হীট ষ্ট্ৰোক কিয় হয় আৰু গৰমৰ দিনত ভ্ৰমণত ল'বলগীয়া ব্যৱস্হাসমূহ

 

হীট ষ্ট্ৰোক 

জহকালি অতিমাত্রা গৰমত শৰীৰৰ উষ্ণতা ১০৪ ডিগ্রী ফাৰেনহাইট অথবা তাতোকৈ
বাঢ়িলে হীট ষ্ট্ৰোকৰ সম্ভাৱনাই দেখা দিয়ে।

লক্ষণ সমূহ - 

• উত্তেজিত হোৱা, ভ্রম বকা, অচেতন হৈ পৰা, মূৰৰ বিষ
• ঘন আৰু চুটি শ্বাস-প্রশ্বাস
• ছালৰ শুষ্কতা আৰু ৰঙা পৰা
• নাড়ী স্পন্দন বাঢ়ি যোৱা
• অতিমাত্রা ঘাম ওলোৱা

কেনেদৰে প্ৰতিৰোধ কৰিব?

• ৰ'দত একেৰাহে বহু সময় নাথাকিব
• যথেষ্ট পৰিমাণে পানী সেৱন কৰক
• ৰ'দত বাহিৰলৈ ওলালে ছাতি ব্যৱহাৰ কৰক
• জহকালি পাতল ৰঙৰ কপাহী বস্ত্ৰ পৰিধান কৰক
• ৰ'দত শীত-তাপ নিয়ন্ত্রণ বন্ধ কৰি বেছি সময় গাড়ীৰ ভিতৰত
নাথাকিব

উৎকট গৰমৰ সময়ত ভ্রমণত ল'বলগীয়া ব্যৱস্থাসমূহঃ-

ভ্ৰমণৰ সময়ত যিমান পাৰে ঢিলা, লঘু আৰু কপাহী কাপোৰ পৰিধান কৰক।

প্রচণ্ড সূৰ্যৰ তাপৰ পৰা হাত সাৰিবলৈ উন্নত মানৰ ছাতি, কেপ/টুপী, ছানগ্লাছ, স্কার্ফ,
কপাহী গ্লভছ আৰু মোজা ব্যৱহাৰ কৰক।

যিমান পাৰে পানী খাওক আৰু মাত্ৰাৰ সময়ত ORS, ইলেক্ট্রলাইট পাউদাৰ আৰু
গ্লুক'জ লগত ৰাখক।

শৰীৰটোক শীতল পেলাবলৈ যাত্ৰাৰ সময়ত শীতল আৰু ছাঁ থকা ঠাইত জিৰণি লওঁক।




Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব