Puhor bisari jau পোহৰ বিচাৰি যাওঁ

জুবিন দা আপুনি আমাৰ মাজত সদায় জীয়াই থাকিব...

স্বাস্থ্যৰ যতন



"Prevention is better than cure" অৰ্থাৎ নিৰাময়তকৈ প্ৰতিৰোধ কৰাটো ভাল। স্বাস্থ্যৰ যতন নিয়মিতভাৱে লব পাৰিলে আমি 
সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিম।

দৈনিক এটা আপেল - ডাক্তৰৰ পৰা দূৰত

দিনটোত এটা আপেল খালে ডাক্তৰৰ পৰা আঁতৰাই ৰাখে এইটো এক প্ৰবাদ। 
এই কথাই দৈনিক খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰিবলৈ অধিক সোঁৱৰাই দিয়ে। আপেলত এন্টিঅক্সিডেন্ট, আঁহ, ভিটামিনৰ উত্তম উৎস।
স্বাস্থ্যসন্মত জীৱনশৈলীত কেৱল আপেল নহয়, বিভিন্ন ধৰণৰ শাক-পাচলি, বতৰৰ ফল-মূল আৰু অন্যান্য পুষ্টিকৰ খাদ্য খোৱা উচিত।

দৈনিক ৫টা কাঠবাদাম - কেন্সাৰৰ পৰা দূৰত

আলমণ্ডত vitamin E, antioxidants, flavonoids যৌগবোৰ প্ৰচুৰ পৰিমাণে থাকে। 

দৈনিক এটা নেমু - চৰ্বিৰ পৰা দূৰত

দৈনিক প্রার্থনা - মানসিক অশান্তিৰ পৰা দূৰত

দৈনিক এগিলাছ গাখীৰ - হাড়ৰ সমস্যাৰ পৰা দূৰত

দৈনিক ৪টা খেজুৰ - দুৰ্বলতাৰ পৰা দূৰত

দৈনিক ব্যায়াম, যোগ, ধ্যান- সুস্থ শৰীৰ, মানসিক চাপ নিয়ন্ত্ৰণ

দৈনিক ৮ ঘণ্টা টোপনি - নানা শাৰীৰিক সমস্যাৰ পৰা দূৰত


Post a Comment

Previous Post Next Post