অসমৰ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা ২০২৪



Assam Highest State Civilian Award 2024

অসমৰ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা ২০২৪

অসম বৈভৱ


অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতা

অসম সৌৰভ


শ্ৰী সুব্ৰমণিয়াম ৰামাদোৰাই, টাটা কনচালটেন্সীৰ (TCS) প্ৰতিষ্ঠাপক অধ্যক্ষ

ড° বাপ্পী পাল, শিক্ষাবিদ আৰু বিজ্ঞানী

ড° পূৰৱী শইকীয়া, বিজ্ঞানী

দ্বীপেন বৰুৱা, শিল্পী

হেমন্ত দত্ত, নাট্যকাৰ, গীতিকাৰ

উমা ছেত্ৰী, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য

অসম গৌৰৱ


বিশ্বজিৎ বৰা, আদৰ্শ কৃষক

ভৰত কলিতা, দুগ্ধ উৎপাদক

বাৰলাংফা নাৰ্জাৰী, সাংস্কৃতিক শিল্প

ৰামচন্দ্ৰ চাচনী, শিল্পী

উপমন্যু বৰকাকতি, ষ্টাৰ্টআপ 'উলাহ' চাহ

ডেভিদ প্ৰতিম গগৈ, যুৱ উদ্যোগী, ব্যৱসায়ী

ফুলেশ্বৰী দত্ত, প্ৰকৃতিপ্ৰেমী

মিনাক্ষী দাস, বাইক ৰাইডাৰ (এবছৰীয়া যাত্ৰাত তেওঁ অকলে ৬৪ খন দেশ ভ্ৰমণ কৰিছিল)

পার্থিৱ সুন্দৰ গগৈ, ফুটবলাৰ

নজৰুল হক, মীনপালক

ধীৰেন্দ্ৰ নাথ পাল, টেৰাকোটা শিল্পী

হৰিদাস দাস, পিতল শিল্পী

বিনং তেৰন, সমাজসেৱা

প্ৰথমবাৰলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হয় জৈৱ সংৰক্ষণ আৰু পৰিৱেশৰ লগত জড়িত ৩ টা সংস্থালৈ।


১/ নগাঁৱৰ হাতী বন্ধু (হাতী-মানুহৰ সংঘাত, স্বেচ্ছাসেৱী সংগঠন)
২/ তিনিচুকীয়াৰ বাৰেকুৰি গাঁও (বন্যপ্ৰাণী সংৰক্ষণ)
৩/  কলিয়াবৰৰ চৌৰান আহেম (পাৰিপাৰ্শ্বিক পৰ্যটন, পৰম্পৰাগত খাদ্য)
 

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব