A. গুৰুগ্রাম

World History / Polity

মার্গাৰেট থেচ্চাৰ কোনখন দেশৰ প্ৰাক্তন প্রধানমন্ত্রী আছিল?


A. নিউজিলেণ্ড
B. কানাডা
C. ইজৰাইল
D. ইংলেণ্ড

উত্তৰ:- D. ইংলেণ্ড

World Geography

ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে -


A. পানামা খাল
B. বেৰিং প্রণালী
C. চুয়েজ খাল
D. পক প্রণালী

উত্তৰ:- B. বেৰিং প্রণালী

Indian Geography

নিম্নলিখিত কোনখন চহৰ সাগৰ-তীৰত অৱস্থিত নহয়?


A. বাংগালুৰু
B. চেন্নাই
C. মুম্বাই
D. কোচিন

উত্তৰ:- A. বাংগালুৰু

General Knowledge / Infrastructure

নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী (NHAI) ৰ ফাষ্টেগ ট'লৰ পৰা ৰেহাই দিয়া হয়?


A. এম্বুলেঞ্চ
B. পেট্র'লিয়াম টেংকাৰ
C. বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন
D. প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন

উত্তৰ:- A. এম্বুলেঞ্চ

Assam Culture

অসমৰ প্ৰথমটো আধুনিক ৰঙ্গমঞ্চ 'বান থিয়েটাৰ' কোন ঠাইত অৱস্থিত?


A. গুৱাহাটী
B. যোৰহাট
C. তেজপুৰ
D. নগাঁও

উত্তৰ:- C. তেজপুৰ

World Geography

নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত?


A. ছোমালিয়া
B. বলিভিয়া
C. টাছমেনিয়া
D. কম্বোডিয়া

উত্তৰ:- B. বলিভিয়া

Indian History

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল?


A. অসহযোগ আন্দোলন
B. ভাৰত ত্যাগ আন্দোলন
C. চিপাহী বিদ্রোহ
D. আইন-অমান্য আন্দোলন

উত্তৰ:- B. ভাৰত ত্যাগ আন্দোলন

Science & Space / General Knowledge

প্রথম ভাৰতীয় মহাকাশচাৰী কোন আছিল?


A. কল্পনা চাওলা
B. বিক্রম চাৰাভাই
C. ৰাকেশ শৰ্মা
D. যুৰি গাগাৰিন

উত্তৰ:- C. ৰাকেশ শৰ্মা

Assam Culture / General Knowledge

অসম ৰাজ্যিক সংগ্রহালয়খন ক'ত অৱস্থিত?


A. মাজুলী
B. গুৱাহাটী
C. নগাওঁ
D. কঁহৰা

উত্তৰ:- B. গুৱাহাটী

History / Science & Technology

কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল?


A. 1991
B. 1985
C. 1980
D. 1982

উত্তৰ:- D. 1982

General Knowledge

বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্রী কি?


A. বিমানবাহন
B. ব্রেকফাষ্টত ব্যৱহাৰ হোৱা শস্য
C. জোতা
D. ঔষধ

উত্তৰ:- A. বিমানবাহন

General Science

নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়?


A. টিন
B. পাৰদ
C. আয়'ডিন
D. কোৱাৰ্জ

উত্তৰ:- D. কোৱাৰ্জ

Sports

নিম্নলিখিত ক্রীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়?


A. গ'ল্ফ
B. ল'ন টেনিছ
C. টেবুল টেনিছ
D. বেডমিন্টন

উত্তৰ:- D. বেডমিন্টন

General Knowledge

প্রতিবছৰে মে' মাহৰ ৮ তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়?


A. পৰিবেশ দিৱস
B. ধঁপাত নিষিদ্ধ দিৱস
C. শ্রমিক দিৱস
D. বেডক্ৰছ এণ্ড ৰেডক্রিশ্চেন্ট দিৱস

উত্তৰ:- D. বেডক্ৰছ এণ্ড ৰেডক্রিশ্চেন্ট দিৱস

General Knowledge

1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন-মেগচেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল?


A. অৰবিন্দ কেজৰিৱাল
B. টি.এন. চেছান
C. ড. কিৰণ বেদী
D. চিন্তামন ডি. দেশমুখ

উত্তৰ:- C. ড. কিৰণ বেদী

Science & Space

নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ?


A. ভাস্কৰ
B. ৰোহিণী
C. আর্যভট্ট
D. ইনছাট  IA

উত্তৰ:- C. আর্যভট্ট

World Economy / Geography

এজন ব্যক্তিয়ে যদি  টাকা” ৰে ধন বিনিময় কৰে, তেন্তে তেওঁ কোনখন দেশত আছে?


A. নেপাল
B. পাকিস্থান
C. কম্বোডিয়া
D. বাংলাদেশ

উত্তৰ:- D. বাংলাদেশ

Economics / Geography

কোনখন দেশে ভাৰতলৈ হিং ৰ সৰ্বাধিক ৰপ্তানি কৰে?


A. স্পেইন
B. মেক্সিকো
C. আফগানিস্থান
D. ৰাছিয়া

উত্তৰ:- C. আফগানিস্থান

Indian Geography / Tourism

ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে "গ'ড়ছ অ'উন কান্ট্রী" (God's Own Country)?


A. কর্ণাটক
B. জম্মু আৰু কাশ্মীৰ
C. ৰাজস্থান
D. কেৰালা

উত্তৰ:- D. কেৰালা

General Knowledge / Geography

নর্থ ইষ্টার্ণ পুলিচ একাডেমী খন কোনখন ৰাজ্যত অৱস্থিত?


A. অসম
B. মেঘালয়
C. অৰুণাচল প্রদেশ
D. মণিপুৰ

উত্তৰ:- B. মেঘালয়

General Knowledge / Geography

কাউন্টাৰ ইনচার্জেঞ্চী এণ্ড জাংগল ওৱাৰফেয়াৰ স্কুল খন মিজোৰামৰ ক'ত অৱস্থিত?


A. আইজল
B. লুংলে
C. চাৰছিপ
D. ভাইৰেংটে

উত্তৰ:- D. ভাইৰেংটে

Environmental Science / Biology

ছাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন ?


A. কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান
B. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
C. নামদফা ৰাষ্ট্ৰীয় উদ্যান
D. ন'ক্ৰেক ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ:- A. কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান

Environmental Science / Assam GK

হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্রীন অস্কাৰ বুলিও জনাজাত, হুইটলি বঁটাটি কোন গৰাকী ব্যক্তিয়ে লাভ কৰিছিল?


A. পূর্ণিমা দেৱী বর্মন
B. যাদৱ পায়েং
C. বিৰুবালা ৰাভা
D. ৰোহিত চৌধুৰী

উত্তৰ:- A. পূর্ণিমা দেৱী বর্মন

Indian Polity

শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাবে _______ ৰ অধীনত প্ৰণয়ন কৰা হৈছিল।


A. অনুচ্ছেদ 21 (a)
B. অনুচ্ছেদ 25
C. অনুচ্ছেদ 18
D. অনুচ্ছেদ 23

উত্তৰ:- A. অনুচ্ছেদ 21 (a)

Indian History

অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্রী আছিল?


A. অশোক
B. সমুদ্রগুপ্ত
C. চন্দ্রগুপ্ত মৌর্য্য
D. বিন্দুসাৰ

উত্তৰ:- C. চন্দ্রগুপ্ত মৌর্য্য

Indian History

নিম্নলিখিত কোন গৰাকী অভিযাত্ৰীয়ে মহম্মদ-বিন-টোগলকৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল?


A. ফাহিয়েন
B. হিউৱেন-চাং
C. ভাস্কো-ডা গামা
D. ইবন বটুতা

উত্তৰ:- D. ইবন বটুতা

Indian Polity / History

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী আইন আৰু ন্যায় মন্ত্রী কোন?


A. বল্লভভাই পেটেল
B. মৌলানা আবুল কালাম আজাদ
C. চি. ৰাজাগোপালাচাৰী
D. বি.আৰ. আম্বেদকাৰ

উত্তৰ:- D. বি.আৰ. আম্বেদকাৰ

Geography

ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে, সেই দুখন দেশ হৈছে - 


A. পাকিস্থান আৰু আফগানিস্থান
B. পাকিস্থান আৰু ভাৰত
C. ভাৰত আৰু ব্ৰহ্মদেশ
D. ভাৰত আৰু বাংলাদেশ

উত্তৰ:- A. পাকিস্থান আৰু আফগানিস্থান

Sports

ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুর্নামেন্ট খেলা হ'য়, সেই বঁটাটো হৈছে -


A. ডুৰাণ্ড কাপ
B. সুব্রত কাপ
C. দুলীপ ট্রফি
D. ইৰাণী ট্রফি

উত্তৰ:- B. সুব্রত কাপ

Assam Economy / History

1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে -


A. অসম কোপাৰেটিভ এপেক্স বেংক লিমিটেড
B. দ্য গৌহাটী বেংক লিমিটেড
C. অসম গ্রামীণ বিকাশ বেংক
D. লখিমী গাঁৱলীয়া বেংক

উত্তৰ:- B. দ্য গৌহাটী বেংক লিমিটেড

Indian Polity

NITI (National Institution for Transforming India) আয়োগৰ পদেন চেয়াৰমেন গৰাকী কোন?


A. ভাৰতৰ প্রধানমন্ত্রী
B. ভাৰতৰ বিত্তমন্ত্রী
C. ভাৰতীয় ৰিজার্ভ বেঙ্কৰ গভৰ্নৰ
D. ভাৰতৰ গৃহমন্ত্রী

উত্তৰ:- A. ভাৰতৰ প্রধানমন্ত্রী

Indian Polity

ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্র অনুসৰণ কৰা হয়?


A. প্রতিনিধিত্বমূলক গণতন্ত্র
B. ৰাষ্ট্ৰপতি গণতন্ত্র
C. সংসদীয় গণতন্ত্র
D. অংশগ্রহণমূলক গণতন্ত্র

উত্তৰ:- A. প্রতিনিধিত্বমূলক গণতন্ত্র

Geography

বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্র নদীক কি নামেৰে জনা যায়?


A. লোহিত
B. হুগলী
C. পদ্মা
D. চিয়াং

উত্তৰ:- C. পদ্মা

Geography

মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় -


A. অক্ষাংশ
B. উচ্চতা
C. দ্রাঘিমাংশ
D. বিস্তাৰ

উত্তৰ:- C. দ্রাঘিমাংশ

Geography

নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰজিতা খোৱা নাই?


A. হাইড্রস্ফিয়াৰ: পানী
B. বায়'স্ফিয়াৰ: পৰিবেশ
C. এটম'স্ফিয়াৰ: বায়ু
D. লিথ'স্ফিয়াৰ : স্থল

উত্তৰ:- B. বায়'স্ফিয়াৰ: পৰিবেশ

Geography

চুনামি সংঘটিত হোৱা অঞ্চল হৈছে -


A. মহাসাগৰ
B. মৰুভূমি
C. উচ্চ পর্বত
D. গভীৰ অৰণ্য

উত্তৰ:- A. মহাসাগৰ

Indian Polity

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই?


A. চেকুলাৰ
B. ডেমোক্রেটিক
C. ফেডাৰেল
D. ছোচিয়েলিষ্ট

উত্তৰ:- C. ফেডাৰেল

Economics / History

মুদ্রাবিহীন ভাৱে বয়বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে -


A. পাইক চিষ্টেম
B. বিনিময় প্রথা
C. বেঙ্কিং চিষ্টেম
D. ৰায়ত চিষ্টেম

উত্তৰ:- B. বিনিময় প্রথা

Indian Culture

"দাল-বাটি-চুৰমা" নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিবেশন ক'ৰা হয়?


A. পাঞ্জাৱ
B. ৰাজস্থান
C. বিহাৰ
D. উৰিষ্যা

উত্তৰ:- B. ৰাজস্থান

General Science

সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্রাণীক কি বুলি জনা যায়?


A. অ'নিভোৰাছ
B. কার্নিভোৰাছ
C. কেনিবেল্
D. হাৰ্বিভোৰাছ

উত্তৰ:- D. হাৰ্বিভোৰাছ

Indian Polity

ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ-পূব ভাৰতত পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ব শাষনৰ ব্যৱস্থা কৰা হৈছে?


A. ষষ্ঠ অনুসূচী
B. পঞ্চম অনুসূচী
C. অষ্টম অনুসূচী
D. নৱম অনুসূচী

উত্তৰ:- A. ষষ্ঠ অনুসূচী

ADRE Question Papers 2022\Grade IV\Paper II


Sports / Assam GK

গ্রীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এপ্লেট কোন আছিল?


A. হিমা দাস
B. লাভলীনা বৰগোহাঁই
C. দীপাংকৰ ভট্টাচার্জী
D. ভোগেশ্বৰ বৰুৱা

উত্তৰ:- B. লাভলীনা বৰগোহাঁই

Assam History
কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?

A. স্বৰ্গদেও ৰুদ্ৰসিংহ
B. স্বৰ্গদেও শিৱসিংহ
C. স্বৰ্গদেও ৰাজেশ্বৰ সিংহ
D. স্বৰ্গদেও প্রমত্ত সিংহ

উত্তৰ:- D. স্বৰ্গদেও প্রমত্ত সিংহ

Assam General Knowledge
অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত?

A. শিৱসাগৰ
B. ডিব্ৰুগড়
C. যোৰহাট
D. লক্ষীমপুৰ

উত্তৰ:- C. যোৰহাট

Assam Geography
শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে?

A. মেঘালয়
B. অৰুণাচল প্রদেশ
C. মণিপুৰ
D. পশ্চিমবঙ্গ

উত্তৰ:- D. পশ্চিমবঙ্গ

Indian Geography
নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে?

A. কোচিন
B. নতুন দিল্লী
C. কলিকতা
D. ভূপাল

উত্তৰ:- A. কোচিন

World Economy / General Knowledge
জাপানৰ মুদ্ৰাৰ নাম হৈছে:

A. ইউৱান
B. ইয়েন
C. ডলাৰ
D. ৰুবল

উত্তৰ:- B. ইয়েন

Assam Geography / Environment
পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য?

A. ই হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত এক নগৰ।
B. ই হৈছে কাৰ্বি আংলঙৰ এটা পৰ্বতৰ শৃঙ্গ।
C. ই হৈছে ডিব্ৰুগড়ৰ সমীপৱৰ্তী এক হ্রদ।
D. ই হৈছে মৰিগাওঁ জিলাস্থিত এক বন্যপ্রাণী অভয়াৰণ্য।

উত্তৰ:- D. ই হৈছে মৰিগাওঁ জিলাস্থিত এক বন্যপ্রাণী অভয়াৰণ্য।

Assam Geography
নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী?

A. ভূপেন হাজৰিকা সেতু
B. শৰাইঘাট দলং
C. নৰনাৰায়ণ সেতু
D. কলিয়াভোমোৰা সেতু

উত্তৰ:- B. শৰাইঘাট দলং

Assam Culture
নিম্নলিখিত ভ্রাম্যমান থিয়েটাৰ দল সমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি?

A. ক'হিনুৰ থিয়েটাৰ
B. আৱাহন থিয়েটাৰ
C. নটৰাজ থিয়েটাৰ
D. ভাগ্যদেৱী থিয়েটাৰ

উত্তৰ:- C. নটৰাজ থিয়েটাৰ

Assam Culture
"অ' মোৰ আপোনাৰ দেশ" সঙ্গীতটিক কোনে সুৰাৰোপিত কৰিছিল?

A. কমলা প্রসাদ আগৰৱালা
B. লক্ষ্মীনাথ বেজবৰুৱা
C. বিষ্ণুপ্ৰসাদ ৰাভা
D. পার্বতি প্ৰসাদ বৰুৱা

উত্তৰ:- A. কমলা প্রসাদ আগৰৱালা

Assam History / Literature
অসমীয়া ভাষাৰ প্ৰথম আলোচনী "অৰুণোদই” কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল?

A. যোৰহাট
B. শিৱসাগৰ
C. নাহৰকটীয়া
D. কোকৰাঝাৰ

উত্তৰ:- B. শিৱসাগৰ

Assam Literature
জ্ঞানপীঠ বটা প্রাপক প্রথম অসমীয়া লেখক গৰাকী হৈছে -

A. মামনি ৰয়চম গোস্বামী
B. য়েচে ড'ৰজে ঠংচি
C. ভবেন্দ্রনাথ শইকীয়া
D. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য

উত্তৰ:- D. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য

Assam History
1942 চনৰ ভাৰত ত্যাগ আন্দোলনত বৃটিচ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলিয়াই হত্যা কৰা ঠাইখন হৈছে -

A. গহপুৰ
B. তেজপুৰ
C. ঢেকীয়াজুলি
D. আঁহতগুৰি

উত্তৰ:- A. গহপুৰ

Assam Literature / History
"অসমীয়া ভাষা উন্নতি ___ সভা" খালি ঠাই পূৰ কৰিবৰ শুদ্ধ শব্দটো হৈছে -

A. সাধিনী
B. বহুমুখী
C. কৰণ
D. বিস্তাৰণ

উত্তৰ:- A. সাধিনী

Assam Literature
বাল্মিকী ৰামায়ণৰ অসমীয়া অনুবাদিত গ্রন্থ সপ্তকাণ্ড ৰামায়ণ খন কোনে লিখি উলিয়াইছিল?

A. ৰাম সৰস্বতী
B. অনন্ত কন্দলী
C. মাধৱ কন্দলি
D. শ্রীমন্ত শংকৰদেৱ

উত্তৰ:- C. মাধৱ কন্দলি

Assam Geography / General Knowledge
অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত?

A. তেজপুৰ
B. কাজিৰঙা
C. গুৱাহাটী
D. গোৱালপাৰা

উত্তৰ:- C. গুৱাহাটী

General Science / Biology
পখিলাৰ জীৱন-চক্রত নিম্নলিখিত কোনটো অন্তর্ভুক্ত নহয়?

A. পলু
B. কণী
C. লেটা
D. লালুকী

উত্তৰ:- D. লালুকী

Assam Culture / Cinema
ৰাষ্ট্ৰীয় বোলচবি মহোৎসৱত পূর্ণাঙ্গ দৈৰ্ঘ্যৰ বোলচবিৰ শিতানত সর্বশ্রেষ্ঠ বোলচবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলচবিখন হৈছে -

A. ভিলেজ ৰ'কষ্টাৰ
B. অৰণ্য
C. হালধীয়া চৰায়ে বাওধান খায়
D. ড. বেজবৰুৱা

উত্তৰ:- C. হালধীয়া চৰায়ে বাওধান খায়

Assam Geography / Agriculture
টোকলাই চাহ গৱেষণা প্রতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে:

A. ডিব্ৰুগড়
B. যোৰহাট
C. শিৱসাগৰ
D. বিশ্বনাথ চাৰিআলি

উত্তৰ:- B. যোৰহাট

Assam General Knowledge
অসমৰ একমাত্র সৈনিক স্কুল থকা ঠাইখন হৈছে:

A. গোৱালপাৰা
B. যোৰহাট
C. তিনিচুকীয়া
D. নগাওঁ

উত্তৰ:- A. গোৱালপাৰা

Assam Geography / Economy
নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত?

A. গোলাঘাট
B. বঙ্গাইগাওঁ
C. কার্বি আংলং
D. গোৱালপাৰা

উত্তৰ:- A. গোলাঘাট

Science / Space
সৌৰজগতৰ কোনটো গ্রহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে?

A. মঙ্গল
B. শুক্র
C. শনি
D. বুধ

উত্তৰ:- A. মঙ্গল

Indian History
কোন গৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকণ কৰিছিল?

A. মোহনদাস কৰমচাঁদ গান্ধী
B. পিংগলী ভেংকয়া
C. সৰোজিনী নাইডু
D. ৰবীন্দ্ৰনাথ ঠাকুৰ

উত্তৰ:- B. পিংগলী ভেংকয়া

General Science / Biology
নেমু আৰু আমলখিত কোনবিধ খাদ্যপ্রাণ বিশিষ্ট মাত্ৰাত পোৱা যায়?

A. ভিটামিন চি
B. ভিটামিন কে
C. ভিটামিন বি
D. ভিটামিন ডি

উত্তৰ:- A. ভিটামিন চি

General Knowledge / Space
ভাৰতীয় বংশোদ্ভবৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল?

A. কিৰণ শ্বাহ
B. কিৰণ বেদী
C. কল্পনা চাওলা
D. কল্পনা চাক্সেনা

উত্তৰ:- C. কল্পনা চাওলা

Indian Geography
ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি?

A. ৰায়পুৰ
B. ৰাঁচী
C. ডেৰাড়ুন
D. গেংটক

উত্তৰ:- B. ৰাঁচী 

Indian Geography / Economy
ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে:

A. যাদুগুডা
B. কোলাৰ
C. অংক্লেশ্বৰ
D. কালাহাণ্ডি

উত্তৰ:- B. কোলাৰ

Indian History / Science
কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিল?

A. বালাছোৰ
B. ত্র'ম্বে
C. শ্রীহৰিকোটা
D. পোখৰান

উত্তৰ:- D. পোখৰান

Sports
এখন ক্রিকেট পিচৰ দুই-সমূহ উইকেটৰ মাজৰ দুৰত্ব কিমান?

A. 20 গজ
B. 32 গজ
C. 22 গজ
D. 25 গজ

উত্তৰ:- C. 22 গজ

History / Mathematics
গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত?

A. পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ দুৰত্ব নিৰ্দ্ধাৰণ
B. পাইৰ মান নিৰ্দ্ধাৰণ
C. সমকোণী ত্রিভুজৰ বাহু সমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধ
D. বৃত্তৰ কালি নিৰ্দ্ধাৰণ

উত্তৰ:- C. সমকোণী ত্রিভুজৰ বাহু সমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধ

General Knowledge / Culture
নিম্নলিখিত উৎসৱ সমূহৰ কোনটো চলচ্চিত্র উদ্যোগৰ সৈতে জড়িত?

A. ৰ'কেটোপোলেম'ছ
B. অ'ক্টোবৰফেষ্ট
C. উষ্টক ফেষ্টিভেল
D. কাঁন ফেষ্টিভেল

উত্তৰ:- D. কাঁন ফেষ্টিভেল 

General Science / Biology
আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়?

A. কেলচিয়াম
B. আয়'ডিন
C. চ'ডিয়াম
D. আইৰণ

উত্তৰ:- B. আয়'ডিন

General Knowledge / Art & Culture
লতা মঙ্গেশকাৰৰ পিতৃৰ নাম কি আছিল?

A. দীননাথ মঙ্গেশকাৰ
B. হৃদয়নাথ মঙ্গেশকাৰ
C. জিতেন্দ্র মঙ্গেশকাৰ
D. মণিপ্রসাদ মঙ্গেশকাৰ

উত্তৰ:- A. দীননাথ মঙ্গেশকাৰ

Assam Literature / Awards
পদ্মশ্রী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কবি ও লেখিকা হৈছে -

A. চন্দ্রপ্রভা শইকীয়ানী
B. নলিনীবালা দেৱী
C. মামনি ৰয়চম গোস্বামী
D. নিৰ্মল প্ৰভা বৰদলৈ

উত্তৰ:- B. নলিনীবালা দেৱী

Indian History / Environment
ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল?

A. উত্তৰাখণ্ড
B. হিমাচল প্রদেশ
C. হাৰিয়ানা
D. চিক্কিম

উত্তৰ:- A. উত্তৰাখণ্ড

Indian Polity
ভাৰতত সংসদৰ সদ্যস্য হবলৈ নিম্নলিখিত সমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্রয়োজনীয় নহয়?

A. ভাৰতবৰ্ষৰ এজন নাগৰিক হব লাগিব
B. বয়স 25 বছৰৰ কম হব নালাগিব
C. ভাৰতৰ কোনো এক সংসদীয় সমষ্টিৰ ভোটদাতা হ'ব লাগিব
D. দশম শ্রেণী পৰ্য্যায়ৰ পৰীক্ষাত উত্তীর্ণ হব লাগিব

উত্তৰ:- D. দশম শ্রেণী পৰ্য্যায়ৰ পৰীক্ষাত উত্তীর্ণ হব লাগিব

Indian History
কোন গৰাকী সম্রাটে ভাৰতৰ গ্ৰেণ্ড ট্রাংক ৰোড নির্মাণ কৰিছিল?

A. আকবৰ
B. জাহাঙ্গীৰ
C. কুতুবুদ্দিন আইবাক
D. শ্বেৰশ্বাহ শূৰী

উত্তৰ:- D. শ্বেৰশ্বাহ শূৰী

Indian Polity
ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত নিম্নলিখিত সমূহৰ কোনটো অন্তর্ভূক্ত নহয়?

A. চাঁওতাল
B. বড়ো
C. মৈথিলী
D. কার্বি

উত্তৰ:- D. কার্বি

Indian Polity / History
কোনটো বৰ্ষত আর্মড্ ফ'চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট (AFSPA) গৃহীত হৈছিল?

A. 1958
B. 1952
C. 1960
D. 1971

উত্তৰ:- A. 1958

Indian Polity
ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ-পূব ভাৰতৰ ৰাজ্য সমূহক বিশেষ মর্যাদা প্রদান কৰে?

A. অনুচ্ছেদ 14
B. অনুচ্ছেদ 377
C. অনুচ্ছেদ 371
D. অনুচ্ছেদ 254

উত্তৰ:- C. অনুচ্ছেদ 371

Indian History
জৱাহৰলাল নেহৰুৱে "ডিস্ক'ভাৰী অব্‌ ইণ্ডিয়া" কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল?

A. পুনে চেন্ট্রেল কাৰাগাৰ
B. য়াৰৱাডা কাৰাগাৰ
C. থানে কাৰাগাৰ
D. আহমেদনগৰ দুৰ্গ

উত্তৰ:- D. আহমেদনগৰ দুৰ্গ

Assam Geography / Economy
নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে 'জি আই টেগ' লাভ কৰিছে?

A. তেজপুৰ
B. যোৰহাট
C. লক্ষীমপুৰ
D. শ্বিলং

উত্তৰ:- A. তেজপুৰ

Indian History
নিম্নলিখিত কোন গৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত?

A. লর্ড ক্লাইভ ডেলহাউছি
B. লর্ড কৰ্ণৱালিচ
C. লর্ড মাউন্টবেটেন
D. লর্ড মেকুলে

উত্তৰ:- D. লর্ড মেকুলে

Assam History / Literature
'অৰুনোদয়' নামক অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল?

A. ড. নাথান ব্রাউন
B. হেমচন্দ্ৰ বৰুৱা
C. অ'লিভাৰ কাট্টাৰ
D. আনন্দৰাম ঢেকিয়াল ফুকন

উত্তৰ:- A. ড. নাথান ব্রাউন

Assam General Knowledge / Schemes
অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱা সমূহৰ সুশৃংখলিত কৰণৰ আঁচনিখনক ____ নামেৰে অধিক পৰিচিত।

A. অৰুণোদয়
B. বসুন্ধৰা
C. সাৰথি
D. অৰুন্ধতি

উত্তৰ:- B. বসুন্ধৰা

Assam Culture
শ্রীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাঙ্কিকা নাটকৰ ৰূপটো কি নামেৰে জনাজাত?

A. অংকীয়া নাট
B. যক্ষগণ
C. তমসা
D. ভ্রাম্যমান

উত্তৰ:- A. অংকীয়া নাট

Assam Culture / Geography
নিম্নলিখিত সত্রসমূহৰ কোনখন সত্ৰ পশ্চিমবঙ্গত অৱস্থিত?

A. চমৰীয়া সত্ৰ
B. বৰদী সত্ৰ
C. মধুপুৰ সত্ৰ
D. জকাই সত্র

উত্তৰ:- C. মধুপুৰ সত্ৰ

Assam Geography
অসম ৰাজ্যত ব্ৰহ্মপুত্র নদীখন কোনটো দিশত ব'য়?

A. পূবৰ পৰা পশ্চিমলৈ
B. পশ্চিমৰ পৰা পূবলৈ
C. উত্তৰৰ পৰা দক্ষিণলৈ
D. দক্ষিণৰ পৰা উত্তৰলৈ

উত্তৰ:- A. পূবৰ পৰা পশ্চিমলৈ

Indian History
ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল?

A. হুমায়ুন
B. শ্বেৰ শ্বাহ শূৰী
C. বাবৰ
D. আকবৰ

উত্তৰ:- C. বাবৰ

Indian Geography / Science
কালপক্কম, নৰোৰা আৰু তাৰাপুৰত অৱস্থিত প্রকল্পসমূহত কোনটো উৎসৰ পৰা বিদ্যুত উৎপাদন কৰা হ'য়?

A. জলশক্তি
B. নিউক্লীয় শক্তি
C. তাপশক্তি
D. সৌৰ শক্তি

উত্তৰ:- B. নিউক্লীয় শক্তি

Assam History
কোনে যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাবে প্রতিষ্ঠা কৰিছিল?

A. স্বৰ্গদেও গৌৰীনাথ সিংহ
B. স্বৰ্গদেও ৰুদ্ৰসিংহ
C. স্বৰ্গদেও শিৱসিংহ
D. স্বৰ্গদেও পুৰন্দৰ সিংহ

উত্তৰ:- A. স্বৰ্গদেও গৌৰীনাথ সিংহ

Assam History
কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল?

A. নৰ সিংহ
B. বিশ্বজিত
C. শুক্লধ্বজ
D. মল্লদেৱ

উত্তৰ:- D. মল্লদেৱ

Geography / Environment
নিম্নলিখিত কোনবিধ উদ্ভিদক পর্ণপাতী উদ্ভিদৰ উদাহৰণ স্বৰূপে গণ্য কৰা নহয়?

A. শাল গছ
B. আম গছ
C. সৰল গছ
D. শিমলু গছ

উত্তৰ:- C. সৰল গছ

Geography
সাধাৰণতে কেনেবিধৰ অঞ্চলত ঝুম খেতি ক'ৰা হয়?

A. জলাহ ভূমি
B. পাহাৰৰ ঢাল
C. চৰ অঞ্চল
D. সমতল ভূমি

উত্তৰ:- B. পাহাৰৰ ঢাল

Indian History
বৃটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল?

A. চাইমন কমিশ্যন
B. ৰাওলাট আইন
C. ম'লৈ-মিন্টো সংস্কাৰ
D. ভোটদাতাৰ পৃথক তালিকা

উত্তৰ:- B. ৰাওলাট আইন

Assam Culture / Geography
হাজো ঠাইখনিক যি তিনি ধৰ্মৰ সংগমস্থলী ৰূপে বিবেচনা ক'ৰা হয়, সেই সমূহ ধৰ্ম হৈছে:

A. হিন্দুধর্ম, শিখধর্ম, ইছলাম ধর্ম
B. বৌদ্ধধর্ম, হিন্দুধর্ম, ইছলাম ধর্ম
C. বৌদ্ধধর্ম, জৈনধর্ম, হিন্দুধর্ম
D. হিন্দুধর্ম, শিখধর্ম, বৌদ্ধধর্ম

উত্তৰ:- B. বৌদ্ধধর্ম, হিন্দুধর্ম, ইছলাম ধর্ম

Indian Polity
জনস্বার্থক প্রতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোন সত্তাই দুর্নীতি-বিৰোধী কর্তৃপক্ষৰ ভূমিকা পালন কৰে?

A. মুখ্য তথ্য আয়ুক্ত
B. লোকপাল
C. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
D. মুখ্য নির্বাচনী আয়ুক্ত

উত্তৰ:- B. লোকপাল

Indian Polity / Assam GK
ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব পৰিষদ (NCHAC) গঠিত হৈছিল?

A. সপ্তম অনুসূচী
B. পঞ্চম অনুসূচী
C. অষ্টম অনুসূচী
D. ষষ্ঠ অনুসূচী

উত্তৰ:- D. ষষ্ঠ অনুসূচী
Post a Comment (0)
Previous Post Next Post