এক্সিয়াম ফ'ৰৰ মহাকাশ যাত্ৰা Axiom Mission 4



আজি ২৫ জুন ২০২৫ তাৰিখে নাছা আৰু স্পেচএক্সৰ অংশীদাৰিত্বৰে মহাকাশলৈ প্ৰেৰণ কৰিব এক্সিয়াম ফ'ৰ।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ (International Space Station) চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযান এক্সিয়াম মিছন ৪ উৎক্ষেপণৰ লক্ষ্য লোৱা হৈছে।
ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা দিনৰ ১২.০১ বজাত ৰাওনা হ'ব।
স্পেচএক্স (SpaceX) কোম্পানীটোৰ ড্ৰেগন মহাকাশযানেৰে কক্ষপথৰ পৰীক্ষাগাৰলৈ যাত্ৰা কৰিব ৪ জন মহাকাশচাৰীয়ে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মহাকাশচাৰী শুভাংশু শুক্লাই পাইলট হিচাপে কাম কৰিব।


আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ শুভাংশু শুক্লাৰ সৈতে যাব তিনি মহাকাশচাৰী। তেওঁলোক হৈছে - এই বাণিজ্যিক অভিযানৰ কমাণ্ডাৰ হৈছে - নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ সঞ্চালক পেগী হুইটছন। আনহাতে মিছন বিশেষজ্ঞ দুজন হৈছে পোলেণ্ডৰ ই এছ এ ESA (European Space Agency) প্ৰকল্পৰ মহাকাশচাৰী স্লাৱোছ উজনানস্কি-উইছনিউস্কি, আৰু হাংগেৰীৰ হুন’ৰ (Hungarian to Orbit) মহাকাশচাৰী টিবৰ কাপু।
ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যাত্ৰা কৰিব দ্বিতীয়গৰাকী ভাৰতীয় শুভাংশু শুক্লাই। 

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব