DIGIPIN হব আপোনাৰ ঘৰৰ নতুন ঠিকনা



ডিজিপিন কি হয়?

DigiPin ডিজিপিন হৈছে আইআইটি হায়দৰাবাদ (IIT Hyderabad) আৰু এনআৰএছচি, ইছৰোৰ (NRSC -National 
Remote Sensing Centre, ISRO) সহযোগত ডাক বিভাগে বিকশিত কৰা এটা মুক্ত  উৎসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক নতুন ডিজিটেল ঠিকনা 
প্ৰদান ব্যৱস্থা। ডিজিপিন (DIGIPIN) ভাৰতীয় ডাক সেৱা ব্যৱস্থাত ২০২৫ চনৰ ২৭ মে’ তাৰিখে মুকলি কৰা হয়। এই ডিজিপিন ব্যৱস্থাত সমগ্ৰ
 দেশৰ প্ৰতিটো 4মিটাৰ x 4মিটাৰ গ্ৰীড আৰু প্ৰতিটো গ্ৰীডক অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ স্থানাংকৰ ওপৰত ভিত্তি কৰি এটা অনন্য ১০ আখৰৰ 
আলফানিউমেৰিক ক'ড প্ৰদান কৰা হয়, ফলত নিৰ্দিষ্ট স্থান চিনাক্তকৰণ সম্ভৱ হয়।

ডিজিটেল ডাক সূচকাংক নম্বৰ (DigiPin ডিজিপিন ) বৃহৎ অঞ্চল সামৰি লোৱা আগৰ ৬ সংখ্যাৰ পিন ক'ডৰ দৰে নহয়, ডিজিপিন
ব্যৱস্থাত নিৰ্দিষ্ট স্থানসমূহ চিনাক্ত কৰিবলৈ ই ১০ আখৰৰ আলফানিউমেৰিক ক'ড ব্যৱহাৰ কৰে। ফলত যিমানেই জটিল বৃহৎ অঞ্চল হলেও
ডিজিপিনৰ সহায়ত ডাক বিভাগে বিচাৰি ওলিয়াব পাৰিব।


উদাহৰণ স্বৰূপে নতুন দিল্লীৰ ইন্ডিয়া গেটৰ ডিজিপিন হৈছে - 39J-429-LM8F

DigiPin ডিজিপিন ব্যৱস্থাৰ জৰিয়তে ডেলিভাৰী, নেভিগেচন, আৰু সঠিক ঠিকনা ইত্যাদি উন্নত কৰিবলৈ ডিজাইন কৰা হৈছে। 
বৰ্তমান সময়ত ঘৰৰ ঠিকনা বা অন্যান্য ঠিকনা অতি সহজে দিব পৰা যাব আৰু DigiPin ৰ সহায়ত ভাৰতীয় ডাক ব্যৱস্থাও খৰতকীয়া হব।

ডিজিপিন DIGIPIN ৰ ৱেবচাইটৰ লিংক - https://dac.indiapost.gov.in/mydigipin/home

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব