২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰা অসমৰ ব্যক্তিসকল



পদ্মশ্ৰী বঁটা হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা, শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই পদ্মশ্ৰী বঁটা প্ৰদান কৰি আহিছে। ভাৰতৰ ২০২৬ বৰ্ষৰ ৭৭ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাক্ক্ষণত ঘোষণা কৰা হৈছে পদ্মশ্ৰী বঁটা প্ৰাপকৰ নাম। অসমৰ পাঁচগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে -
নাম  ক্ষেত্ৰ  অৱদান 
কবিন্দ্ৰ পুৰকায়স্থ (মৰণোত্তৰ) ৰাজহুৱা সেৱা ৰাজহুৱা সেৱালৈ আগবঢ়োৱা অনবদ্য অৱদান
হৰিচৰণ শইকীয়া কলা সত্ৰীয়া সংস্কৃতিৰ সাধক
কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদান
ড° যোগেশ দেউৰী কৃষি আৰু ৰেচম কৃষি আৰু ৰেচম উদ্যোগলৈ আগবঢ়োৱা অনবদ্য অৱদান
নুৰুদ্দিন আহমেদ কলা প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক
পখিলা লেকথেপী লোকশিল্পী প্ৰসিদ্ধ লোকশিল্পী
Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব