অসম শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL ৰ এক জৰুৰী ঘোষণা




​অসম চৰকাৰৰ এক ৰাজহুৱা সীমিত কোম্পানী APDCL (Assam Power Distribution Company Limited) য়ে ​গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে তেওঁলোকৰ যি অনলাইন সেৱা প্ৰদানকাৰী এপ্লিকেচন, পৰ্টেল সমূহৰ System Upgradation (Cloud Migration) ৰ বাবে ২৮/০২/২০২৬ ৰ নিশা ৯ বজাৰ পৰা ২/০৩/২০২৬ ৰ পুৱা ৯ বজালৈ ৩৬ ঘণ্টাৰ বাবে System Downtime নিৰ্ধাৰণ কৰা হৈছে। 
​এই সময়ছোৱাত সকলো ৰাজহুৱা আৰু আভ্যন্তৰীণ এপ্লিকেচন তথা পৰ্টেলসমূহ সাময়িকভাৱে বন্ধ থাকিব, যাৰ ভিতৰত আছে -​ARMS, ​Consumer Portal, EasyPay, ​MyBijulee, ​BijuleeBandhu আৰু অন্যান্য আনুষংগিক ব্যৱস্থাসমূহ।
APDCL য়ে ​প্ৰিপেইড গ্ৰাহকসকলক অনুৰোধ কৰিছে যাতে তেওঁলোকে নিৰৱচ্ছিন্ন সেৱাৰ বাবে পৰ্যাপ্ত বেলেন্স ৰাখে। ​এই অনাকাংক্ষিত অসুবিধাৰ বাবে APDCL য়ে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে।

​অধিক তথ্যৰ বাবে ভিজিট কৰক: www.apdcl.org
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব