UIDAI ৰ নতুন সুবিধা — ডিজিটেল আধাৰ কাৰ্ড



ডিজিটেল আধাৰ কাৰ্ডৰ অনলাইন এপ

আধাৰ কাৰ্ড physical card খন লৈ নুফুৰাকৈও আধাৰ কাৰ্ডৰৰ অনলাইন এপ্লিকেচন ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। আধাৰ কাৰ্ড ডিজিটেল এপ্লিকেচন ব্যৱহাৰ কৰিবলৈ প্ৰথমে গুগল প্লে ষ্টৰৰ পৰা আধাৰ কাৰ্ড এপটো ডাউনলোড কৰি লব। তাৰ পিছত এপ্লিকেচনটো খুলি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ দি আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰ দি face verification কৰি লব তাৰ পিছত 6 digit PIN দি লব। তাৰ পিছত আধাৰ কাৰ্ডৰ qr code পাব। তাত আধাৰ কাৰ্ডখন চাব পাৰে আৰু কাৰোবাক দেখাবলৈ হলে ইয়াৰ পৰাও দেখাব পাৰে আৰু ভাগ বতৰা, ডাউনলোড কৰিব পাৰে। আধাৰ কাৰ্ড ভাগ বতৰা কৰিবলৈ হলে কি কি দেখুৱাব সেই সমূহ বাছি লব পাৰিব আৰু যিবোৰ দেখুৱাব নিবিচাৰে সেই সমূহ লুকুৱাই থব পাৰিব। ডিজিটেল আধাৰ কাৰ্ডৰ এপ্লিকেচনত Mask Data কৰিব পাৰে আৰু Selective Information to Share ত Resident Image, Resident Name, DOB, Gender, Address, Mobile, Masked Mobile, Email, Age Above 18 ইত্যাদি কৰিব পাৰে। তলত ডিজিটেল আধাৰ android এপ্লিকেচনটো Interface দিয়া হৈছে।





















ধন্যবাদ।




Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব